• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ইৰানৰ লক্ষ্য ভাৰতীয় জাহাজ, MEA গ্ৰহণ কৰিলে কঠোৰ ব্যৱস্থা

ইৰানৰ লক্ষ্য ভাৰতীয় জাহাজ, MEA গ্ৰহণ কৰিলে কঠোৰ ব্যৱস্থা

2 months ago
কেন্দ্ৰীয় চৰকাৰক প্ৰত্যাহ্বান Telegramৰ, আজি আদালতত শুনানিৰ সম্ভাৱনা

কেন্দ্ৰীয় চৰকাৰক প্ৰত্যাহ্বান Telegramৰ, আজি আদালতত শুনানিৰ সম্ভাৱনা

17 minutes ago
Air Force Rankingত ৰাছিয়াক পিছ পেলালে চীনে, ভাৰত কিমান নম্বৰ স্থানত?

Air Force Rankingত ৰাছিয়াক পিছ পেলালে চীনে, ভাৰত কিমান নম্বৰ স্থানত?

1 hour ago
এইকেইটা ৰাশিৰ লোকে আজি পাব পাৰে নতুন উপাৰ্জনৰ পথ

এইকেইটা ৰাশিৰ লোকে আজি পাব পাৰে নতুন উপাৰ্জনৰ পথ

2 hours ago
বৃদ্ধি হ’ব নেকি IPL-2027ৰ মেচৰ সংখ্যা? সলনি হ’ব পাৰে IPL-2027ৰ সময়!

বৃদ্ধি হ’ব নেকি IPL-2027ৰ মেচৰ সংখ্যা? সলনি হ’ব পাৰে IPL-2027ৰ সময়!

11 hours ago
এই ৫টা আইনী অধিকাৰ জানিলে সহজে নপৰিব বিপদত আপুনি

এই ৫টা আইনী অধিকাৰ জানিলে সহজে নপৰিব বিপদত আপুনি

11 hours ago
Green tea-এ কেৱল ওজন হ্ৰাস কৰাই নহয়, দেহৰ এইকেইটা অংগকো উপকৃত কৰে

Green tea-এ কেৱল ওজন হ্ৰাস কৰাই নহয়, দেহৰ এইকেইটা অংগকো উপকৃত কৰে

12 hours ago
পাকিস্তানী মহিলাৰ বাবে সকাহৰ খবৰ, বাতিল হ’ল ‘Period tax’

পাকিস্তানী মহিলাৰ বাবে সকাহৰ খবৰ, বাতিল হ’ল ‘Period tax’

12 hours ago
বুজাবুজি চুক্তিত স্বাক্ষৰৰ পিছতো এই ৩ টা কাৰণত ভাঙিব পাৰে আমেৰিকা–ইৰানৰ শান্তি চুক্তি

বুজাবুজি চুক্তিত স্বাক্ষৰৰ পিছতো এই ৩ টা কাৰণত ভাঙিব পাৰে আমেৰিকা–ইৰানৰ শান্তি চুক্তি

14 hours ago
বহু তাৰকাই সেৱন কৰা সেই বিখ্যাত পানী আৰু G7 শীৰ্ষ সন্মিলন অনুষ্ঠিত কৰা চহৰখন

বহু তাৰকাই সেৱন কৰা সেই বিখ্যাত পানী আৰু G7 শীৰ্ষ সন্মিলন অনুষ্ঠিত কৰা চহৰখন

15 hours ago
এলন মাক্সৰ SpaceXৰ ৬০ বিলিয়ন ডলাৰৰ চুক্তিয়ে কেনেদৰে সলনি কৰিলে অমন সাংগাৰৰ ভাগ্য

এলন মাক্সৰ SpaceXৰ ৬০ বিলিয়ন ডলাৰৰ চুক্তিয়ে কেনেদৰে সলনি কৰিলে অমন সাংগাৰৰ ভাগ্য

15 hours ago
COVID প্ৰতিষেধক লোৱাৰ পিছত Anxiety, Stress আৰু Depression বাঢ়ে নেকি?

COVID প্ৰতিষেধক লোৱাৰ পিছত Anxiety, Stress আৰু Depression বাঢ়ে নেকি?

16 hours ago
আপোনাৰ বাহনৰ ‘মাইলেজ’ কমিছে নেকি? পূৰ্বতকৈ বৃদ্ধি হৈছে নেকি মেৰামতিৰ ব্যয়?

আপোনাৰ বাহনৰ ‘মাইলেজ’ কমিছে নেকি? পূৰ্বতকৈ বৃদ্ধি হৈছে নেকি মেৰামতিৰ ব্যয়?

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, June 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

ইৰানৰ লক্ষ্য ভাৰতীয় জাহাজ, MEA গ্ৰহণ কৰিলে কঠোৰ ব্যৱস্থা

ইৰানৰ লক্ষ্য ভাৰতীয় জাহাজ, MEA গ্ৰহণ কৰিলে কঠোৰ ব্যৱস্থা

editor by editor
April 18, 2026
in বিবিধ, বিশ্ব, লেখা
0
ইৰানৰ লক্ষ্য ভাৰতীয় জাহাজ, MEA গ্ৰহণ কৰিলে কঠোৰ ব্যৱস্থা
0
SHARES
945
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

হৰমুজ জলদ্বীপ অতিক্ৰম কৰা দুখন বাণিজ্যিক জাহাজৰ ওপৰত গুলীচালনা। ইৰানৰ নৌসেনাই ভাৰতীয় জাহাজক লক্ষ্য কৰি গুলীচালনা কৰে। এই বিষয়টোক লৈ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ত ইৰানৰ ৰাষ্ট্ৰদূতক মাতি অনা হৈছে। ভাৰতীয় টেংকাৰখনক আক্ৰমণৰ বিৰোধিতা প্ৰকাশ কৰি চৰকাৰে এক বাৰ্তা প্ৰেৰণ কৰিছে। খবৰ অনুসৰি ভাৰতীয় জাহাজখনৰ ওপৰত এই আক্ৰমণ ওমানৰ সমীপতে সংঘটিত হৈছিল। ইফালে ভাৰতৰ কঠোৰ স্থিতিৰ লগে লগে ইৰাণৰ ৰাষ্ট্ৰদূত মহম্মদ ফাথালী বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ত উপস্থিত হয়।

ইৰাকৰ পৰা তেহৰাণলৈকে দুখন জাহাজ হৰমুজ জলদ্বীপত আক্ৰমণ। ইৰানৰ নৌসেনাই ভাৰতীয় জাহাজখনৰ ওপৰত গুলীচালনা কৰে। ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে ব্যৱস্থা গ্ৰহণ কৰি ইৰানৰ ৰাষ্ট্ৰদূতক মাতি আনিছে। সূত্ৰ অনুসৰি হৰমুজ জলদ্বীপত ভাৰতীয় জাহাজখনৰ ওপৰত হোৱা আক্ৰমণক লৈ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে উদ্বেগ প্ৰকাশ কৰিছে। মন্ত্ৰালয়ে ইৰাণৰ ৰাষ্ট্ৰদূত ড০ মহম্মদ ফাথালীক মাতি আনুষ্ঠানিক প্ৰতিবাদ দাখিল কৰে। জাহাজসমূহে টেংকাৰত প্ৰায় ২০ লাখ বেৰেল ইৰানী তেল কঢ়িয়াই লৈ গৈছিল। এই ঘটনাই অঞ্চলটোত আৰু অধিক উত্তেজনা বৃদ্ধি কৰিছে। ইতিমধ্যে আমেৰিকা আৰু ইৰাণৰ মাজত সংঘাত চলি থকাৰ সময়তে এই ঘটনা সংঘটিত হৈছে, আৰু হৰমুজ অঞ্চল অতি স্পৰ্শকাতৰ হৈয়ে আছে।

