• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বাঢ়িছে ভয়ংকৰ হাণ্টা ভাইৰাছৰ সংক্ৰমণ, হাণ্টা ভাইৰাছ কি? কি কি উপসৰ্গই দেখা দিয়ে এই ভাইৰাছৰ সংক্ৰমণত?

2 hours ago
মেনোপজৰ পাছত পেলভিছত বিষ স্বাভাৱিক নহয়, কিমান বয়সৰ পৰা অভেৰিয়ান কেন্সাৰৰ স্ক্ৰিনিঙৰ দৰকাৰ?

27 minutes ago
গৰম অহাৰ লগে লগেই ঘামৰ দুৰ্গন্ধই অস্থিৰ কৰিছে? এই ৪ উপায়েৰে দূৰ কৰিব পাৰি ঘামৰ দুৰ্গন্ধৰ সমস্যা

গৰম অহাৰ লগে লগেই ঘামৰ দুৰ্গন্ধই অস্থিৰ কৰিছে? এই ৪ উপায়েৰে দূৰ কৰিব পাৰি ঘামৰ দুৰ্গন্ধৰ সমস্যা

2 hours ago
সন্তান নালাগে… ভাৰতীয়ৰ মাজত বাঢ়িছে সন্তান নিবিচৰা Couple-ৰ সংখ্যা! কিয় জানি থওক

3 hours ago
সংগীক সুখ দিয়াত অপাৰগ? খাদ্য তালিকাত ৰাখক এইসমূহ খাদ্য, নিশাৰ ভিতৰতেই বাঢ়িব শৰীৰৰ ক্ষমতা

শৰীৰত শক্তি বঢ়োৱাৰ পৰা কিডনি ষ্ট’নৰ সমস্যা দূৰ কৰালৈকে! প্ৰতিদিনে এগিলাচকৈ খাওক এই জুছ, দূৰ হ’ব শৰীৰৰ ৫ সমস্যা

4 hours ago
শৰীৰত এই ৬ সমস্যা আছে নেকি? দৈনিক কণী খালেই সমাধান হ’ব এইকেইটা সমস্যা

শুক্ৰই মৃগশিৰা নক্ষত্ৰত প্ৰৱেশ কৰিব, ১০ দিনৰ ভিতৰত জীৱন সলনি হ’ব এই ৪ৰাশিৰ

5 hours ago
আজিৰ ৰাশিফলঃ সৰ্বাৰ্থ সিদ্ধি যোগৰ সৈতে ৰবি যোগ, মা লক্ষ্মীয়ে কৃপা কৰিব কোন কোন ৰাশিক?

সোমবাৰে ৰাশি সলনি কৰিব মঙ্গলে, মঙ্গলৰ ৰাশি সলনিয়ে বিপদ মাতি আনিব এই ৫ৰাশিৰ জীৱনলৈ

6 hours ago
মাজ আকাশত ফ্লাইটত মহুৱা মৈত্ৰৰ সৈতে দুৰ্ব্যৱহাৰ, চাওক এই ভিডিঅ’, কি হৈছে মহুৱাৰ সৈতে?

অসমৰ সাঁতোৰবিদৰ কৃতিত্ব অৰ্জন, প্ৰত্যাহ্বান নেওচি অতিক্ৰম কৰে পাল্ক ষ্ট্ৰেইট

16 hours ago
কপালত ৰাজযোগ আছে নেকি? এই সংকেতৰ পৰা বুজি লওক

  • About
  • Advertise
  • Careers
  • English Edition
Friday, May 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বাঢ়িছে ভয়ংকৰ হাণ্টা ভাইৰাছৰ সংক্ৰমণ, হাণ্টা ভাইৰাছ কি? কি কি উপসৰ্গই দেখা দিয়ে এই ভাইৰাছৰ সংক্ৰমণত?

