১) ১৫ জুলাইৰ পৰা কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ প্ৰশিক্ষণ প্ৰতিষ্ঠান খোল খাব।
২) দোকানত একেসময়তে ৫ জনৰ অধিক লোকৰ প্ৰৱেশত অনুমতি।
৩) নিশা ১০ বজাৰ পৰা পুৱা ৫ বজালৈ সান্ধ্য আইন জাৰি।
৪) ক্ৰমাগতভাৱে বৃদ্ধি হ’ব ঘৰুৱা বিমান সেৱা আৰু ৰে’লৰ সংখ্যা।
৫) ৩১ জুলাইলৈ বন্ধ থাকিব শিক্ষানুষ্ঠান, কোচিং চেণ্টাৰ।
৬) বন্ধ থাকিব চিনেমা হল, মেট্ৰ’, ছুইমিং পুল, পার্ক, বাৰ, অডিট’ৰিয়াম।
৭) অনুষ্ঠিত কৰিব নোৱাৰিব ৰজানৈতিক-সাংস্কৃতিক অধিক সমাগম ঘটিব পৰা অনুষ্ঠান।
৮) বিবাহ অনুষ্ঠানত ৫০ গৰাকীৰ অধিক লোক গোট খাব নোৱাৰিব।
৯) অন্তিম সৎকাৰত ২০ জন লোকক অংশগ্ৰহণৰ অনুমতি।
১০)৬৫ বছৰ উর্দ্ধ, ১০ বছৰৰ কম আৰু গর্ভৱতীক জৰুৰী কামতহে ঘৰৰ বাহিৰলৈ ওলোৱাৰ অনুমতি।
১১) কণ্টেইনমেণ্ট জ’নত জৰুৰী সেৱাৰহে অনুমতি।
১২) সকলো ক্ষেত্ৰতে সামাজিক দূৰত্ব বাধ্যতামূলক।
১৩) ছেনিটাইজাৰ, মাস্ক ব্যৱহাৰ কৰিব লাগিব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















