• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘মানুহ মাত্রেই ভুল হয়, মোৰো অজানিতে ভুল হ’ব পাৰে, মোৰ ভুলবোৰ দেখুৱাই দিবলৈ দাদা নাই, আপুনিয়েই আঙুলিয়াই দিব’, , মৰ্মিতা মিত্ৰই কি কৈছে জুবিন ভগ্নী পামী বৰঠাকুৰক?

‘মানুহ মাত্রেই ভুল হয়, মোৰো অজানিতে ভুল হ’ব পাৰে, মোৰ ভুলবোৰ দেখুৱাই দিবলৈ দাদা নাই, আপুনিয়েই আঙুলিয়াই দিব’, , মৰ্মিতা মিত্ৰই কি কৈছে জুবিন ভগ্নী পামী বৰঠাকুৰক?

5 months ago
বিপদ আগতে আহে নেকি ছেপ্তেম্বৰত জন্মা লোকৰ? জানক ভাগ্য আৰু স্বভাৱৰ বিষয়ে

বিপদ আগতে আহে নেকি ছেপ্তেম্বৰত জন্মা লোকৰ? জানক ভাগ্য আৰু স্বভাৱৰ বিষয়ে

14 minutes ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, ২০২৬ চনত কি কি বিপদ আহিব পাৰে?

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, ২০২৬ চনত কি কি বিপদ আহিব পাৰে?

49 minutes ago
বিদেশী নহয়, গ্ৰহণ কৰক স্বদেশী! বিদেশ ভ্ৰমণৰ পৰা বিৰত থাকিবলৈ আহ্বান প্ৰধানমন্ত্ৰীৰ

বিদেশী নহয়, গ্ৰহণ কৰক স্বদেশী! বিদেশ ভ্ৰমণৰ পৰা বিৰত থাকিবলৈ আহ্বান প্ৰধানমন্ত্ৰীৰ

2 hours ago
শীঘ্ৰে ৬ ৰাশিৰ সলনি হ’ব ভাগ্য, কেৰিয়াৰত দেখিব বৃহৎ পৰিৱৰ্তন!

শীঘ্ৰে ৬ ৰাশিৰ সলনি হ’ব ভাগ্য, কেৰিয়াৰত দেখিব বৃহৎ পৰিৱৰ্তন!

3 hours ago
Lionel Messi: বিশ্বকাপৰ পৰা কোপা আমেৰিকালৈ… লিয়নেল মেছিয়ে কিমান আন্তঃৰাষ্ট্ৰীয় ট্ৰফী জয় কৰিছিল?

Lionel Messi: বিশ্বকাপৰ পৰা কোপা আমেৰিকালৈ… লিয়নেল মেছিয়ে কিমান আন্তঃৰাষ্ট্ৰীয় ট্ৰফী জয় কৰিছিল?

4 hours ago
বৃদ্ধি পালে বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্য, ঘৰুৱা LPG চিলিণ্ডাৰৰো মূল্য বৃদ্ধি পাব নেকি?

বৃদ্ধি পালে বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্য, ঘৰুৱা LPG চিলিণ্ডাৰৰো মূল্য বৃদ্ধি পাব নেকি?

5 hours ago
হনুমান ভক্তৰ বাবে বিশেষ আজিৰ দিনটো, দূৰ হ’ব জীৱনৰ সকলো সমস্যা!

হনুমানৰ পূজাত নকৰিব এইবোৰ ভুল, এটা ভুলে কৰিব সৰ্বনাশ!

5 hours ago
আজিৰে পৰা গুৱাহাটীত নপাব অ’লা, Uber বা ৰেপিড’, কিন্তু কিয়?

আজিৰে পৰা গুৱাহাটীত নপাব অ’লা, Uber বা ৰেপিড’, কিন্তু কিয়?