বাঢ়িছে ভয়ংকৰ হাণ্টা ভাইৰাছৰ সংক্ৰমণ, হাণ্টা ভাইৰাছ কি? কি কি উপসৰ্গই দেখা দিয়ে এই ভাইৰাছৰ সংক্ৰমণত?

editor by editor
May 8, 2026
in জীৱনশৈলী, স্বাস্থ্য
0
বাঢ়িছে ভয়ংকৰ হাণ্টা ভাইৰাছৰ সংক্ৰমণ, হাণ্টা ভাইৰাছ কি? কি কি উপসৰ্গই দেখা দিয়ে এই ভাইৰাছৰ সংক্ৰমণত?
0
SHARES
356
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সাম্প্ৰতিক সময়ত ডাঙৰ ডাঙৰ ক্ৰুজ আৰু জাহাজসমূহত বাঢ়িছে হান্টাভাইৰাছৰ সংক্ৰমণৰ ঘটনা৷ এই  বিষয়ক লৈ উদ্বিগ্ন হৈ পৰিছে স্বাস্থ্য বিশেষজ্ঞসকল৷ বৰ্তমান পৰ্যন্ত হাণ্টাভাইৰাছৰ আক্ৰমণৰ ফলত ৩ জন লোকে প্ৰাণ হেৰুৱাইছে৷ বিশেষজ্ঞই ধাৰণা কৰিছে যে এই ভাইৰাছ খুবেই বিৰল আৰু মাৰাত্মক৷ COVID-19-তকৈ ভয়ংকৰ হ’ব পাৰে এই ভাইৰাছ৷

হাণ্টা ভাইৰাছ কি?

Hantavirus হৈছে এনে এক ধৰণৰ ভাইৰাছ যি প্ৰধানত এন্দুৰ বা ৰোডেণ্ট  জাতীয় প্ৰাণীৰ মাধ্যমেৰে বিয়পে৷ এন্দুৰৰ প্ৰস্ৰাৱ, লেলাৱতি এইসমূহৰ পৰা এই ভাইৰাছ মানুহৰ শৰীৰত প্ৰৱেশ কৰিব পাৰে৷ এই ভাইৰাছ COVID-19 বা ইনফ্লুয়েঞ্জাৰ দৰে অতি সহজে মানুহৰ শৰীৰত প্ৰৱেশ কৰিব নোৱাৰে৷ সাধাৰণতে ৰোডেণ্ট জায়ীৰ প্ৰাণীয়ে খোৱা খাদ্য, প্ৰস্ৰাৱ, মলত্যাগ কৰা খাদ্য মানুহে খালে তাৰপৰা এই ভাইৰাছ বিয়পিব পাৰে৷

কি কি উপসৰ্গই দেখা দিয়ে এই ভাইৰাছৰ সংক্ৰমণত?

ইয়াৰ প্ৰাথমিক লক্ষণ ফ্লুৰ দৰেই৷ ফলত বহুতেই প্ৰাথমিক পৰ্যায়ত ইয়াক ইনফ্লুয়েঞ্জা বা সাধাৰণ জ্বৰ বুলি ধাৰণা কৰে৷ ইয়াৰোপৰি পেশীৰ বিষ, মূৰৰ বিষ, অলপতেই ক্লান্ত লগা, বমি এই লক্ষণসমূহে দেখা দিয়ে৷ বহুক্ষেত্ৰত শ্বাসকষ্ট বা হাওঁফাওঁৰ সমস্যাও হ’ব পাৰে যাক কোৱা হয় Hantavirus Pulmonary Syndrome (HPS)। চিকিৎসকে জনাইছে যে মূলত এন্দুৰৰ পৰা এই ভাইৰাছ বিয়পিছে৷ কিছুদিনৰ ভিতৰতেই ভয়ংকৰ ৰূপ ধাৰণ কৰিব পাৰে আৰু মৃত্যু পৰ্যন্ত ঘটিব পাৰে৷

কিয় ক্ৰুজতে বাঢ়িছে এই সংক্ৰমণ?

বিশেষজ্ঞৰ মতে ডাঙৰ ডাঙৰ জাহাজৰ কাৰ্গোত দীৰ্ঘদিনৰ বাবে খাদ্য মজুত থাকে৷ তাতেই এন্দুৰ বা ৰোডেণ্টজাতীয় প্ৰাণীয়ে বাঁহ বান্ধে৷ ফলত এই ভাইৰাছ বিয়পে৷ ক্ৰুজত বহু যাত্ৰী আৰু কৰ্মী একেলগে থাকে আৰু সেই খাদ্যও সকলোৱে গ্ৰহণ কৰে ফলত এই ভাইৰাছ বিয়পি কৰে বুলি ধাৰণা চিকিৎসকৰ৷

