• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
প্ৰধানমন্ত্ৰী মোদীলৈ মাৰ্কিন উপ ৰাষ্ট্ৰপতি ভেন্সৰ ফোনৰ উদ্দেশ্য কি?

প্ৰধানমন্ত্ৰী মোদীলৈ মাৰ্কিন উপ ৰাষ্ট্ৰপতি ভেন্সৰ ফোনৰ উদ্দেশ্য কি?

2 months ago
মাজ আকাশত বিমান হাইজেক! ২৫০ গৰাকী ভাৰতীয় যাত্ৰী থকা এয়াৰ ইণ্ডিয়া বিমানত হাহাকাৰ

মাজ আকাশত বিমান হাইজেক! ২৫০ গৰাকী ভাৰতীয় যাত্ৰী থকা এয়াৰ ইণ্ডিয়া বিমানত হাহাকাৰ

24 minutes ago
Diwali 2026: ৮ নৱেম্বৰ নে ৯ নৱেম্বৰ? অসমত কেতিয়া কৰিব দীপাৱলী উদযাপন জানক

Diwali 2026: ৮ নৱেম্বৰ নে ৯ নৱেম্বৰ? অসমত কেতিয়া কৰিব দীপাৱলী উদযাপন জানক

56 minutes ago
হেৰুৱাব পিতৃ হোৱাৰ স্বপ্ন, যদি পেন্টৰ জেপত ৰাখে মোবাইল ফোন!

হেৰুৱাব পিতৃ হোৱাৰ স্বপ্ন, যদি পেন্টৰ জেপত ৰাখে মোবাইল ফোন!

1 hour ago
অমৃতপ্ৰভা মুক্ত! মুকলি আকাশৰ তলত জুবিন গাৰ্গৰ ঘটনাৰে জড়িত প্ৰথমগৰাকী অভিযুক্ত

‘Don’t Do this, আঁতৰি দিয়ক!’, অমৃতপ্ৰভাৰ অধিবক্তাই কাক ক’লে এইদৰে?

2 hours ago
সোণে দেখুৱাইছে যাদু! আজি হ্ৰাস নে বৃদ্ধি পাইছে সোণৰ মূল্য?

উৎসৱৰ বতৰত সোণ নে হীৰা ক্ৰয় কৰাটো উত্তম? জানি হ’ব আচৰিত

3 hours ago
অত্যাধিক ঋণ লোৱা ৩৩খন দেশৰ নতুন মিত্ৰজোঁট, পাকিস্তানে পাইছে অধ্যক্ষৰ চকী

অত্যাধিক ঋণ লোৱা ৩৩খন দেশৰ নতুন মিত্ৰজোঁট, পাকিস্তানে পাইছে অধ্যক্ষৰ চকী

4 hours ago
ভাগ্যৰ দুৱাৰ হ’ব মুকলি, ৫ ৰাশিৰ ধন-সম্পত্তি, কৰ্মজীৱন আৰু প্ৰেমত আহিব পাৰে সুখবৰ

ভাগ্যৰ দুৱাৰ হ’ব মুকলি, ৫ ৰাশিৰ ধন-সম্পত্তি, কৰ্মজীৱন আৰু প্ৰেমত আহিব পাৰে সুখবৰ

5 hours ago
দৈনিক ৰাশিফল- কেনে যাব আজি ৯ ছেপ্টেম্বৰৰ দিনটো, সাৱধান হ’ব পৰিয়ালত মতানৈক্যৰ সম্ভাৱনা

হাতলৈ আহিব ধন, আজি ভাগ্য সলনি হ’ব পাৰে এইকেইটা ৰাশিৰ

6 hours ago
মেদবহুলতা-ডায়েবেটিছ ৰোগীসকল হওক সাৱধান!

মেদবহুলতা-ডায়েবেটিছ ৰোগীসকল হওক সাৱধান!

14 hours ago
ভয়ংকৰ নাও দুৰ্ঘটনা! ১১ জনৰ মৃত্যু

ভয়ংকৰ নাও দুৰ্ঘটনা! ১১ জনৰ মৃত্যু

14 hours ago
কোন পৰিচালকে শাৰীৰিক সম্পৰ্কৰ প্ৰস্তাৱ দিছিল অভিনেত্ৰী নীতি টেইলৰক?

কোন পৰিচালকে শাৰীৰিক সম্পৰ্কৰ প্ৰস্তাৱ দিছিল অভিনেত্ৰী নীতি টেইলৰক?

15 hours ago
নিজ বাসগৃহৰ সন্মুখতে মমতা বেনাৰ্জীক ছুৰীৰে আক্ৰমণ!

নিজ বাসগৃহৰ সন্মুখতে মমতা বেনাৰ্জীক ছুৰীৰে আক্ৰমণ!

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

প্ৰধানমন্ত্ৰী মোদীলৈ মাৰ্কিন উপ ৰাষ্ট্ৰপতি ভেন্সৰ ফোনৰ উদ্দেশ্য কি?

১০০% শুল্ক কৰ আৰোপ নে FCRAৰ প্ৰসংগ? 

editor by editor
August 9, 2026
in বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি, লেখা
0
প্ৰধানমন্ত্ৰী মোদীলৈ মাৰ্কিন উপ ৰাষ্ট্ৰপতি ভেন্সৰ ফোনৰ উদ্দেশ্য কি?
0
SHARES
102
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

শনিবাৰে মাজ নিশা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি জে ডি ভেন্সৰ ফোনযোগে বাৰ্তালাপ হয়। মাৰ্কিন উপ ৰাষ্ট্ৰপতিজনে মোদীলৈ ফোন কৰা বুলি প্ৰকাশ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে এই সন্দৰ্ভত টুইটযোগে সদৰী কৰে। ফোনকলটোত উপ-ৰাষ্ট্ৰপতি জে ডি ভেন্সে প্ৰধানমন্ত্ৰী মোদীৰ সৈতে ভাৰত-আমেৰিকাৰ সৰ্বাংগীন বিশ্বব্যাপী কৌশলগত অংশীদাৰিত্বক মূল ক্ষেত্ৰত অধিক শক্তিশালী কৰাৰ উপায়ৰ বিষয়ে আলোচনা কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে ভেন্সক তেওঁৰ সদ্যোজাত পুত্ৰৰ বাবে অভিনন্দ জ্ঞাপন কৰাৰ লগতে মাৰ্কিন “ছেকেণ্ড লেডী”কো ঊষা ভেন্সকো উষ্ম অভিনন্দন জ্ঞাপন কৰে। উল্লেখ্য যে ২০২৫ চনৰ মে’ত পাকিস্তানৰ বিৰুদ্ধে অপাৰেচন সিন্দূৰৰ সময়ত ভেন্সে প্ৰধানমন্ত্ৰী মোদীৰ সৈতে কৰা শেষ ৰাজহুৱা ফোনকল।

তাৎপৰ্যপূৰ্ণ কথাটো হ’ল যে জে ডি ভেন্সে প্ৰধানমন্ত্ৰী মোদীলৈ ফোনকলটো এনে সময় কৰিছে য’ত শেহতীয়াকৈ আমেৰিকাৰ এজন কংগ্ৰেছী সদস্যই ভাৰতৰ FCRA বিধেয়কক লৈ উদ্বেগ প্ৰকাশ কৰিছিল। এন জি অ’, ট্ৰাষ্ট, শিক্ষানুষ্ঠান, ধৰ্মীয় সংগঠনলৈ বিদেশী অনুদানৰ ক্ষেত্ৰত ভাৰতৰ আইনত প্ৰস্তাৱিত পৰিৱৰ্তনক লৈ আমেৰিকাৰ কংগ্ৰেছীগৰাকীয়ে উদ্বেগ প্ৰকাশ কৰে। এই পদক্ষেপে দুয়োখন দেশৰ সম্পৰ্কত প্ৰভাৱ পেলাব পাৰে বুলি সকীয়াই দিয়ে আমেৰিকাৰ কংগ্ৰেছীগৰাকীয়ে

