• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নিশা টোপনিত নকৰিব এইবোৰ ভুল, ডাঙৰ সমস্যাত পৰিব আপুনি!

2 hours ago
World Malaria Day 2026: শৰীৰৰ বিষ আৰু অত্যাধিক জ্বৰ, মেলেৰিয়া ডেংগুতকৈ কিমান পৃথক?

13 minutes ago
মাত্ৰ ২১০ টকা বিনিয়োগেৰে প্ৰতিমাহে পাব ৫০০০ টকাৰ পেঞ্চন, এই চৰকাৰী আঁচনিয়ে কৰিব সহায়

46 minutes ago
বিজেপিলৈ গৈ জগৰ লগালে ৰাঘৱ চাদ্দাই! হ্ৰাস পালে জনপ্ৰিয়তা

বিজেপিলৈ গৈ জগৰ লগালে ৰাঘৱ চাদ্দাই! হ্ৰাস পালে জনপ্ৰিয়তা

2 hours ago
শনিৰ বক্ৰী দশা ৩ৰাশিৰ বাবে লাকী! ১৩৮ দিন শনিৰ কৃপাত উন্নতিয়েই উন্নতি কৰিব এইকেইটা ৰাশিয়ে

4 hours ago
ভাৱনা শৰ্মাই লোকেশ্ব্যন বেলেগ দি নামিছিল বেলেগ ঠাইত, ৰেপিড’ চালকে দিছে কেইবাটাও বিস্ফোৰক তথ্য

নিজৰ ৰাশিত প্ৰৱেশ কৰিব ৰঙা গ্ৰহই, মঙ্গল-সূৰ্য-বুধৰ মিলন! অন্ধকাৰ ভেদি উজলিব ৫ৰাশি

বিগত এবছৰ ধৰি শ্বাহৰুখ আছে ভাড়াঘৰত, ইফালে মেনেজাৰ পূজা দাদলানিয়ে কিনিছে বিলাসী ফ্লেট? কিমান দাম পূজাৰ এই লাক্সাৰী ফ্লেটৰ?

6 hours ago
নীচভঙ্গ ৰাজযোগৰ সৈতে ধন যোগো, আগন্তুক সপ্তাহত সাফল্য লাভ কৰিব ৫ৰাশিয়ে

মাহিলী ১০ হাজাৰ টকাৰ SIP কৰিছে? ২০ লাখ টকা জমা কৰিবলৈ কিমান সময় লাগিব?

মোহিনীৰূপে আবিৰ্ভূত হৈছিল শ্ৰীবিষ্ণু, সেই নিশা সূৰ্যৰ নক্ষত্ৰৰ ঘৰত চন্দ্ৰ যোৱাৰ ফলত উপকৃত হ’ব কোন কোন ৰাশি?

7 hours ago
শুকুৰবাৰে নিখোঁজ হোৱা ভাৱনা শৰ্মাক শ্বিলঙত উদ্ধাৰ, কেনেকৈ শ্বিলং পালেগৈ ভাৱনা শৰ্মা?

8 hours ago
প্ৰষ্টেট কৰ্কটৰ লক্ষণ কি কি? প্ৰস্ৰাৱৰ ধাৰা দুৰ্বল হোৱাৰ লক্ষণেই প্ৰষ্টেট কেন্সাৰৰ প্ৰাথমিক লক্ষণ? কেনেকৈ সময়মতে এই ৰোগ সম্পৰ্কে জানিব পাৰিব?

  • About
  • Advertise
  • Careers
  • English Edition
Saturday, April 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

নিশা টোপনিত নকৰিব এইবোৰ ভুল, ডাঙৰ সমস্যাত পৰিব আপুনি!

নিশা টোপনিত নকৰিব এইবোৰ ভুল, ডাঙৰ সমস্যাত পৰিব আপুনি!

editor by editor
April 25, 2026
in জীৱনশৈলী, বিবিধ, লেখা
0
নিশা টোপনিত নকৰিব এইবোৰ ভুল, ডাঙৰ সমস্যাত পৰিব আপুনি!
0
SHARES
51
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ৰাতি ভাল টোপনিৰ পিছতো যদি আপুনি ভাগৰুৱা আৰু খিংখিঙীয়া হৈ থাকে তেন্তে দোষ আপোনাৰ টোপনিৰ নহয়, ভুল দিশত টোপনি মৰাৰ বাবে হ’ব পাৰে। যিমানেই আচৰিত যেন নালাগিলেও, বাস্তু শাস্ত্ৰই কৈছে যে আপোনাৰ শৰীৰৰ শক্তিৰ মাত্ৰা আৰু ভাগ্য সকলো নিৰ্ভৰ কৰে আপুনি মূৰটো কোনফালে দি শুই আছে তাৰ ওপৰত।

বাস্তু বিশেষজ্ঞসকলৰ মতে, পৃথিৱীৰ দৰেই আমাৰ শৰীৰতো নিজস্ব চুম্বকীয় ক্ষেত্ৰ আছে। আমি যেতিয়া মূৰটো ভুল দিশত ৰাখি টোপনি যাও, তেতিয়া এই শক্তিৰ ভাৰসাম্য বিঘ্নিত হয়। আৰু ইয়াৰ প্ৰত্যক্ষ প্ৰভাৱ স্নায়ুৰ ওপৰত পৰে। ফলত গভীৰ টোপনি নাহে, কিন্তু ইয়াৰ বিপৰীতে ৰক্তচাপ আৰু মানসিক স্বাস্থ্যৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলায়।

দক্ষিণ দিশত মূৰ

প্ৰাচীন বাস্তু গ্ৰন্থত বাৰে বাৰে কোৱা হৈছে যে সকলোৰে বাবে উত্তম দিশ দক্ষিণ। কিয়? ইয়াৰ আঁৰত আছে এক যুক্তি। পৃথিৱীৰ চুম্বকীয় প্ৰবাহ উত্তৰৰ পৰা দক্ষিণলৈ যায়। যেতিয়া আপুনি মূৰটো দক্ষিণমুখী কৰি শুই থাকে তেতিয়া আপোনাৰ শৰীৰৰ শক্তি পৃথিৱীৰ শক্তিৰ সৈতে মিল থাকে। ইয়াৰ ফলত হৃদযন্ত্ৰৰ চাপ কমি যায়, টোপনি ভাল হয় আৰু দীৰ্ঘদিনীয়া ৰোগৰ পৰা সকাহ পোৱা যায়। আনকি আৰ্থিক সমৃদ্ধিৰ বাবেও ইয়াক শুভ বুলি গণ্য কৰা হয়।

ছাত্ৰ-ছাত্ৰী আৰু কৰ্মচাৰীৰ বাবে মহৌষধ

যিসকলে অধ্যয়ন কৰি আছে বা যিকোনো কাম কৰি আছে যাৰ বাবে বহুত বুদ্ধিমত্তাৰ প্ৰয়োজন হয়, তেওঁলোকৰ বাবে পূব দিশটো ভাল। সূৰ্য উদয়ৰ এই দিশটোৱে নতুন শক্তিৰ প্ৰতীক। মূৰটো পূব দিশলৈ লৈ শুলে একাগ্ৰতা বৃদ্ধি পায় আৰু স্মৃতিশক্তি চোকা হয়। বাস্তুৰ মতে ই আপোনাৰ মগজুক পুনৰ আগবঢ়োৱাত সহায় কৰে।

সাৱধান হওক! উত্তৰ দিশত নাৰাখিব

বহুতে গম নোপোৱাকৈ মূৰটো উত্তৰ দিশলৈ লৈ শুই থাকে। কিন্তু ইয়াক বিপদজনক বুলি কোৱা হয়। মূৰটো উত্তৰ দিশলৈ মুখ কৰি ৰাখিলে পৃথিৱীৰ উত্তৰ মেৰুৰ চুম্বকীয় বিকৰ্ষণে মগজুত ৰক্ত সঞ্চালনত সমস্যাৰ সৃষ্টি কৰিব পাৰে। মূৰৰ বিষ, অনিদ্ৰা, চৰম মানসিক উদ্বেগ আদি হোৱাটো অস্বাভাৱিক নহয়।

ভৰিৰ অৱস্থান

কেৱল মূৰৰ দিশটোৱেই গুৰুত্বপূৰ্ণ নহয়, ভৰিৰ দিশটোও গুৰুত্বপূৰ্ণ। ভৰি দুখন দক্ষিণমুখ কৰি শুই থকাটো ঋণাত্মক শক্তিৰ আমন্ত্ৰণ। ইয়াৰ ফলত কেৱল আপোনাৰ স্বাস্থ্যই নহয়, পৰিয়ালৰ সুখ আৰু আৰ্থিক অৱস্থাতো প্ৰভাৱ পৰিব পাৰে। এই ভুল অৱস্থান বাৰে বাৰে কামত বাধা বা অপ্ৰয়োজনীয় চিন্তাৰ অন্যতম কাৰণ হ’ব পাৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

World Malaria Day 2026: শৰীৰৰ বিষ আৰু অত্যাধিক জ্বৰ, মেলেৰিয়া ডেংগুতকৈ কিমান পৃথক?
জীৱনশৈলী

World Malaria Day 2026: শৰীৰৰ বিষ আৰু অত্যাধিক জ্বৰ, মেলেৰিয়া ডেংগুতকৈ কিমান পৃথক?

April 25, 2026
মাত্ৰ ২১০ টকা বিনিয়োগেৰে প্ৰতিমাহে পাব ৫০০০ টকাৰ পেঞ্চন, এই চৰকাৰী আঁচনিয়ে কৰিব সহায়
বাণিজ্য

মাত্ৰ ২১০ টকা বিনিয়োগেৰে প্ৰতিমাহে পাব ৫০০০ টকাৰ পেঞ্চন, এই চৰকাৰী আঁচনিয়ে কৰিব সহায়

April 25, 2026
বিজেপিলৈ গৈ জগৰ লগালে ৰাঘৱ চাদ্দাই! হ্ৰাস পালে জনপ্ৰিয়তা
ভাৰত

বিজেপিলৈ গৈ জগৰ লগালে ৰাঘৱ চাদ্দাই! হ্ৰাস পালে জনপ্ৰিয়তা

April 25, 2026
শনিৰ বক্ৰী দশা ৩ৰাশিৰ বাবে লাকী! ১৩৮ দিন শনিৰ কৃপাত উন্নতিয়েই উন্নতি কৰিব এইকেইটা ৰাশিয়ে
জীৱনশৈলী

শনিৰ বক্ৰী দশা ৩ৰাশিৰ বাবে লাকী! ১৩৮ দিন শনিৰ কৃপাত উন্নতিয়েই উন্নতি কৰিব এইকেইটা ৰাশিয়ে

April 25, 2026
Next Post
মাত্ৰ ২১০ টকা বিনিয়োগেৰে প্ৰতিমাহে পাব ৫০০০ টকাৰ পেঞ্চন, এই চৰকাৰী আঁচনিয়ে কৰিব সহায়

মাত্ৰ ২১০ টকা বিনিয়োগেৰে প্ৰতিমাহে পাব ৫০০০ টকাৰ পেঞ্চন, এই চৰকাৰী আঁচনিয়ে কৰিব সহায়

World Malaria Day 2026: শৰীৰৰ বিষ আৰু অত্যাধিক জ্বৰ, মেলেৰিয়া ডেংগুতকৈ কিমান পৃথক?

World Malaria Day 2026: শৰীৰৰ বিষ আৰু অত্যাধিক জ্বৰ, মেলেৰিয়া ডেংগুতকৈ কিমান পৃথক?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন