• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘৩৭০ অনুচ্ছেদ থাকিলে PoK-এও হয়টো পুনৰ ভাৰতত যোগ দিলেহেঁতেন’

‘৩৭০ অনুচ্ছেদ থাকিলে PoK-এও হয়টো পুনৰ ভাৰতত যোগ দিলেহেঁতেন’

2 months ago
ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৩ ৰাশিৰ, আজি বুধবাৰৰ দিনটো আপোনাৰ কেনে যাব? পঢ়ক দৈনিক ৰাশিফল

কাইলৈ ১২ ৰাশিৰ জাতক-জাতিকাৰ দিনটো কেনে যাব?

6 minutes ago
থিয় হৈ পানী খোৱাটো ভৰিৰ গাঁথিৰ বাবে অপকাৰী নেকি? বিশেষজ্ঞই ক’লে এইদৰে…

থিয় হৈ পানী খোৱাটো ভৰিৰ গাঁথিৰ বাবে অপকাৰী নেকি? বিশেষজ্ঞই ক’লে এইদৰে…

50 minutes ago
অমৃতপ্ৰভাৰ পিছত এইবাৰ সন্দীপন গাৰ্গে পালে জামিন, শীঘ্ৰে আহিব মুকলি আকাশৰ তলত

অমৃতপ্ৰভাৰ পিছত এইবাৰ সন্দীপন গাৰ্গে পালে জামিন, শীঘ্ৰে আহিব মুকলি আকাশৰ তলত

1 hour ago
Gold Price Forecast: কোটিপতি হ’ব খুজিলে জমা কৰক সোণ, পুনৰ হ’ব পাৰে আকাশলংঘী!

Gold Price Forecast: কোটিপতি হ’ব খুজিলে জমা কৰক সোণ, পুনৰ হ’ব পাৰে আকাশলংঘী!

2 hours ago
Sun Transit 2026: সাৱধান হওক! শীঘ্ৰে মিথুন ৰাশিকে ধৰি এই ৪ ৰাশিৰ আহিব পাৰে বিপদ

Sun Transit 2026: সাৱধান হওক! শীঘ্ৰে মিথুন ৰাশিকে ধৰি এই ৪ ৰাশিৰ আহিব পাৰে বিপদ

3 hours ago
TESLAৰ যুগান্তকাৰী আৱিষ্কাৰ: বতাহত উৰিব পৰা বাহন নিৰ্মাণ

TESLAৰ যুগান্তকাৰী আৱিষ্কাৰ: বতাহত উৰিব পৰা বাহন নিৰ্মাণ

4 hours ago
সাগৰত উপঙিছে হাজাৰ হাজাৰ iPhone

সাগৰত উপঙিছে হাজাৰ হাজাৰ iPhone

5 hours ago
এইজন অভিনেতাৰ সৈতে ৩৫খনকৈ ছবিত অভিনয় কৰিছিল ড্ৰীমগাৰ্লে

এইজন অভিনেতাৰ সৈতে ৩৫খনকৈ ছবিত অভিনয় কৰিছিল ড্ৰীমগাৰ্লে

5 hours ago
এতিয়াৰে পৰা খাদ্য আধা খাই আধা পেলাই দিয়াৰ আগতে হাজাৰবাৰ চিন্তা কৰক

এতিয়াৰে পৰা খাদ্য আধা খাই আধা পেলাই দিয়াৰ আগতে হাজাৰবাৰ চিন্তা কৰক

6 hours ago
পুৱা টোপনিৰ পৰা উঠিয়েই মোবাইল চাই নেকি?

পুৱা টোপনিৰ পৰা উঠিয়েই মোবাইল চাই নেকি?

7 hours ago
নৱৰাত্ৰিৰ ষষ্ঠ দিনত ৫ ৰাশিৰ ভাগ্য উজলিব

নৱৰাত্ৰিৰ ষষ্ঠ দিনত ৫ ৰাশিৰ ভাগ্য উজলিব

8 hours ago
‘প্ৰেমত ঘূৰিছে ভূমণ্ডল…’, কন্যাৰ বান্ধৱীৰে পিতৃৰ বিয়া!

‘প্ৰেমত ঘূৰিছে ভূমণ্ডল…’, কন্যাৰ বান্ধৱীৰে পিতৃৰ বিয়া!

