• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিৰাট কোহলিক চেৰ পেলাই দ্বিতীয় স্থানত শুভমন গিল

বিৰাট কোহলিক চেৰ পেলাই দ্বিতীয় স্থানত শুভমন গিল

4 months ago
কাইলৈ ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৫ ৰাশিৰ! লাভ, চাকৰি-ব্যৱসায় আৰু সফলতাৰ যোগ

কাইলৈ ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৫ ৰাশিৰ! লাভ, চাকৰি-ব্যৱসায় আৰু সফলতাৰ যোগ

12 hours ago
8th Pay Commission: মৌলিক দৰমহা ৬৫% বৃদ্ধিৰ প্ৰস্তুতি? HRA, TA আৰু DA একত্ৰীকৰণে সলাব আপোনাৰ পে-স্লিপ

8th Pay Commission: কিমান বাঢ়িব কেন্দ্ৰীয় কৰ্মচাৰীৰ দৰমহা? আহিছে ডাঙৰ আপডেট

12 hours ago
Shruti Haasan: ‘পুৰুষৰো হওক মাহেকীয়া …’, শ্ৰুতি হাছানে কিয় কৰিলে এনে প্ৰাৰ্থনা?

Shruti Haasan: ‘পুৰুষৰো হওক মাহেকীয়া …’, শ্ৰুতি হাছানে কিয় কৰিলে এনে প্ৰাৰ্থনা?

12 hours ago
জুবিনে ৪০টা ভাষাত ৩ হাজাৰ গান গাইছিল!’, জুবিন গাৰ্গক লৈ মন্তব্য কৰি বিপদত বিধায়ক বিজয় গুপ্তা

জুবিনে ৪০টা ভাষাত ৩ হাজাৰ গান গাইছিল!’, জুবিন গাৰ্গক লৈ মন্তব্য কৰি বিপদত বিধায়ক বিজয় গুপ্তা

13 hours ago
বন্ধ হ’ব ৰন্ধন গেছৰ বুকিং, যদি কৰা নাই E-KYC, পূজাৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰালয়ৰ ডাঙৰ নিৰ্দেশ

বন্ধ হ’ব ৰন্ধন গেছৰ বুকিং, যদি কৰা নাই E-KYC, পূজাৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰালয়ৰ ডাঙৰ নিৰ্দেশ

14 hours ago
আজি সৌভাগ্যৰ আগমণ ঘটিব আপোনাৰ জীৱনত, জানক দৈনিক ৰাশিফল

সপোন হ’ব ভংগ, জীৱনে ল’ব গতি! কাইলৈ কোন ৰাশিৰ বাবে আহিব শুভ সুযোগ?

14 hours ago
কেন্দ্ৰীয় চৰকাৰৰ ধামাকা আঁচনি, মাহে মাত্ৰ ৪২ টকা সঞ্চয়ৰে অৱসৰৰ পিছত কৰক আনন্দ!

কেন্দ্ৰীয় চৰকাৰৰ ধামাকা আঁচনি, মাহে মাত্ৰ ৪২ টকা সঞ্চয়ৰে অৱসৰৰ পিছত কৰক আনন্দ!

14 hours ago
ল’ৰা নে ছোৱালী? দ্বিতীয় সন্তানৰ পিতৃৃ-মাতৃ হ’ল ৰণবীৰ-দীপিকা, সকলোৱে দিলে শুভেচ্ছা

ল’ৰা নে ছোৱালী? দ্বিতীয় সন্তানৰ পিতৃৃ-মাতৃ হ’ল ৰণবীৰ-দীপিকা, সকলোৱে দিলে শুভেচ্ছা

15 hours ago
কোষ্ঠকাঠিন্য আৰু পাচনতন্ত্ৰৰ সমস্যাৰ পৰা পাব উপশম, যদি খায় এই পাত!

কোষ্ঠকাঠিন্য আৰু পাচনতন্ত্ৰৰ সমস্যাৰ পৰা পাব উপশম, যদি খায় এই পাত!

16 hours ago
‘আজি ৰাজ্যিক বন্ধ হ’ব লাগিছিল!’, জুবিন দিৱসৰ দিনটোত অনুৰোধ কণ্ঠশিল্পী জুবলীৰ

‘আজি ৰাজ্যিক বন্ধ হ’ব লাগিছিল!’, জুবিন দিৱসৰ দিনটোত অনুৰোধ কণ্ঠশিল্পী জুবলীৰ

17 hours ago
জুবিন গাৰ্গৰ স্মৃতিত মানৱতাৰ সেৱা: বানপীড়িত ২৩৭ ছাত্ৰ-ছাত্ৰীক ইউনিফৰ্ম আৰু বহী বিতৰণ সেউজী বসুন্ধৰাৰ

জুবিন গাৰ্গৰ স্মৃতিত মানৱতাৰ সেৱা: বানপীড়িত ২৩৭ ছাত্ৰ-ছাত্ৰীক ইউনিফৰ্ম আৰু বহী বিতৰণ সেউজী বসুন্ধৰাৰ

18 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, ৫ টা ৰাশিয়ে লাভ কৰিব কেৰিয়াৰত উন্নতি

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, বৃষ ৰাশিকে ধৰি ৫ ৰাশিৰ সম্পূৰ্ণ হ’ব আধৰুৱা কাম!

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, September 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

বিৰাট কোহলিক চেৰ পেলাই দ্বিতীয় স্থানত শুভমন গিল

ধোনী-কিৰমানীৰ ক্লাবত ঋষভ পণ্ট, আজিৰ মেচখনত আৰু কি কি অভিলেখ?

editor by editor
June 6, 2026
in ক্ৰীড়া, বিনোদন, বিবিধ, লেখা
0
বিৰাট কোহলিক চেৰ পেলাই দ্বিতীয় স্থানত শুভমন গিল
0
SHARES
206
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
আফগানিস্তানৰ বিৰুদ্ধে একমাত্ৰ টেষ্টখনৰ প্ৰথম দিনটোতে কেপ্টেইন শুভমন গিল, ঋষভ পণ্ট, কে এল ৰাহুলে কেইবাটাও কৃতিত্বৰ গৰাকী হ’বলৈ সক্ষম হৈছে। আজিৰ মেচখনত টীম ইণ্ডিয়াৰ অধিনায়ক হিচাপে গিলে ১০০০ ৰান সম্পূৰ্ণ কৰিবলৈ সক্ষম হৈছে। কেপ্টেইন হিচাপে টেষ্টত দ্ৰুত গতিত এহেজাৰ ৰান সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত বিৰাট কোহলিক চেৰ পেলাই দ্বিতীয় স্থানলৈ উন্নীত হয় শুভমন গিল। এই তালিকাৰ প্ৰথম স্থানত আছে কিংবদন্তী ক্ৰিকেটাৰ সুনীল গাভাস্কাৰ। কেপ্টেইন হিচাপে সুনীল গাভাস্কাৰক ১০০০ ৰান সম্পূৰ্ণ কৰিবলৈ প্ৰয়োজন হৈছিল মাত্ৰ ১৪ টা ইনিংছৰ। এই তালিকাৰ দ্বিতীয় স্থানলৈ উন্নীত হোৱা গিলক ১০০০ ৰান সম্পূৰ্ণ কৰিবলৈ প্ৰয়োজন হয় ১৫টা ইনিংছৰ। আনহাতে বিৰাট কোহলিক ১০০০ ৰানৰ মাইলষ্ট’ন স্পৰ্শ কৰিবলৈ প্ৰয়োজন হৈছিল ১৭টা ইনিংছৰ। আনহাতে গিলে কেপ্টেইন হিচাপে আজি ষষ্ঠটো শতক অৰ্জন কৰে।

ধোনী-কিৰমানীৰ ক্লাবত ঋষভ পণ্ট

ভাৰতৰ উইকেটকীপাৰ বেটাৰ ঋষভ পণ্টেও আজি এক অনবদ্য ৰেকৰ্ডৰ গৰাকী হয়। উইকেটকীপাৰ বেটাৰ হিচাপে ৫০ বা ততোধিক টেষ্ট মেচত দেশক প্ৰতিনিধিত্ব কৰা তৃতীয়গৰাকী খেলুৱৈত পৰিণত হয় বাঁওহতীয়া মাৰমুখী বেটাৰগৰাকী। এই কৃতিত্বৰ অধিকাৰী আন দুগৰাকী ভাৰতীয় উইকেটকীপাৰ বেটাৰ হৈছে মহেন্দ্ৰ সিং ধোনী আৰু ছৈয়দ কিৰমনী। ধোনীয়ে টেষ্টত ৯০খন মেচত ভাৰতক প্ৰতিনিধিত্ব কৰাৰ বিপৰীতে ছৈয়দ কিৰমনীয়ে ৮৮খন মেচত ভাৰতক প্ৰতিনিধিত্ব কৰিছে।

কে এল ৰাহুলো হ’ল অনন্য কৃতিত্বৰ অধিকাৰী

সাম্প্ৰতিক সময়ৰ টেষ্টত ভাৰতৰ অন্যতম নিৰ্ভৰযোগ্য বেটাৰ হিচাপে নিজকে প্ৰতিষ্ঠা কৰা কে এল ৰাহুলো এক অনবদ্য ৰেকৰ্ডৰ গৰাকী হৈছে। অপেনাৰ বেটাৰ হিচাপে সৰ্বাধিক শতক অৰ্জন কৰা ভাৰতীয়ৰ চতুৰ্থ স্থানলৈ উন্নীত হৈছে কে এল ৰাহুল। এই তালিকাত ১২ শতকেৰে মুৰুলী বিজয় তৃতীয়, ২২ টা শতকেৰে বীৰেন্দ্ৰ সেহৱাগ দ্বিতীয় আৰু ৩৩টা শতকেৰে সুনীল গাভাস্কাৰ প্ৰথম স্থানত আছে। অৱশ্যে আজিৰ মেচখনত আন এক অনাকাংক্ষিত ৰেকৰ্ডৰো গৰাকী হৈছে ৰাহুল। টেষ্টত সৰ্বাধিক ১০০ ৰানতে আউট হোৱা বেটাৰৰ তালিকাৰ তৃতীয় স্থানলৈ আহিল কে এল ৰাহুল। আজিৰ সৈতে কে এল ৰাহুলে নিজৰ কেৰিয়াৰত ৩ বাৰকৈ ১০০ ৰান কৰিয়েই পেভিলিয়নমুখী হৈছে। ইয়াৰ পূৰ্বে গ্ৰীম ৱুডে ৩বাৰকৈ ১০০ ৰানত আউট হোৱাৰ বিপৰীতে লেন হটনে ৪বাৰকৈ ১০০ৰানত আউট হোৱাৰ অনাকাংক্ষিত ৰেকৰ্ডৰ গৰাকী হৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কাইলৈ ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৫ ৰাশিৰ! লাভ, চাকৰি-ব্যৱসায় আৰু সফলতাৰ যোগ
জীৱনশৈলী

কাইলৈ ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৫ ৰাশিৰ! লাভ, চাকৰি-ব্যৱসায় আৰু সফলতাৰ যোগ

September 19, 2026
8th Pay Commission: মৌলিক দৰমহা ৬৫% বৃদ্ধিৰ প্ৰস্তুতি? HRA, TA আৰু DA একত্ৰীকৰণে সলাব আপোনাৰ পে-স্লিপ
বাণিজ্য

8th Pay Commission: কিমান বাঢ়িব কেন্দ্ৰীয় কৰ্মচাৰীৰ দৰমহা? আহিছে ডাঙৰ আপডেট

September 19, 2026
Shruti Haasan: ‘পুৰুষৰো হওক মাহেকীয়া …’, শ্ৰুতি হাছানে কিয় কৰিলে এনে প্ৰাৰ্থনা?
বিনোদন

Shruti Haasan: ‘পুৰুষৰো হওক মাহেকীয়া …’, শ্ৰুতি হাছানে কিয় কৰিলে এনে প্ৰাৰ্থনা?

September 19, 2026
জুবিনে ৪০টা ভাষাত ৩ হাজাৰ গান গাইছিল!’, জুবিন গাৰ্গক লৈ মন্তব্য কৰি বিপদত বিধায়ক বিজয় গুপ্তা
অসম

জুবিনে ৪০টা ভাষাত ৩ হাজাৰ গান গাইছিল!’, জুবিন গাৰ্গক লৈ মন্তব্য কৰি বিপদত বিধায়ক বিজয় গুপ্তা

September 19, 2026
Next Post
৪ জুলাইত শুক্ৰই কৰিব সিংহ ৰাশিত প্ৰৱেশ, জানক কোন ৰাশিৰ উদয় হ’ব ভাগ্য!

৪ জুলাইত শুক্ৰই কৰিব সিংহ ৰাশিত প্ৰৱেশ, জানক কোন ৰাশিৰ উদয় হ'ব ভাগ্য!

ৰাজপথত জাবৰ পেলোৱাই হ’ল কাল! ভাইৰেল হোৱাৰ পিছতে নিজকে শেষ কৰিলে যুৱকে

ৰাজপথত জাবৰ পেলোৱাই হ'ল কাল! ভাইৰেল হোৱাৰ পিছতে নিজকে শেষ কৰিলে যুৱকে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.