• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৪০ লাখ টকা দৰমহা পালে কি হ’ব? ৰাহুল গান্ধীক Follow কৰাৰ বাবেই যুৱকৰে বিয়া ভাঙিলে যুৱতীয়ে

৪০ লাখ টকা দৰমহা পালে কি হ’ব? ৰাহুল গান্ধীক Follow কৰাৰ বাবেই যুৱকৰে বিয়া ভাঙিলে যুৱতীয়ে

2 hours ago
পুনৰ মাতৃ হ’বলৈ সাজু নেকি কৰীনা? পোহৰলৈ আহিছে অদ্ভুদ কাণ্ড!

পুনৰ মাতৃ হ’বলৈ সাজু নেকি কৰীনা? পোহৰলৈ আহিছে অদ্ভুদ কাণ্ড!

17 minutes ago
কেৱল ২৫০টকাৰ খৰচ কৰিয়েই দিয়ক এই বিশেষ উপহাৰ

কেৱল ২৫০টকাৰ খৰচ কৰিয়েই দিয়ক এই বিশেষ উপহাৰ

2 hours ago
ধন-সমৃদ্ধিৰ বাবে অনা মানি প্লাণ্টেই আপোনাক কঙাল কৰা নাইতো?

ধন-সমৃদ্ধিৰ বাবে অনা মানি প্লাণ্টেই আপোনাক কঙাল কৰা নাইতো?

3 hours ago
এই ৪ ৰাশিৰ আজি খুলিব ভাগ্য আৰু সমৃদ্ধিৰ দুৱাৰ

এই ৪ ৰাশিৰ আজি খুলিব ভাগ্য আৰু সমৃদ্ধিৰ দুৱাৰ

3 hours ago
কি অনন্য কৃতিত্বৰে গিনিজ বুকত নাম লিখিবলৈ সক্ষম হৈছে চিৰঞ্জীৱীয়ে, জানেনে?

কি অনন্য কৃতিত্বৰে গিনিজ বুকত নাম লিখিবলৈ সক্ষম হৈছে চিৰঞ্জীৱীয়ে, জানেনে?

4 hours ago
প্ৰতিদিনে গা ধোৱাটো শৰীৰৰ বাবে বাধ্যতামূলক নেকি? অজানিতে কৰি থকা নাইতো এই ভুল?

প্ৰতিদিনে গা ধোৱাটো শৰীৰৰ বাবে বাধ্যতামূলক নেকি? অজানিতে কৰি থকা নাইতো এই ভুল?

5 hours ago
ছলমান খানৰ GYMত বিধ্বংসী অগ্নিকাণ্ড

ছলমান খানৰ GYMত বিধ্বংসী অগ্নিকাণ্ড

5 hours ago
পাৰিবাৰিক কন্দল, পুত্ৰৰ হাতত প্ৰাণ গ’ল পিতৃ-মাতৃৰ

পাৰিবাৰিক কন্দল, পুত্ৰৰ হাতত প্ৰাণ গ’ল পিতৃ-মাতৃৰ

6 hours ago
আৰক্ষীত নিযুক্তি লাভৰ স্ফূৰ্তিতে সুৰাৰ পাৰ্টী! বিষাক্ত সুৰা সেৱন কৰি ৮জনৰ মৃ*ত্যু

আৰক্ষীত নিযুক্তি লাভৰ স্ফূৰ্তিতে সুৰাৰ পাৰ্টী! বিষাক্ত সুৰা সেৱন কৰি ৮জনৰ মৃ*ত্যু

6 hours ago
আমেৰিকাৰ ৰাজনীতিত আফগান যুৱতী আয়েশাৰ ইতিহাস

আমেৰিকাৰ ৰাজনীতিত আফগান যুৱতী আয়েশাৰ ইতিহাস

7 hours ago
বুধাদিত্য যোগ, ধন-সম্পত্তিৰে ভৰি পৰিব এই ৪ ৰাশিৰ জোলোঙা

বুধাদিত্য যোগ, ধন-সম্পত্তিৰে ভৰি পৰিব এই ৪ ৰাশিৰ জোলোঙা

7 hours ago
এটা iPhoneৰ বাবেই পুত্ৰৰ চৰম পন্থা, সন্তানক বচাবলৈ গৈ প্ৰাণ হেৰুৱালে পিতৃ-মাতৃয়েও!