আমেৰিকাৰ কংগ্ৰেছী ৰাইলী মূৰেই অভিযোগ কৰে যে বিদেশী অৱদান নিয়ন্ত্ৰণ আইন (FCRA)ৰ প্ৰস্তাৱিত পৰিৱৰ্তনে ভাৰত চৰকাৰক গীৰ্জা আৰু ধৰ্মীয় দাতব্য সংস্থাসমূহৰ নিয়ন্ত্ৰণ ল’ব পাৰে। তেওঁ এই পদক্ষেপক “খ্ৰীষ্টানসকলৰ ওপৰত প্ৰত্যক্ষ আক্ৰমণ” বুলি অভিহিত কৰে। মূৰৰ এই মন্তব্যৰ পিছতে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কয় যে আইনগত বিষয়সমূহ ভাৰতৰ আভ্যন্তৰীণ বিষয়। মন্ত্ৰালয়ে এই কথাও আঙুলিয়াই দিয়ে যে আমেৰিকাকে ধৰি বহু দেশত বিদেশী পুঁজি নিয়ন্ত্ৰণৰ আইন আছে।

ইয়াৰ উপৰিও ভাৰতৰ ওপৰত আমেৰিকাৰ ১০০% শুল্ক কৰ আৰোপৰ বিষয়টোৰ ঠিক পিছতে মাৰ্কিন উপ ৰাষ্ট্ৰপতিৰ ফোনকলটোৱে বিশেষ তাৎপৰ্য বহন কৰিছে। লগতে শুকুৰবাৰে পাকিস্তান-তুৰ্কী-চৌদী আৰবৰ হৈ যোৱা বিশেষ প্ৰতিৰক্ষা চুক্তিৰ পিছতে অহা ফোনকলটোকো কূটনৈতিক বিশেষজ্ঞসকলে বিশেষ চৰ্চাত ৰাখিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Americaasom live24j d vance
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মাজ আকাশত বিমান হাইজেক! ২৫০ গৰাকী ভাৰতীয় যাত্ৰী থকা এয়াৰ ইণ্ডিয়া বিমানত হাহাকাৰ
ভাৰত

মাজ আকাশত বিমান হাইজেক! ২৫০ গৰাকী ভাৰতীয় যাত্ৰী থকা এয়াৰ ইণ্ডিয়া বিমানত হাহাকাৰ

October 14, 2026
Diwali 2026: ৮ নৱেম্বৰ নে ৯ নৱেম্বৰ? অসমত কেতিয়া কৰিব দীপাৱলী উদযাপন জানক
জীৱনশৈলী

Diwali 2026: ৮ নৱেম্বৰ নে ৯ নৱেম্বৰ? অসমত কেতিয়া কৰিব দীপাৱলী উদযাপন জানক

October 14, 2026
হেৰুৱাব পিতৃ হোৱাৰ স্বপ্ন, যদি পেন্টৰ জেপত ৰাখে মোবাইল ফোন!
জীৱনশৈলী

হেৰুৱাব পিতৃ হোৱাৰ স্বপ্ন, যদি পেন্টৰ জেপত ৰাখে মোবাইল ফোন!

October 14, 2026
অমৃতপ্ৰভা মুক্ত! মুকলি আকাশৰ তলত জুবিন গাৰ্গৰ ঘটনাৰে জড়িত প্ৰথমগৰাকী অভিযুক্ত
অসম

‘Don’t Do this, আঁতৰি দিয়ক!’, অমৃতপ্ৰভাৰ অধিবক্তাই কাক ক’লে এইদৰে?

October 14, 2026
Next Post
দুগুণ দামত কিনিব লাগিব LPG চিলিণ্ডাৰ! দুগুণ দামৰ পৰা পৰিত্ৰাণ পাবলৈ আজিয়েই কৰক এই কাম

দুগুণ দামত কিনিব লাগিব LPG চিলিণ্ডাৰ! দুগুণ দামৰ পৰা পৰিত্ৰাণ পাবলৈ আজিয়েই কৰক এই কাম

‘মোজতাবা খামেনেইৰ অৱস্থা সংকটজনক, মৃত্যুৰ খবৰ পালেও আচৰিত নহ’ব’- কাৰ এই দাবী?

'মোজতাবা খামেনেইৰ অৱস্থা সংকটজনক, মৃত্যুৰ খবৰ পালেও আচৰিত নহ'ব'- কাৰ এই দাবী?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.