• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভাৰতৰ পৰা ৰাছিয়ালৈ চলিব ৰে’ল! পাকিস্তান হৈ পাৰ হ’ব সম্ভাব্য পথ!

ভাৰতৰ পৰা ৰাছিয়ালৈ চলিব ৰে’ল! পাকিস্তান হৈ পাৰ হ’ব সম্ভাব্য পথ!

2 months ago
Pension Rules: নাপাব পেঞ্চন, যদি ৩০ নৱেম্বৰৰ ভিতৰত নকৰে এই কাম!

Pension Rules: নাপাব পেঞ্চন, যদি ৩০ নৱেম্বৰৰ ভিতৰত নকৰে এই কাম!

50 minutes ago
Salman Khan: হোটেলৰ কোঠাত নায়িকাক স্পৰ্শ চলমানৰ, তাৰ পিছত…

Salman Khan: হোটেলৰ কোঠাত নায়িকাক স্পৰ্শ চলমানৰ, তাৰ পিছত…

1 hour ago
SBI Schemes: কষ্টোপাৰ্জিত ধনৰ ওপৰত কৰ ৰেহাইৰ লগতে শক্তিশালী সুতৰ হাৰ বিচাৰিছে নেকি? জানক বিনিয়োগৰ সৰ্বোত্তম বিকল্প

SBI Schemes: কষ্টোপাৰ্জিত ধনৰ ওপৰত কৰ ৰেহাইৰ লগতে শক্তিশালী সুতৰ হাৰ বিচাৰিছে নেকি? জানক বিনিয়োগৰ সৰ্বোত্তম বিকল্প

1 hour ago
আৰ্থিক উন্নতিৰ পৰা কেৰিয়াৰলৈ… কাইলৈ কোন ৰাশিৰ কেনে যাব দিনটো?

আৰ্থিক উন্নতিৰ পৰা কেৰিয়াৰলৈ… কাইলৈ কোন ৰাশিৰ কেনে যাব দিনটো?

2 hours ago
মাজ আকাশত বিমান হাইজেক! ২৫০ গৰাকী ভাৰতীয় যাত্ৰী থকা এয়াৰ ইণ্ডিয়া বিমানত হাহাকাৰ

মাজ আকাশত বিমান হাইজেক! ২৫০ গৰাকী ভাৰতীয় যাত্ৰী থকা এয়াৰ ইণ্ডিয়া বিমানত হাহাকাৰ

2 hours ago
Diwali 2026: ৮ নৱেম্বৰ নে ৯ নৱেম্বৰ? অসমত কেতিয়া কৰিব দীপাৱলী উদযাপন জানক

Diwali 2026: ৮ নৱেম্বৰ নে ৯ নৱেম্বৰ? অসমত কেতিয়া কৰিব দীপাৱলী উদযাপন জানক

3 hours ago
হেৰুৱাব পিতৃ হোৱাৰ স্বপ্ন, যদি পেন্টৰ জেপত ৰাখে মোবাইল ফোন!

হেৰুৱাব পিতৃ হোৱাৰ স্বপ্ন, যদি পেন্টৰ জেপত ৰাখে মোবাইল ফোন!

3 hours ago
অমৃতপ্ৰভা মুক্ত! মুকলি আকাশৰ তলত জুবিন গাৰ্গৰ ঘটনাৰে জড়িত প্ৰথমগৰাকী অভিযুক্ত

‘Don’t Do this, আঁতৰি দিয়ক!’, অমৃতপ্ৰভাৰ অধিবক্তাই কাক ক’লে এইদৰে?

4 hours ago
সোণে দেখুৱাইছে যাদু! আজি হ্ৰাস নে বৃদ্ধি পাইছে সোণৰ মূল্য?

উৎসৱৰ বতৰত সোণ নে হীৰা ক্ৰয় কৰাটো উত্তম? জানি হ’ব আচৰিত

5 hours ago
অত্যাধিক ঋণ লোৱা ৩৩খন দেশৰ নতুন মিত্ৰজোঁট, পাকিস্তানে পাইছে অধ্যক্ষৰ চকী

অত্যাধিক ঋণ লোৱা ৩৩খন দেশৰ নতুন মিত্ৰজোঁট, পাকিস্তানে পাইছে অধ্যক্ষৰ চকী

6 hours ago
ভাগ্যৰ দুৱাৰ হ’ব মুকলি, ৫ ৰাশিৰ ধন-সম্পত্তি, কৰ্মজীৱন আৰু প্ৰেমত আহিব পাৰে সুখবৰ

ভাগ্যৰ দুৱাৰ হ’ব মুকলি, ৫ ৰাশিৰ ধন-সম্পত্তি, কৰ্মজীৱন আৰু প্ৰেমত আহিব পাৰে সুখবৰ

7 hours ago
দৈনিক ৰাশিফল- কেনে যাব আজি ৯ ছেপ্টেম্বৰৰ দিনটো, সাৱধান হ’ব পৰিয়ালত মতানৈক্যৰ সম্ভাৱনা

হাতলৈ আহিব ধন, আজি ভাগ্য সলনি হ’ব পাৰে এইকেইটা ৰাশিৰ

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

ভাৰতৰ পৰা ৰাছিয়ালৈ চলিব ৰে’ল! পাকিস্তান হৈ পাৰ হ’ব সম্ভাব্য পথ!

