আঞ্চলিক গণ মৰ্চাৰ ৰাজনৈতিক অভিৱৰ্তন অনুষ্ঠিত। কাৰ্যনিৰ্বাহক সমিতি গঠন। সভাপতিৰ পদত অজিত কুমাৰ ভূঞা। ৰাজ্যৰ বহু বিশিষ্ট ৰাজনীতিক, বুদ্ধিজীৱী, অৰ্থনীতিবিদ, সাংবাদিক, অন্যান্য ক্ষেত্ৰৰ লোকৰ অংশগ্ৰহণ। ’২১ত বিজেপিক প্ৰতিহত কৰাৰ হুংকাৰ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