• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আন্তৰ্জাতিক মঞ্চত ৰজা বুলিলেও ভুল নহয়! মাত্ৰ ১২ বছৰত ৩১টা কৈ আন্তৰাষ্ট্ৰীয় সন্মানেৰে বিভূষিত প্ৰধানমন্ত্ৰী মোদী, জানি থওক তালিকা

আন্তৰ্জাতিক মঞ্চত ৰজা বুলিলেও ভুল নহয়! মাত্ৰ ১২ বছৰত ৩১টা কৈ আন্তৰাষ্ট্ৰীয় সন্মানেৰে বিভূষিত প্ৰধানমন্ত্ৰী মোদী, জানি থওক তালিকা

2 months ago
আৰক্ষীৰ মুখ্য কাৰ্যালয়ত ৰহস্যজনক অৱস্থাত উদ্ধাৰ DGPৰ মৃ*তদেহ

আৰক্ষীৰ মুখ্য কাৰ্যালয়ত ৰহস্যজনক অৱস্থাত উদ্ধাৰ DGPৰ মৃ*তদেহ

11 minutes ago
মুহূৰ্ততে সকলো শেষ! জনপ্ৰিয় অভিনেতাৰ মৃত্যু, মনোৰঞ্জন জগতত শোকৰ ছাঁ

মুহূৰ্ততে সকলো শেষ! জনপ্ৰিয় অভিনেতাৰ মৃত্যু, মনোৰঞ্জন জগতত শোকৰ ছাঁ

1 hour ago
হৰমুজ জলদ্বীপ বন্ধ, তেন্তে ক’ৰ পৰা আহিছে LPG?

হৰমুজ জলদ্বীপ বন্ধ, তেন্তে ক’ৰ পৰা আহিছে LPG?

2 hours ago
আৰু মাত্ৰ কেইটামান দিনৰ অপেক্ষা, শনিৰ কৃপাত সুখবৰ পাব এই ৪ৰাশিয়ে

২৭ জুলাইৰ পৰা শনিয়ে কৰিব ওলোটাকৈ গতি, এই ৫ ৰাশিৰ বাঢ়িব সমস্যা!

2 hours ago
সঘনাই পেট ফুলি থকা যেন অনুভৱ? তেন্তে নাখাব এই ৩ টা বস্তু

সঘনাই পেট ফুলি থকা যেন অনুভৱ? তেন্তে নাখাব এই ৩ টা বস্তু

2 hours ago
চকু ৰঙা পৰা আৰু খজুৱতি…আওকাণ নকৰিব এনে লক্ষণ!

চকু ৰঙা পৰা আৰু খজুৱতি…আওকাণ নকৰিব এনে লক্ষণ!

3 hours ago
চৰকাৰী কৰ্মচাৰীৰ বাবে ভাল খবৰ! কোনকেইখন ৰাজ্যত বাঢ়িব DA?

চৰকাৰী কৰ্মচাৰীৰ বাবে ভাল খবৰ! কোনকেইখন ৰাজ্যত বাঢ়িব DA?

3 hours ago
ৰাজ্যত বতৰে লৈছে কালৰূপ, কৰোবাত যদি জয়প্ৰলয় কৰোবাত ছিগিলে মথাউৰি

ৰাজ্যত বতৰে লৈছে কালৰূপ, কৰোবাত যদি জয়প্ৰলয় কৰোবাত ছিগিলে মথাউৰি

4 hours ago
FIFA World Cup 2026: হৃদয় ভাঙিলে মেছিৰ, ইয়াতে অন্ত পৰিল বিশ্বকাপ বিজয়ৰ সপোন!

FIFA World Cup 2026: হৃদয় ভাঙিলে মেছিৰ, ইয়াতে অন্ত পৰিল বিশ্বকাপ বিজয়ৰ সপোন!

5 hours ago
আজি শাওনৰ প্ৰথমটো সোমবাৰ, কিদৰে সন্তুষ্ট কৰিব শিৱক?

আজি শাওনৰ প্ৰথমটো সোমবাৰ, কিদৰে সন্তুষ্ট কৰিব শিৱক?

6 hours ago
পৰাজয়ৰ পাছতো আৰ্জেণ্টিনাই লাভ কৰিলে ২৮০ কোটি টকা, স্পেইনে গঢ়িলে ৰেকৰ্ড

পৰাজয়ৰ পাছতো আৰ্জেণ্টিনাই লাভ কৰিলে ২৮০ কোটি টকা, স্পেইনে গঢ়িলে ৰেকৰ্ড

7 hours ago
FIFA World Cup 2026ত কোনে লাভ কৰিলে গোল্ডেন বল আৰু গোল্ডেন বুট?

FIFA World Cup 2026ত কোনে লাভ কৰিলে গোল্ডেন বল আৰু গোল্ডেন বুট?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, July 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

আন্তৰ্জাতিক মঞ্চত ৰজা বুলিলেও ভুল নহয়! মাত্ৰ ১২ বছৰত ৩১টা কৈ আন্তৰাষ্ট্ৰীয় সন্মানেৰে বিভূষিত প্ৰধানমন্ত্ৰী মোদী, জানি থওক তালিকা

আন্তৰ্জাতিক মঞ্চত ৰজা বুলিলেও ভুল নহয়! মাত্ৰ ১২ বছৰত ৩১টা কৈ আন্তৰাষ্ট্ৰীয় সন্মানেৰে বিভূষিত প্ৰধানমন্ত্ৰী মোদী, জানি থওক তালিকা

editor by editor
May 18, 2026
in জীৱনশৈলী, বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি
0
আন্তৰ্জাতিক মঞ্চত ৰজা বুলিলেও ভুল নহয়! মাত্ৰ ১২ বছৰত ৩১টা কৈ আন্তৰাষ্ট্ৰীয় সন্মানেৰে বিভূষিত প্ৰধানমন্ত্ৰী মোদী, জানি থওক তালিকা
0
SHARES
204
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিগত ১২ বছৰ ধৰি তেওঁ আছে প্ৰধানমন্ত্ৰী আসনত৷ ৰাষ্ট্ৰপ্ৰধান হিচাপে এখনৰ পাছত আনখন দেশ যাত্ৰা কৰিছে৷ য’তেই গৈছে তাতেই পাইছে বৃহৎ সন্মান৷ একাধিক দেশৰ সৰ্বোচ্চ সন্মান তুলি দিয়া হৈছে তেওঁৰ হাতত৷ বৰ্তমান পাঁচখন দেশৰ ভ্ৰমণত আছে প্ৰধানমন্ত্ৰী৷ দেওবাৰে নিশা তেওঁ ভৰি থৈছে ছুইডেনত৷ সেইদেশৰ সৰ্বোচ্চ ৰাষ্ট্ৰীয় সন্মান ৰয়েল অৰ্ডাৰ অফ পোলাৰ ষ্টাৰেৰে সন্মানিত হৈছে প্ৰধানমন্ত্ৰী মোদী৷ তেওঁ লাভ কৰা এয়া ৩১তম আন্তৰ্জাতিক সন্মান৷

বিগত ১০ বছৰত একাধিক দেশৰ সৰ্বোচ্চ সম্মান পাইছে মোদীয়ে৷ আৰম্ভণি হৈছিল ২০১৬ চনৰ ছৌদী আৰৱৰ সৰ্বোচ্চ নাগৰিক সন্মান কিং আব্দুল আজিজ চাছৰ মাধ্যমেৰে৷ সেই বছৰেই আফগানিস্তানৰ সৰ্বোচ্চ নাগৰিক সন্মান গাজী আমিৰ আমানুল্লাহ খান লাভ কৰে৷ তাৰ ঠিক দুবছৰ পাছত গ্ৰেণ্ড কলাৰ অফ দ্যা ষ্টেট অফ পেলেষ্টাইন সন্মানো তুলি দিয়া হয় প্ৰধানমন্ত্ৰীৰ হাতত৷ পাছৰ বছৰ অৰ্থাৎ ২০১৯ চনত মালদ্বীপ চৰকাৰে অৰ্ডাৰ অফ নিশান ইজ্জদ্দিন সন্মানেৰে ভূষিত কৰে মোদীক৷

২০১৯ চনত সংযুক্ত আৰৱ আমিৰশাহিৰ সৰ্বোচ্চ নাগৰিক সন্মান অৰ্ডাৰ অফ জায়েদ প্ৰদান কৰা হয় ভাৰতৰ প্ৰধানমন্ত্ৰীক৷ একে দিনাই বাহৰেইনৰ কিং হামাদ অৰ্ডাৰ অফ দ্যা ৰেনোছা সন্মানো পায় তেওঁ৷ ২০১৯ চনত ৰাছিয়াৰ সৰ্বোচ্চ নাগৰিক সন্মান অৰ্ডাৰ অফ চেণ্ট এন্ডুৰ দ্যা এপেছল লাভ কৰে মোদীয়ে৷ ৰুছ প্ৰেছিডেণ্ট ভ্লাডিমিৰ পুটিনে এই সন্মান তুলি দিয়ে প্ৰধানমন্ত্ৰীৰ হাতত৷ পাছৰ বছৰ মাৰ্কিন যুক্তৰাষ্ট্রই লিজিয়ন অফ মেৰিট সন্মানেৰে ভূষিত কৰে ভাৰতৰ প্ৰধানমন্ত্ৰীক৷ ভূটানৰ সৰ্বোচ্চ নাগৰিকে সন্মান অৰ্ডাৰ অফ ড্ৰুক গেলেপোৰে ভূষিত হয় মোদী৷ ২০২৩ চনৰ মিছৰৰ সৰ্বোচ্চ সন্মান অৰ্ডাৰ অফ নাইল পাইছে তেওঁ৷ গ্ৰীছৰ পৰা গ্ৰেণ্ড ক্ৰছ অফ দ্যা অৰ্ডাৰ অফ অনাৰ সন্মানেৰে ভূষিত হয় প্ৰধানমন্ত্ৰী৷

পাপুৱা নিউগিনৰ গ্ৰেণ্ডৰ কম্পেনিয়ন অফ দ্যা অৰ্ডাৰ অফ লোগোহু সন্মানেৰে ভূষিত হয় প্ৰধানমন্ত্ৰী৷ পালাউৰ পৰা এবাকৰ এৱাৰ্ড পাইছে৷ ফিজিৰ সৰ্বোচ্চ সন্মান কম্পেনিয়ন অফ দ্যা অৰ্ডাৰ অফ ফিডিও দিয়া হৈছে মোদীক৷ ২০২৩ চনত ফ্ৰান্সৰ পৰা গ্ৰেণ্ড ক্ৰছ অফ দ্যা লিজিয়ন অফ অনাৰ সন্মানেৰে সন্মানিত হয় প্ৰধানমন্ত্ৰী৷ পাছৰ বছৰ ডমিনিকাৰ ডোমিনিকা এৱাৰ্ড, গায়ানাৰ অৰ্ডাৰ অফ এক্সিলেন্স আৰু বাৰ্বাডোছৰ পৰা অৰ্ডাৰ অফ ফ্ৰিডম অফ বাৰ্বাডোছ, সন্মান পায় তেওঁ৷ কুৱেইটৰ পৰা অৰ্ডাৰ অফ মুবাৰক আল কবীৰ সন্মানেৰে সন্মানিত হয় প্ৰধানমন্ত্ৰী৷

২০২৫ চনত মৰিছাচ গ্ৰেণ্ড কমাণ্ডাৰ অফ দ্যা অৰ্ডাৰ অফ দ্যা ষ্টাৰ এণ্ড কি, সন্মান প্ৰদান কৰা হয় মোদীক৷ শ্ৰীলংকা মিত্ৰ বিভূষণেৰেও ভূষিত হয় তেওঁ৷ ছাইপ্ৰাছৰ গ্ৰেণ্ড ক্ৰছ অফ দ্যা অৰ্ডাৰ অফ মেকাৰিওছ পাইছে প্ৰধানমন্ত্ৰীয়ে৷ ২০২৫ চনত ঘানাৰ দ্যা অফিচাৰ অফ দ্যা অৰ্ডাৰ অফ দ্যা ষ্টাৰ অফ ঘানা সন্মান আৰু ত্ৰিনিদাদ আৰু টোবাগোৰ অৰ্ডাৰ অফ দ্যা ৰিপাব্লিক অফ ত্ৰিনিদাদ এণ্ড টোবেগো সন্মান পাইছে প্ৰধানমন্ত্ৰী মোদীয়ে৷

বিগত বছৰ ব্ৰাজিল যাত্ৰালৈ গৈ দ্যা গ্ৰেণ্ড কলাৰ অফ দ্যা নেশ্ব্যনেল অৰ্ডাৰ অফ দ্যা চাউডাৰ্ণ ক্ৰছো পাইছে প্রধানমন্ত্ৰীয়ে৷ নামিবিয়াৰ অৰ্ডাৰ অফ দ্যা মষ্ট এচিয়েণ্ট ৱেলউইচিয়া মিৰাবিলিছেও সন্মানিত হৈছে তেওঁ৷ বিশ্বৰ প্ৰথম ৰাষ্ট্ৰপ্রধান হিচাপে ইথিউপিয়াৰ সৰ্বোচ্চ সন্মানেৰে ভূষিত হৈছে মোদী৷ ইথিউপিয়াৰ সৰ্বোচ্চ সন্মান দ্যা গ্ৰেট অনাৰ নিছান অৱ ইথিউপিয়া তুলি দিয়া হৈছে তেওঁৰ হাতত৷ পাইছে ওমানৰ ফাৰ্ষ্ট ক্লাছ অফ দ্যা অৰ্ডাৰ অফ ওমান সন্মান৷ চলিত বছৰত দুখন দেশত সন্মানিত হৈছে প্ৰধানমন্ত্ৰী৷ ইজৰায়েল যাত্ৰালৈ গৈ পাইছে মেডেল অফ দ্যা কেনেচেট সন্মান৷ ইজৰায়েলি সাংসদ বা কেনেচেটত ভাষণো দিছে প্ৰধানমন্ত্ৰীয়ে৷ ইৰাণ যুদ্ধৰ ঠিক পূৰ্বে তেওঁ ভাষণ দিছিল৷ মোদীয়ে পাইছে সৰ্বোচ্চ আন্তৰ্জাতিক সন্মান এল ছুইডেনৰ পৰা৷ দেওবাৰে ছুইডেনৰ সৰ্বোচ্চ ৰাষ্ট্ৰীয় সন্মান ৰয়েল অৰ্ডাৰ অফ পোলাৰ ষ্টাৰ তুলি দিয়া হৈছে প্ৰধানমন্ত্ৰীৰ হাতত৷ ছইডেনৰ পৰাই প্ৰধানমন্ত্ৰীয়ে যাত্ৰা কৰিছে নৰৱেৰ উদ্দেশ্যে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আৰক্ষীৰ মুখ্য কাৰ্যালয়ত ৰহস্যজনক অৱস্থাত উদ্ধাৰ DGPৰ মৃ*তদেহ
ভাৰত

আৰক্ষীৰ মুখ্য কাৰ্যালয়ত ৰহস্যজনক অৱস্থাত উদ্ধাৰ DGPৰ মৃ*তদেহ

July 20, 2026
মুহূৰ্ততে সকলো শেষ! জনপ্ৰিয় অভিনেতাৰ মৃত্যু, মনোৰঞ্জন জগতত শোকৰ ছাঁ
বিনোদন

মুহূৰ্ততে সকলো শেষ! জনপ্ৰিয় অভিনেতাৰ মৃত্যু, মনোৰঞ্জন জগতত শোকৰ ছাঁ

July 20, 2026
হৰমুজ জলদ্বীপ বন্ধ, তেন্তে ক’ৰ পৰা আহিছে LPG?
বাণিজ্য

হৰমুজ জলদ্বীপ বন্ধ, তেন্তে ক’ৰ পৰা আহিছে LPG?

July 20, 2026
আৰু মাত্ৰ কেইটামান দিনৰ অপেক্ষা, শনিৰ কৃপাত সুখবৰ পাব এই ৪ৰাশিয়ে
জীৱনশৈলী

২৭ জুলাইৰ পৰা শনিয়ে কৰিব ওলোটাকৈ গতি, এই ৫ ৰাশিৰ বাঢ়িব সমস্যা!

July 20, 2026
Next Post
বেংকসমূহত ‘লকডাউন’ৰ দৰেই নিৰ্দেশ জাৰি চৰকাৰৰ, কি কি কৰিব নোৱাৰিব?

বেংকসমূহত ‘লকডাউন’ৰ দৰেই নিৰ্দেশ জাৰি চৰকাৰৰ, কি কি কৰিব নোৱাৰিব?

ডিঙিত মাছৰ কাঁইট লাগিছে নেকি? কেনেকৈ ঘৰুৱা উপায়েৰে বাহিৰ কৰিব কাঁইট?

ডিঙিত মাছৰ কাঁইট লাগিছে নেকি? কেনেকৈ ঘৰুৱা উপায়েৰে বাহিৰ কৰিব কাঁইট?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.