• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১২ বছৰৰ মূৰত কুম্ভমেলা অনুষ্ঠিত হয়, কিন্তু ২০২৫ৰ পাছত আকৌ ২০২৭ত কুম্ভমেলাৰ আয়োজন কিয়?

১২ বছৰৰ মূৰত কুম্ভমেলা অনুষ্ঠিত হয়, কিন্তু ২০২৫ৰ পাছত আকৌ ২০২৭ত কুম্ভমেলাৰ আয়োজন কিয়?

4 months ago
৯ লাখ টকাৰ বৃত্তি পোৱাৰ সোণালী সুযোগ! কেনেকৈ কৰিব আবেদন?

৯ লাখ টকাৰ বৃত্তি পোৱাৰ সোণালী সুযোগ! কেনেকৈ কৰিব আবেদন?

5 hours ago
আঙুলিত অৰ্ধচন্দ্ৰৰ চিন? কোনো মাৰাত্মক ৰোগৰ লক্ষণ নেকি জানক

কাইলৈ কেনে যাব আপোনাৰ দিনটো? ৪ ৰাশিৰ হাতলৈ আহিব ধন!

6 hours ago
শৰীৰৰ কোন অংশৰ তিলে সলাব পাৰে আপোনাৰ ভাগ্য?

শৰীৰৰ কোন অংশৰ তিলে সলাব পাৰে আপোনাৰ ভাগ্য?

6 hours ago
গা ধুলে প্ৰস্ৰাৱ কৰে নেকি? তেন্তে পৰিব পাৰে ভয়ংকৰ বিপদত!

প্ৰস্ৰাৱত অধিক ফেন? নকৰিব আওকান, হ’ব পাৰে এইসমূহ গুৰুতৰ ৰোগ

7 hours ago
মাহেকীয়াত Pain Killer সেৱনে মাতৃ হোৱাৰ সপোন শেষ কৰে নেকি?

মাহেকীয়াৰ পূৰ্বে অত্যাধিক বগাস্ৰাৱ? এয়া স্বাভাৱিক নে চিন্তাৰ বিষয় জানক

7 hours ago
কিয় চাকৰি কৰা যুৱতী পচন্দ কৰে পুৰুষে? আঁৰত আছে ৫ টা কাৰণ

পুৰুষৰ তুলনাত এইটো বস্তু বেছি থাকে নাৰীৰ! জানি হ’ব আচৰিত

8 hours ago
২৭ নে ২৮ আগষ্টত ৰাখীবন্ধন? জানক এই দিনটোৰ ইতিহাস আৰু মহত্ব

২৭ নে ২৮ আগষ্টত ৰাখীবন্ধন? জানক এই দিনটোৰ ইতিহাস আৰু মহত্ব

9 hours ago
কি ৰঙৰ মানিবেগে ভাগ্য সলনি কৰে? বাস্তু মতে শুভ ৰং জানি লওক

কি ৰঙৰ মানিবেগে ভাগ্য সলনি কৰে? বাস্তু মতে শুভ ৰং জানি লওক

9 hours ago
প্ৰতিমাহে ৫০০০ টকাৰ SIP ৰে ১০ বছৰত উপাৰ্জন কৰক লাখ লাখ টকা

প্ৰতিমাহে ৫০০০ টকাৰ SIP ৰে ১০ বছৰত উপাৰ্জন কৰক লাখ লাখ টকা

10 hours ago
সাগৰৰ পৰা স্থললৈ… ইৰাণক অৰ্থনৈতিকভাৱে আক্ৰমণ কৰিবলৈ ট্ৰাম্পে ৰচনা কৰিছে ‘চক্ৰবেহু’

সাগৰৰ পৰা স্থললৈ… ইৰাণক অৰ্থনৈতিকভাৱে আক্ৰমণ কৰিবলৈ ট্ৰাম্পে ৰচনা কৰিছে ‘চক্ৰবেহু’

10 hours ago
৪ দিন বন্ধ থাকিব বেংক, সমস্যা হ’ব নেকি ধনৰ লেনদেনত?

