• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শনিৰ বক্ৰী দশা ৩ৰাশিৰ বাবে লাকী! ১৩৮ দিন শনিৰ কৃপাত উন্নতিয়েই উন্নতি কৰিব এইকেইটা ৰাশিয়ে

শনিৰ বক্ৰী দশা ৩ৰাশিৰ বাবে লাকী! ১৩৮ দিন শনিৰ কৃপাত উন্নতিয়েই উন্নতি কৰিব এইকেইটা ৰাশিয়ে

4 months ago
স্বামী হ’ব আপোনাৰ প্ৰেমত বলিয়া, নিশা শোৱাৰ পূৰ্বে কৰক মাত্ৰ এই কাম!

পুৰুষে প্ৰথম মহিলাৰ ক’ত চকু দিয়ে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

3 hours ago
8th Pay Commission: মৌলিক দৰমহা ৬৫% বৃদ্ধিৰ প্ৰস্তুতি? HRA, TA আৰু DA একত্ৰীকৰণে সলাব আপোনাৰ পে-স্লিপ

8th Pay Commissionৰ ডাঙৰ আপডেট, জানক ৫ টা শেহতীয়া আপডেট

4 hours ago
নৱেম্বৰ মাহ পৰ্যন্ত এই ৪ৰাশিক লাভ দিব শনি আৰু কেতুৱে, আৰ্থিক লাভ কোন কোন ৰাশিৰ কপালত আছে?

ধন আৰু মান হানি, যদি শনিবাৰে কৰে এইবোৰ কাম!

4 hours ago
বৃহস্পতিৰ গোচৰত সলনি হ’ব পৰিকল্পনা, ৬ ৰাশিৰ লোক হওক সাৱধান!

ছেপ্টেম্বৰত শুক্ৰই কৰিব তুলা ৰাশিত গোচৰ, আহিব ৰাজযোগ!

4 hours ago
Daily Horoscope: গ্ৰহই সলাব গতি, উদয় হ’ব ভাগ্য! আজি কেনেকুৱা যাব আপোনাৰ দিনটো?

৩ ৰাশিৰ ভাগ্যই দেখুৱাব খেল! জানক কাইলৈ আপোনাৰ দিনটো কেনেকুৱা হ’ব?

5 hours ago
ঘোঁৰাৰ দৰে দৌৰিব পাব শক্তি! পুৰুষসকলে গ্ৰহণ কৰক মাত্ৰ ৪ বিধ বস্তু!

ঘোঁৰাৰ দৰে দৌৰিব পাব শক্তি! পুৰুষসকলে গ্ৰহণ কৰক মাত্ৰ ৪ বিধ বস্তু!

5 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

সাৱধান হওক ৪ ৰাশিৰ লোক, ছেপ্টেম্বৰত পৰিব ডাঙৰ বিপদ!

6 hours ago
গ্ৰীণ ৰুমৰ ভিতৰত সুন্দৰী অভিনেত্ৰীক চুম্বন! থিয়েটাৰৰ অভিজ্ঞতা প্ৰকাশ কৰিলে ময়ুৰী গৌতমে

গ্ৰীণ ৰুমৰ ভিতৰত সুন্দৰী অভিনেত্ৰীক চুম্বন! থিয়েটাৰৰ অভিজ্ঞতা প্ৰকাশ কৰিলে ময়ুৰী গৌতমে

6 hours ago
বন্ধ হৈ পৰিব অনলাইন OLA, উবেৰ, ৰেপিড’! হুংকাৰ চালকৰ

বন্ধ হৈ পৰিব অনলাইন OLA, উবেৰ, ৰেপিড’! হুংকাৰ চালকৰ

7 hours ago
সস্তা হ’ব নেকি সোণৰ মূল্য? বিশেষজ্ঞই দিলে ইংগিত

সস্তা হ’ব নেকি সোণৰ মূল্য? বিশেষজ্ঞই দিলে ইংগিত

9 hours ago
‘চকুৰ পচাৰতে দুখনকৈ বাছ উটি গ’ল’, নেপালৰ জলপ্ৰলয়ত প্ৰাণ ৰক্ষা পৰা তীৰ্থযাত্ৰীৰ শিহৰণকাৰী বৰ্ণনা

‘চকুৰ পচাৰতে দুখনকৈ বাছ উটি গ’ল’, নেপালৰ জলপ্ৰলয়ত প্ৰাণ ৰক্ষা পৰা তীৰ্থযাত্ৰীৰ শিহৰণকাৰী বৰ্ণনা

9 hours ago
ফোনৰ চাৰ্জ নিমিষতে শেষ? শীঘ্ৰে সলনি কৰক এই ৫ টা অভ্যাস

ফোনৰ চাৰ্জ নিমিষতে শেষ? শীঘ্ৰে সলনি কৰক এই ৫ টা অভ্যাস

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, August 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

শনিৰ বক্ৰী দশা ৩ৰাশিৰ বাবে লাকী! ১৩৮ দিন শনিৰ কৃপাত উন্নতিয়েই উন্নতি কৰিব এইকেইটা ৰাশিয়ে

শনিৰ বক্ৰী দশা ৩ৰাশিৰ বাবে লাকী! ১৩৮ দিন শনিৰ কৃপাত উন্নতিয়েই উন্নতি কৰিব এইকেইটা ৰাশিয়ে

editor by editor
April 25, 2026
in জীৱনশৈলী
0
শনিৰ বক্ৰী দশা ৩ৰাশিৰ বাবে লাকী! ১৩৮ দিন শনিৰ কৃপাত উন্নতিয়েই উন্নতি কৰিব এইকেইটা ৰাশিয়ে
0
SHARES
1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জ্যোতিষশাস্ত্ৰত শনিদেৱক এক ন্যায়পৰায়ণ গ্ৰহ হিচাপে গণ্য কৰা হয়৷ যিয়ে মানুহক কৰ্মফল প্ৰদান কৰে৷ তাৰ গতিবিধি আৰু অৱস্থানে এজন ব্যক্তিৰ সুখ-দুঃখ, কঠোৰ পৰিশ্ৰম আৰু তাৰ ফলাফলৰ ওপৰত প্ৰভাৱ পেলায়৷ যেতিয়া শনিয়ে তাৰ ৰাশি, নক্ষত্ৰ বা নক্ষত্ৰৰ পদ পৰিবৰ্তন কৰে তেতিয়া তাৰ প্ৰভাৱ সমস্ত ৰাশিৰ ওপৰতেই অনুভূত হয়৷

শনি অত্যন্ত ধীৰ গতি সম্পন্ন এক গ্ৰহ৷ আৰু ঠিক সেই কাৰণেই ইয়াৰ প্রভাৱ দীৰ্ঘস্থায়ী হয়৷ যেতিয়া শনি বক্ৰী বা পশ্চাৎমুখী হয়, তেতিয়া অতীতত কৰা কামৰ ফল স্পষ্ট হৈ উঠে৷ জ্যোতিষশাস্ত্ৰত শনিৰ এক বিশেষ স্থান আছে৷ শনিক কৰ্মফলদাতা হিচাপে গণ্য কৰা হয়৷ মানুহৰ প্ৰচেষ্টাৰ সঠিক আৰু কাঙ্ক্ষিত ফল প্ৰদানকাৰী গ্ৰহ হিচাপে শনি সুপৰিচিত৷

এক নিৰ্দিষ্ট ৰাশিৰ ওপৰত শনিৰ প্ৰভাৱ দীৰ্ঘকাল ধৰি বৰ্তি থাকে৷ এটা এটা ৰাশিত প্ৰায় আঢ়ৈ বছৰ অৱস্থান কৰে আৰু দীৰ্ঘ সময়ৰ ভিতৰত বক্ৰ গতি, স্বাভাৱিক গতি, অস্ত আৰু উদয় ইত্যাদি বিভিন্ন পৰিবৰ্তনৰ মাজেৰে অতিক্ৰম কৰে৷

২০২৬ চনৰ ২৭ জুলাইৰ পৰা শনি মীন ৰাশিত বক্ৰী হব৷ শনিৰ এই বক্ৰী দশা প্ৰায় ১৩৮ দিন ধৰি চলিব৷ কিছু লোকৰ বাবে এই সময়কাল পৰীক্ষামূলক সময় হৈ উঠিব পাৰে৷ নিৰ্দিষ্ট তিনিটা ৰাশিৰ জাতক জাতিকাই এক সৌভাগ্যময় সময় কটাব৷ জ্যোতিষীৰ মতে বিশেষকৈ অৰ্থ, চাকৰি, ব্যৱসায় আৰু পাৰিবাৰিক সম্পৰ্কৰ ক্ষেত্ৰত ইতিবাচক সময় হ’ব৷ জ্যোতিষীৰ মতে বিশেষকৈ অৰ্থ, চাকৰি, ব্যৱসায় আৰু পাৰিবাৰিক সম্পৰ্কৰ ক্ষেত্ৰত ইতিবাচক পৰিবৰ্তন অহাৰ প্ৰৱল সম্ভাৱনা আছে৷

তুলা ৰাশি

শনিৰ এই গোচৰ তুলা ৰাশিৰ জাতক জাতিকাৰ বাবে স্বস্তি কঢ়িয়াই আনিব পাৰে৷ ষষ্ঠ ঘৰত শনিৰ অৱস্থানৰ ফলত শত্ৰু আৰু বিভিন্ন সমস্যাৰ পৰা মুক্তি পোৱাৰ প্ৰৱল সম্ভাৱনা আছে৷ চাকৰি আৰু ব্যৱসায় কিংবা ব্যক্তিগত জীৱনত দীৰ্ঘদিনৰ বাধা দূৰ হব পাৰে৷ নতুন চাকৰিৰ সুযোগ আহিব পাৰে৷ যিসকলে নতুন ব্যৱসায় আৰম্ভ কৰিব খুজিছে তেওঁলোকৰ বাবে এই সময় অনুকূল৷ ইয়াৰোপৰি আয় বৃদ্ধি পাব আৰু ঋণমুক্ত হোৱাৰ সম্ভাৱনা আছে৷

বৃশ্চিক ৰাশি

শনিৰ বক্ৰগতি বৃশ্চিকৰ বাবে বহু সুফল কঢ়িয়াই আনিব পাৰে৷ পঞ্চম ঘৰত শনিৰ অৱস্থানৰ প্ৰভাৱত হঠাৎ আৰ্থিক লাভ হব পাৰে৷ দীৰ্ঘকাল ধৰি পোৱা টকা উভতাই পোৱাৰ সম্ভাৱনা আছে৷ কাৰোবাক ধাৰ দিয়াৰ অৰ্থ উভতাই পাব পাৰে৷ ইয়াৰ ফলত আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পাব৷ পাৰিবাৰিক জীৱনলৈকো উন্নতি অহাৰ সম্ভাৱনা আছে৷ দাম্পত্য জীৱনৰ ভুল বুজাবুজি বা মতপাৰ্থক্য কমি আহিব পাৰে৷ জীৱনসংগীৰ সৈতে সম্পৰ্ক আৰু সুদৃঢ় হব৷

কুম্ভ ৰাশি

কুম্ভ ৰাশিৰ জাতকৰ বাবে এই সময় অত্যন্ত অনুকূল হব৷ শনিৰ বক্ৰগতিয়ে দ্বিতীয় ঘৰৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিব৷ এই ঘৰটো অৰ্থ, পৰিয়াল আৰু বাচনভংগীৰ দৰে বিষয়সমূহৰ সৈতে সম্পৰ্কিত৷ দীৰ্ঘকাল ধৰি ৰৈ থকা বা অসমাপ্ত কাম সম্পন্ন হোৱাৰ সম্ভাৱনা আছে৷ চাকৰিয়ালৰ পদোন্নতি কিংবা নতুন কোনো দায়িত্ব লাভৰ সম্ভাৱনা আছে৷ ব্যৱসায়ীয়ে ভাল মুনাফা অৰ্জন কৰিব পাৰে৷ পাৰিবাৰিক পৰিবেশৰ উন্নতি আৰু পুৰণি বিবাদৰ মীমাংসা হব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

স্বামী হ’ব আপোনাৰ প্ৰেমত বলিয়া, নিশা শোৱাৰ পূৰ্বে কৰক মাত্ৰ এই কাম!
জীৱনশৈলী

পুৰুষে প্ৰথম মহিলাৰ ক’ত চকু দিয়ে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

August 29, 2026
নৱেম্বৰ মাহ পৰ্যন্ত এই ৪ৰাশিক লাভ দিব শনি আৰু কেতুৱে, আৰ্থিক লাভ কোন কোন ৰাশিৰ কপালত আছে?
জীৱনশৈলী

ধন আৰু মান হানি, যদি শনিবাৰে কৰে এইবোৰ কাম!

August 29, 2026
বৃহস্পতিৰ গোচৰত সলনি হ’ব পৰিকল্পনা, ৬ ৰাশিৰ লোক হওক সাৱধান!
জীৱনশৈলী

ছেপ্টেম্বৰত শুক্ৰই কৰিব তুলা ৰাশিত গোচৰ, আহিব ৰাজযোগ!

August 29, 2026
Daily Horoscope: গ্ৰহই সলাব গতি, উদয় হ’ব ভাগ্য! আজি কেনেকুৱা যাব আপোনাৰ দিনটো?
জীৱনশৈলী

৩ ৰাশিৰ ভাগ্যই দেখুৱাব খেল! জানক কাইলৈ আপোনাৰ দিনটো কেনেকুৱা হ’ব?

August 29, 2026
Next Post
বিজেপিলৈ গৈ জগৰ লগালে ৰাঘৱ চাদ্দাই! হ্ৰাস পালে জনপ্ৰিয়তা

বিজেপিলৈ গৈ জগৰ লগালে ৰাঘৱ চাদ্দাই! হ্ৰাস পালে জনপ্ৰিয়তা

নিশা টোপনিত নকৰিব এইবোৰ ভুল, ডাঙৰ সমস্যাত পৰিব আপুনি!

নিশা টোপনিত নকৰিব এইবোৰ ভুল, ডাঙৰ সমস্যাত পৰিব আপুনি!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.