• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৩৭ বছৰ বয়সত মাতৃত্ব হোৱাৰ সুখ লাভ কৰিলে এইগৰাকী অভিনেত্ৰীয়ে, চৰ্চা সামাজিক মাধ্যমত!

৩৭ বছৰ বয়সত মাতৃত্ব হোৱাৰ সুখ লাভ কৰিলে এইগৰাকী অভিনেত্ৰীয়ে, চৰ্চা সামাজিক মাধ্যমত!

2 months ago
ফেনৰ ব্লেডত ধূলি জমা হ’লে হব পাৰে আপোনাৰ বৃহৎ লোকচান

ফেনৰ ব্লেডত ধূলি জমা হ’লে হব পাৰে আপোনাৰ বৃহৎ লোকচান

13 minutes ago
E20ৰ পিছত এইবাৰ আহি আছে E85 ইন্ধন

E20ৰ পিছত এইবাৰ আহি আছে E85 ইন্ধন

59 minutes ago
ভাৰতে লাভ কৰিব অষ্ট্ৰেলিয়াৰ ইউৰেনিয়াম

ভাৰতে লাভ কৰিব অষ্ট্ৰেলিয়াৰ ইউৰেনিয়াম

2 hours ago
বিৱাহত সন্মতি দিয়াৰ আগতে নিশ্চিতভাৱে জানি লওক এই ৫টা কথা

বিৱাহত সন্মতি দিয়াৰ আগতে নিশ্চিতভাৱে জানি লওক এই ৫টা কথা

3 hours ago
আজি দাখিল হ’ব ২০২৬-২৭ বৰ্ষৰ অসম বাজেট

আজি দাখিল হ’ব ২০২৬-২৭ বৰ্ষৰ অসম বাজেট

4 hours ago
এমবাপে-ডেম্বেলেৰ যুগলবন্দীত দিশহাৰা মৰক্কো, ছেমিত ফ্ৰান্স

এমবাপে-ডেম্বেলেৰ যুগলবন্দীত দিশহাৰা মৰক্কো, ছেমিত ফ্ৰান্স

5 hours ago
আজিৰ দিনটো আপোনাৰ কেনে যাব?

আজিৰ দিনটো আপোনাৰ কেনে যাব?

6 hours ago
মৃত্যুক জয় কৰা ষ্ট’লে ছ’লবাকেনৰ অনন্য কাহিনী

মৃত্যুক জয় কৰা ষ্ট’লে ছ’লবাকেনৰ অনন্য কাহিনী

18 hours ago
খোৱাৰ সময়ত এই ভুলবোৰ কেতিয়াও নকৰিব

খোৱাৰ সময়ত এই ভুলবোৰ কেতিয়াও নকৰিব

18 hours ago
৭০ দশকত বলীউডৰ আটাইতকৈ দামী অভিনেত্ৰী কোন আছিল?

৭০ দশকত বলীউডৰ আটাইতকৈ দামী অভিনেত্ৰী কোন আছিল?

19 hours ago
এই ৫ ৰাশিৰ লোক হওঁক সাৱধান! আহি আছে বিভিন্ন প্ৰত্যাহ্বান

এই ৫ ৰাশিৰ লোক হওঁক সাৱধান! আহি আছে বিভিন্ন প্ৰত্যাহ্বান

19 hours ago
খামেনেইৰ জানাজা সম্পন্ন হোৱা Imam Reza Shrineৰ মহত্ব কিমান?

খামেনেইৰ জানাজা সম্পন্ন হোৱা Imam Reza Shrineৰ মহত্ব কিমান?

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, July 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

৩৭ বছৰ বয়সত মাতৃত্ব হোৱাৰ সুখ লাভ কৰিলে এইগৰাকী অভিনেত্ৰীয়ে, চৰ্চা সামাজিক মাধ্যমত!

৩৭ বছৰ বয়সত মাতৃত্ব হোৱাৰ সুখ লাভ কৰিলে এইগৰাকী অভিনেত্ৰীয়ে, চৰ্চা সামাজিক মাধ্যমত!

editor by editor
May 7, 2026
in বিনোদন, বিবিধ, লেখা
0
৩৭ বছৰ বয়সত মাতৃত্ব হোৱাৰ সুখ লাভ কৰিলে এইগৰাকী অভিনেত্ৰীয়ে, চৰ্চা সামাজিক মাধ্যমত!
0
SHARES
709
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

শেহতীয়াকৈ সুৰভি জ্যোতিয়ে গৰ্ভধাৰণৰ কথা ঘোষণা কৰিছিল। স্বামী সুমিত ছুৰীৰ সৈতে বিবাহৰ দুবছৰৰ অন্তত প্ৰথম সন্তানৰ আশা কৰিছে দম্পতীয়ে। এতিয়া অভিনেত্ৰীগৰাকীয়ে নতুন ফটোশ্বুট শ্বেয়াৰ কৰিছে, য’ত তেওঁক বেবী বাম্পৰ সৈতে দেখা গৈছে।

জনপ্ৰিয় টিভি শ্ব’ “কুবুল হ্যেয়”ৰ অভিনেত্ৰী সুৰভি জ্যোতি অতি সোনকালে মাতৃ হ’বলৈ গৈ আছে। মাত্ৰ ১২ সপ্তাহ পূৰ্বে গৰ্ভধাৰণৰ কথা ঘোষণা কৰিছিল। বৰ্তমান ৩৭ বছৰীয়া অভিনেত্ৰীগৰাকীয়ে এক সুকীয়া আৰু নতুন পৰ্যায় উপভোগ কৰিছে। বহুদিনৰ পৰা অভিনয়ৰ পৰা আঁতৰি থকা ছানীয়ে নতুনকৈ অহাৰ আগমনৰ প্ৰস্তুতিত ব্যস্ত।

২০২৬ চনৰ ফেব্ৰুৱাৰী মাহত অভিনেত্ৰীগৰাকীয়ে নিজৰ গৰ্ভধাৰণৰ কথা ঘোষণা কৰে। সন্তানৰ আগমণকলৈ স্বামী সুমিত ছুৰীৰ সৈতে খবৰটো অনুৰাগীৰ সৈতে শ্বেয়াৰ কৰে।

সুৰভি জ্যোতিয়েও নাগিনত তেওঁৰ শক্তিশালী অভিনয়েৰে সকলোকে আপ্লুত কৰিছিল। কিন্তু বৰ্তমান তেওঁৰ নতুন ফটোশ্বুটে সামাজিক ধুমুহাৰ সৃষ্টি কৰিছে। পিষ্টাচিয়া সেউজীয়া, বডি ফিট ড্ৰেছত পোজ দিয়া দেখা গৈছিল।

হাতত ফুল লৈ সুৰভি জ্যোতিয়ে ইনষ্টাগ্ৰামত কিছু ফটো শ্বেয়াৰ কৰে। য’ত কেপচনত লিখিছিল, ” Blessed beyond words” তেওঁ নিজৰ বেবী বাম্পটোও প্ৰদৰ্শন কৰিলে। পথৰ কাষৰ এখন ফুলৰ দোকানত কৰা এই ফটোশ্বুটটোৱে ব্যাপক মৰম লাভ কৰিছে।

সুৰভি জ্যোতিয়ে পিষ্টাচিয়া সেউজীয়া ৰঙৰ ড্ৰেছ আৰু ৰেড ড্ৰেছেৰে সকলোৰে হৃদয় জিনিছিল। আনকি তেওঁ নূন্যতম মেকআপেৰেও লুকটো সম্পূৰ্ণ কৰিছিল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ফেনৰ ব্লেডত ধূলি জমা হ’লে হব পাৰে আপোনাৰ বৃহৎ লোকচান
জীৱনশৈলী

ফেনৰ ব্লেডত ধূলি জমা হ’লে হব পাৰে আপোনাৰ বৃহৎ লোকচান

July 10, 2026
E20ৰ পিছত এইবাৰ আহি আছে E85 ইন্ধন
ভাৰত

E20ৰ পিছত এইবাৰ আহি আছে E85 ইন্ধন

July 10, 2026
বিৱাহত সন্মতি দিয়াৰ আগতে নিশ্চিতভাৱে জানি লওক এই ৫টা কথা
জীৱনশৈলী

বিৱাহত সন্মতি দিয়াৰ আগতে নিশ্চিতভাৱে জানি লওক এই ৫টা কথা

July 10, 2026
এমবাপে-ডেম্বেলেৰ যুগলবন্দীত দিশহাৰা মৰক্কো, ছেমিত ফ্ৰান্স
বিনোদন

এমবাপে-ডেম্বেলেৰ যুগলবন্দীত দিশহাৰা মৰক্কো, ছেমিত ফ্ৰান্স

July 10, 2026
Next Post
বংগত ভংগ মমতাৰ সাম্ৰাজ্য! ৰাজ্যপালে কাঢ়ি ল’লে সকলো ক্ষমতা

বংগত ভংগ মমতাৰ সাম্ৰাজ্য! ৰাজ্যপালে কাঢ়ি ল'লে সকলো ক্ষমতা

কেৰিয়াৰত বাধা আৰু সম্পৰ্কত তিক্ততা… কুণ্ডলীত আছে নেকি কোনো দোষ?

কেৰিয়াৰত বাধা আৰু সম্পৰ্কত তিক্ততা... কুণ্ডলীত আছে নেকি কোনো দোষ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.