• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পিঁয়াজৰ ৰস নে পিঁয়াজৰ তেল, গৰমত চুলিৰ বাবে কোনটো বেছি উপযোগী?

পিঁয়াজৰ ৰস নে পিঁয়াজৰ তেল, গৰমত চুলিৰ বাবে কোনটো বেছি উপযোগী?

55 minutes ago
SBI-ত ৩,০০,০০০টকা জমা কৰিলেই পাব ১৫৮,৯৭৮ টকা পৰ্যন্ত নিশ্চিত সুদ! কিমান দিনৰ বাবে বিনিয়োগ কৰিব লাগিব?

SBI-ত ৩,০০,০০০টকা জমা কৰিলেই পাব ১৫৮,৯৭৮ টকা পৰ্যন্ত নিশ্চিত সুদ! কিমান দিনৰ বাবে বিনিয়োগ কৰিব লাগিব?

7 minutes ago
১২০ ডিগ্ৰীত থাকিব শুক্ৰ-শনি, কেইঘণ্টাৰ বিশেষ যোগত ব্যাপক অৰ্থলাভৰ যোগ আছে এই ৪ৰাশিৰ

১২০ ডিগ্ৰীত থাকিব শুক্ৰ-শনি, কেইঘণ্টাৰ বিশেষ যোগত ব্যাপক অৰ্থলাভৰ যোগ আছে এই ৪ৰাশিৰ

1 hour ago
মাদ্ৰাছাত বন্দেমাতৰম গোৱাটো বাধ্যতামূলক, মাদ্ৰাছা ষ্টাফ এছোচিয়েচনে কি কৈছে?

মাদ্ৰাছাত বন্দেমাতৰম গোৱাটো বাধ্যতামূলক, মাদ্ৰাছা ষ্টাফ এছোচিয়েচনে কি কৈছে?

2 hours ago
২জুনৰ পৰা সতৰ্ক থাকক, আগন্তুক ১৫২দিন কঠিন সময় ৪ৰাশিৰ

২জুনৰ পৰা সতৰ্ক থাকক, আগন্তুক ১৫২দিন কঠিন সময় ৪ৰাশিৰ

3 hours ago
জুবিন গাৰ্গৰ মৃত্যুক লৈ ছিংগাপুৰৰ পৰা আহিছে ডাঙৰ খবৰ! জুবিন গাৰ্গৰ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপৰ্টত কি কি তথ্য?

জুবিন গাৰ্গৰ মৃত্যুক লৈ ছিংগাপুৰৰ পৰা আহিছে ডাঙৰ খবৰ! জুবিন গাৰ্গৰ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপৰ্টত কি কি তথ্য?

3 hours ago
জটিল নাৰ্ভৰ অসুখে ভাঙি পেলাইছিল ছলমান খানকো! ট্ৰাইজেমিনেল নিউৰলজিয়া প্ৰকৃততে কি? কিমান ভয়ানক এই ৰোগ?

জটিল নাৰ্ভৰ অসুখে ভাঙি পেলাইছিল ছলমান খানকো! ট্ৰাইজেমিনেল নিউৰলজিয়া প্ৰকৃততে কি? কিমান ভয়ানক এই ৰোগ?

17 hours ago
ৰাম নে শ্যাম তুলসী? বাস্তুমতে কোনবিধ গছে আপোনাৰ সংসাৰত ধনৰ আগমন ঘটায়?

ৰাম নে শ্যাম তুলসী? বাস্তুমতে কোনবিধ গছে আপোনাৰ সংসাৰত ধনৰ আগমন ঘটায়?

18 hours ago
সন্ত্ৰাসবাদীক ঘৰত ৰাজআতিথ্য, চাহ, জলপান দিছিল দুই কাশ্মীৰি গাইডে, পহেলগাওঁৰ চাৰ্জশ্বীটত ভয়ংকৰ তথ্য

সন্ত্ৰাসবাদীক ঘৰত ৰাজআতিথ্য, চাহ, জলপান দিছিল দুই কাশ্মীৰি গাইডে, পহেলগাওঁৰ চাৰ্জশ্বীটত ভয়ংকৰ তথ্য

18 hours ago
দৈনিক ৪লাখ বেৰেল LPGৰ ঘাটি, দেশত LPG সংকটৰ ৰিপৰ্টক লৈ চাঞ্চল্য, কিমানদিনৰ বাবে মজুত আছে LPG?

দৈনিক ৪লাখ বেৰেল LPGৰ ঘাটি, দেশত LPG সংকটৰ ৰিপৰ্টক লৈ চাঞ্চল্য, কিমানদিনৰ বাবে মজুত আছে LPG?

19 hours ago
গুৰুবাৰে গুৰুপুষ্য যোগ, লক্ষ্মীৰ কৃপাত ভাগ্যোদয় হ’ব এই ৫ৰাশিৰ

গুৰুবাৰে গুৰুপুষ্য যোগ, লক্ষ্মীৰ কৃপাত ভাগ্যোদয় হ’ব এই ৫ৰাশিৰ

20 hours ago
২৯ মে’ৰ পৰা ঘোৰ সংকটত ৩ৰাশি, চৰম ক্ষতিৰ হাতৰ পৰা বাচিবলৈ কি কৰিব?

২৯ মে’ৰ পৰা ঘোৰ সংকটত ৩ৰাশি, চৰম ক্ষতিৰ হাতৰ পৰা বাচিবলৈ কি কৰিব?

20 hours ago
দেশত নতুন দল Cockroach Janta Party, এই দলৰ ভৱিষ্যৎ পৰিকল্পনা কি? কিয় নামী দামী নেতাই যোগদান কৰিছে এই দলত?

দেশত নতুন দল Cockroach Janta Party, এই দলৰ ভৱিষ্যৎ পৰিকল্পনা কি? কিয় নামী দামী নেতাই যোগদান কৰিছে এই দলত?

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, May 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

পিঁয়াজৰ ৰস নে পিঁয়াজৰ তেল, গৰমত চুলিৰ বাবে কোনটো বেছি উপযোগী?

পিঁয়াজৰ ৰস নে পিঁয়াজৰ তেল, গৰমত চুলিৰ বাবে কোনটো বেছি উপযোগী?

editor by editor
May 21, 2026
in জীৱনশৈলী, ভাৰত
0
পিঁয়াজৰ ৰস নে পিঁয়াজৰ তেল, গৰমত চুলিৰ বাবে কোনটো বেছি উপযোগী?
0
SHARES
69
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

গৰমত অতিৰিক্ত ঘাম, তেল আৰু ধুলি জমা হোৱাৰ বাবে চুলিত নানান সমস্যাই দেখা দিয়ে৷ ফলত চুলি সৰা, স্কেল্পত খজুৱতি আৰু চুলি ৰুক্ষ হৈ পৰাৰ সমস্যা বাঢ়ি যায়৷ সেয়ে বহুতেই এতিয়া প্ৰাকৃতিক উপায়েৰে চুলিৰ যত্ন ল’ব বিচাৰে৷ বিশেষকৈ পিঁয়াজৰ ৰস বা পিঁয়াজৰ তেল বৰ্তমান ছচিয়েল মিডিয়াত অত্যন্ত জনপ্ৰিয়৷ চুলি সৰা কমোৱা আৰু নতুন চুলি গজোৱাত সহায় কৰিব পাৰে বুলি এই দুই ঘৰুৱা উপায়ৰ জনপ্ৰিয়তা দ্ৰুত বাঢ়িছে৷

চুলি সৰা কমাবলৈ কিমান কাৰ্যকৰ পিঁয়াজৰ ৰস?

গৰমত যাৰ মূৰৰ ছাল বেচি তেলেতীয়া হৈ যায় বা ঘামত তিতি থাকে তেওঁলোকৰ বাবে পিঁয়াজৰ ৰস উপকাৰী হ’ব পাৰে৷ খুবেই পাতল হোৱাৰ ফলত স্কেল্পত অতিৰিক্ত তেলেতীয়া ভাৱ তৈয়াৰ নকৰে৷ ছালফাৰ সমৃদ্ধ পিঁয়াজৰ ৰসে চুলিৰ গুৰি মজবুত কৰাত সহায় কৰে আৰু মূৰৰ ছালত ৰক্তসঞ্চালত বঢ়ায়৷ ফলত নতুন চুলি গজাত সহায়ক হয়৷ যিসকলৰ স্কেল্পত ব্ৰুণ বা অতিৰিক্ত ঘামৰ সমস্যা আছে তেওঁলোকৰ বাবে ই উপযোগী৷ নিয়মিত ব্যৱহাৰ আৰু ধৈৰ্যও জৰুৰী৷

পিঁয়াজৰ তেল কিয় উপকাৰী?

যাৰ চুলি শুকান, ৰুক্ষ বা ফ্ৰিজি তেওঁলোকৰ বাবে পিঁয়াজল তেল বেছি কাৰ্যকৰ হ’ব পাৰে৷ ই চুলিৰ মাজত আৰ্দ্ৰতা ধৰি ৰখাত সহায় কৰে আৰু চুলিক নৰম আৰু মসৃণ ৰাখে৷ বিশেষকৈ কেঁকোৰা চুলি, কেমিকেল ট্ৰিটমেণ্ট কৰা চুলি বা খুবেই ঘন চুলিৰ ক্ষেত্ৰত ই ভাল কাম কৰিব পাৰে৷ পিঁয়াজৰ তেলে স্কেল্পত ৰক্তসঞ্চালন বঢ়াই৷ ষ্ট্ৰেচজনিত চুলি সৰা কিছু কমোৱাত সহায় কৰে৷

ঘৰতে কেনেকৈ তৈয়াৰ কৰিব?

পিঁয়াজৰ তেল

পিঁয়াজৰ তেল তৈয়াৰ কৰিবৰ বাবে প্ৰয়োজন নাৰিকল তেল আৰু দুটাকৈ পিঁয়াজ৷ প্ৰথমে পিঁয়াজ সৰু সৰুকৈ কাটি নাৰিকল তেলৰ সৈতে গৰম কৰক৷ পিঁয়াজৰ বাদামি ৰং আহিলে ঠাণ্ডা কৰি কাঁচৰ বটলত ভৰাই থওক৷

পিঁয়াজৰ ৰস

পিঁয়াজৰ ৰস তৈয়াৰ কৰাৰ বাবে ২টা পিঁয়াজ  ব্লেণ্ড কৰি পেষ্ট বনাওক৷ তাৰপিছতেই কাপোৰেৰে ছেঁকি ৰস বাহিৰ কৰি স্কেল্পত লগাওক৷ আধা ঘণ্টা ৰাখি ভালকৈ চেম্পুৰে ধুই পেলাওক৷

গৰমত চুলিত যত্ন কোনটো বেছি ভাল?

বিশেষজ্ঞৰ মতে পিঁয়াজৰ ৰস আৰু পিঁয়াজৰ তেল দুটাই চুলিৰ বাবে উপকাৰী৷ কোনটো ব্যৱহাৰ কৰিব সেয়া নিৰ্ভৰ কৰে আপোনাৰ চুলি আৰু স্কেল্পৰ ধৰণৰ ওপৰত৷ যদি আপোনাৰ স্কেল্পত খুব তেলতেলীয়া ভাৱ থাকে বেছি ঘাম ওলায় বা চুলি দ্ৰুত তেলেতীয়া হৈ পৰে তেতিয়া পিঁয়াজৰ ৰস বেছি উপযোগী৷ আৰু যদি চুলি খুবেই শুকান, ৰুক্ষ বা খজুৱাইয়ো থাকে তেন্তে পিঁয়াজৰ তেলে ভাল ফল দিব পাৰে৷ সেয়ে নিজৰ চুলিৰ ধৰণ বুজি সঠিক উপায় বাচি লোৱাই সকলোতকৈ গুৰুত্বপূৰ্ণ৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

SBI-ত ৩,০০,০০০টকা জমা কৰিলেই পাব ১৫৮,৯৭৮ টকা পৰ্যন্ত নিশ্চিত সুদ! কিমান দিনৰ বাবে বিনিয়োগ কৰিব লাগিব?
জীৱনশৈলী

SBI-ত ৩,০০,০০০টকা জমা কৰিলেই পাব ১৫৮,৯৭৮ টকা পৰ্যন্ত নিশ্চিত সুদ! কিমান দিনৰ বাবে বিনিয়োগ কৰিব লাগিব?

May 21, 2026
১২০ ডিগ্ৰীত থাকিব শুক্ৰ-শনি, কেইঘণ্টাৰ বিশেষ যোগত ব্যাপক অৰ্থলাভৰ যোগ আছে এই ৪ৰাশিৰ
জীৱনশৈলী

১২০ ডিগ্ৰীত থাকিব শুক্ৰ-শনি, কেইঘণ্টাৰ বিশেষ যোগত ব্যাপক অৰ্থলাভৰ যোগ আছে এই ৪ৰাশিৰ

May 21, 2026
মাদ্ৰাছাত বন্দেমাতৰম গোৱাটো বাধ্যতামূলক, মাদ্ৰাছা ষ্টাফ এছোচিয়েচনে কি কৈছে?
জীৱনশৈলী

মাদ্ৰাছাত বন্দেমাতৰম গোৱাটো বাধ্যতামূলক, মাদ্ৰাছা ষ্টাফ এছোচিয়েচনে কি কৈছে?

May 21, 2026
২জুনৰ পৰা সতৰ্ক থাকক, আগন্তুক ১৫২দিন কঠিন সময় ৪ৰাশিৰ
জীৱনশৈলী

২জুনৰ পৰা সতৰ্ক থাকক, আগন্তুক ১৫২দিন কঠিন সময় ৪ৰাশিৰ

May 21, 2026
Next Post
SBI-ত ৩,০০,০০০টকা জমা কৰিলেই পাব ১৫৮,৯৭৮ টকা পৰ্যন্ত নিশ্চিত সুদ! কিমান দিনৰ বাবে বিনিয়োগ কৰিব লাগিব?

SBI-ত ৩,০০,০০০টকা জমা কৰিলেই পাব ১৫৮,৯৭৮ টকা পৰ্যন্ত নিশ্চিত সুদ! কিমান দিনৰ বাবে বিনিয়োগ কৰিব লাগিব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.