• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মৰম কি এনেকুৱাই… যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কয়দীৰ সৈতে জে’লৰ সহকাৰী ছুপাৰিণ্টেন্ডেন্টৰ বিবাহ, দুইয়ো ভিন্ন ধৰ্মী, এই বিবাহ, কেনেকৈ সম্ভৱ হৈ উঠিল?

মৰম কি এনেকুৱাই… যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কয়দীৰ সৈতে জে’লৰ সহকাৰী ছুপাৰিণ্টেন্ডেন্টৰ বিবাহ, দুইয়ো ভিন্ন ধৰ্মী, এই বিবাহ, কেনেকৈ সম্ভৱ হৈ উঠিল?

2 months ago
কেনে যাব আপোনাৰ আগন্তুক ২৪ ঘণ্টা?

কেনে যাব আপোনাৰ আগন্তুক ২৪ ঘণ্টা?

11 minutes ago
ঐশ্বৰ্য ৰায় নে মাধুৰী? ‘দেৱদাস’ত কোনে লাভ কৰিছিল বেছি পাৰিশ্ৰমিক?

ঐশ্বৰ্য ৰায় নে মাধুৰী? ‘দেৱদাস’ত কোনে লাভ কৰিছিল বেছি পাৰিশ্ৰমিক?

12 hours ago
আগন্তুক এসপ্তাহ এই ৫ ৰাশিৰ বাঢ়িব পাৰে সমস্যা

আগন্তুক এসপ্তাহ এই ৫ ৰাশিৰ বাঢ়িব পাৰে সমস্যা

12 hours ago
‘মই অষ্টম শ্ৰেণীতে নিৰ্যাতনৰ বলি হৈছিলো’

‘মই অষ্টম শ্ৰেণীতে নিৰ্যাতনৰ বলি হৈছিলো’

13 hours ago
পিত-মাতৃ নহয়, বন্ধুৰ নামত লিখিলে ২৮ কোটি টকাৰ সম্পত্তি

পিত-মাতৃ নহয়, বন্ধুৰ নামত লিখিলে ২৮ কোটি টকাৰ সম্পত্তি

14 hours ago
সুখবৰ! এতিয়াৰে পৰা মহিলাসকলে প্ৰতিমাহে পাব ২৫০০টকা

সুখবৰ! এতিয়াৰে পৰা মহিলাসকলে প্ৰতিমাহে পাব ২৫০০টকা

15 hours ago
এইসকল লোকে বতৰৰ ফল আম খোৱাৰ আগতে সাৱধান হওক

এইসকল লোকে বতৰৰ ফল আম খোৱাৰ আগতে সাৱধান হওক

16 hours ago
১৪ জুলাই মঙলবাৰে এই ৫ বিধ বস্তু দান কৰক

১৪ জুলাই মঙলবাৰে এই ৫ বিধ বস্তু দান কৰক

16 hours ago
গাৰ্ডনাৰ-ৱ’লৰ অবৈধ সম্পৰ্ক!

গাৰ্ডনাৰ-ৱ’লৰ অবৈধ সম্পৰ্ক!

17 hours ago
১৮টা ক*বৰত উদ্ধাৰ সোণৰ জিভা, জানক ক’ত এই বিস্ময়কৰ ঘটনা

১৮টা ক*বৰত উদ্ধাৰ সোণৰ জিভা, জানক ক’ত এই বিস্ময়কৰ ঘটনা

18 hours ago
এইবাৰ ষ্টেডিয়ামৰ ঘাঁহ চ’ৰাদাম বিক্ৰী কৰিব ফিফাই

এইবাৰ ষ্টেডিয়ামৰ ঘাঁহ চ’ৰাদাম বিক্ৰী কৰিব ফিফাই

19 hours ago
ভুলতো এই ৫ লোকে নাখাব মাখানা, অন্যথা বিপদ অনিবাৰ্য!

ভুলতো এই ৫ লোকে নাখাব মাখানা, অন্যথা বিপদ অনিবাৰ্য!

