• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সামাজিক মাধ্যমৰ চেলিব্ৰিটি হ’লেই বিধানসভালৈ আহিব নোৱাৰি! চৰ্চাত থাকিও শোচনীয় পৰাজয় কোন ৫ প্ৰাৰ্থীৰ?

সামাজিক মাধ্যমৰ চেলিব্ৰিটি হ’লেই বিধানসভালৈ আহিব নোৱাৰি! চৰ্চাত থাকিও শোচনীয় পৰাজয় কোন ৫ প্ৰাৰ্থীৰ?

3 months ago
২২ জুলাইৰ দিনটো কেনে যাব আপোনাৰ? জানক কাৰ কাৰ উদয় হ’ব ভাগ্য

২২ জুলাইৰ দিনটো কেনে যাব আপোনাৰ? জানক কাৰ কাৰ উদয় হ’ব ভাগ্য

12 minutes ago
এটাও গ’ল বা এছিষ্ট নকৰাকৈয়ে কিয় গোল্ডেন বলৰ সন্মান লাভ কৰিলে ৰড্ৰিয়ে?

এটাও গ’ল বা এছিষ্ট নকৰাকৈয়ে কিয় গোল্ডেন বলৰ সন্মান লাভ কৰিলে ৰড্ৰিয়ে?

9 hours ago
২২ জুলাইত কি ৰঙৰ পোচাক পৰিধান কৰিলে আপুনি শুভ ফল পাব?

২২ জুলাইত কি ৰঙৰ পোচাক পৰিধান কৰিলে আপুনি শুভ ফল পাব?

9 hours ago
দুৰ্ঘটনাগ্ৰস্ত হৈ হাত ভাঙিলে বলীউডৰ এইগৰাকী প্ৰতিষ্ঠিত অভিনেতাৰ

দুৰ্ঘটনাগ্ৰস্ত হৈ হাত ভাঙিলে বলীউডৰ এইগৰাকী প্ৰতিষ্ঠিত অভিনেতাৰ

9 hours ago
সঁচাই ডায়বেটিছৰ বাবে উপকাৰী নেকি জাম, নে ই কেৱল এক প্ৰচলিত ধাৰণাহে?

সঁচাই ডায়বেটিছৰ বাবে উপকাৰী নেকি জাম, নে ই কেৱল এক প্ৰচলিত ধাৰণাহে?

10 hours ago
পুনৰ ছবিৰ নেপথ্য কণ্ঠশিল্পী হিচাপে গান গাব নেকি অৰিজিৎ সিঙে?

পুনৰ ছবিৰ নেপথ্য কণ্ঠশিল্পী হিচাপে গান গাব নেকি অৰিজিৎ সিঙে?

11 hours ago
৫০ বাৰকৈ প্ৰতিযোগিতামূলক পৰীক্ষাত ব্যৰ্থ ইঞ্জিনিয়াৰিঙৰ গোল্ড মেডেলিষ্ট ছাত্ৰৰ চ*ৰম সিদ্ধান্ত

৫০ বাৰকৈ প্ৰতিযোগিতামূলক পৰীক্ষাত ব্যৰ্থ ইঞ্জিনিয়াৰিঙৰ গোল্ড মেডেলিষ্ট ছাত্ৰৰ চ*ৰম সিদ্ধান্ত

13 hours ago
দিন হাজিৰা, কোম্পানীৰ চাকৰিয়ালৰ বাবে সুখবৰ!

দিন হাজিৰা, কোম্পানীৰ চাকৰিয়ালৰ বাবে সুখবৰ!

13 hours ago
গা নুধুৱাকৈ কেতিয়াও নাৰান্ধিব খাদ্য

গা নুধুৱাকৈ কেতিয়াও নাৰান্ধিব খাদ্য

14 hours ago
৪ বছৰত ভাৰতীয় ৰে’লৱেৰ বিভিন্ন AC ডবাৰ পৰা ১০৪ কোটি টকাৰ টাৱেল, গাৰুৰ কভাৰ চুৰি

৪ বছৰত ভাৰতীয় ৰে’লৱেৰ বিভিন্ন AC ডবাৰ পৰা ১০৪ কোটি টকাৰ টাৱেল, গাৰুৰ কভাৰ চুৰি

15 hours ago
ধ*ৰ্ষণৰ অভিযোগত দিল্লী কেপিটেলছৰ ক্ৰিকেটাৰ অভিষেক পোৰেলক গ্ৰেপ্তাৰৰ নিৰ্দেশ

ধ*ৰ্ষণৰ অভিযোগত দিল্লী কেপিটেলছৰ ক্ৰিকেটাৰ অভিষেক পোৰেলক গ্ৰেপ্তাৰৰ নিৰ্দেশ

16 hours ago
আপোনাৰো ওকনি হৈছে নেকি? এই টিপছেৰে আজিয়েই কৰক দূৰ

আপোনাৰো ওকনি হৈছে নেকি? এই টিপছেৰে আজিয়েই কৰক দূৰ

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, July 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

সামাজিক মাধ্যমৰ চেলিব্ৰিটি হ’লেই বিধানসভালৈ আহিব নোৱাৰি! চৰ্চাত থাকিও শোচনীয় পৰাজয় কোন ৫ প্ৰাৰ্থীৰ?

