• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শচীন তেণ্ডুলকাৰৰ দৰে বৈভৱ সূৰ্যবংশীয়ে পালে বিশেষ অনুমতি, BCCI এ কৰিলে নিয়ম সলনি

শচীন তেণ্ডুলকাৰৰ দৰে বৈভৱ সূৰ্যবংশীয়ে পালে বিশেষ অনুমতি, BCCI এ কৰিলে নিয়ম সলনি

2 hours ago
মাহেকীয়াত Mood swing কিয় হয়? জানক কিদৰে পাব সকাহ

মাহেকীয়াত Mood swing কিয় হয়? জানক কিদৰে পাব সকাহ

12 minutes ago
মহিলাসকলৰ কিয় সঘনাই প্ৰস্ৰাৱৰ সংক্ৰমণ হয়? আঁৰৰ কাৰণ জানক

মহিলাসকলৰ কিয় সঘনাই প্ৰস্ৰাৱৰ সংক্ৰমণ হয়? আঁৰৰ কাৰণ জানক

33 minutes ago
ৰাজপথত জাবৰ পেলোৱাই হ’ল কাল! ভাইৰেল হোৱাৰ পিছতে নিজকে শেষ কৰিলে যুৱকে

ৰাজপথত জাবৰ পেলোৱাই হ’ল কাল! ভাইৰেল হোৱাৰ পিছতে নিজকে শেষ কৰিলে যুৱকে

54 minutes ago
৪ জুলাইত শুক্ৰই কৰিব সিংহ ৰাশিত প্ৰৱেশ, জানক কোন ৰাশিৰ উদয় হ’ব ভাগ্য!

৪ জুলাইত শুক্ৰই কৰিব সিংহ ৰাশিত প্ৰৱেশ, জানক কোন ৰাশিৰ উদয় হ’ব ভাগ্য!

1 hour ago
বিৰাট কোহলিক চেৰ পেলাই দ্বিতীয় স্থানত শুভমন গিল

বিৰাট কোহলিক চেৰ পেলাই দ্বিতীয় স্থানত শুভমন গিল

2 hours ago
মছজিদত প্ৰশাসনৰ বুলড’জাৰ, বিদেশী ৰাষ্ট্ৰৰ পতাকাসহ জব্দ বহু আপত্তিজনক নথি

মছজিদত প্ৰশাসনৰ বুলড’জাৰ, বিদেশী ৰাষ্ট্ৰৰ পতাকাসহ জব্দ বহু আপত্তিজনক নথি

2 hours ago
কাইলৈ ভাগ্য উদয় হ’ব ৫ ৰাশিৰ, হঠাতে হাতলৈ আহিব পাৰে অৰ্থ!

কাইলৈ ভাগ্য উদয় হ’ব ৫ ৰাশিৰ, হঠাতে হাতলৈ আহিব পাৰে অৰ্থ!

3 hours ago
আমি অসমীয়া হ’ম কেতিয়া? বন্ধ দিলেই হ’ব নেকি সমাধান?

আমি অসমীয়া হ’ম কেতিয়া? বন্ধ দিলেই হ’ব নেকি সমাধান?

3 hours ago
টকাৰে হ’ব ঘৰ উভৈনদী, মাথোঁ সূৰ্যাস্তৰ সময়ত নকৰিব এইকেইটা ভুল!

টকাৰে হ’ব ঘৰ উভৈনদী, মাথোঁ সূৰ্যাস্তৰ সময়ত নকৰিব এইকেইটা ভুল!

3 hours ago
আফগানিস্তানৰ বিৰুদ্ধে ভাৰতৰ বেটিং বিক্ৰম

আফগানিস্তানৰ বিৰুদ্ধে ভাৰতৰ বেটিং বিক্ৰম

4 hours ago
জুবিন গাৰ্গৰ ‘হামিং’ কিয় ইমান মৰ্মস্পৰ্শী? প্ৰকাশ বিশ্বৰ আগশাৰীৰ বিজ্ঞান গৱেষণা পত্ৰিকাত

জুবিন গাৰ্গৰ ‘হামিং’ কিয় ইমান মৰ্মস্পৰ্শী? প্ৰকাশ বিশ্বৰ আগশাৰীৰ বিজ্ঞান গৱেষণা পত্ৰিকাত

5 hours ago
আপুনি ভাবিব নোৱাৰা হিং*স্ৰতাৰে ভৰা এক উৎসৱ

আপুনি ভাবিব নোৱাৰা হিং*স্ৰতাৰে ভৰা এক উৎসৱ

5 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, June 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

শচীন তেণ্ডুলকাৰৰ দৰে বৈভৱ সূৰ্যবংশীয়ে পালে বিশেষ অনুমতি, BCCI এ কৰিলে নিয়ম সলনি

শচীন তেণ্ডুলকাৰৰ দৰে বৈভৱ সূৰ্যবংশীয়ে পালে বিশেষ অনুমতি, BCCI এ কৰিলে নিয়ম সলনি

editor by editor
June 6, 2026
in ক্ৰীড়া, বিনোদন, বিবিধ, লেখা
0
শচীন তেণ্ডুলকাৰৰ দৰে বৈভৱ সূৰ্যবংশীয়ে পালে বিশেষ অনুমতি, BCCI এ কৰিলে নিয়ম সলনি
0
SHARES
1.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আই পি এল ২০২৬ত ৰাজস্থান ৰয়েলছৰ হৈ বিস্ফোৰক ইনিংছেৰে চাঞ্চল্যৰ সৃষ্টি কৰিছিল যুৱ বেটছমেন বৈভৱ সূৰ্যবংশীয়ে। এতিয়া বৈভৱক ভাৰতীয় টি-২০ দলত অন্তৰ্ভুক্ত কৰা হৈছে। অতি কম বয়সতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এই অপৰিসীম সফলতা আৰু খ্যাতিৰ মাজতে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে (বি চি চি আই) এক স্পৰ্শকাতৰ আৰু উল্লেখযোগ্য সিদ্ধান্ত গ্ৰহণ কৰিছে। ইংলেণ্ড আৰু আয়াৰলেণ্ডৰ আগন্তুক ভ্ৰমণত টিম ইণ্ডিয়াৰ সৈতেও দুগৰাকী বিশেষ ব্যক্তিয়ে যাত্ৰা কৰিব।

বৈভৱ সূৰ্যবংশী এতিয়াও যথেষ্ট সৰু। মাত্ৰ ১৫ বছৰ বয়সতে হঠাৎ জনপ্ৰিয়তা, সংবাদ মাধ্যমৰ মনোযোগ, জ্যেষ্ঠ দলৰ অপৰিসীম হেঁচা আদি চম্ভালিব পৰাটো যিকোনো শিশুৰ বাবে মানসিকভাৱে প্ৰত্যাহ্বানজনক হ’ব পাৰে। ফলস্বৰূপে বিচিচিআইয়ে সিদ্ধান্ত লৈছে যে বৈভৱ সূৰ্যবংশীৰ পিতৃ-মাতৃয়ে আগন্তুক ইংলেণ্ড আৰু আয়াৰলেণ্ড ভ্ৰমণত টিম ইণ্ডিয়াৰ সৈতে যাত্ৰা কৰিব। বহিঃৰাজ্য ভ্ৰমণত পিতৃ-মাতৃৰ উপস্থিতিয়ে বৈভৱক ঘৰুৱা পৰিৱেশৰ সৃষ্টি কৰাৰ লগতে তেওঁক কাম কৰাত সহায় কৰিব। ইয়াৰ উপৰিও বহিঃৰাজ্য ভ্ৰমণৰ নতুন পৰিস্থিতিৰ লগত খাপ খুৱাই লোৱাত সহায় কৰিব।

একেদৰে ১৯৮৯ চনত যেতিয়া শচীন টেণ্ডুলকাৰে ভাৰতৰ বাবে আৰম্ভ কৰিছিল, তেতিয়া পাকিস্তানলৈ যোৱা খেলত ভাতৃ অজিত গৈছিল। সেই সময়ত শচীন তেণ্ডুলকাৰৰ বয়স আছিল মাত্ৰ ১৬ বছৰীয়া আছিল। এনে ক্ষেত্ৰত বিচিচিআইয়ে বৈভৱ সূৰ্যবংশীৰ বাবেও এই বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে। বিচিচিআইৰ সম্পাদক দেৱজিৎ শইকীয়াই স্প’ৰ্টষ্টাৰক কয় যে, “তেওঁ এজন শিশু, গতিকে আমি সিদ্ধান্ত লৈছো যে তেওঁৰ পিতৃ-মাতৃক তেওঁৰ সৈতে আয়াৰলেণ্ড আৰু ইংলেণ্ডলৈ যাবলৈ অনুমতি দিম যাতে তেওঁলোকে তেওঁৰ লগত থাকিব পাৰে আৰু তেওঁক নতুন পৰিৱেশৰ সৈতে খাপ খুৱাবলৈ সহায় কৰিব পাৰে। ব’ৰ্ডে তেওঁলোকৰ সকলো খৰচ বহন কৰিব।”

বৈভৱ সূৰ্যবংশীৰ বাবে বিচিচিআইয়ে নিয়ম সলনি কৰিলে

ভাৰতীয় ক্ৰিকেট দলৰ বহিঃৰাজ্য ভ্ৰমণ আৰু দীঘলীয়া প্ৰতিযোগিতাৰ সময়ত পৰিয়ালৰ উপস্থিতি সন্দৰ্ভত বিচিচিআইৰ কঠোৰ নিয়ম। খেলুৱৈসকলে গোটেই ভ্ৰমণৰ বাবে নিজৰ পৰিয়াল বা পত্নীক লগত ৰাখিব নোৱাৰে। যদি কোনো ছিৰিজ বা টুৰ্ণামেণ্ট ৪৫ দিনতকৈ অধিক হয় তেন্তে পৰিয়ালৰ সদস্যসকলে খেলুৱৈজনৰ লগত ১৪ দিনহে থাকিব পাৰে। অৱশ্যে বৈভৱ সূৰ্যবংশীৰ বাবে বিচিচিআইয়ে নিয়ম শিথিল কৰিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মাহেকীয়াত Mood swing কিয় হয়? জানক কিদৰে পাব সকাহ
জীৱনশৈলী

মাহেকীয়াত Mood swing কিয় হয়? জানক কিদৰে পাব সকাহ

June 6, 2026
মহিলাসকলৰ কিয় সঘনাই প্ৰস্ৰাৱৰ সংক্ৰমণ হয়? আঁৰৰ কাৰণ জানক
জীৱনশৈলী

মহিলাসকলৰ কিয় সঘনাই প্ৰস্ৰাৱৰ সংক্ৰমণ হয়? আঁৰৰ কাৰণ জানক

June 6, 2026
ৰাজপথত জাবৰ পেলোৱাই হ’ল কাল! ভাইৰেল হোৱাৰ পিছতে নিজকে শেষ কৰিলে যুৱকে
ভাৰত

ৰাজপথত জাবৰ পেলোৱাই হ’ল কাল! ভাইৰেল হোৱাৰ পিছতে নিজকে শেষ কৰিলে যুৱকে

June 6, 2026
৪ জুলাইত শুক্ৰই কৰিব সিংহ ৰাশিত প্ৰৱেশ, জানক কোন ৰাশিৰ উদয় হ’ব ভাগ্য!
জীৱনশৈলী

৪ জুলাইত শুক্ৰই কৰিব সিংহ ৰাশিত প্ৰৱেশ, জানক কোন ৰাশিৰ উদয় হ’ব ভাগ্য!

June 6, 2026
Next Post
বিৰাট কোহলিক চেৰ পেলাই দ্বিতীয় স্থানত শুভমন গিল

বিৰাট কোহলিক চেৰ পেলাই দ্বিতীয় স্থানত শুভমন গিল

৪ জুলাইত শুক্ৰই কৰিব সিংহ ৰাশিত প্ৰৱেশ, জানক কোন ৰাশিৰ উদয় হ’ব ভাগ্য!

৪ জুলাইত শুক্ৰই কৰিব সিংহ ৰাশিত প্ৰৱেশ, জানক কোন ৰাশিৰ উদয় হ'ব ভাগ্য!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.