• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিবাহিত দম্পতিসকল কিয় পৰকীয়াত সোমাই পৰে? কিয় ভাঙে পতি-পত্নীৰ সম্পৰ্ক? কাৰণ জানিলে চমকি উঠিব

1 hour ago
ইনভাৰ্টাৰ অন কৰি দীৰ্ঘদিনৰ বাবে ফুৰিবলৈ গৈছে? ভয়ংকৰ বিপদ ঘটিব পাৰে, ইনভাৰ্টাৰ থাকিলে কি কি ব্যৱস্থা লৈহে ঘৰৰ পৰা ওলাব?

4 minutes ago
মাছাজ পাৰ্লাৰলৈ যাওঁতে সতৰ্ক হওক!  মাছাজ কৰাৰ কথা কৈ কৰিছিল তৰুণীৰ ন**গ্ন ভিডিঅ’, অনিয়ন্ত্ৰিত আৰু বিকৃত লালসাৰ চিকাৰ ৬১ বছৰীয়া মহিলাও, কেনেকৈ কি কৰিছিল মহিলাৰ সৈতে?

22 minutes ago
দেৱগুৰু বৃহস্পতিৰ মহাগোচৰ, ৩ৰাশিৰ হাতলৈ আহিব টকাই টকা, লাকী ৰাশি কি কি?

2 hours ago
চীনৰ পৰাই হায়দৰাবাদৰ ৰোগীৰ সফল অস্ত্ৰোপচাৰ! বিশ্বজুৰি চৰ্চাত ভাৰতীয় চিকিৎসক, কেনেকৈ এয়া সম্ভৱ কৰি তুলিলে?

বাৰ্ধক্যক জয় কৰিব মানুহে! মানুহৰ আয়ুস এতিয়া ২০০ বছৰ হ’ব নেকি? কি আৱিষ্কাৰ কৰিছে বিজ্ঞানীয়ে?

3 hours ago
নামমাত্ৰ বিনিয়োগ কৰি ৰিটাৰ্ণত পাব ২৫লাখ, পোষ্ট অফিচৰ এই স্কিমে সহজেই লাখপতি কৰিব পাৰে আপোনাক

জামিন পালেই শ্যামকানুৱে বিজয় মালিয়াৰ দৰে দেশ এৰি পলাব! জুবিনকেই নহয় গৰিমা গাৰ্গকো কেনেদৰে প্ৰতাৰণা কৰিছে শ্যামকানুৱে?

জুনতেই গুৰু গোচৰ, ৫ৰাশিৰ ভাগ্যত পৰিব প্ৰভাৱ, কি কি ঘটিব পাৰে এইকেইটা ৰাশিৰ জীৱনত?

4 hours ago
ছায়া গ্ৰহৰ মায়াৰ খেলা, বছৰৰ শেষত ৰাহুৰ প্ৰভাৱত সাফল্যৰ দিশেৰে আগুৱাব এই ৪ৰাশিৰ জাতক

ঘৰত পঁইতাচোৰা থকাটো শুভ নে অশুভ সংকেত? হওক সাৱধান

5 hours ago
বাৰে বাৰে পানীৰ পিয়াহ, ই কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?

গৰমৰ দিনত হাত ভৰি কিয় ফুলে? কেতিয়া সাৱধান হ’ব লাগে জনালে চিকিৎসকে

6 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, May 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বিবাহিত দম্পতিসকল কিয় পৰকীয়াত সোমাই পৰে? কিয় ভাঙে পতি-পত্নীৰ সম্পৰ্ক? কাৰণ জানিলে চমকি উঠিব

