• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সন্ত্ৰাসবাদীক ঘৰত ৰাজআতিথ্য, চাহ, জলপান দিছিল দুই কাশ্মীৰি গাইডে, পহেলগাওঁৰ চাৰ্জশ্বীটত ভয়ংকৰ তথ্য

সন্ত্ৰাসবাদীক ঘৰত ৰাজআতিথ্য, চাহ, জলপান দিছিল দুই কাশ্মীৰি গাইডে, পহেলগাওঁৰ চাৰ্জশ্বীটত ভয়ংকৰ তথ্য

55 minutes ago
জটিল নাৰ্ভৰ অসুখে ভাঙি পেলাইছিল ছলমান খানকো! ট্ৰাইজেমিনেল নিউৰলজিয়া প্ৰকৃততে কি? কিমান ভয়ানক এই ৰোগ?

জটিল নাৰ্ভৰ অসুখে ভাঙি পেলাইছিল ছলমান খানকো! ট্ৰাইজেমিনেল নিউৰলজিয়া প্ৰকৃততে কি? কিমান ভয়ানক এই ৰোগ?

11 minutes ago
ৰাম নে শ্যাম তুলসী? বাস্তুমতে কোনবিধ গছে আপোনাৰ সংসাৰত ধনৰ আগমন ঘটায়?

ৰাম নে শ্যাম তুলসী? বাস্তুমতে কোনবিধ গছে আপোনাৰ সংসাৰত ধনৰ আগমন ঘটায়?

32 minutes ago
দৈনিক ৪লাখ বেৰেল LPGৰ ঘাটি, দেশত LPG সংকটৰ ৰিপৰ্টক লৈ চাঞ্চল্য, কিমানদিনৰ বাবে মজুত আছে LPG?

দৈনিক ৪লাখ বেৰেল LPGৰ ঘাটি, দেশত LPG সংকটৰ ৰিপৰ্টক লৈ চাঞ্চল্য, কিমানদিনৰ বাবে মজুত আছে LPG?

2 hours ago
গুৰুবাৰে গুৰুপুষ্য যোগ, লক্ষ্মীৰ কৃপাত ভাগ্যোদয় হ’ব এই ৫ৰাশিৰ

গুৰুবাৰে গুৰুপুষ্য যোগ, লক্ষ্মীৰ কৃপাত ভাগ্যোদয় হ’ব এই ৫ৰাশিৰ

3 hours ago
২৯ মে’ৰ পৰা ঘোৰ সংকটত ৩ৰাশি, চৰম ক্ষতিৰ হাতৰ পৰা বাচিবলৈ কি কৰিব?

২৯ মে’ৰ পৰা ঘোৰ সংকটত ৩ৰাশি, চৰম ক্ষতিৰ হাতৰ পৰা বাচিবলৈ কি কৰিব?

3 hours ago
দেশত নতুন দল Cockroach Janta Party, এই দলৰ ভৱিষ্যৎ পৰিকল্পনা কি? কিয় নামী দামী নেতাই যোগদান কৰিছে এই দলত?

দেশত নতুন দল Cockroach Janta Party, এই দলৰ ভৱিষ্যৎ পৰিকল্পনা কি? কিয় নামী দামী নেতাই যোগদান কৰিছে এই দলত?

4 hours ago
PM Kisan Yojanaক লৈ কিষাণ প্ৰকল্পক লৈ ডাঙৰ আপডেট! এইসকল কৃষকে নাপাব ২৩তম কিস্তিৰ টকা?

PM Kisan Yojanaক লৈ কিষাণ প্ৰকল্পক লৈ ডাঙৰ আপডেট! এইসকল কৃষকে নাপাব ২৩তম কিস্তিৰ টকা?

5 hours ago
৫ বছৰৰ বাবে ৫লাখ টকা কানাড়া বেংকৰ FDত ৰাখিলে কিমান ৰিটাৰ্ণ পাব? সুদ হিচাপে কিমান ধন পাব?

৫ বছৰৰ বাবে ৫লাখ টকা কানাড়া বেংকৰ FDত ৰাখিলে কিমান ৰিটাৰ্ণ পাব? সুদ হিচাপে কিমান ধন পাব?

