• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
Surya Grahan: দিনতে হ’ব অন্ধকাৰ! কেতিয়া মিলিব শতিকাৰ আটাইতকৈ দীঘলীয়া সূৰ্যগ্ৰহণ?

Surya Grahan: দিনতে হ’ব অন্ধকাৰ! কেতিয়া মিলিব শতিকাৰ আটাইতকৈ দীঘলীয়া সূৰ্যগ্ৰহণ?

4 months ago
বিবাহিত পুৰুষৰ প্ৰেমত বলিয়া অভিনেত্ৰী, কৰিলে আচৰিত কাণ্ড! কিন্তু অৱশেষত…

বিবাহিত পুৰুষৰ প্ৰেমত বলিয়া অভিনেত্ৰী, কৰিলে আচৰিত কাণ্ড! কিন্তু অৱশেষত…

11 minutes ago
কেনে যাব আজি আপোনাৰ দিনটো?

ৰাখী বন্ধনৰ দিনটোত কাৰ কাৰ উদয় হ’ব ভাগ্য? জানক ৰাশিফল

55 minutes ago
ভুলতো ভাতৃক এই সময়ত নিপিন্ধাব ৰাশি, জীৱনলৈ আহিব অশুভ সময়!

ভুলতো ভাতৃক এই সময়ত নিপিন্ধাব ৰাশি, জীৱনলৈ আহিব অশুভ সময়!

1 hour ago
বেংকত ওলাইছে চাকৰি, অন্তিম তাৰিখৰ পূৰ্বে কৰক আবেদন

দশম উত্তীৰ্ণৰ বাবে ওলাইছে চৰকাৰী চাকৰি, কিদৰে কৰিব আবেদন?

2 hours ago
শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী

Baba Vanga Predictions: বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, ধ্বংস হ’ব নেকি পৃথিৱী?

2 hours ago
জনপ্ৰিয় কণ্ঠশিল্পীৰ মৃত্যু, ৫ দিন পিছত উদ্ধাৰ গলি যোৱা শৰীৰ!

জনপ্ৰিয় কণ্ঠশিল্পীৰ মৃত্যু! পূৰ্বেই উমান পাইছিল নেকি মৃত্যুৰ কথা, গীতে সৃষ্টি কৰিছে চৰ্চা

4 hours ago
ৰাখী বন্ধনৰ পৰা ঘূৰিব ভাগ্যৰ চকা! ৩ ৰাশিয়ে পাব সুখবৰ

ৰাখী বন্ধনৰ পৰা ঘূৰিব ভাগ্যৰ চকা! ৩ ৰাশিয়ে পাব সুখবৰ

5 hours ago
গৰমত শৰীৰ শীতল কৰা পঁইতা ভাতক ইংৰাজীত কি বুলি কয়? ৯৯% লোকে নাজানে উত্তৰ

গৰমত শৰীৰ শীতল কৰা পঁইতা ভাতক ইংৰাজীত কি বুলি কয়? ৯৯% লোকে নাজানে উত্তৰ

6 hours ago
৮ম দৰমহা আয়োগ সন্দৰ্ভত এটা নতুন খবৰ

৮ম দৰমহা আয়োগ সন্দৰ্ভত এটা নতুন খবৰ

8 hours ago
চীনৰ দৈত্যকায় নদীবান্ধ, অসম-অৰুণাচলত নেপালতকৈও ভয়াৱহ পৰিস্থিতি হ’ব নেকি?

চীনৰ দৈত্যকায় নদীবান্ধ, অসম-অৰুণাচলত নেপালতকৈও ভয়াৱহ পৰিস্থিতি হ’ব নেকি?

8 hours ago
যোৰহাটত এইবাৰ ডকাইতিত নামিল এজন নামঘৰীয়া!

যোৰহাটত এইবাৰ ডকাইতিত নামিল এজন নামঘৰীয়া!