অহা সপ্তাহত বন্ধ থাকিব বেংক, শীঘ্ৰে সম্পূৰ্ণ কৰক গুৰুত্বপূৰ্ণ কাম

12 hours ago
পুনৰ ভুমিকম্প! ৰিখটাৰ স্কেলত প্ৰাৱল্য ৫.৯,  আহত ২৩ গৰাকী

পুনৰ ভুমিকম্প! ৰিখটাৰ স্কেলত প্ৰাৱল্য ৫.৯, আহত ২৩ গৰাকী

12 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, August 23, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

১২ বছৰৰ মূৰত কুম্ভমেলা অনুষ্ঠিত হয়, কিন্তু ২০২৫ৰ পাছত আকৌ ২০২৭ত কুম্ভমেলাৰ আয়োজন কিয়?

১২ বছৰৰ মূৰত কুম্ভমেলা অনুষ্ঠিত হয়, কিন্তু ২০২৫ৰ পাছত আকৌ ২০২৭ত কুম্ভমেলাৰ আয়োজন কিয়?

editor by editor
April 21, 2026
in জীৱনশৈলী, বিবিধ, লেখা
0
১২ বছৰৰ মূৰত কুম্ভমেলা অনুষ্ঠিত হয়, কিন্তু ২০২৫ৰ পাছত আকৌ ২০২৭ত কুম্ভমেলাৰ আয়োজন কিয়?
0
SHARES
515
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

প্ৰত্যেক ১২ বছৰৰ মূৰে মূৰে প্ৰয়াগৰাজত অনুষ্ঠিত হয় কুম্ভমেলা৷ কিন্তু তাৰমাজতো দুবাৰকৈ কুম্ভমেলা আয়োজিত হয়৷ পৰবৰ্তী কুম্ভমেলা অনুষ্ঠিত হ’ব ২০২৭ চনত৷ এইবাৰ আয়োজক চহৰ মহাৰাষ্ট্ৰৰ নাছিক৷

কিয় মাত্ৰ দুবছৰৰ ভিতৰতেই পৰবৰ্তী কুম্ভমেলাৰ আয়োজন কৰা হৈছে? সেই বিষয়েও বহুতেই জানিবলৈ আগ্ৰহী হৈ আছে৷ দেশৰ মুঠ ৪খন চহৰত কুম্ভমেলা হয়৷ প্ৰয়াগৰাজ, হৰিদ্বাৰ, নাছিক আৰু উজ্জয়িনী৷ প্ৰতিখন চহৰত কুম্ভমেলা আয়োজনৰ পৃথক হিচাপ আছে৷ সেই হিচাপ অনুসৰি নাচিকত পৰবৰ্তী কুম্ভৰ বছৰ ২০২৭ চন৷ নাছিক আৰু উজ্জয়িনীত কুম্ভমেলাৰ আয়োজন হ’ব ১২ বছৰৰ পাছত৷ এই মেলাক পূৰ্ণ কুম্ভমেলাই কোৱা হয়৷ ইয়াৰ গোদাবৰী নদীৰ তীৰত নাছিকত পূৰ্ণ কুম্ভমেলা হৈছিল ২০১৫চনত৷ সেই হিচাপ অনুসৰি ১২ বছৰ সম্পূৰ্ণ হ’ব ২০২৭ত৷

২০২৭ চনৰ ১৭ জুলাইৰ পৰা ১৭ আগষ্ট পৰ্যন্ত চলিব কুম্ভমেলা৷ শিপ্ৰা নদীৰ ধাৰত উজ্জয়িনীত শেষবাৰ কুম্ভমেলা হৈছিল ২০১৬ চনত৷ ১২ বছৰৰ হিচাপ অনুসৰি তাতেই  আকৌ পূৰ্ণকুম্ভ আয়োজিত হ’ব ২০২৮ চনত৷ অৰ্থাৎ দুবছৰৰ ভিতৰতেই মহাৰাষ্ট্ৰ আৰু মধ্যপ্ৰদেশত দুটাকৈ কুম্ভমেলা আয়োজিত হ’ব৷

প্ৰয়াগৰাজ আৰু হৰিদ্বাৰৰ ক্ষেত্ৰত কুম্ভমেলাৰ হিচাপ কিছু পৃথক৷  এই দুই চহৰত ১২ বছৰৰ অন্তৰে অন্তৰে পূৰ্ণকুম্ভৰ ওপৰিও ৬ বছৰৰ অন্তৰে অন্তে এটা অৰ্ধ কুম্ভমেলাও আয়োজন কৰা হয়৷ প্ৰয়াগৰাজৰ পৰবৰ্তী কুম্ভমেলাটো আৰু ৬ বছৰৰ পাছত অৰ্থাৎ ২০৩১ চনত অনুষ্ঠিত হ’ব৷