5 hours ago
ব্ৰয়লাৰ মুৰ্গীত সঁচাকৈয়ে ক্ষতিকাৰক হৰমনৰ ইঞ্জেকছন দিয়া হয় নেকি? খোৱাৰ পূৰ্বে জানি থওক

ব্ৰয়লাৰ মুৰ্গীত সঁচাকৈয়ে ক্ষতিকাৰক হৰমনৰ ইঞ্জেকছন দিয়া হয় নেকি? খোৱাৰ পূৰ্বে জানি থওক

6 hours ago
মে মাহতেই উদিত হৈছে বুধ, এই ৪ৰাশিৰ হাতলৈ আহিব ধন, কাৰ কাৰ হাতলৈ ধন অহাৰ যোগ তৈয়াৰ হৈছে?

মে মাহতেই উদিত হৈছে বুধ, এই ৪ৰাশিৰ হাতলৈ আহিব ধন, কাৰ কাৰ হাতলৈ ধন অহাৰ যোগ তৈয়াৰ হৈছে?

7 hours ago
‘৫০টকাতেই মন জিকি পেলালা…’ মেলোনিক প্রধানমন্ত্ৰী মোদীয়ে দিলে কি এনে উপহাৰ?

‘৫০টকাতেই মন জিকি পেলালা…’ মেলোনিক প্রধানমন্ত্ৰী মোদীয়ে দিলে কি এনে উপহাৰ?

7 hours ago
মাত্ৰ ৭ ঘণ্টাৰ বাবে তৈয়াৰ হ’ব বৈধৃতি যোগ, ধনকুবেৰ হৈ উঠিব এই ৪ৰাশিৰ জাতক

মাত্ৰ ৭ ঘণ্টাৰ বাবে তৈয়াৰ হ’ব বৈধৃতি যোগ, ধনকুবেৰ হৈ উঠিব এই ৪ৰাশিৰ জাতক

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, May 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

সন্ত্ৰাসবাদীক ঘৰত ৰাজআতিথ্য, চাহ, জলপান দিছিল দুই কাশ্মীৰি গাইডে, পহেলগাওঁৰ চাৰ্জশ্বীটত ভয়ংকৰ তথ্য

সন্ত্ৰাসবাদীক ঘৰত ৰাজআতিথ্য, চাহ, জলপান দিছিল দুই কাশ্মীৰি গাইডে, পহেলগাওঁৰ চাৰ্জশ্বীটত ভয়ংকৰ তথ্য

editor by editor
May 20, 2026
in জীৱনশৈলী, বিবিধ, ভাৰত
0
সন্ত্ৰাসবাদীক ঘৰত ৰাজআতিথ্য, চাহ, জলপান দিছিল দুই কাশ্মীৰি গাইডে, পহেলগাওঁৰ চাৰ্জশ্বীটত ভয়ংকৰ তথ্য
0
SHARES
94
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কাশ্মীৰৰ পহেলগাওঁৰ সন্ত্ৰাসবাদী আক্ৰমণৰ NIAৰ চাৰ্জশ্বিট হাতত পৰিছে ৰাষ্ট্ৰীয় সংবাদমাধ্যমৰ৷ এই এক্সক্লুছিভ চাৰ্জশ্বিটত চাঞ্চল্যকৰ তথ্য প্ৰকাশ কৰিছে৷ পাৰভেজ আৰু ৱাছিৰ আহমেদ নামৰ দুজন লোকেল গাইডে ২৬জনৰ জীৱন সেইদিনা ৰক্ষা কৰিব পাৰিলহেতেন৷ কিন্তু তেওঁলোকৰ নীৰবতাই সন্ত্ৰাসবাদীসকলক সমৰ্থন দিয়ে৷ যাৰ বাবে এই দেশ কঁপাই যোৱা ঘটনা সংঘটিত কৰিব পাৰিলে সন্ত্ৰাসবাদীয়ে৷

চাৰ্জশ্বীট অনুসৰি আক্ৰমণৰ এদিন পূৰ্বে অৰ্থাৎ ২১ এপ্ৰিল ২০২৫ত ফয়ছল জাট ওৰফে ছুলেমান, হাবিব তাহিৰ ওৰফে ছোটু আৰু হামজা আফগানি এই তিনিজন সন্ত্ৰাসবাদীয়ে পহেলগাওঁ এলেকাত ঘূৰাফুৰা কৰিছিল৷ তাৰেই স্থানীয় বাসিন্দাসকলৰ ওচৰত তেওঁলোকে আশ্ৰয় বিচাৰিছিল৷

ঘৰত আতিথ্য দিয়া হৈছিল সন্ত্ৰাসবাদীক!

NIAক দিয়া বিবৃত্তিত ৱাছিৰ আহমেদে কৈছে যে তেওঁ তিনিজন সন্ত্ৰাসবাদীক দেখিছিল৷ তেতিয়াই সন্ত্ৰাসবাদী কেইটাই ৱাছিৰক সহায় বিচাৰিছিল৷ ইয়াৰপাছতেই ৱাছিৰে সন্ত্ৰাসবাদীকেইটাক এজোপা গছৰ তলত অপেক্ষা কৰিবলৈ কৈ পাৰভেজৰ ঘৰলৈ যায়৷ পাৰভেজ আৰু তেওঁৰ পত্নীক মুখ খুলিবলৈকো বাধা দিয়ে৷

বিয়লি প্ৰায় ৫ বজাত ৱাছিৰে তিনিটা সন্ত্ৰাসবাদীক পাৰভেজৰ ঘৰলৈ ইংগিতেৰে মাতে৷ চাৰ্জশ্বিট অনুসৰি সন্ত্ৰাসবাদীসকলৰ ওচৰত বেগ ভৰ্তি অস্ত্ৰও আছিল৷ সন্ত্ৰাসবাদীকেইটাই উৰ্দুত কথা কৈছিল যদিও উচ্চাৰণত পাঞ্জাৱীৰ টান আছিল৷ সোধপোছৰ সময়ত ৱাছিকে স্বীকাৰ কৰে যে সন্ত্ৰাসবাদীৰ চেহেৰা দেখি মুজাহিদ অৰ্থাৎ সন্ত্ৰাসবাদী হিচাপে চিনিব পৰা গৈছিল৷

সন্ত্ৰাসবাদীয়ে অত্যন্ত ক্লান্ত আৰু তৃষ্ণাৰ্ত থকাৰ কথা জনাই আল্লাহৰ নামত সাহায্যৰ বাবে মিনতি কৰিছিল৷ ইয়াৰপাছতেই পাৰভেজ আৰু ৱাছিৰে সন্ত্ৰাসবাদীকেইটাক পানী খাবলৈ দিয়ে৷ তদন্তত জনা গৈছে যে তিনি সন্ত্ৰাসবাদীয়ে প্ৰায় ৫ঘণ্টা সময় পাৰভেজৰ ঘৰত আছিল৷ সেই সময়ত সন্ত্ৰাসবাদীকেইটাৰ স্থানীয় ব্যক্তিৰ সৈতে দীৰ্ঘসময় ধৰি কথাবতৰাও হৈছিল৷

অভিযোগপত্ৰ অনুসৰি সন্ত্ৰাসবাদীয়ে অমৰনাথ যাত্ৰা, পহেলগাওঁ নিৰাপত্তা বাহিনীৰ শিৱিৰ, বাহিনীৰ গতিবিধি আৰু এলেকাৰ নিৰাপত্তা ব্যৱস্থা সম্পৰ্কিত তথ্যও সংগ্ৰহ কৰিছিল৷ NIA ই জনাইছে যে পাৰভেজ আৰু ৱাছিৰে সম্পূৰ্ণৰূপে সন্ত্ৰাসবাদীকেইটাক সহায় কৰিছিল৷

আক্ৰমণৰ মাত্ৰ কেইঘণ্টা পূৰ্বে সন্ত্ৰাসবাদীকেইটাক দেখা গৈছিল

নিশা ১০ বজাৰ পাছত সন্ত্ৰাসবাদীকেইটাই ঘটনাস্থল এৰাৰ সময়ত পাৰভেজ আৰু ৱাছিৰে সন্ত্ৰাসবাদীকেইটাৰ বাবে ১০খন ৰুটি আৰু চব্জীও বান্ধি দিছিল৷ হালধি, নিমখ, জলকীয়া আৰু এটা চৰু আৰু এখন হেতাও লৈ গৈছিল৷ কোৱা হৈছে যে সন্ত্ৰাসবাদীয়ে ইয়াৰ বিনিময়ত পাৰভেজক ৩০০০ টকা দিছিল৷

তদন্তত আৰু জনা গৈছে, আক্ৰমণৰ দিনা অৰ্থাৎ ২২ এপ্ৰিল, পাৰভেজ আৰু ৱাছিৰে বৈছৰণ উপত্যকাৰ ওচৰত তিনিটা সন্ত্ৰাসবাদীক বহি থকা দেখিছিল৷ সেইদিনাই দুয়ো পৰ্যটকৰ সৈতে বৈছৰণ উপত্যকালৈ গৈছিল৷ পৰ্যটকক লৈ উভতাৰ পথত সন্ত্ৰাসবাদীক দেখি সতৰ্ক হৈ যায়৷ ইয়াৰ কিছুসময় পাছতেই পহেলগাওঁত উপস্থিত হয় গাইড আৰু পৰ্যটক৷ সেই সময়তে বৈছৰণ উপত্যকাত এক আক্ৰমণ হয়৷ আক্ৰমণৰ পাছত দুই স্থানীয় বাসিন্দাই আত্মগোপন কৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জটিল নাৰ্ভৰ অসুখে ভাঙি পেলাইছিল ছলমান খানকো! ট্ৰাইজেমিনেল নিউৰলজিয়া প্ৰকৃততে কি? কিমান ভয়ানক এই ৰোগ?
জীৱনশৈলী

জটিল নাৰ্ভৰ অসুখে ভাঙি পেলাইছিল ছলমান খানকো! ট্ৰাইজেমিনেল নিউৰলজিয়া প্ৰকৃততে কি? কিমান ভয়ানক এই ৰোগ?

May 20, 2026
ৰাম নে শ্যাম তুলসী? বাস্তুমতে কোনবিধ গছে আপোনাৰ সংসাৰত ধনৰ আগমন ঘটায়?
জীৱনশৈলী

ৰাম নে শ্যাম তুলসী? বাস্তুমতে কোনবিধ গছে আপোনাৰ সংসাৰত ধনৰ আগমন ঘটায়?

May 20, 2026
দৈনিক ৪লাখ বেৰেল LPGৰ ঘাটি, দেশত LPG সংকটৰ ৰিপৰ্টক লৈ চাঞ্চল্য, কিমানদিনৰ বাবে মজুত আছে LPG?
জীৱনশৈলী

দৈনিক ৪লাখ বেৰেল LPGৰ ঘাটি, দেশত LPG সংকটৰ ৰিপৰ্টক লৈ চাঞ্চল্য, কিমানদিনৰ বাবে মজুত আছে LPG?

May 20, 2026
গুৰুবাৰে গুৰুপুষ্য যোগ, লক্ষ্মীৰ কৃপাত ভাগ্যোদয় হ’ব এই ৫ৰাশিৰ
জীৱনশৈলী

গুৰুবাৰে গুৰুপুষ্য যোগ, লক্ষ্মীৰ কৃপাত ভাগ্যোদয় হ’ব এই ৫ৰাশিৰ

May 20, 2026
Next Post
ৰাম নে শ্যাম তুলসী? বাস্তুমতে কোনবিধ গছে আপোনাৰ সংসাৰত ধনৰ আগমন ঘটায়?

ৰাম নে শ্যাম তুলসী? বাস্তুমতে কোনবিধ গছে আপোনাৰ সংসাৰত ধনৰ আগমন ঘটায়?

জটিল নাৰ্ভৰ অসুখে ভাঙি পেলাইছিল ছলমান খানকো! ট্ৰাইজেমিনেল নিউৰলজিয়া প্ৰকৃততে কি? কিমান ভয়ানক এই ৰোগ?

জটিল নাৰ্ভৰ অসুখে ভাঙি পেলাইছিল ছলমান খানকো! ট্ৰাইজেমিনেল নিউৰলজিয়া প্ৰকৃততে কি? কিমান ভয়ানক এই ৰোগ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.