এটা iPhoneৰ বাবেই পুত্ৰৰ চৰম পন্থা, সন্তানক বচাবলৈ গৈ প্ৰাণ হেৰুৱালে পিতৃ-মাতৃয়েও!

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, August 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

৪০ লাখ টকা দৰমহা পালে কি হ’ব? ৰাহুল গান্ধীক Follow কৰাৰ বাবেই যুৱকৰে বিয়া ভাঙিলে যুৱতীয়ে

ৰাহুল গান্ধী Role Model, সেয়াই যুৱকৰ অপৰাধ!

editor by editor
August 22, 2026
in জীৱনশৈলী, ফেশ্বন, বিবিধ, ভাৰত, ৰাজনীতি, লেখা
0
৪০ লাখ টকা দৰমহা পালে কি হ’ব? ৰাহুল গান্ধীক Follow কৰাৰ বাবেই যুৱকৰে বিয়া ভাঙিলে যুৱতীয়ে
0
SHARES
202
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

শেহতীয়াকৈ ছ’চিয়েল মিডিয়া প্লেটফৰ্ম Xত আৰুহী ৰেড্ডী নামৰ এটা একাউণ্টৰ পৰা কৰা এটা পোষ্টে ব্যাপক চৰ্চা লাভ কৰিছে। কৰ্ণাটকৰ আৰূহী ৰেড্ডী নামৰ এই যুৱতীগৰাকীয়ে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম Xত বিয়াৰ প্ৰস্তাৱক লৈ কৰিছিল পোষ্টটো। আৰুহীয়ে পোষ্টটোত উল্লেখ কৰা দাবী অনুসৰি, শেহতীয়াকৈ তেওঁলৈ এটা বিয়াৰ প্ৰস্তাৱ আহিছিল। বিয়াৰ প্ৰস্তাৱ অহা যুৱকজনৰ ব্যক্তিত্ব আৰুহী ভালেই লাগিছিল। লগতে যুৱকজনৰ বাৰ্ষিক দৰমহাও প্ৰায় ৪০ লাখ টকা বুলি জানিব পৰা গৈছিল আৰু তেওঁ এটা ভাল পৰিয়ালৰ বুলি কোৱা হৈছিল।

কিন্তু এই সকলো দিশ ভাল লগাৰ পিছতো আৰুহীয়ে এই সম্পৰ্কটো নাকচ কৰে। সম্পৰ্কটো নাকচ কৰাৰ একমাত্ৰ কাৰণ হিচাপে যুৱতীগৰাকীয়ে উল্লেখ কৰে যে- যুৱকজনৰ Instagram প্ৰফাইলত উল্লেখ কৰা এটা কথা। আৰুহীৰ মতে, যুৱকজনে তেওঁৰ Instagram প্ৰফাইলত কংগ্ৰেছ নেতা ৰাহুল গান্ধীক নিজৰ ‘ৰোল মডেল’ হিচাপে উল্লেখ কৰিছিল। এই কথাটোৱেই আৰুহীৰ বাবে বিয়াৰ প্ৰস্তাৱটো নাকচ কৰাৰ মূল কাৰণ হৈ পৰে।