ৰাছিয়াৰ উপ প্ৰধানমন্ত্ৰীৰ প্ৰস্তাৱ

editor by editor
August 12, 2026
in জীৱনশৈলী, বিশ্ব, ভাৰত, ভ্ৰমণ, লেখা
0
ভাৰতৰ পৰা ৰাছিয়ালৈ চলিব ৰে’ল! পাকিস্তান হৈ পাৰ হ’ব সম্ভাব্য পথ!
0
SHARES
326
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ৰাছিয়াৰ পৰা ভাৰতলৈ পোনপটীয়াকৈ ৰে’ল যোগাযোগ স্থাপনৰ সম্ভাৱনাই নতুনকৈ চৰ্চা লাভ কৰিছে। ৰাছিয়াৰ উপ-প্ৰধানমন্ত্ৰী মাৰাত খুছনুলিনে ৰাছিয়াৰ পৰা ভাৰতলৈ ৰে’লপথেৰে যোগাযোগ স্থাপনৰ সম্ভাৱনাৰ কথা উল্লেখ কৰিছে। তেওঁৰ মতে, হিন্দ মহাসাগৰলৈ পোনপটীয়া ৰে’ল সংযোগ গঢ়ি তোলাৰ সম্ভাৱনাও বিবেচনা কৰা উচিত।
ৰাছিয়াৰ সংবাদ সংস্থা TASSক দিয়া এক সাক্ষাৎকাৰত খুছনুলিনে এই সম্ভাৱনাৰ কথা প্ৰকাশ কৰে। তেওঁৰ মতে, বৰ্তমানৰ সাগৰীয় পৰিবহণ ব্যৱস্থাৰ সৈতে জড়িত বিভিন্ন সমস্যা হ্ৰাস কৰাৰ বাবে বিকল্প স্থলপথৰ প্ৰয়োজন হ’ব পাৰে।

কোন কোন দেশৰ মাজেৰে যাব পাৰে সম্ভাব্য পথ?

সম্ভাব্য কৰিড’ৰ সন্দৰ্ভত ৰাছিয়াৰ উপ-প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে বিকল্প পৰিবহণ পথ তুৰ্কমেনিস্তান, ইৰাণ, আফগানিস্তান আৰু পাকিস্তানৰ মাজেৰে যাব পাৰে।
তেওঁ লগতে কয় যে ভাৰতৰ সৈতে সংযোগ স্থাপন কৰিব পৰা যিকোনো ব্যৱহাৰিক পথকেই বিবেচনা কৰিব পৰা যাব। যদি এই পৰিকল্পনা বাস্তৱায়িত হয়, তেন্তে ৰাছিয়া আৰু ভাৰতৰ মাজত পোনপটীয়া স্থলপথেৰে ৰে’ল মালবাহী যোগাযোগৰ এক নতুন দুৱাৰ মুকলি হ’ব পাৰে। ইয়াৰ ফলত দুয়োখন দেশৰ মাজত বাণিজ্য আৰু সামগ্ৰী পৰিবহণ অধিক সুগম কৰাৰ সম্ভাৱনা আছে।

কিয় বিকল্প পথৰ প্ৰয়োজন অনুভৱ কৰিছে ৰাছিয়াই?

খুছনুলিনৰ মতে, বছফৰাছ আৰু হৰমুজ প্ৰণালীৰ সৈতে জড়িত পৰিবহণৰ সমস্যাৰ বাবে বিকল্প পথৰ সন্ধান কৰাটো গুৰুত্বপূৰ্ণ হৈ পৰিছে। তেওঁ উল্লেখ কৰে যে হিন্দ মহাসাগৰলৈ ৰে’লপথেৰে সংযোগ স্থাপনৰ সম্ভাৱনা অনুসন্ধান কৰা উচিত। তুৰ্কমেনিস্তান, ইৰাণ, আফগানিস্তান আৰু পাকিস্তান হৈ ভাৰতলৈ সংযোগ স্থাপন কৰিব পৰা পথসমূহ এই ক্ষেত্ৰত সম্ভাব্য বিকল্প হ’ব পাৰে। অৰ্থাৎ, ৰাছিয়াৰ লক্ষ্য কেৱল ভাৰতৰ সৈতে নতুন ৰে’ল যোগাযোগ স্থাপন কৰাই নহয়, বৰং আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ বাবে বৰ্তমানৰ সাগৰীয় পথৰ ওপৰত থকা নিৰ্ভৰশীলতা কিছু পৰিমাণে হ্ৰাস কৰাও।