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, October 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

‘৩৭০ অনুচ্ছেদ থাকিলে PoK-এও হয়টো পুনৰ ভাৰতত যোগ দিলেহেঁতেন’

'১৯৪৭ত জম্মু-কাশ্মীৰে ভাৰতৰ সৈতে থকাৰ সিদ্ধান্ত সঠিক আছিল'-জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী

editor by editor
August 16, 2026
in বিবিধ, ভাৰত, ৰাজনীতি, লেখা
0
‘৩৭০ অনুচ্ছেদ থাকিলে PoK-এও হয়টো পুনৰ ভাৰতত যোগ দিলেহেঁতেন’
0
SHARES
612
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

স্বাধীনতা দিৱস উপলক্ষে শনিবাৰে শ্ৰীনগৰৰ বক্ষী ষ্টেডিয়ামত জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই ৰাষ্ট্ৰীয় পতাকা ত্ৰিৰংগা উত্তোলন কৰে। ইয়াৰ পিছতে তেওঁ আনুষ্ঠানিক পেৰেড আৰু মাৰ্চ-পাষ্টৰ অভিবাদন গ্ৰহণ কৰে। ওমৰ আব্দুল্লাই কয় যে স্বাধীনতা দিৱস কেৱল আনন্দ-উল্লাসৰ দিন নহয়, বৰং আত্মসমীক্ষা, স্মৰণ আৰু কৃতজ্ঞতাৰো দিন। স্বাধীনতাৰ বাবে সৰ্বোচ্চ ত্যাগ কৰা লোকসকলক স্মৰণ কৰি তেওঁ প্ৰশ্ন কৰে যে স্বাধীনতা সংগ্ৰামীসকলে যি ভাৰতৰ সপোন দেখিছিল, সেই ভাৰত সম্পূৰ্ণৰূপে বাস্তৱায়িত হৈছেনে? যদি হোৱা নাই, তেন্তে সেই লক্ষ্য পূৰণৰ বাবে আৰু কি কৰিবলগীয়া আছে, সেই বিষয়েও চিন্তা কৰাৰ প্ৰয়োজন আছে। “আজি আনন্দৰ দিন, স্মৰণৰ দিন আৰু কৃতজ্ঞতাৰ দিন,” বুলি কৈ মুখ্যমন্ত্ৰীয়ে দেশৰ স্বাধীনতাৰ বাবে জীৱন উৎসৰ্গা কৰা সকলো শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তেওঁ অধিক উন্নয়ন, শান্তি, ভাতৃত্ববোধ আৰু সুখ-সমৃদ্ধিৰে পৰিপূৰ্ণ এখন ভাৰত গঢ়াৰ প্ৰতিশ্ৰুতিও পুনৰ দোহাৰে।

ভাৰতৰ সৈতে থকাৰ সিদ্ধান্ত সঠিক আছিলঃ আব্দুল্লা

জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই স্বাধীনতা দিৱসৰ ভাষণত কয় যে-নিয়ন্ত্ৰণ ৰেখা (LoC)ৰ সিপাৰে বসবাস কৰা লোকসকলৰ বৰ্তমান পৰিস্থিতিলৈ চায় ১৯৪৭ চনত জম্মু-কাশ্মীৰে ভাৰতৰ সৈতে থকাৰ সিদ্ধান্ত সঠিক আছিল বুলি তেওঁৰ বিশ্বাস অধিক দৃঢ় কৰিছে। একে সময়তে তেওঁ জম্মু-কাশ্মীৰৰ বিশেষ সাংবিধানিক মৰ্যাদা পুনৰ ঘূৰাই অনা আৰু পূৰ্ণ ৰাজ্যৰ মৰ্যাদা পুনঃস্থাপনৰ বাবে তেওঁৰ চৰকাৰৰ প্ৰতিশ্ৰুতি পুনৰ দোহাৰে।

স্বাধীনতা দিৱস উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ দি আব্দুল্লাই কয় যে-২০১৯ চনত জম্মু-কাশ্মীৰৰ সাংবিধানিক স্থিতিৰ পৰিৱৰ্তন নহ’লে আজি পাকিস্তান অধিকৃত জম্মু-কাশ্মীৰ (PoK)ৰ লোকসকলেও হয়তো জম্মু-কাশ্মীৰৰ সৈতে পুনৰ একত্ৰিত হোৱাৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰিলেহেঁতেন। তেওঁ কয়, “জম্মু-কাশ্মীৰৰ সেই অংশৰ পৰিস্থিতি দেখি আমি দুখিত আৰু উদ্বিগ্ন। এয়া অতি কৰুণ আৰু দুখজনক।” আব্দুল্লাই লগতে স্পষ্ট কৰে যে LoCৰ সিপাৰৰ লোকসকল তেওঁলোকৰ বাবে কোনো অচিনাকি ব্যক্তি নহয়; তেওঁলোকো একেটা বৃহত্তৰ সম্প্ৰদায়ৰ অংশ।

মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে-LoCৰ সিপাৰৰ ভূখণ্ডক এতিয়াও জম্মু-কাশ্মীৰৰ অংশ হিচাপেই গণ্য কৰা হয়। এই সন্দৰ্ভত তেওঁ জম্মু-কাশ্মীৰ বিধানসভাত অঞ্চলটোৰ প্ৰতিনিধিসকলৰ বাবে সংৰক্ষিত হৈ থকা আসনৰ কথাও উল্লেখ কৰে। তেওঁৰ মতে, এই আসনসমূহ খালী কৰি ৰখা হৈছে এই আশাৰে যে এদিন সেই অঞ্চলত বসবাস কৰা লোকসকলে এই আসনসমূহত প্ৰতিনিধিত্ব কৰিবলৈ সক্ষম হ’ব। ভাষণত ওমৰ আব্দুল্লাই ১৯৪৭ চনত জম্মু-কাশ্মীৰত হোৱা উপজাতীয় আক্ৰমণৰ বিৰুদ্ধে প্ৰতিহত কৰা শ্বেখ মহম্মদ আব্দুল্লাকে ধৰি সেই সময়ৰ নেতা আৰু সাধাৰণ লোকসকললৈও শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

১৯৪৭ চনৰ সেই কঠিন সময়ৰ কথা স্মৰণ কৰি তেওঁ জনপ্ৰিয় শ্লোগান— “হামলাৱাৰ খবৰদাৰ, কাশ্মীৰী হ্যায় তৈয়াৰ”ৰ কথা উল্লেখ কৰে। তেওঁ কয় যে আক্ৰমণকাৰীসকলৰ বিৰুদ্ধে প্ৰতিহত কৰাৰ সময়ত হাজাৰ হাজাৰ লোকে নিজৰ জীৱন ত্যাগ কৰিছিল। ওমৰ আব্দুল্লাৰ এই মন্তব্যই জম্মু-কাশ্মীৰৰ সাংবিধানিক স্থিতি, বিশেষ মৰ্যাদা আৰু ৰাজ্যৰ মৰ্যাদা পুনঃস্থাপনৰ দাবীক পুনৰ ৰাজনৈতিক আলোচনাৰ কেন্দ্ৰলৈ আনিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24independence dayOmar Abdullah
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৩ ৰাশিৰ, আজি বুধবাৰৰ দিনটো আপোনাৰ কেনে যাব? পঢ়ক দৈনিক ৰাশিফল
জীৱনশৈলী

কাইলৈ ১২ ৰাশিৰ জাতক-জাতিকাৰ দিনটো কেনে যাব?

October 16, 2026
থিয় হৈ পানী খোৱাটো ভৰিৰ গাঁথিৰ বাবে অপকাৰী নেকি? বিশেষজ্ঞই ক’লে এইদৰে…
জীৱনশৈলী

থিয় হৈ পানী খোৱাটো ভৰিৰ গাঁথিৰ বাবে অপকাৰী নেকি? বিশেষজ্ঞই ক’লে এইদৰে…

October 16, 2026
অমৃতপ্ৰভাৰ পিছত এইবাৰ সন্দীপন গাৰ্গে পালে জামিন, শীঘ্ৰে আহিব মুকলি আকাশৰ তলত
অসম

অমৃতপ্ৰভাৰ পিছত এইবাৰ সন্দীপন গাৰ্গে পালে জামিন, শীঘ্ৰে আহিব মুকলি আকাশৰ তলত

October 16, 2026
Gold Price Forecast: কোটিপতি হ’ব খুজিলে জমা কৰক সোণ, পুনৰ হ’ব পাৰে আকাশলংঘী!
বাণিজ্য

Gold Price Forecast: কোটিপতি হ’ব খুজিলে জমা কৰক সোণ, পুনৰ হ’ব পাৰে আকাশলংঘী!

October 16, 2026
Next Post
শৰীৰত ভিটামিন আৰু মিনাৰেলছৰ অভাৱ কেনেকৈ চিনাক্ত কৰিব? জানক এই জৰুৰী সংকেত

শৰীৰত ভিটামিন আৰু মিনাৰেলছৰ অভাৱ কেনেকৈ চিনাক্ত কৰিব? জানক এই জৰুৰী সংকেত

‘বিমল’ৰ বিজ্ঞাপন কৰি বিপদত শ্বাহৰুখ, অজয় দেৱগন আৰু টাইগাৰ শ্ৰফ

'বিমল'ৰ বিজ্ঞাপন কৰি বিপদত শ্বাহৰুখ, অজয় দেৱগন আৰু টাইগাৰ শ্ৰফ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.