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, July 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মৰম কি এনেকুৱাই… যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কয়দীৰ সৈতে জে’লৰ সহকাৰী ছুপাৰিণ্টেন্ডেন্টৰ বিবাহ, দুইয়ো ভিন্ন ধৰ্মী, এই বিবাহ, কেনেকৈ সম্ভৱ হৈ উঠিল?

মৰম কি এনেকুৱাই... যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কয়দীৰ সৈতে জে’লৰ সহকাৰী ছুপাৰিণ্টেন্ডেন্টৰ বিবাহ, দুইয়ো ভিন্ন ধৰ্মী, এই বিবাহ, কেনেকৈ সম্ভৱ হৈ উঠিল?

editor by editor
May 11, 2026
in জীৱনশৈলী
0
মৰম কি এনেকুৱাই… যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কয়দীৰ সৈতে জে’লৰ সহকাৰী ছুপাৰিণ্টেন্ডেন্টৰ বিবাহ, দুইয়ো ভিন্ন ধৰ্মী, এই বিবাহ, কেনেকৈ সম্ভৱ হৈ উঠিল?
0
SHARES
1.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মধ্যপ্ৰদেশৰ ছাতনা চেন্ট্ৰেল জে’লৰ ভিতৰত আৰম্ভ হোৱা এক প্ৰেমকাহিনী৷ শেষ পৰ্যন্ত বিবাহলৈকে উন্নীত হ’ল এই প্ৰেম৷ এই বিবাহ কোনো সাধাৰণ বিবাহ নহয়৷ আইন ধৰ্ম আৰু সামাজিক প্ৰথাৰ ঊৰ্ধত এই বিবাহ৷ সেয়ে চৰ্চাত আছে বিশেষ বিয়াখন৷ এজন যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত অপৰাধীৰ সৈতে সেই জে’লৰেই মহিলা জে’ল কৰ্মকৰ্তাৰ আন্তঃধৰ্মীয় বিবাহে এতিয়া দৃষ্টিকাঢ়িছে দেশবাসীৰ৷

ছাতনা চেন্ট্ৰেল জে’লৰ সহকাৰী ছুপাৰিণ্টেন্ডেণ্ট ফিৰোজা খাতুনৰ সৈতে কাৰাগাৰতে পৰিচয় হৈছিল ধৰ্মেন্দ্ৰ নামৰ এজন কয়দীৰ৷ ২০০৭ চনত এজন কাউন্সিলাৰক হত্যা কৰি দেহ পুঁতি পেলোৱাৰ অপৰাধত ধৰ্মেন্দ্ৰই যাৱজ্জীৱন কাৰাদণ্ড ভোগ কৰিছে৷ ফিৰোজাই যেতিয়া জে’লৰ ৱাৰেণ্ট ইনচাৰ্জ হিচাপে সেই জে’লত কৰ্মৰত হৈ আছিল তেতিয়া জে’লৰ বিভিন্ন দপ্তৰৰ কামত তেওঁক সহায় কৰিছিল কয়দী ধৰ্মেন্দ্রই৷ সেই পেছাদাৰী যোগাযোগৰ পৰাই তেওঁলোকৰ মাজত বন্ধুত্ব গঢ়ি উঠে৷ যি সময়ৰ লগে লগে প্ৰেমলৈ ৰূপান্তৰিত হয়৷ জে’লৰ চাৰি দেৱালৰ ভিতৰতে আৰম্ভ হোৱা সেই সম্পৰ্কৰ কথা অৱশ্যে কোনোৱে ঘূণাক্ষৰেও জানিব পৰা নাছিল৷

প্ৰায় ১৪ বছৰ জে’ল খটাৰ পাছত চাৰি বছৰ পূৰ্বে ভাল আচৰণৰ ভিত্তিত মুক্তিলাভ কৰিছে ধৰ্মেন্দ্রই৷ জে’লৰ পৰা বাহিৰলৈ অহাৰ পাছতেই তেওঁলোক দুজনেই সিদ্ধান্ত লয় যে এই সম্পৰ্কক তেওঁলোকে সামাজিক স্বীকৃতি দিব৷ অৱশেষত বিগত ৫ মে’ত ছতৰপুৰ জিলাত বৈদিক ৰীতিনীতি মানি তেওঁলোকৰ বিবাহ সম্পন্ন হয়৷ সামাজিক বিতৰ্ক এৰাবলৈ ধৰ্মেন্দ্ৰই বিবাহৰ নিমন্ত্ৰণপত্ৰত নিজৰ নাম কিছু পৰিবৰ্তনো কৰিছে৷

এই বিবাহক অৱশ্যে ফিৰোজাৰ পৰিয়ালৰ পৰা মানি লোৱা হোৱা নাই৷ মুছলমান পৰিয়ালৰ কোনোৱে এই অনুষ্ঠানত যোগদানো কৰা নাই৷ পৰিয়ালৰ অনুপস্থিতিতেই এক অনন্য মানৱিক দৃষ্টান্ত স্থাপন কৰে বিশ্ব হিন্দু পৰিষদৰ জিলা সহসভাপতি ৰাজবাহাদুৰ মিশ্ৰ আৰু তেওঁৰ পত্নীয়ে৷ তেওঁলোকেই কন্যাদান কৰি বিবাহৰ আনুষ্ঠানিকতা সম্পন্ন কৰে৷ অনুষ্ঠানত বজৰং দলৰ সদস্যসকলো উপস্থিত আছিল৷

ছাতনা চেন্ট্ৰেল জে’লৰ সহকৰ্মী আৰু কাৰাবন্দীসকলেও এই নৱদম্পত্তিক শুভেচ্ছা জনাইছে৷ এসময়ৰ দণ্ডপ্ৰাপ্ত আছামী আৰু জে’লৰ শৃঙ্খলাৰক্ষাকাৰী কৰ্মকৰ্তাৰ এই মিলন সামাজিক আৰু ধৰ্মীয় বিভেদৰ ঊৰ্ধ্বত এক নতুন আখ্যান বুলিও সৰ্বত্ৰতে চৰ্চিত হৈছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কেনে যাব আপোনাৰ আগন্তুক ২৪ ঘণ্টা?
জীৱনশৈলী

কেনে যাব আপোনাৰ আগন্তুক ২৪ ঘণ্টা?

July 14, 2026
আগন্তুক এসপ্তাহ এই ৫ ৰাশিৰ বাঢ়িব পাৰে সমস্যা
জীৱনশৈলী

আগন্তুক এসপ্তাহ এই ৫ ৰাশিৰ বাঢ়িব পাৰে সমস্যা

July 13, 2026
সুখবৰ! এতিয়াৰে পৰা মহিলাসকলে প্ৰতিমাহে পাব ২৫০০টকা
ভাৰত

সুখবৰ! এতিয়াৰে পৰা মহিলাসকলে প্ৰতিমাহে পাব ২৫০০টকা

July 13, 2026
এইসকল লোকে বতৰৰ ফল আম খোৱাৰ আগতে সাৱধান হওক
জীৱনশৈলী

এইসকল লোকে বতৰৰ ফল আম খোৱাৰ আগতে সাৱধান হওক

July 13, 2026
Next Post
শুক্ৰৰ গোচৰত খুলিব ভাগ্য, ২৩ দিনৰ ভিতৰত লাখপতি হ’ব এই ৫ৰাশিৰ জাতক

শুক্ৰৰ গোচৰত খুলিব ভাগ্য, ২৩ দিনৰ ভিতৰত লাখপতি হ’ব এই ৫ৰাশিৰ জাতক

মঙলবাৰে মুখমন্ত্ৰীসহ এই ৪মন্ত্ৰীয়ে ল’ব শপত, ৪ উদ্যোগপতি, কেন্দ্ৰীয়মন্ত্ৰীৰ ওপৰিও এই শপতগ্ৰহণলৈ আহিব প্ৰায় ২০ ৰাজ্যৰ মুখ্যমন্ত্ৰী

মঙলবাৰে মুখমন্ত্ৰীসহ এই ৪মন্ত্ৰীয়ে ল’ব শপত, ৪ উদ্যোগপতি, কেন্দ্ৰীয়মন্ত্ৰীৰ ওপৰিও এই শপতগ্ৰহণলৈ আহিব প্ৰায় ২০ ৰাজ্যৰ মুখ্যমন্ত্ৰী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.