• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সাজঘৰ

সাজঘৰ

3 hours ago
IPLৰ ফাইনেলৰ পিছত বৈভৱ সূৰ্যবংশীক কি কৈছিল কোহলিয়ে?

IPLৰ ফাইনেলৰ পিছত বৈভৱ সূৰ্যবংশীক কি কৈছিল কোহলিয়ে?

12 minutes ago
এফালে মূল্যবৃদ্ধি, আনফালে চৰকাৰে ক’লে ভাৰতত LPG ৰ মূল্য বিশ্বৰ ভিতৰতে সৰ্বনিম্ন

এফালে মূল্যবৃদ্ধি, আনফালে চৰকাৰে ক’লে ভাৰতত LPG ৰ মূল্য বিশ্বৰ ভিতৰতে সৰ্বনিম্ন

43 minutes ago
এইখন দেশত এতিয়াৰে পৰা ভাৰতৰ বিৰুদ্ধে ছ’চিয়েল মিডিয়াত কৰিব নোৱাৰিব একো পোষ্ট

এইখন দেশত এতিয়াৰে পৰা ভাৰতৰ বিৰুদ্ধে ছ’চিয়েল মিডিয়াত কৰিব নোৱাৰিব একো পোষ্ট

1 hour ago
ভিছা সমস্যা! ফুটবল বিশ্বকাপৰ পৰা বঞ্চিত হ’ব নেকি ইৰান?

ভিছা সমস্যা! ফুটবল বিশ্বকাপৰ পৰা বঞ্চিত হ’ব নেকি ইৰান?

2 hours ago
মাহেকীয়াত Mood swing কিয় হয়? জানক কিদৰে পাব সকাহ

মাহেকীয়াত Mood swing কিয় হয়? জানক কিদৰে পাব সকাহ

14 hours ago
মহিলাসকলৰ কিয় সঘনাই প্ৰস্ৰাৱৰ সংক্ৰমণ হয়? আঁৰৰ কাৰণ জানক

মহিলাসকলৰ কিয় সঘনাই প্ৰস্ৰাৱৰ সংক্ৰমণ হয়? আঁৰৰ কাৰণ জানক

14 hours ago
ৰাজপথত জাবৰ পেলোৱাই হ’ল কাল! ভাইৰেল হোৱাৰ পিছতে নিজকে শেষ কৰিলে যুৱকে

ৰাজপথত জাবৰ পেলোৱাই হ’ল কাল! ভাইৰেল হোৱাৰ পিছতে নিজকে শেষ কৰিলে যুৱকে

14 hours ago
৪ জুলাইত শুক্ৰই কৰিব সিংহ ৰাশিত প্ৰৱেশ, জানক কোন ৰাশিৰ উদয় হ’ব ভাগ্য!

৪ জুলাইত শুক্ৰই কৰিব সিংহ ৰাশিত প্ৰৱেশ, জানক কোন ৰাশিৰ উদয় হ’ব ভাগ্য!

15 hours ago
বিৰাট কোহলিক চেৰ পেলাই দ্বিতীয় স্থানত শুভমন গিল

বিৰাট কোহলিক চেৰ পেলাই দ্বিতীয় স্থানত শুভমন গিল

15 hours ago
শচীন তেণ্ডুলকাৰৰ দৰে বৈভৱ সূৰ্যবংশীয়ে পালে বিশেষ অনুমতি, BCCI এ কৰিলে নিয়ম সলনি

শচীন তেণ্ডুলকাৰৰ দৰে বৈভৱ সূৰ্যবংশীয়ে পালে বিশেষ অনুমতি, BCCI এ কৰিলে নিয়ম সলনি

15 hours ago
মছজিদত প্ৰশাসনৰ বুলড’জাৰ, বিদেশী ৰাষ্ট্ৰৰ পতাকাসহ জব্দ বহু আপত্তিজনক নথি

মছজিদত প্ৰশাসনৰ বুলড’জাৰ, বিদেশী ৰাষ্ট্ৰৰ পতাকাসহ জব্দ বহু আপত্তিজনক নথি

16 hours ago
কাইলৈ ভাগ্য উদয় হ’ব ৫ ৰাশিৰ, হঠাতে হাতলৈ আহিব পাৰে অৰ্থ!

কাইলৈ ভাগ্য উদয় হ’ব ৫ ৰাশিৰ, হঠাতে হাতলৈ আহিব পাৰে অৰ্থ!

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, June 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

সাজঘৰ

অংশুমান বৰা

editor by editor
June 7, 2026
in অসম, জীৱনশৈলী, বিবিধ, লেখা
0
সাজঘৰ
0
SHARES
67
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সাজঘৰেহে জানে আচল পৰিচয়
প্রতিদিনৰ ভাওনাত
কোননো তই
কোননো মই
সঁচা হাঁহি নে মিছা কান্দোন
বা সঁচা কান্দোন নে মিছা হাঁহি
হেঙুল-হাইতালৰ তৰপে তৰপে ঢাকি ৰখা
কুটিল ৰূপ
তোৰ মোৰ এই গোপন স্বৰূপ
অবিৰত কান্ধত কঢ়িয়াই ফুৰা মুখাৰ তলৰ মুখ
দাপোণেহে মাথোঁ দেখে শৰীৰটোৰ এই আচল অসুখ

জ্যেষ্ঠ অধিবক্তাগৰাকীৰ আনটো কবিতা…

অশ্রুবর্ষণ

বৰষুণৰ টোপালবোৰ
বাটকুৰি বাই আহিছিল
তোমাক অলপ হ’লেও তিয়াই যাবলৈ

ঠিক তেনেদৰেই আহিছিল
চকুলোৰ টোপালবোৰ
বহু গভীৰৰ পৰা
তোমাক কিছু মনৰ কথা ক’বলৈ

তুমি অকস্মাৎ জপাই দিলা খিৰিকীখন
আদবাটতে নিঠৰুৱা হ’ল কিছু নিঃকিন সুখ

বুকুখন হেঁচা মাৰি এসুঁতি দুখৰ অসুখ
বৈ আহিল বর্ষাসিক্ত অশ্রুৰ স্ফটিকেৰে

এই দুখতে মুখ গুঁজি
কবিতাই কাণে কাণে ক’লে:

বৰষুণ আৰু চকুলোৱে আজিও নাজানে
কপালত যে সিহঁতৰ লিখা আছে
একেটা কঠোৰ দণ্ড…
এবাৰ কেনেবাকৈ ওলাই আহিলে
উভতি যোৱাৰ বাট চিৰদিনলৈ বন্ধ

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

IPLৰ ফাইনেলৰ পিছত বৈভৱ সূৰ্যবংশীক কি কৈছিল কোহলিয়ে?
ক্ৰীড়া

IPLৰ ফাইনেলৰ পিছত বৈভৱ সূৰ্যবংশীক কি কৈছিল কোহলিয়ে?

June 7, 2026
এফালে মূল্যবৃদ্ধি, আনফালে চৰকাৰে ক’লে ভাৰতত LPG ৰ মূল্য বিশ্বৰ ভিতৰতে সৰ্বনিম্ন
বাণিজ্য

এফালে মূল্যবৃদ্ধি, আনফালে চৰকাৰে ক’লে ভাৰতত LPG ৰ মূল্য বিশ্বৰ ভিতৰতে সৰ্বনিম্ন

June 7, 2026
এইখন দেশত এতিয়াৰে পৰা ভাৰতৰ বিৰুদ্ধে ছ’চিয়েল মিডিয়াত কৰিব নোৱাৰিব একো পোষ্ট
বিশ্ব

এইখন দেশত এতিয়াৰে পৰা ভাৰতৰ বিৰুদ্ধে ছ’চিয়েল মিডিয়াত কৰিব নোৱাৰিব একো পোষ্ট

June 7, 2026
ভিছা সমস্যা! ফুটবল বিশ্বকাপৰ পৰা বঞ্চিত হ’ব নেকি ইৰান?
ক্ৰীড়া

ভিছা সমস্যা! ফুটবল বিশ্বকাপৰ পৰা বঞ্চিত হ’ব নেকি ইৰান?

June 7, 2026
Next Post
ভিছা সমস্যা! ফুটবল বিশ্বকাপৰ পৰা বঞ্চিত হ’ব নেকি ইৰান?

ভিছা সমস্যা! ফুটবল বিশ্বকাপৰ পৰা বঞ্চিত হ'ব নেকি ইৰান?

এইখন দেশত এতিয়াৰে পৰা ভাৰতৰ বিৰুদ্ধে ছ’চিয়েল মিডিয়াত কৰিব নোৱাৰিব একো পোষ্ট

এইখন দেশত এতিয়াৰে পৰা ভাৰতৰ বিৰুদ্ধে ছ'চিয়েল মিডিয়াত কৰিব নোৱাৰিব একো পোষ্ট

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.