হৰিদ্বাৰত শেষবাৰ কুম্ভমেলা হৈছিল ২০২১ চনত৷ সেয়া আছিল পূৰ্ণকুম্ভ৷ নিয়ম অনুসৰি হৰিদ্বাৰত ২০২৭ চনত এটা অৰ্ধ কুম্ভমেলাৰ আয়োজন হোৱাৰ কথা৷ ২০২৭ চনত একেবছৰতেই সেয়ে দুইস্থানত কুম্ভমেলাৰ আয়োজন হ’ব৷ অৱশ্যে এই দুই কুম্ভ মেলাৰ আয়োজনৰ সময় ভিন্ন৷ হৰিদ্বাৰত এপ্ৰিল মাহত কুম্ভমেলাৰ আয়োজন কৰা হয়৷ নাছিকৰ কুম্ভমেলাৰ সময় জুলাই আৰু আগষ্ট৷ উজ্জয়িনীতো কুম্ভমেলা হয় এপ্ৰিল মাহত৷

পূৰ্ণ আৰু অৰ্ধকুম্ভৰ বাহিৰেও এক কুম্ভমেলা আছে যাক কোৱা হয় মহাকুম্ভ৷ কুম্ভৰ আয়োজন কৰা স্থানত ১৩ টা পূৰ্ণকুম্ভ সম্পূৰ্ণ হ’লে মহাকুম্ভ হয়৷ অৰ্থাৎ চলিত বছৰত প্ৰয়াগৰাজত অনুষ্ঠিত হৈ অহাৰ  কুম্ভৰ মুঠ ১৩টা পূৰ্ণ কুম্ভ সম্পূৰ্ণ হৈছিল সেয়ে এই কুম্ভক মহাকুম্ভ বুলি কোৱা হৈছে৷ সম্প্ৰতি প্ৰয়াগৰাজৰ সেই ১৩ তম মহাকুম্ভৰেই আয়োজন কৰা হৈছিল৷ সেয়ে এই মেলাৰ জনপ্ৰিয়তা আৰু চাহিদা আছিল তুলনামূলকভাৱে বেছি৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

৯ লাখ টকাৰ বৃত্তি পোৱাৰ সোণালী সুযোগ! কেনেকৈ কৰিব আবেদন?
শিক্ষা

৯ লাখ টকাৰ বৃত্তি পোৱাৰ সোণালী সুযোগ! কেনেকৈ কৰিব আবেদন?

August 23, 2026
আঙুলিত অৰ্ধচন্দ্ৰৰ চিন? কোনো মাৰাত্মক ৰোগৰ লক্ষণ নেকি জানক
জীৱনশৈলী

কাইলৈ কেনে যাব আপোনাৰ দিনটো? ৪ ৰাশিৰ হাতলৈ আহিব ধন!

August 23, 2026
শৰীৰৰ কোন অংশৰ তিলে সলাব পাৰে আপোনাৰ ভাগ্য?
জীৱনশৈলী

শৰীৰৰ কোন অংশৰ তিলে সলাব পাৰে আপোনাৰ ভাগ্য?

August 23, 2026
গা ধুলে প্ৰস্ৰাৱ কৰে নেকি? তেন্তে পৰিব পাৰে ভয়ংকৰ বিপদত!
জীৱনশৈলী

প্ৰস্ৰাৱত অধিক ফেন? নকৰিব আওকান, হ’ব পাৰে এইসমূহ গুৰুতৰ ৰোগ

August 23, 2026
Next Post
শীঘ্ৰে পাব ৫ ৰাশিৰ লোকে সুখবৰ, জানক দৈনিক ৰাশিফল

শীঘ্ৰে পাব ৫ ৰাশিৰ লোকে সুখবৰ, জানক দৈনিক ৰাশিফল

শনিয়ে বনাব ৰজা, শনিৰ দৃষ্টিয়ে সলাব আপোনাৰ ভাগ্য!

শনিৰ কৃপাই সলাব জীৱন, জানক কি কি ৰাশিৰ ওপৰত পৰিব প্ৰভাৱ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.