আৰুহীয়ে নিজৰ পোষ্টত তেওঁ ৰাহুল গান্ধীক লৈ তীব্ৰ মন্তব্য কৰে। আৰূহীয়ে যুক্তি দি কয় যে কোনো ব্যক্তিয়ে-যদি এজন ‘Looser’ক নিজৰ ৰোল মডেল হিচাপে গণ্য কৰে, তেন্তে সেই ব্যক্তিজনৰ বুদ্ধিমত্তা বা IQক লৈ প্ৰশ্ন উত্থাপন হোৱাটো স্বাভাৱিক। ইয়াৰ উপৰি, তেওঁ যুৱকজনৰ ৰাজনৈতিক আৰু সামাজিক চিন্তাধাৰা ভৱিষ্যতে পৰিয়াল তথা সন্তানৰ ওপৰত কেনেধৰণৰ প্ৰভাৱ পেলাব পাৰে, সেই বিষয়েও প্ৰশ্ন উত্থাপন কৰে। তেওঁৰ মতে, জীৱনসংগী বাছনিৰ ক্ষেত্ৰত কেৱল চাকৰি, দৰমহা বা পৰিয়ালৰ পটভূমিয়েই গুৰুত্বপূৰ্ণ নহয়; দুয়োজনৰ চিন্তা-চৰ্চা আৰু আদৰ্শৰ মিল থকাটোও গুৰুত্বপূৰ্ণ।

আৰুহী ৰেড্ডীৰ এই পোষ্ট ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পিছতে বিষয়টোক লৈ বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া দেখা গৈছে। কোনোবাই ব্যক্তিগত সম্পৰ্কত ৰাজনৈতিক মতাদৰ্শৰ গুৰুত্বক সমৰ্থন কৰিছে, আনহাতে আন একাংশই কেৱল ৰাজনৈতিক পছন্দৰ ভিত্তিত বিয়াৰ প্ৰস্তাৱ নাকচ কৰাটো উচিত নে নহয়, সেই লৈ প্ৰশ্ন উত্থাপন কৰিছে।

অৱশ্যে, এই ঘটনাৰ মূল তথ্যসমূহ আৰুহী ৰেড্ডীৰ ছ’চিয়েল মিডিয়া পোষ্টৰ ওপৰত আধাৰিত। যুৱকজনৰ পৰিচয় বা তেওঁৰ দৰমহাৰ বিষয়ে স্বতন্ত্ৰভাৱে নিশ্চিত তথ্য প্ৰকাশ পোৱা নাই। সেয়ে ঘটনাটোক ছ’চিয়েল মিডিয়াত কৰা দাবী হিচাপেই বিবেচনা কৰাটো উচিত।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24marriagerahul gandhi
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পুনৰ মাতৃ হ’বলৈ সাজু নেকি কৰীনা? পোহৰলৈ আহিছে অদ্ভুদ কাণ্ড!
বিনোদন

পুনৰ মাতৃ হ’বলৈ সাজু নেকি কৰীনা? পোহৰলৈ আহিছে অদ্ভুদ কাণ্ড!

August 22, 2026
কেৱল ২৫০টকাৰ খৰচ কৰিয়েই দিয়ক এই বিশেষ উপহাৰ
জীৱনশৈলী

কেৱল ২৫০টকাৰ খৰচ কৰিয়েই দিয়ক এই বিশেষ উপহাৰ

August 22, 2026
ধন-সমৃদ্ধিৰ বাবে অনা মানি প্লাণ্টেই আপোনাক কঙাল কৰা নাইতো?
জীৱনশৈলী

ধন-সমৃদ্ধিৰ বাবে অনা মানি প্লাণ্টেই আপোনাক কঙাল কৰা নাইতো?

August 22, 2026
এই ৪ ৰাশিৰ আজি খুলিব ভাগ্য আৰু সমৃদ্ধিৰ দুৱাৰ
জীৱনশৈলী

এই ৪ ৰাশিৰ আজি খুলিব ভাগ্য আৰু সমৃদ্ধিৰ দুৱাৰ

August 22, 2026
Next Post
পুনৰ মাতৃ হ’বলৈ সাজু নেকি কৰীনা? পোহৰলৈ আহিছে অদ্ভুদ কাণ্ড!

পুনৰ মাতৃ হ'বলৈ সাজু নেকি কৰীনা? পোহৰলৈ আহিছে অদ্ভুদ কাণ্ড!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.