• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বুধ আৰু শনিৰ কেন্দ্ৰ দৃষ্টি যোগ, ১০ জুনৰ পৰা মহাবিপদত পৰিব ৪ৰাশি, কি ঘটিব পাৰে?

বুধ আৰু শনিৰ কেন্দ্ৰ দৃষ্টি যোগ, ১০ জুনৰ পৰা মহাবিপদত পৰিব ৪ৰাশি, কি ঘটিব পাৰে?

10 hours ago
কাইলৈ নাথাকে বিদ্যুৎ! উৎকট গৰমৰ মাজতে বিদ্যুৎ বিভাগৰ আচৰিত সিদ্ধান্ত

কাইলৈ নাথাকে বিদ্যুৎ! উৎকট গৰমৰ মাজতে বিদ্যুৎ বিভাগৰ আচৰিত সিদ্ধান্ত

1 hour ago
Assamese Movie: ‘চুপা চুপি’ আহি আছে! আপুনি চাবলৈ সাজুনে?

Assamese Movie: ‘চুপা চুপি’ আহি আছে! আপুনি চাবলৈ সাজুনে?

2 hours ago
কোনে হেক কৰিলে Cockroach Janta Party ৰ ইনষ্টাগ্ৰাম একাউণ্ট?

কোনে হেক কৰিলে Cockroach Janta Party ৰ ইনষ্টাগ্ৰাম একাউণ্ট?

2 hours ago
তীব্ৰবেগী ৰে’লৰ ক্ষেত্ৰত ডাঙৰ পৰিৱৰ্তন, এতিয়া বাঢ়িব নেকি ৰে’ল কৰ্মচাৰীৰ দৰমহা?

তীব্ৰবেগী ৰে’লৰ ক্ষেত্ৰত ডাঙৰ পৰিৱৰ্তন, এতিয়া বাঢ়িব নেকি ৰে’ল কৰ্মচাৰীৰ দৰমহা?

3 hours ago
বিপদৰ সময়ত ধনৰ অভাৱ? সহায় নিবিচাৰে এই ৫টা ৰাশিৰ লোকে!

বিপদৰ সময়ত ধনৰ অভাৱ? সহায় নিবিচাৰে এই ৫টা ৰাশিৰ লোকে!

4 hours ago
পঁইতা ভাত প্ৰিয় নেকি? এটা ভুলে কৰিব পাৰে বিষ সদৃশ!

পঁইতা ভাত প্ৰিয় নেকি? এটা ভুলে কৰিব পাৰে বিষ সদৃশ!

4 hours ago
সপোনত বাৰে বাৰে শনি দেৱৰ দৰ্শন, এয়া ভাগ্য উদয় নে বিপদৰ আগমণৰ ইংগিত?

সপোনত বাৰে বাৰে শনি দেৱৰ দৰ্শন, এয়া ভাগ্য উদয় নে বিপদৰ আগমণৰ ইংগিত?

5 hours ago
২ জুনত নিশাৰ ভিতৰতে সলনি হ’ব ৪ ৰাশিৰ ভাগ্য, হ’ব আৰ্থিক লাভ!

২ জুনত নিশাৰ ভিতৰতে সলনি হ’ব ৪ ৰাশিৰ ভাগ্য, হ’ব আৰ্থিক লাভ!

6 hours ago
গোপনে বিবাহপাশত আৱদ্ধ হ’ল নেকি কংগনা ৰাণাৱট? ডিঙিৰ মংগলসূত্ৰই লগালে হাহাকাৰ!

গোপনে বিবাহপাশত আৱদ্ধ হ’ল নেকি কংগনা ৰাণাৱট? ডিঙিৰ মংগলসূত্ৰই লগালে হাহাকাৰ!

7 hours ago
ক ণ্ডমৰ মূল্য হ’ব নেকি বৃদ্ধি? মধ্যপ্ৰাচ্যৰ সৈতে ইয়াৰ সম্পৰ্ক কি জানক

ক ণ্ডমৰ মূল্য হ’ব নেকি বৃদ্ধি? মধ্যপ্ৰাচ্যৰ সৈতে ইয়াৰ সম্পৰ্ক কি জানক

8 hours ago
কেন্দ্ৰীয় কৰ্মচাৰীৰ মৌলিক দৰমহা ১৮ হাজাৰৰ পৰা ৬৯ হাজাৰলৈ বৃদ্ধি পাব নেকি?

8th Pay Commission: শীঘ্ৰে অনুষ্ঠিত হ’ব অষ্টম দৰমহা আয়োগৰ বৈঠক, দৰমহা আৰু পেঞ্চনৰ আহিব ডাঙৰ আপডেট

8 hours ago
ডাকঘৰৰ MIS আঁচনিত এবাৰ কৰক ১৫ লাখ টকা বিনিয়োগ, প্ৰতিমাহে উপাৰ্জন কৰিব ধন

ডাকঘৰৰ MIS আঁচনিত এবাৰ কৰক ১৫ লাখ টকা বিনিয়োগ, প্ৰতিমাহে উপাৰ্জন কৰিব ধন

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, May 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বুধ আৰু শনিৰ কেন্দ্ৰ দৃষ্টি যোগ, ১০ জুনৰ পৰা মহাবিপদত পৰিব ৪ৰাশি, কি ঘটিব পাৰে?

বুধ আৰু শনিৰ কেন্দ্ৰ দৃষ্টি যোগ, ১০ জুনৰ পৰা মহাবিপদত পৰিব ৪ৰাশি, কি ঘটিব পাৰে?

editor by editor
May 23, 2026
in জীৱনশৈলী
0
বুধ আৰু শনিৰ কেন্দ্ৰ দৃষ্টি যোগ, ১০ জুনৰ পৰা মহাবিপদত পৰিব ৪ৰাশি, কি ঘটিব পাৰে?
0
SHARES
2.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বৈদিক জ্যোতিষশাস্ত্ৰ অনুসৰি প্ৰতিটো গ্ৰহ আৰু নক্ষত্ৰৰ পৰিবৰ্তন আৰু তাৰ ফলত সৃষ্ট শুভ আৰু অশুভ যোগৰ বিশেষ তাৎপৰ্য আছে৷ গ্ৰহ আৰু নক্ষত্ৰসমূহে পৰ্যায়ক্ৰমে তাৰ অৱস্থান পৰিবৰ্তন কৰে৷ জ্যোতিষ গণনা অনুসৰি আগন্তুক ১০ জুন বুধ আৰু শনিয়ে এটাই আনটোৰ সৈতে ৯০ ডিগ্ৰী কোণত অৱস্থান কৰিব৷ এই দুটা গ্ৰহৰ এই বিশেষ অৱস্থানে এক কেন্দ্ৰ দৃষ্টি যোগ তৈয়াৰ কৰিব৷ যিয়ে ১২ ৰাশিক প্ৰভাৱিত কৰিব৷ বুধ আৰু শনিৰ এই সংযোগ কিছু ৰাশিৰ বাবে শুভ হ’লেও অন্য কিছু ৰাশিৰ বাবে অশুভ প্ৰমাণিত হ’ব পাৰে৷ কেন্দ্ৰ দৃষ্টি যোগ কাৰ কাৰ বাবে বিপদৰ কাৰণ হৈ উঠিব পাৰে৷

মেষ ৰাশি

১০ জুনত গঠিত হ’ব বুধ শনি কেন্দ্ৰ দৃষ্টি যোগত মেষ ৰাশিৰ বাবে বেছ অশুভ হ’ব পাৰে৷ চাকৰিয়ালে কৰ্মক্ষেত্ৰত কিছু সমস্যাৰ সন্মুখীন হ’ব পাৰে৷ অন্যহাতে ব্যৱসায়ীয়ে আৰ্থিক লেনদেনত ক্ষতিৰ সন্মুখীন হ’ব পাৰে৷ এই সময়ত পিতৃৰ সৈতে সম্পৰ্কৰ অৱনতি হ’ব পাৰে৷ মানসিক কষ্টও অনুভূত হ’ব পাৰে৷ বিবাহিত ব্যক্তিৰ তেওঁলোকৰ জীৱনসংগীৰ সৈতে মতবিৰোধৰ সন্মুখীন হ’ব পাৰে৷

কৰ্কট ৰাশি

কৰ্কট ৰাশিৰ জাতকৰ কিবা ব্যৱসায় থাকিলে বুধৰ প্ৰভাৱত কিছু ঘটিব পাৰে৷ ব্যৱসায়ত মন্দাৱস্থাই দেখা দিব পাৰে৷ চাকৰিয়ালে তেওঁলোকৰ কৰ্মক্ষেত্ৰত সমস্যাৰ সন্মুখীন হ’ব পাৰে৷ পাৰিবাৰিক জীৱনত সমস্যা বাঢ়িব পাৰে৷ মাটিক লৈ ভাতৃৰ সৈতে বিবাদে দেখা দিব পাৰে৷ সম্পত্তি সংক্ৰান্তিয় কামত জড়িতসকলেও এই সময়ত আৰ্থিক লেনদেনৰ বিষয়ত সতৰ্ক থকা উচিত৷

সিংহ ৰাশি

বুধ শনি গ্ৰহৰ এই সংযোগত সিংহ ৰাশিৰ জাতকৰ বাবে আৰ্থিক ক্ষতিৰ কাৰণ হৈ উঠিব পাৰে৷ যিসকলে মাটি সংক্ৰান্তিয় কামৰ সৈতে জড়িত তেওঁলোক বিশেষভাৱে সতৰ্ক হৈ থাকক৷ অন্যথা আৰ্থিক ক্ষতিৰ সম্ভাৱনা আছে৷ ব্যৱসায়ত মুনাফা কমিব৷ যি আপোনাৰ মানসিক চাপৰ কাৰণ হ’ব পাৰে৷ ইয়াৰোপৰি যিসকলে লো সংক্ৰান্তিয় ব্যৱসায়ত জড়িত তেওঁলোক বিশেষভাৱে সতৰ্ক থকা উচিত৷

বৃশ্চিক ৰাশি

বুধ শনিৰ কেন্দ্ৰ দৃষ্টি যোগ বৃশ্চিক ৰাশিৰ বাবে অশুভ বুলি ধাৰণা কৰা হয়৷ এই শনি বুধৰ সংযোগৰ ফলত ব্যৱসায়ত আৰ্থিক ক্ষতি আৰু পৰিয়ালৰ সদস্যসকলৰ সৈতে মতবিৰোধ বাঢ়িব পাৰে৷ পৈতৃক সম্পত্তি সংক্ৰান্তিয় বিষয়ত ক্ষতিৰ সম্ভাৱনা বিশেষভাৱে বেছি৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিপদৰ সময়ত ধনৰ অভাৱ? সহায় নিবিচাৰে এই ৫টা ৰাশিৰ লোকে!
জীৱনশৈলী

বিপদৰ সময়ত ধনৰ অভাৱ? সহায় নিবিচাৰে এই ৫টা ৰাশিৰ লোকে!

May 23, 2026
পঁইতা ভাত প্ৰিয় নেকি? এটা ভুলে কৰিব পাৰে বিষ সদৃশ!
জীৱনশৈলী

পঁইতা ভাত প্ৰিয় নেকি? এটা ভুলে কৰিব পাৰে বিষ সদৃশ!

May 23, 2026
সপোনত বাৰে বাৰে শনি দেৱৰ দৰ্শন, এয়া ভাগ্য উদয় নে বিপদৰ আগমণৰ ইংগিত?
জীৱনশৈলী

সপোনত বাৰে বাৰে শনি দেৱৰ দৰ্শন, এয়া ভাগ্য উদয় নে বিপদৰ আগমণৰ ইংগিত?

May 23, 2026
২ জুনত নিশাৰ ভিতৰতে সলনি হ’ব ৪ ৰাশিৰ ভাগ্য, হ’ব আৰ্থিক লাভ!
জীৱনশৈলী

২ জুনত নিশাৰ ভিতৰতে সলনি হ’ব ৪ ৰাশিৰ ভাগ্য, হ’ব আৰ্থিক লাভ!

May 23, 2026
Next Post
ডাকঘৰৰ MIS আঁচনিত এবাৰ কৰক ১৫ লাখ টকা বিনিয়োগ, প্ৰতিমাহে উপাৰ্জন কৰিব ধন

ডাকঘৰৰ MIS আঁচনিত এবাৰ কৰক ১৫ লাখ টকা বিনিয়োগ, প্ৰতিমাহে উপাৰ্জন কৰিব ধন

কেন্দ্ৰীয় কৰ্মচাৰীৰ মৌলিক দৰমহা ১৮ হাজাৰৰ পৰা ৬৯ হাজাৰলৈ বৃদ্ধি পাব নেকি?

8th Pay Commission: শীঘ্ৰে অনুষ্ঠিত হ'ব অষ্টম দৰমহা আয়োগৰ বৈঠক, দৰমহা আৰু পেঞ্চনৰ আহিব ডাঙৰ আপডেট

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.