6 hours ago
ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ

আজি কেনে যাব আপোনাৰ দিনটো? কোন ৰাশিৰ উদয় হ’ব ভাগ্য জানক

6 hours ago
চৰকাৰী বেংকত চাকৰিৰ সুযোগ, ১ ছেপ্টেম্বৰৰ পৰা আবেদন

চৰকাৰী বেংকত চাকৰিৰ সুযোগ, ১ ছেপ্টেম্বৰৰ পৰা আবেদন

14 hours ago
কম সময়ত ধন বৃদ্ধিৰ সুযোগ, যেতিয়াই বিচাৰে উলিয়াব পাৰিব টকা

কম সময়ত ধন বৃদ্ধিৰ সুযোগ, যেতিয়াই বিচাৰে উলিয়াব পাৰিব টকা

15 hours ago
নেপকিনত চুক্তি স্বাক্ষৰকে ধৰি মেছিৰ জীৱনৰ ৭টা অল্পখ্যাত কাহিনী

নেপকিনত চুক্তি স্বাক্ষৰকে ধৰি মেছিৰ জীৱনৰ ৭টা অল্পখ্যাত কাহিনী

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 1, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

‘মানুহ মাত্রেই ভুল হয়, মোৰো অজানিতে ভুল হ’ব পাৰে, মোৰ ভুলবোৰ দেখুৱাই দিবলৈ দাদা নাই, আপুনিয়েই আঙুলিয়াই দিব’, , মৰ্মিতা মিত্ৰই কি কৈছে জুবিন ভগ্নী পামী বৰঠাকুৰক?

‘মানুহ মাত্রেই ভুল হয়, মোৰো অজানিতে ভুল হ’ব পাৰে, মোৰ ভুলবোৰ দেখুৱাই দিবলৈ দাদা নাই, আপুনিয়েই আঙুলিয়াই দিব’, , মৰ্মিতা মিত্ৰই কি কৈছে জুবিন ভগ্নী পামী বৰঠাকুৰক?

editor by editor
April 17, 2026
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
‘মানুহ মাত্রেই ভুল হয়, মোৰো অজানিতে ভুল হ’ব পাৰে, মোৰ ভুলবোৰ দেখুৱাই দিবলৈ দাদা নাই, আপুনিয়েই আঙুলিয়াই দিব’, , মৰ্মিতা মিত্ৰই কি কৈছে জুবিন ভগ্নী পামী বৰঠাকুৰক?
0
SHARES
809
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
মৰ্মিতা মিত্ৰই জুবিন গাৰ্গৰ গীত বিকৃত কৰা বুলি সামাজিক মাধ্যমত চলিছে চৰ্চা৷ কেইবাগৰাকীও সচেতন ব্যক্তিয়ে সমালোচনা কৰিছে মৰ্মিতাৰ এই কাৰ্যক৷ শুকুৰবাৰে জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰেও মৰ্মিতাক অনুৰোধ জনাই কৰিছিল এই পোষ্ট, ‘সকলো শিল্পী – কলাকুশলী যি সকলে জুবিন দাৰ গীত সমূহ এইবাৰ ব’হাগৰ মঞ্চত অতি শ্ৰদ্ধা আৰু মৰমেৰে perform কৰিছে, তেওঁৰ সৃষ্টিৰাজীক সন্মান জনাইছে, সেই সকলোলৈকে আমাৰ পৰিয়ালৰ ফালৰ পৰা অশেষ ধন্যবাদ জনাইছো 🙏, যদিও ধন্যবাদ এটি সৰু শব্দ মাথোঁ।

মৰ্মিতা মিত্ৰ লৈ বিশেষ অনুৰোধ জনাইছো যাতে জুবিন গাৰ্গৰ গীত সমূহ শুদ্ধভাৱে মঞ্চত পৰিবেশন কৰে, কাৰণ জুবিন গাৰ্গৰ সৃষ্টিৰাজি শুদ্ধভাৱে জনতাৰ মাজত, নতুন প্ৰজন্মৰ মাজত প্ৰচলিত হ’ব লাগিব। Experimentation on musical compositions and improvisation on existing compositions must be very scientifically done and shall maintain the original flavour of the compositions.My best wishes are with her.’
পামী বৰঠাকুৰৰ এই বিশেষ পোষ্টটোৰ পাছতেই এইবাৰ মৰ্মিতাই মিত্ৰইয়ো সামাজিক মাধ্যমত দিছে বিশেষ পোষ্ট৷ মৰ্মিতাই লিখিছে, ‘ওপজা দিনৰ আন্তৰিক শুভেচ্ছা জনালোঁ, বা Dr-Palmee Borthakur 🙏❤️
মই নিজকে ধন্য অনুভৱ কৰিছোঁ যে আপুনি মোক আশীৰ্বাদ আৰু শুভেচ্ছা জনাইছে।
এগৰাকী অগ্ৰজ হিচাপে আপুনি মোক যিবোৰ দিশ আঙুলিয়াই দিছে, সেইবোৰ মই নিশ্চয়ভাৱে মনত ৰাখিম আৰু অনাগত দিনত মানি চলিবলৈ চেষ্টা কৰিম। মোৰ অজানিতে হোৱা ভুলবোৰ আগলৈও আঙুলিয়াই দিব বুলি মই আশাবাদী। আগতে মোৰ ভুলবোৰ শুধৰাবলৈ দাদা আছিল, কিন্তু এতিয়া তেওঁ কায়িকভাৱে আমাৰ মাজত নাই। সেইবাবে আপোনালোক আৰু অসমৰ মৰমিয়াল জনতাই মোৰ ভুলবোৰ শুধৰাই দিব বুলি আশা ৰাখিছোঁ।
কোৱা হয়- মানুহ মাত্রেই ভুল কৰে, আৰু মোৰো অজানিতে ভুল হ’ব পাৰে। কিন্তু অসমবাসীয়ে মনত আঘাত পোৱা কোনো কাম মই কেতিয়াও নকৰোঁ। নিজৰ ভন্টি হিচাপে মোক আশীৰ্বাদ কৰি আগুৱাই যোৱাত সহায় কৰিব বুলি মই গভীৰভাৱে বিশ্বাস কৰোঁ।
শ্ৰদ্ধাৰে, মৰ্মিতা মিত্ৰ’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিপদ আগতে আহে নেকি ছেপ্তেম্বৰত জন্মা লোকৰ? জানক ভাগ্য আৰু স্বভাৱৰ বিষয়ে
জীৱনশৈলী

বিপদ আগতে আহে নেকি ছেপ্তেম্বৰত জন্মা লোকৰ? জানক ভাগ্য আৰু স্বভাৱৰ বিষয়ে

September 1, 2026
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, ২০২৬ চনত কি কি বিপদ আহিব পাৰে?
জীৱনশৈলী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, ২০২৬ চনত কি কি বিপদ আহিব পাৰে?

September 1, 2026
বিদেশী নহয়, গ্ৰহণ কৰক স্বদেশী! বিদেশ ভ্ৰমণৰ পৰা বিৰত থাকিবলৈ আহ্বান প্ৰধানমন্ত্ৰীৰ
ভাৰত

বিদেশী নহয়, গ্ৰহণ কৰক স্বদেশী! বিদেশ ভ্ৰমণৰ পৰা বিৰত থাকিবলৈ আহ্বান প্ৰধানমন্ত্ৰীৰ

September 1, 2026
শীঘ্ৰে ৬ ৰাশিৰ সলনি হ’ব ভাগ্য, কেৰিয়াৰত দেখিব বৃহৎ পৰিৱৰ্তন!
জীৱনশৈলী

শীঘ্ৰে ৬ ৰাশিৰ সলনি হ’ব ভাগ্য, কেৰিয়াৰত দেখিব বৃহৎ পৰিৱৰ্তন!

September 1, 2026
Next Post
গৰমত সঘনাই পেটৰ সমস্যা? ঘৰুৱা উপায়েৰে কৰক দূৰ

গৰমত সঘনাই পেটৰ সমস্যা? ঘৰুৱা উপায়েৰে কৰক দূৰ

EPFO: চৰকাৰী এপৰ জৰিয়তে পৰীক্ষা কৰক PF ৰ ধন, জানক সহজ টিপচ

EPFO: চৰকাৰী এপৰ জৰিয়তে পৰীক্ষা কৰক PF ৰ ধন, জানক সহজ টিপচ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.