• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বাংলাদেশত হাহাকাৰ! মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ পিছতে ক্ষোভৰ উদগীৰণ বাংলাদেশত

বাংলাদেশত হাহাকাৰ! মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ পিছতে ক্ষোভৰ উদগীৰণ বাংলাদেশত

3 hours ago
সাৱধান নহ’লে বিপদত পৰিব পাৰে পুৰুষৰো গু*প্তাংগ! মানি চলক এই নিয়ম

সাৱধান নহ’লে বিপদত পৰিব পাৰে পুৰুষৰো গুপ্তাংগ! মানি চলক এই নিয়ম

5 minutes ago
চাহে দূৰ কৰিব গেছৰ সমস্যা, মাত্ৰ সেৱন কৰক এইদৰে!

চাহে দূৰ কৰিব গেছৰ সমস্যা, মাত্ৰ সেৱন কৰক এইদৰে!

54 minutes ago
‘বেহাৰবাৰী আউটপোষ্ট’ৰ অভিনেতাৰ দেহাৱসান, সাংস্কৃতিক জগতত শোকৰ ছাঁ!

‘বেহাৰবাৰী আউটপোষ্ট’ৰ অভিনেতাৰ দেহাৱসান, সাংস্কৃতিক জগতত শোকৰ ছাঁ!

2 hours ago
১ মে’ৰ পৰা সলনি LPG ৰ পৰা আৰম্ভ কৰি বহুকেইটা নিয়ম, প্ৰভাৱ পৰিব আপোনাৰ পকেটত!

১ মে’ৰ পৰা সলনি LPG ৰ পৰা আৰম্ভ কৰি বহুকেইটা নিয়ম, প্ৰভাৱ পৰিব আপোনাৰ পকেটত!

3 hours ago
ব্ৰাছ কৰাৰ সঠিক পদ্ধতি, ভুল কৰিলে বিপদ অনিবাৰ্য!

ব্ৰাছ কৰাৰ সঠিক পদ্ধতি, ভুল কৰিলে বিপদ অনিবাৰ্য!

20 hours ago
পশ্চিম বংগত শেষ হ’ব নেকি মমতাৰ ৰাজত্ব! Exit Poll ৰ পিছতে আৰম্ভ চৰ্চা

পশ্চিম বংগত শেষ হ’ব নেকি মমতাৰ ৰাজত্ব! Exit Poll ৰ পিছতে আৰম্ভ চৰ্চা

21 hours ago
মুকেশ আম্বানীয়ে ক্ৰয় কৰিলে প্ৰিয়ংকা চোপ্ৰাৰ কোম্পানী

মুকেশ আম্বানীয়ে ক্ৰয় কৰিলে প্ৰিয়ংকা চোপ্ৰাৰ কোম্পানী

21 hours ago
চলনাময়ী নাৰীৰ চকুত পৰাৰ পূৰ্বে পুৰুষসকল সাৱধান! মনত ৰাখক এইকেইটা কথা

চলনাময়ী নাৰীৰ চকুত পৰাৰ পূৰ্বে পুৰুষসকল সাৱধান! মনত ৰাখক এইকেইটা কথা

22 hours ago
কেৱল শৰীৰৰ নহয়, পাকঘৰৰ সমস্যাও দূৰ কৰক নেমুৰে!

কেৱল শৰীৰৰ নহয়, পাকঘৰৰ সমস্যাও দূৰ কৰক নেমুৰে!

23 hours ago
মংগলৰ কৃপাত ভাগ্য উদয় হ’ব ৫ ৰাশিৰ, পূৰ্ণ হ’ব সকলো সপোন!

মংগলৰ কৃপাত ভাগ্য উদয় হ’ব ৫ ৰাশিৰ, পূৰ্ণ হ’ব সকলো সপোন!

23 hours ago
আলহী আহিলে কিয় পানী খাবলৈ দিয়ে? আঁৰত আছে ধৰ্মীয় কাৰণ

আলহী আহিলে কিয় পানী খাবলৈ দিয়ে? আঁৰত আছে ধৰ্মীয় কাৰণ

1 day ago
পূজাত ফুল ধুই দিয়াটো উচিত নে অনুচিত? ভুল কৰিলে নহয় ইচ্ছা পূৰণ!

পূজাত ফুল ধুই দিয়াটো উচিত নে অনুচিত? ভুল কৰিলে নহয় ইচ্ছা পূৰণ!

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, May 1, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

বাংলাদেশত হাহাকাৰ! মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ পিছতে ক্ষোভৰ উদগীৰণ বাংলাদেশত

বাংলাদেশত হাহাকাৰ! মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ পিছতে ক্ষোভৰ উদগীৰণ বাংলাদেশত

editor by editor
May 1, 2026
in বিবিধ, ভাৰত, লেখা
0
বাংলাদেশত হাহাকাৰ! মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ পিছতে ক্ষোভৰ উদগীৰণ বাংলাদেশত
0
SHARES
1.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বাংলাদেশৰ পৰা বহু প্ৰব্ৰজনকাৰী আহি অসমত বাস কৰি আছে। প্ৰশাসনৰ সহযোগত অবৈধ বাংলাদেশীক প্ৰতিদিনে আটক কৰিছে । এতিয়াও বহু অবৈধ বাংলাদেশী অসমত বসবাস কৰি আছে। বাংলাদেশীৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সদায় কঠোৰ। এইবাৰ এক মন্তব্য কৰি চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। বাংলাদেশে হিমন্ত বিশ্ব শর্মাৰ বক্তব্যক লৈ তীব্ৰ আপত্তি প্রকাশ কৰি এনে বাক্যবাণৰ পৰা বিৰত থাকিবলৈ উপদেশ দিছে৷ বাংলাদেশে বৃহস্পতিবাৰে বাংলাদেশত থকা ভাৰতৰ ভাৰপ্ৰাপ্ত উচ্চায়ুক্ত পৱন বাধেক মাতি আনি অসমৰ মুখ্যমন্ত্ৰীৰ এই মন্তব্যক লৈ ক্ষোভ প্ৰকাশ কৰে। দুয়োখন দেশৰ সম্পৰ্কৰ ক্ষতি কৰিব পৰা মন্তব্যৰ পৰা আঁতৰি থাকিবলৈ চৰকাৰক আহ্বান জনোৱা হয়।

বাংলাদেশৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ত (MoFA) এখন বৈঠকৰ সময়ত সঞ্চালক প্ৰধান (দক্ষিণ এছিয়া) ইশ্ৰত জাহানে ভাৰপ্ৰাপ্ত ভাৰতীয় উচ্চায়ুক্তৰ ওচৰত ঢাকাৰ অসন্তুষ্টি প্ৰকাশ কৰে। বাংলাদেশৰ সংবাদ মাধ্যমৰ মতে, ভাৰতীয় উচ্চায়ুক্ত পৱনে কৰা মন্তব্যক ভাৰত-বাংলাদেশৰ সম্পৰ্কক অপমানজনক বুলি অভিহিত কৰি বাংলাদেশে ভাৰতৰ প্ৰতি অসন্তুষ্টি প্ৰকাশ কৰে। অৱশ্যে এই সন্দৰ্ভত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কোনো আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰা নাই।

পোষ্টটোত কি লিখিলে মুখ্যমন্ত্ৰী শৰ্মাই?

ইয়াৰ পূৰ্বে ২৫ এপ্ৰিলত মুখ্যমন্ত্ৰী শৰ্মাই এটা পোষ্টত উল্লেখ কৰিছিল যে অসমত ২০ জন বিদেশী নাগৰিকক আটক কৰি বাংলাদেশলৈ ঘূৰাই পঠিওৱা হৈছে। ‘X’ত এটা পোষ্ট দি কয় যে, “लातों के भूत बातों से नहीं मानते।” আমি এই অনুপ্ৰৱেশকাৰীসকলক অসমৰ পৰা বহিষ্কাৰ কৰিছোঁ, তেওঁলোকে নিজাববীয়াকৈ যাবলৈ অস্বীকাৰ কৰাৰ পিছতো।”

लातों के भूत बातों से नहीं मानते।

We continuously remind ourselves of this prophetic line when we expel infiltrators from Assam who don’t leave themselves.

For instance these 20 illegal Bangladeshis who were PUSHED BACK last night.

Assam will fight, Pushbacks WILL CONTINUE. pic.twitter.com/wLiIoR4TJc

— Himanta Biswa Sarma (@himantabiswa) April 25, 2026

তেওঁ লগতে কয়, “অসমে যুঁজিব। খেদি পঠিওৱা এই প্ৰক্ৰিয়া অব্যাহত থাকিব।” অবৈধ বাংলাদেশীৰ দুখন ফটোও সংলগ্ন কৰে হিমন্ত বিশ্ব শৰ্মাই, কিন্তু তেওঁলোকৰ মুখ ঢাকি ৰখা হয়।

বাংলাদেশে এই কথাত জোৰ দি কয়, দুয়োখন চুবুৰীয়া দেশৰ মাজত সম্পৰ্কত হেঁচা পৰা বুলি কৰা ৰাজহুৱা বক্তব্য ক্ষতিকাৰক। স্পৰ্শকাতৰ দ্বিপাক্ষিক বিষয়সমূহৰ ওপৰত আলোচনা কৰাৰ সময়ত সংযম ৰখাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সাৱধান নহ’লে বিপদত পৰিব পাৰে পুৰুষৰো গু*প্তাংগ! মানি চলক এই নিয়ম
জীৱনশৈলী

সাৱধান নহ’লে বিপদত পৰিব পাৰে পুৰুষৰো গুপ্তাংগ! মানি চলক এই নিয়ম

May 1, 2026
চাহে দূৰ কৰিব গেছৰ সমস্যা, মাত্ৰ সেৱন কৰক এইদৰে!
জীৱনশৈলী

চাহে দূৰ কৰিব গেছৰ সমস্যা, মাত্ৰ সেৱন কৰক এইদৰে!

May 1, 2026
‘বেহাৰবাৰী আউটপোষ্ট’ৰ অভিনেতাৰ দেহাৱসান, সাংস্কৃতিক জগতত শোকৰ ছাঁ!
বিনোদন

‘বেহাৰবাৰী আউটপোষ্ট’ৰ অভিনেতাৰ দেহাৱসান, সাংস্কৃতিক জগতত শোকৰ ছাঁ!

May 1, 2026
১ মে’ৰ পৰা সলনি LPG ৰ পৰা আৰম্ভ কৰি বহুকেইটা নিয়ম, প্ৰভাৱ পৰিব আপোনাৰ পকেটত!
বাণিজ্য

১ মে’ৰ পৰা সলনি LPG ৰ পৰা আৰম্ভ কৰি বহুকেইটা নিয়ম, প্ৰভাৱ পৰিব আপোনাৰ পকেটত!

May 1, 2026
Next Post
‘বেহাৰবাৰী আউটপোষ্ট’ৰ অভিনেতাৰ দেহাৱসান, সাংস্কৃতিক জগতত শোকৰ ছাঁ!

'বেহাৰবাৰী আউটপোষ্ট'ৰ অভিনেতাৰ দেহাৱসান, সাংস্কৃতিক জগতত শোকৰ ছাঁ!

চাহে দূৰ কৰিব গেছৰ সমস্যা, মাত্ৰ সেৱন কৰক এইদৰে!

চাহে দূৰ কৰিব গেছৰ সমস্যা, মাত্ৰ সেৱন কৰক এইদৰে!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.