• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
Image Credit: Gemini Ai

প্ৰেমত বাৰে বাৰে কৰা বিশ্বাসঘাতকতা! হাতৰ ৰেখাত আছে নেকি দোষ?

2 months ago
আধাৰৰ ঠিকনা সলনি কৰিবলৈ নাই চিন্তা, ঘৰতে বহি কৰক অনলাইন আপডেট

আধাৰৰ ঠিকনা সলনি কৰিবলৈ নাই চিন্তা, ঘৰতে বহি কৰক অনলাইন আপডেট

29 minutes ago
২০ টা কণী, ৯ টা লোকেল মুৰ্গী! অসমীয়া খাদ্যসম্ভাৰৰ প্ৰেমত দ্য গ্ৰেট খালী?

২০ টা কণী, ৯ টা লোকেল মুৰ্গী! অসমীয়া খাদ্যসম্ভাৰৰ প্ৰেমত দ্য গ্ৰেট খালী?

1 hour ago
আজি মেষ, বৃষকে আদি কৰি ৪ ৰাশিৰ ফুলিব কপাল, জীৱনে ল’ব নতুন গতি!

আজি ভাগ্য উদয় হ’ব ৩ ৰাশিৰ, জীৱনে ল’ব নতুন গতি!

3 hours ago
৯ লাখ টকাৰ বৃত্তি পোৱাৰ সোণালী সুযোগ! কেনেকৈ কৰিব আবেদন?

৯ লাখ টকাৰ বৃত্তি পোৱাৰ সোণালী সুযোগ! কেনেকৈ কৰিব আবেদন?

16 hours ago
আঙুলিত অৰ্ধচন্দ্ৰৰ চিন? কোনো মাৰাত্মক ৰোগৰ লক্ষণ নেকি জানক

কাইলৈ কেনে যাব আপোনাৰ দিনটো? ৪ ৰাশিৰ হাতলৈ আহিব ধন!

16 hours ago
শৰীৰৰ কোন অংশৰ তিলে সলাব পাৰে আপোনাৰ ভাগ্য?

শৰীৰৰ কোন অংশৰ তিলে সলাব পাৰে আপোনাৰ ভাগ্য?

17 hours ago
গা ধুলে প্ৰস্ৰাৱ কৰে নেকি? তেন্তে পৰিব পাৰে ভয়ংকৰ বিপদত!

প্ৰস্ৰাৱত অধিক ফেন? নকৰিব আওকান, হ’ব পাৰে এইসমূহ গুৰুতৰ ৰোগ

17 hours ago
মাহেকীয়াত Pain Killer সেৱনে মাতৃ হোৱাৰ সপোন শেষ কৰে নেকি?

মাহেকীয়াৰ পূৰ্বে অত্যাধিক বগাস্ৰাৱ? এয়া স্বাভাৱিক নে চিন্তাৰ বিষয় জানক

18 hours ago
কিয় চাকৰি কৰা যুৱতী পচন্দ কৰে পুৰুষে? আঁৰত আছে ৫ টা কাৰণ

পুৰুষৰ তুলনাত এইটো বস্তু বেছি থাকে নাৰীৰ! জানি হ’ব আচৰিত

19 hours ago
২৭ নে ২৮ আগষ্টত ৰাখীবন্ধন? জানক এই দিনটোৰ ইতিহাস আৰু মহত্ব

২৭ নে ২৮ আগষ্টত ৰাখীবন্ধন? জানক এই দিনটোৰ ইতিহাস আৰু মহত্ব

20 hours ago
কি ৰঙৰ মানিবেগে ভাগ্য সলনি কৰে? বাস্তু মতে শুভ ৰং জানি লওক

কি ৰঙৰ মানিবেগে ভাগ্য সলনি কৰে? বাস্তু মতে শুভ ৰং জানি লওক

20 hours ago
প্ৰতিমাহে ৫০০০ টকাৰ SIP ৰে ১০ বছৰত উপাৰ্জন কৰক লাখ লাখ টকা

প্ৰতিমাহে ৫০০০ টকাৰ SIP ৰে ১০ বছৰত উপাৰ্জন কৰক লাখ লাখ টকা

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, August 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

প্ৰেমত বাৰে বাৰে কৰা বিশ্বাসঘাতকতা! হাতৰ ৰেখাত আছে নেকি দোষ?

প্ৰেমত বাৰে বাৰে কৰা বিশ্বাসঘাতকতা! হাতৰ ৰেখাত আছে নেকি দোষ?

editor by editor
June 13, 2026
in জীৱনশৈলী, বিবিধ, লেখা
0
Image Credit: Gemini Ai

Image Credit: Gemini Ai

0
SHARES
114
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

প্ৰেম এক অপাৰ্থিৱ সুখৰ অনুভূতি! সকলোৰে জীৱনত প্ৰেম আহে, কিন্তু সেই প্ৰেম কাৰোবাৰ বাবে সৃষ্টি আৰু কাৰোবাৰ বাবে ধ্বংস হয়। প্ৰেমত পৰিলে কোনোৱে সংগীজনক ভৰষা কৰে, আন কোনোৱে সেই সংগীজনৰ সৈতেই বিশ্বাসঘাতকতা কৰে। কিন্তু আপুনি জানেনে বিশ্বাসঘাতকতা বহুতে কৰিম বুলিয়েই কৰি নিদিয়ে, ইয়াৰ আঁৰত বহু জ্যোতিষৰ কাৰণো জড়িত হৈ থাকে।

জীৱনত সকলোৰে বাবে প্ৰেম সমানে নাহে। কিছুমান মানুহে আজীৱন নিজৰ কাষত ভালপোৱা ব্যক্তিজনক বিচাৰি পায়, আন কিছুমানে কেৱল বিশ্বাসঘাতকতাৰ চৰম যন্ত্ৰণা ভোগ কৰে।

জ্যোতিষৰ এটা অতি গুৰুত্বপূৰ্ণ আৰু জনপ্ৰিয় অংশ হ’ল হাতৰ ৰেখা। এই ৰেখা অনুযায়ী ব্যক্তিৰ হাতৰ তলুৱাত বিভিন্ন পাহাৰ বা স্থানে জীৱনৰ বিভিন্ন দিশ নিখুঁতভাৱে নিয়ন্ত্ৰণ কৰে। তাৰ ভিতৰত প্ৰেম, ৰোমাঞ্চ আৰু সম্পৰ্কৰ গভীৰতাত শুক্ৰৰ স্থান বা শুক্ৰৰ পৰ্বতে আটাইতকৈ ডাঙৰ ভূমিকা পালন কৰে। আপোনাৰ জীৱন সংগীৰ সৈতে আপোনাৰ কেমিষ্ট্ৰী কেনেকুৱা হ’ব তাৰ ৰহস্য সেই ঠাইত লুকাই থাকে।

হস্তৰেখাবিদদেৰ মতে, আপোনাৰ হাতৰ শুক্রৰ স্থানত যদি কিছু বিশেষ অশুভ চিহ্ন থাকে, তেন্তে ই প্ৰেমত ডাঙৰ দুৰ্যোগ কঢ়িয়াই আনিব পাৰে। যদি শুক্ৰৰ স্থানত জালৰ দৰে বহুত কাটি বা ঘন চিন থাকে, তেন্তে ই প্ৰেমৰ ভাল লক্ষণৰ ইংগিত একেবাৰেই নিদিয়ে। ইয়াৰ বাহিৰেও যদি সেই ঠাইত স্পষ্ট ক’লা তিল থাকে, তেন্তে ই আৰু অধিক বিপদজনক। হাতৰ এই অংশত যদি এনে অশুভ চিন থাকে, তেন্তে সেই ব্যক্তিজনক প্ৰেমত বাৰে বাৰে প্ৰতাৰণা কৰা হ’ব। এবাৰ নহয়, বাৰে বাৰে তেওঁৰ আস্থা ভাঙি পৰিব আৰু তেওঁৰ সংগীয়ে প্ৰতাৰণা কৰিব। অৱশ্যে তাল বিজ্ঞান আৰু জ্যোতিষ শাস্ত্ৰই এই সম্ভাৱনাৰ কথা কয় যে এটা সুন্দৰ সম্পৰ্ক জীয়াই থাকিবলৈ পাৰস্পৰিক বিশ্বাস, সন্মান আৰু সঠিক বুজাবুজি অতি গুৰুত্বপূৰ্ণ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আধাৰৰ ঠিকনা সলনি কৰিবলৈ নাই চিন্তা, ঘৰতে বহি কৰক অনলাইন আপডেট
বাণিজ্য

আধাৰৰ ঠিকনা সলনি কৰিবলৈ নাই চিন্তা, ঘৰতে বহি কৰক অনলাইন আপডেট

August 24, 2026
২০ টা কণী, ৯ টা লোকেল মুৰ্গী! অসমীয়া খাদ্যসম্ভাৰৰ প্ৰেমত দ্য গ্ৰেট খালী?
অসম

২০ টা কণী, ৯ টা লোকেল মুৰ্গী! অসমীয়া খাদ্যসম্ভাৰৰ প্ৰেমত দ্য গ্ৰেট খালী?

August 24, 2026
আজি মেষ, বৃষকে আদি কৰি ৪ ৰাশিৰ ফুলিব কপাল, জীৱনে ল’ব নতুন গতি!
জীৱনশৈলী

আজি ভাগ্য উদয় হ’ব ৩ ৰাশিৰ, জীৱনে ল’ব নতুন গতি!

August 24, 2026
৯ লাখ টকাৰ বৃত্তি পোৱাৰ সোণালী সুযোগ! কেনেকৈ কৰিব আবেদন?
শিক্ষা

৯ লাখ টকাৰ বৃত্তি পোৱাৰ সোণালী সুযোগ! কেনেকৈ কৰিব আবেদন?

August 23, 2026
Next Post
Surya Gochar 2026: ১৫ জুনৰ পৰা মেষ ৰাশিকে ধৰি এই ৪ টা ৰাশিৰ আহিব ভাল সময়!

Surya Gochar 2026: ১৫ জুনৰ পৰা মেষ ৰাশিকে ধৰি এই ৪ টা ৰাশিৰ আহিব ভাল সময়!

বাংলাদেশত হাহাকাৰ! মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ পিছতে ক্ষোভৰ উদগীৰণ বাংলাদেশত

'অসমত ১৮ বছৰৰ ওপৰৰ কোনো লোকক প্ৰদান কৰা নহ’ব আধাৰ কাৰ্ড', সিদ্ধান্ত কেবিনেটৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.