8 hours ago
ভাতৃৰ দীৰ্ঘায়ু কামনা কৰে নিশ্চয়! জধে-মধে নিপিন্ধাব ৰাখী

ভাতৃৰ দীৰ্ঘায়ু কামনা কৰে নিশ্চয়! জধে-মধে নিপিন্ধাব ৰাখী

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, August 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

Surya Grahan: দিনতে হ’ব অন্ধকাৰ! কেতিয়া মিলিব শতিকাৰ আটাইতকৈ দীঘলীয়া সূৰ্যগ্ৰহণ?

দিনতে হ'ব অন্ধকাৰ! কেতিয়া মিলিব শতিকাৰ আটাইতকৈ দীঘলীয়া সূৰ্যগ্ৰহণ?

editor by editor
May 7, 2026
in জীৱনশৈলী, বিবিধ, লেখা
0
Surya Grahan: দিনতে হ’ব অন্ধকাৰ! কেতিয়া মিলিব শতিকাৰ আটাইতকৈ দীঘলীয়া সূৰ্যগ্ৰহণ?
0
SHARES
1.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

Solar Eclipse 2027: ২০২৭ চনৰ ২ আগষ্টত বিশ্বই সূৰ্যগ্ৰহণৰ আচৰিত দৃশ্যৰ সাক্ষী হ’ব। এই সূৰ্যগ্ৰহণ কেৱল এটা স্বাভাৱিক জ্যোতিৰ্বিজ্ঞানৰ পৰিঘটনা নহয়। বিজ্ঞানীসকলৰ মতে, এই সম্পূৰ্ণ সূৰ্যগ্ৰহণ প্ৰায় ৬ মিনিট ২৩ ছেকেণ্ড সময় ধৰি চলিব, যাৰ ফলত ই এই শতিকাৰ আটাইতকৈ দীঘলীয়া সম্পূৰ্ণ সূৰ্যগ্ৰহণ। এই কাৰণেই জ্যোতিৰ্বিজ্ঞানী আৰু মহাকাশ বিজ্ঞানীসকলে এই সূৰ্যগ্ৰহণৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছে। কিন্তু এই সূৰ্যগ্ৰহণ ভাৰততো দেখা যাবনে? জানো আহক।

এই সূৰ্যগ্ৰহণক কিয় বিশেষ বুলি গণ্য কৰা হৈছে?

বিজ্ঞানীসকলে কয় যে সম্পূৰ্ণ সূৰ্যগ্ৰহণৰ সময় যিমানেই বেছি , সিমানেই ইয়াক বিৰল বুলি ধৰা হয়। সাধাৰণতে মাত্ৰ কেইমিনিটমানৰ বাবেহে সম্পূৰ্ণ সূৰ্যগ্ৰহণ দেখা যায় যদিও ২০২৭ চনৰ ২ আগষ্টৰ গ্ৰহণে ৬ মিনিট ২০ ছেকেণ্ড আৰু ২৩ ছেকেণ্ডৰ বাবে সম্পূৰ্ণ আন্ধাৰ সৃষ্টি কৰিব। এই দৈৰ্ঘ্যৰ সম্পূৰ্ণ সূৰ্যগ্ৰহণ দশক দশকত খুব কমেইহে দেখা যায়।

কোনকেইখন দেশত দেখা যাব?

এই ঐতিহাসিক সূৰ্যগ্ৰহণ মূলতঃ ইউৰোপ, উত্তৰ আফ্ৰিকা আৰু মধ্যপ্ৰাচ্যৰ কেইবাখনো দেশত স্পষ্টভাৱে দেখা যাব। স্পেইন, মৰক্কো, আলজেৰিয়া, টিউনিছিয়া, লিবিয়া, ইজিপ্ত, চৌদি আৰব, য়েমেন, আৰু ছোমালিয়াৰ দৰে দেশসমূহে সম্পূৰ্ণ সূৰ্যগ্ৰহণৰ দৰ্শনীয় দৃশ্য প্ৰত্যক্ষ কৰিবলৈ সক্ষম হ’ব।

শতিকাৰ আটাইতকৈ দীঘলীয়া সূৰ্যগ্ৰহণ ভাৰতত দৃশ্যমান হ’বনে?

বিজ্ঞানীসকলৰ মতে ভাৰতত এই সূৰ্যগ্ৰহণ সম্পূৰ্ণৰূপে দেখা নাযায়। অৱশ্যে পৃথিৱীৰ বেছিভাগ ঠাইতে আংশিক সূৰ্যগ্ৰহণৰ ৰূপত দেখা দিব। অৰ্থাৎ ভাৰতত দিনত সম্পূৰ্ণ আন্ধাৰ নহ’লেও চন্দ্ৰই সূৰ্য্যৰ এক বৃহৎ অংশ আবৰি থকা যেন লাগিব।

এনে সুযোগ আকৌ কেতিয়া পাব?

বিজ্ঞানীসকলৰ মতে ইমান দীঘলীয়া সময়ৰ সম্পূৰ্ণ সূৰ্যগ্ৰহণ আগন্তুক দশকবোৰলৈ দেখা নাযায়। গতিকে ২০২৭ চনৰ ২ আগষ্টৰ এই আকাশী দৃশ্যই শতিকাৰ আটাইতকৈ দীঘলীয়া সূৰ্যগ্ৰহণ হিচাপে ইতিহাসত লিপিবদ্ধ হ’ব।

অস্বীকাৰ: এই বাতৰিত দিয়া তথ্যসমূহ ধৰ্মীয় বিশ্বাস আৰু সাধাৰণ তথ্যৰ ওপৰত ভিত্তি কৰি দিয়া হৈছে। Asom Live 24 ইয়াক সমৰ্থন নকৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিবাহিত পুৰুষৰ প্ৰেমত বলিয়া অভিনেত্ৰী, কৰিলে আচৰিত কাণ্ড! কিন্তু অৱশেষত…
বিনোদন

বিবাহিত পুৰুষৰ প্ৰেমত বলিয়া অভিনেত্ৰী, কৰিলে আচৰিত কাণ্ড! কিন্তু অৱশেষত…

August 27, 2026
কেনে যাব আজি আপোনাৰ দিনটো?
জীৱনশৈলী

ৰাখী বন্ধনৰ দিনটোত কাৰ কাৰ উদয় হ’ব ভাগ্য? জানক ৰাশিফল

August 27, 2026
ভুলতো ভাতৃক এই সময়ত নিপিন্ধাব ৰাশি, জীৱনলৈ আহিব অশুভ সময়!
জীৱনশৈলী

ভুলতো ভাতৃক এই সময়ত নিপিন্ধাব ৰাশি, জীৱনলৈ আহিব অশুভ সময়!

August 27, 2026
বেংকত ওলাইছে চাকৰি, অন্তিম তাৰিখৰ পূৰ্বে কৰক আবেদন
নিয়োগ

দশম উত্তীৰ্ণৰ বাবে ওলাইছে চৰকাৰী চাকৰি, কিদৰে কৰিব আবেদন?

August 27, 2026
Next Post
বয়সৰ পাৰ্থক্যৰ পিছতো নোৰা ফাতেহীৰ সৈতে এয়া কি কৰিলে ৰাকেশ বেদীয়ে?

বয়সৰ পাৰ্থক্যৰ পিছতো নোৰা ফাতেহীৰ সৈতে এয়া কি কৰিলে ৰাকেশ বেদীয়ে?

৩৭ বছৰ বয়সত মাতৃত্ব হোৱাৰ সুখ লাভ কৰিলে এইগৰাকী অভিনেত্ৰীয়ে, চৰ্চা সামাজিক মাধ্যমত!

৩৭ বছৰ বয়সত মাতৃত্ব হোৱাৰ সুখ লাভ কৰিলে এইগৰাকী অভিনেত্ৰীয়ে, চৰ্চা সামাজিক মাধ্যমত!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.