বিবাহিত দম্পতিসকল কিয় পৰকীয়াত সোমাই পৰে? কিয় ভাঙে পতি-পত্নীৰ সম্পৰ্ক? কাৰণ জানিলে চমকি উঠিব

editor by editor
May 25, 2026
in জীৱনশৈলী
0
বিবাহিত দম্পতিসকল কিয় পৰকীয়াত সোমাই পৰে? কিয় ভাঙে পতি-পত্নীৰ সম্পৰ্ক? কাৰণ জানিলে চমকি উঠিব
0
SHARES
244
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
মনোবিজ্ঞানী আৰু পাৰিবাৰিক পৰামৰ্শদাতাই কৈছে, বিবাহ-বহিৰ্ভূত সম্পৰ্ক বৃদ্ধিৰ আঁৰত বহু কাৰণ আছে৷ এয়া কোনো একক কাৰণত নহয়৷ ব্যক্তিগত চিন্তাভাৱনা, পাৰিবাৰিক পৰিস্থিতি, মানসিক অসুস্থতা, সামাজিক প্রভাব আৰু প্ৰযুক্তিৰ ব্যৱহাৰসহ বিভিন্ন বিষয় একত্ৰিত হোৱাটোৱেই ইয়াৰ বাবে দায়ী৷ বিশেষকৈ আজিৰ জীৱনযাত্ৰাৰ সম্পৰ্কৰ প্ৰতি অসহিষ্ণুতাও এক বৃহৎ কাৰণ হৈ থিয় দিছে৷
মনোবিজ্ঞানীয়ে কয় যে স্থায়ী সম্পৰ্ক আৰু ক্ষণস্থায়ী আকৰ্ষণৰ মাজত পাৰ্থক্য বহুতেই সঠিকভাৱে বুজিব নোৱাৰে৷ কেতিয়াবা কেতিয়াবা ক্ষণস্থায়ী শাৰীৰিক আকৰ্ষণ বা মানসিক আসক্তিকো সঁচা ভালপোৱা বুলি বহুতে ভুল কৰি পেলায়৷ হৰমনৰ প্ৰভাৱ, নতুন মানুহৰ প্ৰতি আগ্ৰহ আৰু ক্ষণস্থায়ী সুখক স্থায়ী সুখ ভাৱি কিছু সিদ্ধান্ত লোৱা হয়৷ কিন্তু পৰিয়াল, সন্তান আৰু ভৱিষ্যতৰ ওপৰত ইয়াৰ প্ৰভাৱ কিমান গুৰুতৰ হ’ব সেয়া বহুতেই পূৰ্বৰে পৰা ভাৱি নাচায়৷
দাম্পত্য জীৱনৰ অসন্তুষো আৰু এক গুৰুত্বপূৰ্ণ কাৰণ৷ স্বামী-স্ত্ৰীৰ মাজত সঠিক যোগাযোগৰ অভাৱ, এজনে আনজনক সময় নিদিয়া আৰু অনুভূতি ভাগ কৰি নোলোৱাই মানসিক দূৰত্ব বঢ়াই তোলে৷ কোনো কোনোৱে বিবাহৰ পাছত অহা দায়িত্বসমূহক চাপপূৰ্ণ বুলি ধাৰণা কৰে৷ সংসাৰ চলোৱা, আৰ্থিক সমস্যা, সন্তানৰ দায়িত্ব আৰু চাকৰিৰ চাপৰ কাৰণে সম্পৰ্কৰ সুখ কমি যায়৷ তেতিয়াই বাহিৰৰ কোনোৱে যদি বিষয়টো বুজি পায় তেতিয়া তেনে ব্যক্তিৰ প্ৰতি আকৰ্ষণ বঢ়াৰ সম্ভাৱনা থাকে৷
কিছু লোকে ঘৰত অপমান, অৱহেলাৰ চিকাৰ হলেও বাহিৰৰ পৰা সান্তনা বিচাৰে৷ কোনোৱে যদি তেওঁৰ কথা শুনে, তেওঁক অগ্ৰাধিকাৰ দিয়ে বা বুজি পায় তেতিয়া এই সৰু সৰু বিষয়সমূহেও এক মানসিক বন্ধন তৈয়াৰ কৰিব পাৰে৷ বিশেষকৈ শৈশৱৰ পৰা পাৰিবাৰিক মূল্যবোধ, সম্পৰ্কৰ গুৰুত্ব আৰু বিশ্বাসৰ সঠিক বুজাপৰা সম্পৰ্কে ভালকৈ নুবুজিলে সম্পৰ্কৰ প্ৰতি দায়িত্ববোধ কমি যায়৷
সুৰা আৰু অন্যান্য আসক্তিও পাৰিবাৰিক বন্ধন নষ্ট কৰাৰ কাৰণ হ’ব পাৰে৷ এজন ব্যক্তিৰ চিন্তাভাৱনাক প্ৰভাৱিত কৰে আত্মনিয়ন্ত্ৰণ কমাই দিয়ে৷ কেতিয়াবা কেতিয়াবা খং, অসহিষ্ণুতা আৰু সন্দেহ বাঢ়ি যায়৷ যিয়ে দাম্পত্য জীৱনত দূৰত্ব বঢ়াই তোলে৷ ঠিক তেনেকৈ স্বামী-স্ত্ৰীৰ মাজত শাৰীৰিক সমস্যা বা বন্ধ্যাত্ব থাকিলে সেইসম্পৰ্কে খোলাখুলিকৈ কথা নাপাতিলেও সম্পৰ্ক দুৰ্বল হৈ পৰে৷ বহুতেই চিকিৎসকৰ ওচৰলৈ যাবলৈ দ্বিধাবোধ কৰে৷
ছচিয়েল মিডিয়া, মোবাইল ফোন, ৱেব চিৰিজ আৰু চিনেমাইয়ো মানুহৰ চিন্তাভাৱনাক প্ৰভাৱিত কৰে৷ বহুতেই পাহৰি যায় যে ছচিয়েল মিডিয়াত দেখা নিঁখুত জীৱন বাস্তৱ নহয়৷ কিছু মানুহে এই ভ্ৰান্ত ধাৰণাৰ মাজত থাকে যে বিবাহৰ পাছতো তেওঁলোকে অন্য এক ভাল জীৱনৰ সন্ধান আৰম্ভ কৰে৷ চাকৰিৰ বাবে বাহিৰত থকা মানুহৰো বেছি সময় যাৰ সৈতে কটাই বা সহকৰ্মীৰ সৈতেও মানসিক বন্ধন তৈয়াৰ হ’ব পাৰে৷ আৰু এক গুৰুত্বপূৰ্ণ বিষয় লৈছে স্বাৰ্থপৰ চিন্তা৷
যেতিয়া আমি সুখক গুৰুত্বপূৰ্ণ বুলি ভাৱো, মোৰ পছন্দই প্ৰধান এই অনুভূতি যেতিয়া বাঢ়ি যায় তেতিয়াই সম্পৰ্কৰ ক্ষেত্ৰত ত্যাগ আৰু ধৈৰ্য্য কমি যায়৷ কিন্তু সঁচাকৈয়ে সম্পৰ্ক কেৱল ভালপোৱাৰে শক্তিশালী নহয়, বৰং বিশ্বাস, দায়িত্ববোধ, পাৰস্পৰিক শ্ৰদ্ধা আৰু মুকলি যোগাযোগৰ মাধ্যমেৰেও শক্তিশালী হয়৷ সেই কাৰণেই পাৰিবাৰিক বিশেষজ্ঞসকলে কয় যে যেতিয়া সমস্যাই দেখা দিয়ে তেতিয়া মুকলিকৈ সমস্যাৰ বিষয়ে আলোচনা কৰক৷ তেতিয়া সম্পৰ্কসমূহ দীৰ্ঘ সময়ৰ বাবে মজবুত হৈ থাকে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ইনভাৰ্টাৰ অন কৰি দীৰ্ঘদিনৰ বাবে ফুৰিবলৈ গৈছে? ভয়ংকৰ বিপদ ঘটিব পাৰে, ইনভাৰ্টাৰ থাকিলে কি কি ব্যৱস্থা লৈহে ঘৰৰ পৰা ওলাব?
জীৱনশৈলী

ইনভাৰ্টাৰ অন কৰি দীৰ্ঘদিনৰ বাবে ফুৰিবলৈ গৈছে? ভয়ংকৰ বিপদ ঘটিব পাৰে, ইনভাৰ্টাৰ থাকিলে কি কি ব্যৱস্থা লৈহে ঘৰৰ পৰা ওলাব?

May 25, 2026
দেৱগুৰু বৃহস্পতিৰ মহাগোচৰ, ৩ৰাশিৰ হাতলৈ আহিব টকাই টকা, লাকী ৰাশি কি কি?
জীৱনশৈলী

দেৱগুৰু বৃহস্পতিৰ মহাগোচৰ, ৩ৰাশিৰ হাতলৈ আহিব টকাই টকা, লাকী ৰাশি কি কি?

May 25, 2026
চীনৰ পৰাই হায়দৰাবাদৰ ৰোগীৰ সফল অস্ত্ৰোপচাৰ! বিশ্বজুৰি চৰ্চাত ভাৰতীয় চিকিৎসক, কেনেকৈ এয়া সম্ভৱ কৰি তুলিলে?
জীৱনশৈলী

চীনৰ পৰাই হায়দৰাবাদৰ ৰোগীৰ সফল অস্ত্ৰোপচাৰ! বিশ্বজুৰি চৰ্চাত ভাৰতীয় চিকিৎসক, কেনেকৈ এয়া সম্ভৱ কৰি তুলিলে?

May 25, 2026
বাৰ্ধক্যক জয় কৰিব মানুহে! মানুহৰ আয়ুস এতিয়া ২০০ বছৰ হ’ব নেকি? কি আৱিষ্কাৰ কৰিছে বিজ্ঞানীয়ে?
জীৱনশৈলী

বাৰ্ধক্যক জয় কৰিব মানুহে! মানুহৰ আয়ুস এতিয়া ২০০ বছৰ হ’ব নেকি? কি আৱিষ্কাৰ কৰিছে বিজ্ঞানীয়ে?

May 25, 2026
Next Post
মাছাজ পাৰ্লাৰলৈ যাওঁতে সতৰ্ক হওক!  মাছাজ কৰাৰ কথা কৈ কৰিছিল তৰুণীৰ ন**গ্ন ভিডিঅ’, অনিয়ন্ত্ৰিত আৰু বিকৃত লালসাৰ চিকাৰ ৬১ বছৰীয়া মহিলাও, কেনেকৈ কি কৰিছিল মহিলাৰ সৈতে?

মাছাজ পাৰ্লাৰলৈ যাওঁতে সতৰ্ক হওক! মাছাজ কৰাৰ কথা কৈ কৰিছিল তৰুণীৰ ন**গ্ন ভিডিঅ’, অনিয়ন্ত্ৰিত আৰু বিকৃত লালসাৰ চিকাৰ ৬১ বছৰীয়া মহিলাও, কেনেকৈ কি কৰিছিল মহিলাৰ সৈতে?

ইনভাৰ্টাৰ অন কৰি দীৰ্ঘদিনৰ বাবে ফুৰিবলৈ গৈছে? ভয়ংকৰ বিপদ ঘটিব পাৰে, ইনভাৰ্টাৰ থাকিলে কি কি ব্যৱস্থা লৈহে ঘৰৰ পৰা ওলাব?

ইনভাৰ্টাৰ অন কৰি দীৰ্ঘদিনৰ বাবে ফুৰিবলৈ গৈছে? ভয়ংকৰ বিপদ ঘটিব পাৰে, ইনভাৰ্টাৰ থাকিলে কি কি ব্যৱস্থা লৈহে ঘৰৰ পৰা ওলাব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন