• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
স্বামী হ’ব আপোনাৰ প্ৰেমত বলিয়া, নিশা শোৱাৰ পূৰ্বে কৰক মাত্ৰ এই কাম!

পুৰুষে প্ৰথম মহিলাৰ ক’ত চকু দিয়ে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

2 months ago
EPFO Deadline: PF ৰিটাৰ্ণ দাখিলৰ তাৰিখ বৃদ্ধি, এতিয়া এই সুযোগ পাব ৩১ অক্টোবৰলৈকে

EPFO Deadline: PF ৰিটাৰ্ণ দাখিলৰ তাৰিখ বৃদ্ধি, এতিয়া এই সুযোগ পাব ৩১ অক্টোবৰলৈকে

12 hours ago
সঘনাই মিছা কোৱাৰ অভ্যাস, এয়া কোনো গ্ৰহৰ দোষ নেকি?

১৯ ছেপ্টেম্বৰত ভাগ্যৰ দুৱাৰ খোল খাব ৫ ৰাশিৰ! আহিব পাৰে সুখবৰ

13 hours ago
ভাৰতৰ ক’ত Blackbuck বেছি পোৱা যায়? কিয় বিষ্ণোই সমাজৰ বাবে বিশেষ এই হৰিণ জানক

ভাৰতৰ ক’ত Blackbuck বেছি পোৱা যায়? কিয় বিষ্ণোই সমাজৰ বাবে বিশেষ এই হৰিণ জানক

14 hours ago
লৰেন্স বিষ্ণই কিয় ঘৃণা কৰে চলমানৰ বন্ধুক? টাইগাৰ শ্ৰফক আক্ৰমণৰ পিছতে দিলে ভাবুকি

লৰেন্স বিষ্ণই কিয় ঘৃণা কৰে চলমানৰ বন্ধুক? টাইগাৰ শ্ৰফক আক্ৰমণৰ পিছতে দিলে ভাবুকি

14 hours ago
চলমানৰ সৈতে কাম কৰিলে বিপদ নিশ্চিত! টাইগাৰ শ্ৰফক আক্ৰমণৰ পিছতে লৰেন্স গেঙৰ ভাবুকি

চলমানৰ সৈতে কাম কৰিলে বিপদ নিশ্চিত! টাইগাৰ শ্ৰফক আক্ৰমণৰ পিছতে লৰেন্স গেঙৰ ভাবুকি

15 hours ago
JIO SIM: এটা কিনিলে এটা ফ্ৰী- ৰিচাৰ্জ নোহোৱাকৈ উপলব্ধ হ’ব নেকি জিঅ’ৰ সেৱা?

JIO SIM: এটা কিনিলে এটা ফ্ৰী- ৰিচাৰ্জ নোহোৱাকৈ উপলব্ধ হ’ব নেকি জিঅ’ৰ সেৱা?

15 hours ago
শীঘ্ৰে আয়ুষ্মান কাৰ্ডৰ ই-কেৱাইচি কৰক আপডেট, নহ’লে চিকিৎসা হ’ব বন্ধ!

শীঘ্ৰে আয়ুষ্মান কাৰ্ডৰ ই-কেৱাইচি কৰক আপডেট, নহ’লে চিকিৎসা হ’ব বন্ধ!

16 hours ago
Airtel Recharge Offer: ১৮৫ টকাত গ্ৰেট ৰিচাৰ্জ প্লেন, এয়াৰটেলে কি অফাৰ আনিছে?

Airtel Recharge Offer: ১৮৫ টকাত গ্ৰেট ৰিচাৰ্জ প্লেন, এয়াৰটেলে কি অফাৰ আনিছে?

16 hours ago
কাতি বিহুত কিয় আকাশ বন্তি জ্বলায়? এই পৰম্পৰাৰ বিষয়ে জানক

কাতি বিহুত কিয় আকাশ বন্তি জ্বলায়? এই পৰম্পৰাৰ বিষয়ে জানক

17 hours ago
ঋতুস্ৰাৱৰ সময়ত অত্যাধিক পেটৰ বিষ, ভুলতো নাখাব এইবোৰ খাদ্য!

সময়ৰ পূৰ্বে মাহেকীয়া বন্ধ? হ’ব পাৰে ভয়ংকৰ ৰোগ!

18 hours ago
হাতলৈ আহিব ধন, বাঢ়িব চিন্তা… জানক আজি কেনে যাব আপোনাৰ দিনটো

কাইলৈ কোনে পাব ভাগ্যৰ সহায়, কাৰ আহিব পাৰে সমস্যা?

19 hours ago
Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!

বুধৰ পশ্চাদগতি আৰম্ভ, ২৪ অক্টোবৰৰ পৰা কোন ৰাশিৰ ওপৰত পৰিব প্ৰভাৱ?

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, October 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

পুৰুষে প্ৰথম মহিলাৰ ক’ত চকু দিয়ে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

পুৰুষৰ কি গুণে আকৰ্ষণ কৰে নাৰীক?

editor by editor
August 29, 2026
in জীৱনশৈলী, বিবিধ, লেখা
0
স্বামী হ’ব আপোনাৰ প্ৰেমত বলিয়া, নিশা শোৱাৰ পূৰ্বে কৰক মাত্ৰ এই কাম!
0
SHARES
3.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

প্ৰথম দেখাত এগৰাকী নাৰীয়ে পুৰুষৰ ক’ত সৰ্বপ্ৰথমে লক্ষ্য কৰে? এই প্ৰশ্নটোৰ উত্তৰ বহুতে ক’ব পুৰুষৰ মুখমণ্ডল, হাঁহি, চুলি, দাড়ি, পোছাক, আৰু শৰীৰৰ গঠন আদি বিভিন্ন বৈশিষ্ট্যই আকৰ্ষণ কৰে। কিন্তু প্ৰকৃতাৰ্থত সেয়া নহয়, এজন পুৰুষৰ কিছুমান বিশেষ গুমে নাৰীক আকৰ্ষণ কৰে…

মানসিকভাৱে পৰিপক্ব হোৱাঃ সম্পৰ্কত মতভেদ হোৱাটো স্বাভাৱিক। কিন্তু মতভেদ হ’লে চিঞৰ-বাখৰ বা অপমানৰ পৰিৱৰ্তে কথা পাতি সমস্যাৰ সমাধান বিচৰা মানসিক পৰিপক্বতাৰ পৰিচয়। দীৰ্ঘম্যাদী সম্পৰ্কৰ ক্ষেত্ৰত compatibility বা পাৰস্পৰিক সামঞ্জস্যৰ গুৰুত্ব বিশেষভাৱে দেখা গৈছে।

আগবাঢ়ি যোৱাত সহায় কৰাঃ পুৰুষৰ দৰে বেছিভাগ মহিলাইও কাম কৰি আছে আৰু তেওঁলোকে আশা কৰে যে তেওঁলোকৰ সংগীয়ে তেওঁলোকক আগবাঢ়ি যোৱাত সহায় কৰাটো। বহু সময়ত ছোৱালীয়ে কেৱল বিয়া হোৱাৰ বাবেই সপোন আৰু চাকৰি এৰিবলগীয়া হয় । একাংশই পত্নীয়ে কোনো কাম কৰাটো নিবিচাৰে।

নাৰীক সন্মান কৰাঃ সম্পৰ্ক সুদৃঢ় কৰাৰ বাবে সন্মানেই আটাইতকৈ গুৰুত্বপূৰ্ণ। প্ৰতিগৰাকী পত্নী বা প্ৰেমিকাই আশা কৰে যে তেওঁৰ সংগীয়ে সন্মান দিব। ইয়াত অতি সৰু সৰু কথাবোৰ মনত ৰাখিব লাগে, যেনে ব্যক্তিগত কথাবোৰ আনৰ লগত ভাগ নকৰা। আনৰ আগত নিজৰ সংগীৰ লগত জোৰেৰে বা খঙেৰে কথা নাপাতিব। সকলো সময়ত সন্মান দিবলৈ চেষ্টা কৰক।

হাস্যৰসৰ জ্ঞানঃ সুস্থ আৰু স্বাভাৱিক হাস্যৰসৰ জ্ঞানেও সম্পৰ্কত ইতিবাচক পৰিৱেশ সৃষ্টি কৰিব পাৰে। একাধিক গৱেষণাত humor বা হাস্যৰসক মানুহে সম্ভাৱ্য সংগীৰ মাজত পছন্দ কৰা বৈশিষ্ট্যৰ ভিতৰত স্থান দিয়া দেখা গৈছে।

