• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নেটৱৰ্ক অবিহনেও এতিয়াৰে পৰা পাতিব পাৰিব কথা, কিন্তু কেনেকৈ?

নেটৱৰ্ক অবিহনেও এতিয়াৰে পৰা পাতিব পাৰিব কথা, কিন্তু কেনেকৈ?

37 minutes ago
সংগীৰ নাকৰ শব্দই নিশা টোপনিত ব্যাঘাত জন্মাইছে নেকি? ব্যয়ামেৰে কৰক দূৰ

সংগীৰ নাকৰ শব্দই নিশা টোপনিত ব্যাঘাত জন্মাইছে নেকি? ব্যয়ামেৰে কৰক দূৰ

3 minutes ago
‘মই খুলিলোঁ, আপুনিও কাপোৰ খুলি লওক!’ এয়া কি কাণ্ড কৰিলে ছেইফ আলী খানে?

‘মই খুলিলোঁ, আপুনিও কাপোৰ খুলি লওক!’ এয়া কি কাণ্ড কৰিলে ছেইফ আলী খানে?

2 hours ago
আপোনাৰ দৰমহা কিমান বৃদ্ধি পাব? DA নিৰ্ণয়ৰ সূত্ৰটো কি জানক

আপোনাৰ দৰমহা কিমান বৃদ্ধি পাব? DA নিৰ্ণয়ৰ সূত্ৰটো কি জানক

2 hours ago
সোণে দেখুৱাইছে যাদু! এয়াই উচিত সময় নেকি গহনা ক্ৰয়ৰ?

সোণে দেখুৱাইছে যাদু! এয়াই উচিত সময় নেকি গহনা ক্ৰয়ৰ?

3 hours ago
কলকাতাৰ ৰাজপথত ৮০ বছৰীয়া বৃদ্ধৰ এক অমৰ প্ৰেম কাহিনী

কলকাতাৰ ৰাজপথত ৮০ বছৰীয়া বৃদ্ধৰ এক অমৰ প্ৰেম কাহিনী

4 hours ago
ৰামধেনু কিয় চিধাকৈ দেখা নাযায়? জানক ইয়াৰ আঁৰৰ কাৰণ

ৰামধেনু কিয় চিধাকৈ দেখা নাযায়? জানক ইয়াৰ আঁৰৰ কাৰণ

5 hours ago
এই ৫টা ভুল পাকঘৰত কেতিয়াও নকৰিব

এই ৫টা ভুল পাকঘৰত কেতিয়াও নকৰিব

5 hours ago
আগন্তুক ১৮ দিনলৈ এই ৫ ৰাশিৰ লোকৰ মুকলি হ’ব সৌভাগ্যৰ দুৱাৰ

আগন্তুক ১৮ দিনলৈ এই ৫ ৰাশিৰ লোকৰ মুকলি হ’ব সৌভাগ্যৰ দুৱাৰ

5 hours ago
ফেনৰ ব্লেডত ধূলি জমা হ’লে হব পাৰে আপোনাৰ বৃহৎ লোকচান

ফেনৰ ব্লেডত ধূলি জমা হ’লে হব পাৰে আপোনাৰ বৃহৎ লোকচান

6 hours ago
E20ৰ পিছত এইবাৰ আহি আছে E85 ইন্ধন

E20ৰ পিছত এইবাৰ আহি আছে E85 ইন্ধন

7 hours ago
ভাৰতে লাভ কৰিব অষ্ট্ৰেলিয়াৰ ইউৰেনিয়াম

ভাৰতে লাভ কৰিব অষ্ট্ৰেলিয়াৰ ইউৰেনিয়াম

8 hours ago
বিৱাহত সন্মতি দিয়াৰ আগতে নিশ্চিতভাৱে জানি লওক এই ৫টা কথা

বিৱাহত সন্মতি দিয়াৰ আগতে নিশ্চিতভাৱে জানি লওক এই ৫টা কথা

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, July 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home প্ৰযুক্তি

নেটৱৰ্ক অবিহনেও এতিয়াৰে পৰা পাতিব পাৰিব কথা, কিন্তু কেনেকৈ?

BSNL-এ মুকলি কৰিলে নতুন চেটেলাইট ফোন, জানক কি কি পাব সুবিধা

editor by editor
July 10, 2026
in প্ৰযুক্তি, বিবিধ, লেখা
0
নেটৱৰ্ক অবিহনেও এতিয়াৰে পৰা পাতিব পাৰিব কথা, কিন্তু কেনেকৈ?
0
SHARES
84
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

চৰকাৰী টেলিকম কোম্পানী BSNL এ পুনৰবাৰ সকলোকে আচৰিত কৰিছে। এইবাৰ কোম্পানীটোৱে মুকলি কৰিছে এটা নতুন চেটেলাইট ফোন, যাৰ সহায়ত মোবাইল নেটৱৰ্ক অবিহনেও কথা-বতৰা পাতিব পৰা যাব। কোম্পানীটোয়ে ইয়াক Communication Beyond Boundaries থীমেৰে প্ৰৱৰ্তন কৰিছে। বিশেষকৈ যিবোৰ অঞ্চলত মোবাইল টাৱাৰ অনুপস্থিত বা প্ৰাকৃতিক দুৰ্যোগৰ বাবে নেটৱৰ্ক সম্পূৰ্ণৰূপে বিঘ্নিত হৈছে সেইবোৰ অঞ্চলত এই সেৱা উপযোগী হ’ব।

এই চেটেলাইট ফোনটোৱে কেনেদৰে কাম কৰিব?

এই BSNL ফোনটো আৰু ট্ৰেডিচনেল মোবাইল নেটৱৰ্কৰ ওপৰত নিৰ্ভৰ নকৰিব। ইয়াৰ পৰিৱৰ্তে ই পোনপটীয়াকৈ চেটেলাইট নেটৱৰ্কৰ জৰিয়তে সংযোগ প্ৰদান কৰিব। এই সেৱাৰ বাবে কোম্পানীটোৱে ইনমাৰছেটৰ দৰে গ্লোবেল চেটেলাইট নেটৱৰ্ক অংশীদাৰৰ সৈতে সহযোগিতা কৰিছে। এই নতুন ফোনটোৱে দূৰৱৰ্তী আৰু দুৰ্গম অঞ্চলতো কলিং সম্ভৱ কৰি তুলিব।

শক্তিশালী ডিজাইন আৰু SOS বৈশিষ্ট্য

বিএছএনএলৰ এই আকৰ্ষণীয় চেটেলাইট ফোনটো প্ৰত্যাহ্বানমূলক পৰিস্থিতিত ব্যৱহাৰৰ বাবে ডিজাইন কৰা হৈছে। ফোনটোৰ বৈশিষ্ট্য হৈছে শক্তিশালী আৰু ৰগ্ড ডিজাইন। যিয়ে ধূলি, পানী, আৰু শ্বক সহজেই সহ্য কৰিব পাৰে। তদুপৰি ফোনটোৰ দীঘলীয়া সময়ৰ বাবে চাৰ্জ থাকে, যাৰ ফলত পাৱাৰ বন্ধ হ’লেও দীৰ্ঘসময় ব্যৱহাৰ কৰিব পৰা যাব।

ইয়াৰ উপৰিও ফোনটোত স্পষ্ট ভইচ কলিং আৰু এছ অ’ এছ ইমাৰ্জেন্সি ফিচাৰ আছে। ইয়াৰ অৰ্থ হ’ল যদি আপুনি কোনো জৰুৰীকালীন অৱস্থাৰ সন্মুখীন হয়, আপুনি এই বৈশিষ্ট্য ব্যৱহাৰ কৰি তাৎক্ষণিক সহায়ৰ বাবে এটা সংকেত প্ৰেৰণ কৰিব পাৰে।

এই সেৱা কাৰ বাবে?

অৱশ্যে বিএছএনএলৰ এই সেৱা সাধাৰণ মোবাইল ব্যৱহাৰকাৰীৰ বাবে নহয়, বৰঞ্চ নিৰ্দিষ্ট প্ৰয়োজনৰ প্ৰতি লক্ষ্য ৰাখিহে আৰম্ভ কৰা হৈছে। ইয়াক প্ৰতিৰক্ষা বাহিনী, নিৰাপত্তা সংস্থা, দুৰ্যোগ সাহায্য দল, সাগৰীয় জাহাজ, সাগৰৰ পাৰৰ প্ৰকল্প, খনন খণ্ড, বন গৱেষক, আৰু উচ্চ উচ্চতাৰ ধৰ্মীয় স্থানলৈ বা দুঃসাহসিক ভ্ৰমণলৈ যোৱাসকলে ব্যৱহাৰ কৰিব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সংগীৰ নাকৰ শব্দই নিশা টোপনিত ব্যাঘাত জন্মাইছে নেকি? ব্যয়ামেৰে কৰক দূৰ
জীৱনশৈলী

সংগীৰ নাকৰ শব্দই নিশা টোপনিত ব্যাঘাত জন্মাইছে নেকি? ব্যয়ামেৰে কৰক দূৰ

July 10, 2026
‘মই খুলিলোঁ, আপুনিও কাপোৰ খুলি লওক!’ এয়া কি কাণ্ড কৰিলে ছেইফ আলী খানে?
বিনোদন

‘মই খুলিলোঁ, আপুনিও কাপোৰ খুলি লওক!’ এয়া কি কাণ্ড কৰিলে ছেইফ আলী খানে?

July 10, 2026
আপোনাৰ দৰমহা কিমান বৃদ্ধি পাব? DA নিৰ্ণয়ৰ সূত্ৰটো কি জানক
বাণিজ্য

আপোনাৰ দৰমহা কিমান বৃদ্ধি পাব? DA নিৰ্ণয়ৰ সূত্ৰটো কি জানক

July 10, 2026
সোণে দেখুৱাইছে যাদু! এয়াই উচিত সময় নেকি গহনা ক্ৰয়ৰ?
বাণিজ্য

সোণে দেখুৱাইছে যাদু! এয়াই উচিত সময় নেকি গহনা ক্ৰয়ৰ?

July 10, 2026
Next Post
সংগীৰ নাকৰ শব্দই নিশা টোপনিত ব্যাঘাত জন্মাইছে নেকি? ব্যয়ামেৰে কৰক দূৰ

সংগীৰ নাকৰ শব্দই নিশা টোপনিত ব্যাঘাত জন্মাইছে নেকি? ব্যয়ামেৰে কৰক দূৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.