হৰমুজৰ পৰিস্থিতিয়ে বৃদ্ধি কৰিছে উদ্বেগ

হৰমুজ প্ৰণালী বিশ্বৰ অন্যতম গুৰুত্বপূৰ্ণ সামুদ্ৰিক বাণিজ্যিক পথ। মধ্যপ্ৰাচ্যৰ শেহতীয়া সামৰিক সংঘাত আৰু উত্তেজনাৰ ফলত এই পথৰ নিৰাপত্তা আৰু সাগৰীয় পৰিবহণক লৈ উদ্বেগ বৃদ্ধি পাইছে। উল্লেখযোগ্য যে হৰমুজ প্ৰণালীৰে বিশ্বৰ তেল বাণিজ্যৰ প্ৰায় ২৫ শতাংশ আৰু বিশ্বৰ LNG পৰিবহণৰ প্ৰায় ২০ শতাংশ সম্পন্ন হয়। সেয়েহে এই পথত কোনো ধৰণৰ বাধা বা অস্থিৰতা সৃষ্টি হ’লে বিশ্বৰ শক্তি বজাৰ আৰু আন্তঃৰাষ্ট্ৰীয় যোগান শৃংখলত ইয়াৰ প্ৰভাৱ পৰিব পাৰে। এই পৰিস্থিতিত ৰাছিয়াই স্থলপথেৰে নতুন আন্তঃৰাষ্ট্ৰীয় পৰিবহণ কৰিড’ৰ গঢ়ি তোলাৰ সম্ভাৱনাক গুৰুত্ব দিয়া বুলি ধাৰণা কৰা হৈছে। সাক্ষাৎকাৰটোত খুছনুলিনে কেৱল আন্তঃৰাষ্ট্ৰীয় পৰিবহণ কৰিড’ৰৰ কথাই কোৱা নাই। ৰাছিয়াৰ ঘৰুৱা নিৰ্মাণ খণ্ডৰ উন্নয়নৰ বাবেও অধিক বিনিয়োগৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰিছে।

এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24Idian Railwayrussia
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Pension Rules: নাপাব পেঞ্চন, যদি ৩০ নৱেম্বৰৰ ভিতৰত নকৰে এই কাম!
বাণিজ্য

Pension Rules: নাপাব পেঞ্চন, যদি ৩০ নৱেম্বৰৰ ভিতৰত নকৰে এই কাম!

October 14, 2026
Salman Khan: হোটেলৰ কোঠাত নায়িকাক স্পৰ্শ চলমানৰ, তাৰ পিছত…
বিনোদন

Salman Khan: হোটেলৰ কোঠাত নায়িকাক স্পৰ্শ চলমানৰ, তাৰ পিছত…

October 14, 2026
SBI Schemes: কষ্টোপাৰ্জিত ধনৰ ওপৰত কৰ ৰেহাইৰ লগতে শক্তিশালী সুতৰ হাৰ বিচাৰিছে নেকি? জানক বিনিয়োগৰ সৰ্বোত্তম বিকল্প
বাণিজ্য

SBI Schemes: কষ্টোপাৰ্জিত ধনৰ ওপৰত কৰ ৰেহাইৰ লগতে শক্তিশালী সুতৰ হাৰ বিচাৰিছে নেকি? জানক বিনিয়োগৰ সৰ্বোত্তম বিকল্প

October 14, 2026
আৰ্থিক উন্নতিৰ পৰা কেৰিয়াৰলৈ… কাইলৈ কোন ৰাশিৰ কেনে যাব দিনটো?
জীৱনশৈলী

আৰ্থিক উন্নতিৰ পৰা কেৰিয়াৰলৈ… কাইলৈ কোন ৰাশিৰ কেনে যাব দিনটো?

October 14, 2026
Next Post
IPLৰ কোন কোন ক্ৰিকেটাৰ ধ*ৰ্ষণৰ অভিযোগ অভিযুক্ত?

IPLৰ কোন কোন ক্ৰিকেটাৰ ধ*ৰ্ষণৰ অভিযোগ অভিযুক্ত?

‘এয়া প্ৰতাৰণা নহয়, এয়া প্ৰেম’ কিয় ক’লে গোবিন্দাই?

'এয়া প্ৰতাৰণা নহয়, এয়া প্ৰেম' কিয় ক'লে গোবিন্দাই?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.