দায়িত্বশীলতাঃ জীৱনৰ প্ৰতি দায়িত্বশীল হোৱা, নিজৰ কাম-কাজৰ দায়িত্ব লোৱা আৰু ভৱিষ্যতৰ বিষয়ে বাস্তৱিক পৰিকল্পনা কৰা—এই গুণবোৰো গুৰুত্বপূৰ্ণ। বিশেষকৈ দীৰ্ঘম্যাদী সম্পৰ্কত নিৰ্ভৰযোগ্যতা, স্থিৰতা আৰু দায়িত্বশীল আচৰণে সম্পৰ্কক শক্তিশালী কৰাত সহায় কৰিব পাৰে।

আৱেগিক সমৰ্থনঃ নাৰীসকল বহু বেছি আৱেগিক। তেওঁলোকে শাৰিৰীক সুখতকৈ মানসিক সুখ বিচাৰে। প্ৰতিগৰাকী মহিলাই নিজৰ সংগীৰ পৰা আৱেগিক সমৰ্থন আশা কৰে। যেনেকৈ দৈনন্দিন কথা-বতৰা, সুখ-দুখ আপোনাৰ সংগীৰ সৈতে ভাগ-বতৰা কৰা। সহজ ভাষাত ক’বলৈ গ’লে মহিলাসকলে তেওঁলোকৰ সংগীৰ মাজত এনে এজন বন্ধু বিচাৰে যাৰ লগত তেওঁলোকে সকলো কথা মুকলিকৈ শ্বেয়াৰ কৰিব পাৰে আৰু যিয়ে সকলো সময়তে তেওঁক সমৰ্থন কৰে।

(অস্বীকাৰঃ এই তথ্য মাত্ৰ সাধাৰণ জ্ঞানৰ বাবে দিয়া হৈছে, Asom Live 24 ৰ এই তথ্যৰ সৈতে কোনো সযোগ নাই।)

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24Relationship tips
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

EPFO Deadline: PF ৰিটাৰ্ণ দাখিলৰ তাৰিখ বৃদ্ধি, এতিয়া এই সুযোগ পাব ৩১ অক্টোবৰলৈকে
বাণিজ্য

EPFO Deadline: PF ৰিটাৰ্ণ দাখিলৰ তাৰিখ বৃদ্ধি, এতিয়া এই সুযোগ পাব ৩১ অক্টোবৰলৈকে

October 18, 2026
সঘনাই মিছা কোৱাৰ অভ্যাস, এয়া কোনো গ্ৰহৰ দোষ নেকি?
জীৱনশৈলী

১৯ ছেপ্টেম্বৰত ভাগ্যৰ দুৱাৰ খোল খাব ৫ ৰাশিৰ! আহিব পাৰে সুখবৰ

October 18, 2026
ভাৰতৰ ক’ত Blackbuck বেছি পোৱা যায়? কিয় বিষ্ণোই সমাজৰ বাবে বিশেষ এই হৰিণ জানক
ভাৰত

ভাৰতৰ ক’ত Blackbuck বেছি পোৱা যায়? কিয় বিষ্ণোই সমাজৰ বাবে বিশেষ এই হৰিণ জানক

October 18, 2026
লৰেন্স বিষ্ণই কিয় ঘৃণা কৰে চলমানৰ বন্ধুক? টাইগাৰ শ্ৰফক আক্ৰমণৰ পিছতে দিলে ভাবুকি
বিনোদন

লৰেন্স বিষ্ণই কিয় ঘৃণা কৰে চলমানৰ বন্ধুক? টাইগাৰ শ্ৰফক আক্ৰমণৰ পিছতে দিলে ভাবুকি

October 18, 2026
Next Post
ভাদ মাহত খাওক ওলকচু, দেখিব শৰীৰত নানান পৰিৱৰ্তন!

ভাদ মাহত খাওক ওলকচু, দেখিব শৰীৰত নানান পৰিৱৰ্তন!

Bank Holidays: ২ দিনৰ বাবে বন্ধ থাকিব বেংক, শীঘ্ৰে সম্পূৰ্ণ কৰক সকলো কাম!

Bank Holidays: ২ দিনৰ বাবে বন্ধ থাকিব বেংক, শীঘ্ৰে সম্পূৰ্ণ কৰক সকলো কাম!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.