অসম লাইভ ২৪ঃ সৰু পর্দাৰ জনপ্ৰিয় ধাৰাবাহিক ‘দিয়া ওৰ বাতী হম’ৰ অভিনেত্ৰী পার্চি তেহলানক দিল্লীত ৰোহিনীনগৰ অঞ্চলত সংঘটিত হয় অবাঞ্চিত পৰিস্থিতিৰ। ৪ জনকৈ যুৱকে দুর্ব্যৱহাৰ কৰে অভিনেত্ৰীগৰাকীক। অভিযোগ অনুসৰি সেই সময়চোৱাত যুৱক ৪ জন নিচাসক্ত অৱস্থাত আছিল। যুৱক ৪ জনে অভিনেত্ৰীগৰাকীৰ গাড়ীৰ পিছ লৈছিল আৰু তেওঁক উদ্দেশ্যি গালি-গালাজ কৰিছিল। পৰৱর্তী সময়ত আৰক্ষীয়ে এই ৪ যুৱকক আটক কৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