বিশেষজ্ঞই ধাৰণা কৰিছে যে এই ৰোগ বিৰল আৰু অত্যন্ত মাৰাত্মক৷ কভিড ১৯তকৈ HPS ৰ মৃত্যুহাৰ বেছি আৰু চিন্তাৰ কাৰণ হৈছে ইয়াৰ নিৰ্দিষ্ট কোনো এণ্টিভাইৰেল ঔষধ নাই৷ শ্বাসকষ্ট বা হাওঁফাওত এই ভাইৰাছৰ সংক্ৰমণ হলে অক্সিজেন চাপৰ্টেই একমাত্ৰ ভৰসা৷ এই ধাৰণা কৰিছে চিকিৎসকসকলে৷ সমগ্ৰ বিশ্ব ভ্ৰমণৰ বিষয়েও বিশেষ সতৰ্ক থাকিবলৈ কোৱা হৈছে৷

কি কি সতৰ্কতা গ্ৰহণ কৰা জৰুৰী?

জাহাজসমূহত পেষ্ট কন্ট্ৰল ব্যৱস্থা আৰু উন্নত কৰিবলৈ কোৱা হৈছে৷ পৰিষ্কাৰ, পৰিচ্ছন্নতা বজায় ৰখা আৰু ষ্টোৰেজত খাদ্য সঠিকভাৱে সংৰক্ষণ কৰা উচিত আৰু কোনো ভ্ৰমণৰ পাছত যদি ফ্লুৰ দৰে গুৰুতৰ উপসৰ্গই দেখা দিয়ে তেতিয়া দ্ৰুত চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মেনোপজৰ পাছত পেলভিছত বিষ স্বাভাৱিক নহয়, কিমান বয়সৰ পৰা অভেৰিয়ান কেন্সাৰৰ স্ক্ৰিনিঙৰ দৰকাৰ?
জীৱনশৈলী

মেনোপজৰ পাছত পেলভিছত বিষ স্বাভাৱিক নহয়, কিমান বয়সৰ পৰা অভেৰিয়ান কেন্সাৰৰ স্ক্ৰিনিঙৰ দৰকাৰ?

May 8, 2026
গৰম অহাৰ লগে লগেই ঘামৰ দুৰ্গন্ধই অস্থিৰ কৰিছে? এই ৪ উপায়েৰে দূৰ কৰিব পাৰি ঘামৰ দুৰ্গন্ধৰ সমস্যা
জীৱনশৈলী

গৰম অহাৰ লগে লগেই ঘামৰ দুৰ্গন্ধই অস্থিৰ কৰিছে? এই ৪ উপায়েৰে দূৰ কৰিব পাৰি ঘামৰ দুৰ্গন্ধৰ সমস্যা

May 8, 2026
সন্তান নালাগে… ভাৰতীয়ৰ মাজত বাঢ়িছে সন্তান নিবিচৰা Couple-ৰ সংখ্যা! কিয় জানি থওক
জীৱনশৈলী

সন্তান নালাগে… ভাৰতীয়ৰ মাজত বাঢ়িছে সন্তান নিবিচৰা Couple-ৰ সংখ্যা! কিয় জানি থওক

May 8, 2026
সংগীক সুখ দিয়াত অপাৰগ? খাদ্য তালিকাত ৰাখক এইসমূহ খাদ্য, নিশাৰ ভিতৰতেই বাঢ়িব শৰীৰৰ ক্ষমতা
খাদ্য

Next Post
গৰম অহাৰ লগে লগেই ঘামৰ দুৰ্গন্ধই অস্থিৰ কৰিছে? এই ৪ উপায়েৰে দূৰ কৰিব পাৰি ঘামৰ দুৰ্গন্ধৰ সমস্যা

গৰম অহাৰ লগে লগেই ঘামৰ দুৰ্গন্ধই অস্থিৰ কৰিছে? এই ৪ উপায়েৰে দূৰ কৰিব পাৰি ঘামৰ দুৰ্গন্ধৰ সমস্যা

মেনোপজৰ পাছত পেলভিছত বিষ স্বাভাৱিক নহয়, কিমান বয়সৰ পৰা অভেৰিয়ান কেন্সাৰৰ স্ক্ৰিনিঙৰ দৰকাৰ?

মেনোপজৰ পাছত পেলভিছত বিষ স্বাভাৱিক নহয়, কিমান বয়সৰ পৰা অভেৰিয়ান কেন্সাৰৰ স্ক্ৰিনিঙৰ দৰকাৰ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন