• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বাৰে বাৰে পেটৰ সমস্যা? কোনো ডাঙৰ ৰোগৰ ইংগিত নেকি জানক

বাৰে বাৰে পেটৰ সমস্যা? কোনো ডাঙৰ ৰোগৰ ইংগিত নেকি জানক

4 months ago
অবিশ্বাস্য! ৯ ৰানত ৮টাকৈ উইকেট

অবিশ্বাস্য! ৯ ৰানত ৮টাকৈ উইকেট

30 minutes ago
পাঞ্জাবৰ পিছত এইবাৰ হাৰিয়ানা, এইবাৰ পিটবুলৰ আক্ৰমণৰ বলি কোন?

পাঞ্জাবৰ পিছত এইবাৰ হাৰিয়ানা, এইবাৰ পিটবুলৰ আক্ৰমণৰ বলি কোন?

1 hour ago
কৰ্কট ৰাশিত মংগলৰ প্ৰৱেশ, সাৱধান হওঁক এই ৬ ৰাশিৰ লোক

কৰ্কট ৰাশিত মংগলৰ প্ৰৱেশ, সাৱধান হওঁক এই ৬ ৰাশিৰ লোক

2 hours ago
PFৰ মজুৰি সীমা বৃদ্ধি, কৰ্মচাৰীৰ দৰমহা, পেঞ্চন আৰু সঞ্চয়ত কি প্ৰভাৱ পৰিব?

PFৰ মজুৰি সীমা বৃদ্ধি, কৰ্মচাৰীৰ দৰমহা, পেঞ্চন আৰু সঞ্চয়ত কি প্ৰভাৱ পৰিব?

2 hours ago
মন গ’লেই ফাৰ্মাচীৰ পৰা কিনিব নোৱাৰিব ঔষধ!

মন গ’লেই ফাৰ্মাচীৰ পৰা কিনিব নোৱাৰিব ঔষধ!

3 hours ago
চিকিৎসালয়ত অগ্নিকাণ্ড, ই-ৰিক্সাতে সন্তান প্ৰসৱ প্ৰসূতিৰ

চিকিৎসালয়ত অগ্নিকাণ্ড, ই-ৰিক্সাতে সন্তান প্ৰসৱ প্ৰসূতিৰ

3 hours ago
শাড়ী পিন্ধি ঘূৰি ফুৰিছিল যুৱক, আৰক্ষীৰ জেৰাত পোহৰলৈ আহিল ভয়ংকৰ তথ্য

শাড়ী পিন্ধি ঘূৰি ফুৰিছিল যুৱক, আৰক্ষীৰ জেৰাত পোহৰলৈ আহিল ভয়ংকৰ তথ্য

4 hours ago
কঠোৰ জিলা আয়ুক্ত, কনিষ্ঠ সহায়কক অৱনমিত কৰিলে পিয়নলৈ

কঠোৰ জিলা আয়ুক্ত, কনিষ্ঠ সহায়কক অৱনমিত কৰিলে পিয়নলৈ

5 hours ago
সোণৰ গহনাৰ বাবেই মাতৃক হ*ত্যা জী-জোঁৱাইৰ

সোণৰ গহনাৰ বাবেই মাতৃক হ*ত্যা জী-জোঁৱাইৰ

5 hours ago
পুনৰ প্ৰতিবাদত নামিব সোণম ৱাংচুক

পুনৰ প্ৰতিবাদত নামিব সোণম ৱাংচুক

6 hours ago
বৃহস্পতিৰ সংযোগৰ দ্বাৰা উপকৃত হ’ব এই ৮টা ৰাশি

বৃহস্পতিৰ সংযোগৰ দ্বাৰা উপকৃত হ’ব এই ৮টা ৰাশি

7 hours ago
নিবনুৱাৰ বাবে সুখবৰ! ১১,৪০৩টা পদত নিযুক্তিৰ বাবে বিজ্ঞাপন প্ৰকাশ

Indian Armyত ওলাইছে চাকৰি, কি কি লাগিব যোগ্যতা?

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, September 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বাৰে বাৰে পেটৰ সমস্যা? কোনো ডাঙৰ ৰোগৰ ইংগিত নেকি জানক

বাৰে বাৰে পেটৰ সমস্যা? কোনো ডাঙৰ ৰোগৰ ইংগিত নেকি জানক

editor by editor
May 13, 2026
in জীৱনশৈলী, বিবিধ, লেখা
0
বাৰে বাৰে পেটৰ সমস্যা? কোনো ডাঙৰ ৰোগৰ ইংগিত নেকি জানক
0
SHARES
252
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পৰিৱৰ্তিত জীৱনশৈলীৰ বাবে আমাৰ বহুতো সমস্যাৰ সৃষ্টি হয়। সঘনাই পেটৰ বিষ হ’লে ইয়াক সহজভাৱে ল’ব নালাগে। পেটৰ বিষৰ লগতে বদহজম বা অত্যধিক গেছ গুৰুতৰ হ’ব পাৰে। খাদ্যাভ্যাস বেয়া, মানসিক চাপ, অনিয়মিত ৰুটিন পেটৰ সমস্যাৰ প্ৰধান কাৰণ যদিও দীৰ্ঘদিনীয়া সমস্যাৰ ফলত গুৰুতৰ ৰোগ হ’ব পাৰে। সঘনাই পেটৰ বিষ হোৱাৰ কাৰণ আৰু এই সমস্যা কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি সেই বিষয়ে বিশেষজ্ঞৰ পৰা জানি লওক।

সঘনাই পেট বিষ হোৱাৰ আটাইতকৈ সাধাৰণ কাৰণ হ’ল খাদ্যাভ্যাস বেয়া। আজিকালি মানুহে বহুত মৈদাৰ খাদ্য খায়। ই অন্ত্ৰত পচি পেটৰ বিষৰ সৃষ্টি কৰে। কিছুমান মানুহৰ গাখীৰ, গ্লুটেন বা কিছুমান খাদ্য হজম কৰাত অসুবিধা হয়। ইয়াৰ ফলত পেট ফুলা, ডায়েৰিয়া, ক্ৰেম্প আদি হ’ব পাৰে। যদি পেটৰ বিষ, গেছ, আৰু সঘনাই ডায়েৰিয়া বা কোষ্ঠকাঠিন্য দীৰ্ঘদিন ধৰি থাকে তেন্তে ই আই বি এছৰ লক্ষণ হ’ব পাৰে। কিছুমান ক্ষেত্ৰত আলচাৰ বা অন্ত্ৰৰ প্ৰদাহৰ বাবেও হ’ব পাৰে।

সঘনাই পেট বেয়া হোৱাটো কেতিয়া বিপদজনক?

বিশেষজ্ঞই কয় যে, সঘনাই পেট বিষ হোৱাটো চিন্তাৰ কাৰণ। ইয়াৰ অৰ্থ হ’ল আপোনাৰ খাদ্যাভ্যাস অস্বাস্থ্যকৰ। পেট বেয়া হোৱাৰ অৰ্থ হ’ল খাদ্য সঠিকভাৱে হজম হোৱা নাই। যদি আপুনি মাহত এবাৰ এই সমস্যাৰ সন্মুখীন হয় তেন্তে সেয়া ঠিকেই আছে, কিন্তু যদি প্ৰতি কেইদিনমানৰ মূৰে মূৰে এই সমস্যা হয় তেন্তে চিকিৎসকৰ পৰামৰ্শ লোৱাটো প্ৰয়োজন। কাৰণ আগতীয়াকৈ ধৰা পেলোৱাটো অতি গুৰুত্বপূৰ্ণ। চিকিৎসাৰ পলম হ’লে অন্ত্ৰৰ কৰ্কট ৰোগও হ’ব পাৰে।

কি কি লক্ষণক আওকাণ কৰা উচিত নহয়?

  1. ওজন হ্ৰাস (কোনো কাৰণ নোহোৱাকৈ)
  2. সঘনাই বমি হোৱা
  3. মলত তেজ
  4. দুৰ্বলতা
  5. ভাগৰ

পেটটো কেনেকৈ সুস্থ কৰি ৰাখিব

    • ফাষ্ট ফুড খোৱাৰ পৰা বিৰত থাকক
    • দিনটোত কমেও ৭ গিলাচ পানী খাব লাগে
    • সেউজীয়া শাক-পাচলি আৰু বতৰৰ ফল-মূল খাব
    • আঁহযুক্ত খাদ্য খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পাঞ্জাবৰ পিছত এইবাৰ হাৰিয়ানা, এইবাৰ পিটবুলৰ আক্ৰমণৰ বলি কোন?
ভাৰত

পাঞ্জাবৰ পিছত এইবাৰ হাৰিয়ানা, এইবাৰ পিটবুলৰ আক্ৰমণৰ বলি কোন?

September 18, 2026
কৰ্কট ৰাশিত মংগলৰ প্ৰৱেশ, সাৱধান হওঁক এই ৬ ৰাশিৰ লোক
জীৱনশৈলী

কৰ্কট ৰাশিত মংগলৰ প্ৰৱেশ, সাৱধান হওঁক এই ৬ ৰাশিৰ লোক

September 18, 2026
PFৰ মজুৰি সীমা বৃদ্ধি, কৰ্মচাৰীৰ দৰমহা, পেঞ্চন আৰু সঞ্চয়ত কি প্ৰভাৱ পৰিব?
ভাৰত

PFৰ মজুৰি সীমা বৃদ্ধি, কৰ্মচাৰীৰ দৰমহা, পেঞ্চন আৰু সঞ্চয়ত কি প্ৰভাৱ পৰিব?

September 18, 2026
মন গ’লেই ফাৰ্মাচীৰ পৰা কিনিব নোৱাৰিব ঔষধ!
জীৱনশৈলী

মন গ’লেই ফাৰ্মাচীৰ পৰা কিনিব নোৱাৰিব ঔষধ!

September 18, 2026
Next Post
শনি অমাৱস্যাত শনিদেৱে কৃপা কৰিব এই ৪ ৰাশিৰ লোকক, পাব ধন-সম্পত্তি!

১৫ নে ১৬ মে'ত শনি জয়ন্তী? শনিৰ কোপদৃষ্টিৰ পৰা থাকক আঁতৰত

CBSE ৰ দ্বাদশ শ্ৰেণীৰ ফলাফল প্ৰকাশ, ১৮ লক্ষাধিক ছাত্ৰ-ছাত্ৰী হৈছিল অৱতীৰ্ণ

CBSE ৰ দ্বাদশ শ্ৰেণীৰ ফলাফল প্ৰকাশ, ১৮ লক্ষাধিক ছাত্ৰ-ছাত্ৰী হৈছিল অৱতীৰ্ণ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.