সামাজিক মাধ্যমৰ চেলিব্ৰিটি হ’লেই বিধানসভালৈ আহিব নোৱাৰি! চৰ্চাত থাকিও শোচনীয় পৰাজয় কোন ৫ প্ৰাৰ্থীৰ?

editor by editor
May 4, 2026
in জীৱনশৈলী, ৰাজনীতি
0
সামাজিক মাধ্যমৰ চেলিব্ৰিটি হ’লেই বিধানসভালৈ আহিব নোৱাৰি! চৰ্চাত থাকিও শোচনীয় পৰাজয় কোন ৫ প্ৰাৰ্থীৰ?
0
SHARES
244
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

চৰ্চাত থকা ৫ গৰাকীক প্ৰাৰ্থীৰ বিপৰ্যয়ক লৈ এতিয়া সামাজিক মাধ্যমত চলিছে চৰ্চা৷ সামাজিক মাধ্যমত বহুতেই সমৰ্থন জনাইছিল বিশেষ ৫গৰাকী প্ৰাৰ্থীক৷ কিন্তু ইভিএমত তেওঁলোকে নাপালে জনতাৰ সমৰ্থন যাৰ বাবে শোচনীয় পৰাজয় স্বীকাৰ কৰিবলগীয়া হৈছে ছচিয়েল মিডিয়াত জনপ্ৰিয় ৫ প্ৰাৰ্থীয়ে৷ কিন্তু কোন এই ৫ প্ৰাৰ্থী?

প্ৰথমেই খুবেই চৰ্চাত থকা প্ৰাৰ্থীগৰাকী হৈছে গৌৰৱ গগৈ৷ গৌৰৱ গগৈ যোৰহাট লোকসভাৰ সাংসদ হোৱাৰ পাছত এইবাৰ যোৰহাট বিধানসভা সমষ্টিৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল৷ সামাজিক মাধ্যমত বহুজনে গৌৰৱক একপ্ৰকাৰে মুখ্যমন্ত্ৰীয়েই পাতি পেলাইছিল৷ বহুজনে কৈছিল গৌৰৱেই অসমৰ পৰবৰ্তী মুখ্যমন্ত্ৰী৷ কিন্তু মুখ্যমন্ত্ৰী হোৱাটো দূৰৈৰে কথা নিজেই জয়লাভ কৰিব নোৱাৰিলে গৌৰৱ গগৈয়ে৷ বিজেপি প্ৰাৰ্থী হিতেন্দ্ৰনাথ গোস্বামীৰ হাতত শোচনীয় পৰাজয় হয় গৌৰৱ গগৈৰ৷

তাৰপিছতেই চৰ্চাত থকা আন এজন প্ৰাৰ্থী হৈছে খোৱাং সমষ্টিৰ প্ৰাৰ্থী লুৰীণজ্যোতি গগৈ৷ লুৰীণজ্যোতি গগৈয়ে নিজে খোলা দল অসম জাতীয় পৰিষদক প্ৰতিনিধিত্ব কৰি আগবাঢ়িলেও সমগ্ৰ ৰাজ্যত এখন আসনো দখল কৰিব নোৱাৰিলে৷ নিজেও খোৱাঙৰ বিজেপি প্ৰাৰ্থী চক্ৰধৰ গগৈৰ হাতত শোচনীয় পৰাজয় বৰণ কৰিছে৷

চৰ্চাত আছিল জ্ঞানশ্ৰী বৰাও৷ মৰিয়নী সমষ্টিত বিজেপি প্ৰাৰ্থী ৰূপজ্যোতি কূৰ্মীৰ বিৰুদ্ধে যুঁজ দিছিল জ্ঞানশ্ৰী বৰাই৷ অসম চৰকাৰৰ অধীনৰ চাকৰি এৰি ৰাজনীতিলৈ আহিছিল জ্ঞানশ্ৰী৷ জ্ঞানশ্ৰীক জেন-জি প্ৰাৰ্থী বুলি সামাজিক মাধ্যমত বহুজনে আদৰিও লৈছিল৷ বহুজনেই কৈছিল জ্ঞানশ্ৰীৰ দৰে শিক্ষিত নাৰী ৰাজনীতিলৈ অহাটো ভাল লক্ষণ৷ জ্ঞানশ্ৰীক বিধানসভাত চাব খোজো বুলি সামাজিক মাধ্যমত পোষ্ট দিয়া বহুজনেই কিন্তু ইভিএমত নিৰাশ কৰিলে জ্ঞানশ্ৰীক৷ যাৰবাবে পৰাজয় বৰণ কৰিবলগীয়া হৈছে জ্ঞানশ্ৰী বৰাই৷

চৰ্চাত থকা এগৰাকী প্ৰাৰ্থী হৈছে কুংকী চৌধুৰী৷ কুংকী চৌধুৰীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল চেণ্ট্ৰেল গুৱাহাটীৰ পৰা৷ কুংকীৰ বিৰুদ্ধে আছিল বিজেপি প্ৰাৰ্থী বিজয় গুপ্তা৷ বিজয় গুপ্তাতকৈ সামাজিক মাধ্যমত কুংকীৰ সমৰ্থকৰ সংখ্যাই সৰহ আছিল৷ যাৰবাবে বহুতেই আশা কৰিছিল কুংকীয়েও জয়ী হৈ বিধানসভালৈ আহিব৷ কিন্তু আশাত চেঁচাপানী ঢালি কুংকীকো বিধায়ক হোৱাৰ সুযোগ নিদিলে সমষ্টিবাসীয়ে৷

মীৰা বৰঠাকুৰো সামাজিক মাধ্যমত চিনাকী মুখ হৈ পৰিছিল৷ তেওঁৰ মন্তব্যসমূহৰ বাবেই তেওঁ বিশেষ চৰ্চা লাভ কৰিছিল৷ ইফালে তেওঁৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিছিল মনোনয়ন দাখিলৰ এদিন পূৰ্বে বিজেপিত যোগ দিয়া প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈ৷ প্ৰদ্যুৎ বৰদলৈক চালানি বুলি সমালোচনা কৰিছিল দিছপুৰৰেই বহু ভোটাৰে৷ কিন্তু ইভিএমত প্ৰদ্যুতক বাচি ল’লে প্ৰায়সংখ্যক দিছপুৰবাসীয়ে৷ যাৰ বাবে প্ৰদ্যুত বৰদলৈৰ হাতত শোচনীয় পৰাজয় স্বীকাৰ কৰিবলগীয়া হৈছে মীৰা বৰঠাকুৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

২২ জুলাইৰ দিনটো কেনে যাব আপোনাৰ? জানক কাৰ কাৰ উদয় হ’ব ভাগ্য
জীৱনশৈলী

২২ জুলাইৰ দিনটো কেনে যাব আপোনাৰ? জানক কাৰ কাৰ উদয় হ’ব ভাগ্য

July 22, 2026
২২ জুলাইত কি ৰঙৰ পোচাক পৰিধান কৰিলে আপুনি শুভ ফল পাব?
জীৱনশৈলী

২২ জুলাইত কি ৰঙৰ পোচাক পৰিধান কৰিলে আপুনি শুভ ফল পাব?

July 21, 2026
দুৰ্ঘটনাগ্ৰস্ত হৈ হাত ভাঙিলে বলীউডৰ এইগৰাকী প্ৰতিষ্ঠিত অভিনেতাৰ
বিনোদন

দুৰ্ঘটনাগ্ৰস্ত হৈ হাত ভাঙিলে বলীউডৰ এইগৰাকী প্ৰতিষ্ঠিত অভিনেতাৰ

July 21, 2026
সঁচাই ডায়বেটিছৰ বাবে উপকাৰী নেকি জাম, নে ই কেৱল এক প্ৰচলিত ধাৰণাহে?
জীৱনশৈলী

সঁচাই ডায়বেটিছৰ বাবে উপকাৰী নেকি জাম, নে ই কেৱল এক প্ৰচলিত ধাৰণাহে?

July 21, 2026
Next Post
ৰবীন্দ্ৰনাথে যেনেকৈ ভয়মুক্ত মন আৰু পৰিবেশ বিচাৰিছিল বিজেপিয়ে পশ্চিমবংগত তেনে পৰিবেশ তৈয়াৰ কৰিব! ৰবীন্দ্ৰ জয়ন্তীৰ দিনাই শপত ল’ব পশ্চিমবংগৰ বিজেপি চৰকাৰে

ৰবীন্দ্ৰনাথে যেনেকৈ ভয়মুক্ত মন আৰু পৰিবেশ বিচাৰিছিল বিজেপিয়ে পশ্চিমবংগত তেনে পৰিবেশ তৈয়াৰ কৰিব! ৰবীন্দ্ৰ জয়ন্তীৰ দিনাই শপত ল’ব পশ্চিমবংগৰ বিজেপি চৰকাৰে

অসমত কংগ্ৰেছৰ শোচনীয় পৰাজয়ৰ পাছতেই পদত্যাগ প্ৰভাৰী জীতেন্দ্ৰ সিঙৰ

অসমত কংগ্ৰেছৰ শোচনীয় পৰাজয়ৰ পাছতেই পদত্যাগ প্ৰভাৰী জীতেন্দ্ৰ সিঙৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.