বিশাল তেল টেংকাৰখন হৰমুজ জলদ্বীপৰ কাষেৰে পাৰ হৈ গৈছিল, সেই সময়ত টাৰ্গেট কৰি গুলী চলোৱা হয়। অৱশ্যে এই পৰ্যন্ত কোনো বৃহৎ ক্ষতি বা হতাহতিৰ খবৰ পোৱা নাই। ইৰাণৰ যুদ্ধই বৰ্তমান বিভ্ৰান্তিৰ সৃষ্টি কৰিছে বুলি সূত্ৰই প্ৰকাশ কৰিছে। ইৰাণৰ বিভিন্ন বাহিনী আৰু ইউনিটে ইজনে সিজনৰ লগত সম্পূৰ্ণ সমন্বয় স্থাপন নকৰাৰ ফলত ইয়াৰ সৃষ্টি হৈছে। আমেৰিকাই ভুলবশতঃ নিজৰ জাহাজ বা মিত্ৰশক্তিৰ ওপৰত গুলীচালনাৰ পূৰ্বৰ ঘটনা এই যুদ্ধৰ সময়ত সংঘটিত হৈছে।

ইৰানে পুনৰ বন্ধ কৰিলে হৰমুজ জলদ্বীপ

ইয়াৰ পূৰ্বে শনিবাৰে পুৱা ইৰানে ঘোষণা কৰে যে হৰমুজ জলদ্বীপ পূৰ্বৰ অৱস্থালৈ ঘূৰি আহিছে। ইৰানৰ বন্দৰসমূহত আমেৰিকাই অৱৰোধ কৰাৰ প্ৰতিক্ৰিয়া স্বৰূপে ইৰাণে হৰমুজ জলদ্বীপৰ ওপৰত পুনৰ কঠোৰ নিয়ন্ত্ৰণ আৰোপ কৰিছে বুলি কয়। এই ঘোষণাৰ পিছতে বহু বাণিজ্যিক জাহাজে হৰমুজৰ মাজেৰে পাৰ হোৱাৰ প্ৰচেষ্টা পৰিত্যাগ কৰিছে। এই পথেৰে এতিয়া কোনো জাহাজ যাত্ৰা কৰা নাই।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কেন্দ্ৰীয় চৰকাৰক প্ৰত্যাহ্বান Telegramৰ, আজি আদালতত শুনানিৰ সম্ভাৱনা
ভাৰত

কেন্দ্ৰীয় চৰকাৰক প্ৰত্যাহ্বান Telegramৰ, আজি আদালতত শুনানিৰ সম্ভাৱনা

June 19, 2026
Air Force Rankingত ৰাছিয়াক পিছ পেলালে চীনে, ভাৰত কিমান নম্বৰ স্থানত?
বিশ্ব

Air Force Rankingত ৰাছিয়াক পিছ পেলালে চীনে, ভাৰত কিমান নম্বৰ স্থানত?

June 19, 2026
এইকেইটা ৰাশিৰ লোকে আজি পাব পাৰে নতুন উপাৰ্জনৰ পথ
বিবিধ

এইকেইটা ৰাশিৰ লোকে আজি পাব পাৰে নতুন উপাৰ্জনৰ পথ

June 19, 2026
বৃদ্ধি হ’ব নেকি IPL-2027ৰ মেচৰ সংখ্যা? সলনি হ’ব পাৰে IPL-2027ৰ সময়!
বিনোদন

বৃদ্ধি হ’ব নেকি IPL-2027ৰ মেচৰ সংখ্যা? সলনি হ’ব পাৰে IPL-2027ৰ সময়!

June 18, 2026
Next Post
মহিলাসকলৰ কিয় বৃদ্ধি হৈছে PCOD বা Cyst ৰ দৰে সমস্যা? জানক ইয়াৰ লক্ষণ

মহিলাসকলৰ কিয় বৃদ্ধি হৈছে PCOD বা Cyst ৰ দৰে সমস্যা? জানক ইয়াৰ লক্ষণ

‘মহিলাই কেতিয়াও অপমান নাপাহৰে’, মহিলা সংৰক্ষণ বিধেয়কক লৈ কংগ্ৰেছক কটাক্ষ প্ৰধানমন্ত্ৰী মোদীৰ

'মহিলাই কেতিয়াও অপমান নাপাহৰে', মহিলা সংৰক্ষণ বিধেয়কক লৈ কংগ্ৰেছক কটাক্ষ প্ৰধানমন্ত্ৰী মোদীৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.