দিল্লীত বিজেপিৰ টিকটপ্ৰত্যাশীৰ তালিকা জমা দি উভতিল সভাপতি ৰঞ্জিত দাস। পাখি কটা যাব বৰ্তমানৰ বহু বিজেপি বিধায়কৰ। মাৰ্চৰ প্ৰথম সপ্তাহত প্ৰকাশ পাব বিজেপিৰ প্ৰথমখন প্ৰাৰ্থী তালিকা। কোন কোন নতুন মুখৰ সম্ভাৱনা?
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















