• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আপোনাৰ facebook প্ৰ’ফাইল কোনোবাই খুচুৰিছে নেকি? জানিবলৈ পালন কৰক এই নিয়ম…

আপোনাৰ facebook প্ৰ’ফাইল কোনোবাই খুচুৰিছে নেকি? জানিবলৈ পালন কৰক এই নিয়ম…

5 years ago
পুৰুষৰ এণ্ড্ৰোপজৰ সমস্যা প্ৰকৃততে কি? এই সমস্যাৰ পৰা হাত সাৰিব পাৰিনে?

পুৰুষৰ এণ্ড্ৰোপজৰ সমস্যা প্ৰকৃততে কি? এই সমস্যাৰ পৰা হাত সাৰিব পাৰিনে?

8 hours ago
ফেব্ৰুৱাৰীত ৩বাৰ গোচৰ কৰিব সূৰ্যই, ৰজা হ’ব ৩ৰাশি, দুৰ্দান্ত অগ্ৰগতি

ফেব্ৰুৱাৰীত ৩বাৰ গোচৰ কৰিব সূৰ্যই, ৰজা হ’ব ৩ৰাশি, দুৰ্দান্ত অগ্ৰগতি

9 hours ago
সকলো কথা প্ৰচাৰ হৈ থাকিলে কেতিয়াবা কিন্তু বিপক্ষক সহায় কৰাহে হয়ঃগৰিমা শইকীয়া গাৰ্গ

সকলো কথা প্ৰচাৰ হৈ থাকিলে কেতিয়াবা কিন্তু বিপক্ষক সহায় কৰাহে হয়ঃগৰিমা শইকীয়া গাৰ্গ

10 hours ago
কাইলৈৰ ৰাশিফলঃ বছৰৰ প্ৰথম চতুৰ্গ্ৰহী যোগ, শনিৰ দয়া থাকিব এই ৫ৰাশিত

কাইলৈৰ ৰাশিফলঃ বছৰৰ প্ৰথম চতুৰ্গ্ৰহী যোগ, শনিৰ দয়া থাকিব এই ৫ৰাশিত

10 hours ago
ৰাহুৰ খেলা আৰম্ভ হ’ব, ১৫ এপ্ৰিল পৰ্যন্ত ৩ ৰাশিৰ গোল্ডেন টাইম চলিব

ৰাহুৰ খেলা আৰম্ভ হ’ব, ১৫ এপ্ৰিল পৰ্যন্ত ৩ ৰাশিৰ গোল্ডেন টাইম চলিব

12 hours ago
চিকিৎসকৰ পৰামৰ্শমতেহে শীতত বাহনত ছে*** ৰ উপদেশ দিছিলো! বিতৰ্কৰ পাছতেই ক্ষমা খুজি আকৌ কি কৈছে হানি সিঙে?

চিকিৎসকৰ পৰামৰ্শমতেহে শীতত বাহনত ছে*** ৰ উপদেশ দিছিলো! বিতৰ্কৰ পাছতেই ক্ষমা খুজি আকৌ কি কৈছে হানি সিঙে?

13 hours ago
বৃহস্পতিৰ গোচৰত তৈয়াৰ হ’ব হংস মহাপুৰুষ যোগ, সোণৰ কলমেৰে লিখা হ’ব এই ৩ৰাশিৰ ভাগ্য

বৃহস্পতিৰ গোচৰত তৈয়াৰ হ’ব হংস মহাপুৰুষ যোগ, সোণৰ কলমেৰে লিখা হ’ব এই ৩ৰাশিৰ ভাগ্য

14 hours ago
১০ লাখ টকাৰ তহবিল গঢ়াৰ পৰিকল্পনা আছে? কেনেকৈ কম টকা জমা কৰিয়েই মুঠ ১০ লাখ ধন হাতত পাব?

১০ লাখ টকাৰ তহবিল গঢ়াৰ পৰিকল্পনা আছে? কেনেকৈ কম টকা জমা কৰিয়েই মুঠ ১০ লাখ ধন হাতত পাব?

14 hours ago
সূৰ্যৰ উত্তৰায়নত কেৰিয়াৰত প্ৰচুৰ উন্নতি ৪ৰাশিৰ, ৬মাহ ধৰি চলিব অৰ্থবৃষ্টি

সূৰ্যৰ উত্তৰায়নত কেৰিয়াৰত প্ৰচুৰ উন্নতি ৪ৰাশিৰ, ৬মাহ ধৰি চলিব অৰ্থবৃষ্টি

15 hours ago
প্ৰেমৰ বীমা কৰিছিল প্ৰেমিকে, প্ৰেম এতিয়া বিবাহলৈ ৰূপান্তৰিত হ’ল, এক দশকৰ পাছত বীমাৰ পৰা কিমান লাখ টকা উপাৰ্জন কৰিলে নববিবাহিতাই?

প্ৰেমৰ বীমা কৰিছিল প্ৰেমিকে, প্ৰেম এতিয়া বিবাহলৈ ৰূপান্তৰিত হ’ল, এক দশকৰ পাছত বীমাৰ পৰা কিমান লাখ টকা উপাৰ্জন কৰিলে নববিবাহিতাই?

15 hours ago
‘কোন দোষী, কি শাস্তি পাব দোষীয়ে? সেই বিষয়ত একো বিধান নিদিয়ে কৰনাৰছ আদালতে, কেৱল মৃ**ত্যু স্বাভাৱিক নে অস্বাভাৱিক সেইটোহে নিৰ্ধাৰণ কৰিবলৈ চেষ্টা কৰে!’ ছিংগাপুৰলৈ গৈ দি দেখিলে মনোজ বৰঠাকুৰে?

‘কোন দোষী, কি শাস্তি পাব দোষীয়ে? সেই বিষয়ত একো বিধান নিদিয়ে কৰনাৰছ আদালতে, কেৱল মৃ**ত্যু স্বাভাৱিক নে অস্বাভাৱিক সেইটোহে নিৰ্ধাৰণ কৰিবলৈ চেষ্টা কৰে!’ ছিংগাপুৰলৈ গৈ দি দেখিলে মনোজ বৰঠাকুৰে?

1 day ago
কাইলৈৰ ৰাশিফলঃ ৰুচক ৰাজযোগত ৰাজকীয় সুখ-সৌভাগ্য লাভ, কেনে হ’ব কৃষ্ণা ত্ৰয়োদশী?

কাইলৈৰ ৰাশিফলঃ ৰুচক ৰাজযোগত ৰাজকীয় সুখ-সৌভাগ্য লাভ, কেনে হ’ব কৃষ্ণা ত্ৰয়োদশী?

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, January 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home প্ৰযুক্তি

আপোনাৰ facebook প্ৰ’ফাইল কোনোবাই খুচুৰিছে নেকি? জানিবলৈ পালন কৰক এই নিয়ম…

editor by editor
February 25, 2021
in প্ৰযুক্তি
0
আপোনাৰ facebook প্ৰ’ফাইল কোনোবাই খুচুৰিছে নেকি? জানিবলৈ পালন কৰক এই নিয়ম…
0
SHARES
18.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ বর্তমান সকলোতকৈ জনপ্ৰিয় সামাজিক মাধ্যমৰ ভিতৰত ফে’চবুক হৈছে অন্যতম। বিশ্বত ফে’চবুক ব্যৱহাৰকাৰীৰ সংখ্যা দিনক দিনে বৃদ্ধি পাই গৈ আছে। ইয়াত ব্যৱহাৰকাৰীয়ে বেছিভাগ সময় নিজৰ অনলাইন বন্ধু তথা অন্যান্য ক্ৰিয়াকলাপৰ সৈতে ব্যয় কৰে। কিন্তু কিছুমান এনেকুৱা লোক আছে যে আপোনাৰ প্ৰ’ফাইল খুচুৰি থাকে। কিন্তু আপোনাৰ ফে’চবুক প্ৰফাই কোনে খুচুৰিছে, সেই কথা জানিবলৈ ফে’চবুকত কোনো প্ৰত্যক্ষ সুবিধা নাই যদিও এক বিশেষ প্ৰক্ৰিয়াৰে জানিব পাৰি। সেয়েহে শেহতীয়াভাৱে আপোনাৰ ফেচবুক প্ৰ’ফাইল কোনে খুচুৰিছে জানিবলৈ এইকেইটা সহজ নিয়ম পালন কৰক। প্ৰথমতে আপুনি আপোনাৰ ফে’চবুক ম’বাইলৰ পৰিৱর্তে ডেস্কটপ বা লেপটপত লগিং কৰক। তাৰ পাছত আপোনাৰ টাইমলাইনলৈ যাওক। তাৰ পাছত আপোনাৰ কী-বোর্ডত Ctrl+U টিপক। টিপাৰ পিছতে আপোনাৰ টাইমলাইনত বহু আখৰ দেখিবলৈ পাব। এতিয়া Ctrl+F টিপক। টিপাৰ পিছতে সোঁফালে ওপৰত এটা সৰু বক্স দেখা পাব। এতিয়া তাত আপুনি BUDDY_ID বুলি টাইপ কৰি ENTER টিপক। ইয়াৰ লগে লগে আপুনি দেখিবলৈ পাব বহুত BUDDY_ID. আইডিবোৰৰ ওপৰত হালধীয়া ৰং এটি থাকিব। আৰু BUDDY_ID বোৰৰ কাষত দেখিবলৈ পাব ১৫টা সংখ্যাৰ এটি নম্বৰ। এই নম্বৰবোৰ হৈছে শেহতীয়াভাৱে আপোনাৰ প্ৰ’ফাইল খুচুৰা লোকৰ আইডি নম্বৰ। এতিয়া তাৰে যিকোনো এটা BUDDY_ID নম্বৰ (কেৱল নম্বৰটোহে)  COPY কৰক। তাৰ পিছত New Tab এটা লৈ তাত facebook.com/আপুনি copy কৰা নম্বৰটো Paste কৰক আৰু Enter মাৰক। এতিয়া যিজন লোকৰ ফে’চবুক প্ৰ’ফাইল খোল খাই সেইজনেই আপোনাৰ প্ৰ’ফাইল খুচুৰা মানুহ। এতিয়া অন্য এটা BUDDY_ID COPY কৰি পুনৰ একে নিয়মেৰে Paste কৰক। এনেদেৰে যিমান BUDDY_ID নম্বৰ দেখিবলৈ পাব, সেইবোৰেই হৈছে শেহতীয়াভাৱে আপোনাৰ প্ৰ’ফাইল খুচুৰা লোক।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24facebookfacebook profile view
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

২৭ ঘণ্টীয়া দিল্লী যাত্ৰাত এবাৰো ভাৰতীয় বাথৰুম ব্যৱহাৰ নকৰে পুটিনে, নাখাই ভাৰতৰ খাদ্যও, কাৰণ জানিলে অবাক হ’ব আপুনি
জীৱনশৈলী

২৭ ঘণ্টীয়া দিল্লী যাত্ৰাত এবাৰো ভাৰতীয় বাথৰুম ব্যৱহাৰ নকৰে পুটিনে, নাখাই ভাৰতৰ খাদ্যও, কাৰণ জানিলে অবাক হ’ব আপুনি

December 5, 2025
ফাইটাৰ জেট,  S-500, Su-57 যুদ্ধবিমান…! পুটিন-মোদীৰ বৈঠকৰ পাছত কি কি অস্ত্ৰ পাব ভাৰতীয় সেনাই?
জীৱনশৈলী

ফাইটাৰ জেট, S-500, Su-57 যুদ্ধবিমান…! পুটিন-মোদীৰ বৈঠকৰ পাছত কি কি অস্ত্ৰ পাব ভাৰতীয় সেনাই?

December 5, 2025
কাইলৈ এই সময়ত বন্ধ থাকিব SBIৰ সকলো ডিজিটেল পৰিসেৱা, ধনৰ লেনদেন থাকিলে আগতীয়াকৈয়ে কৰি থওক, এই সময়ত নহ’ব লেনদেন
জীৱনশৈলী

কাইলৈ এই সময়ত বন্ধ থাকিব SBIৰ সকলো ডিজিটেল পৰিসেৱা, ধনৰ লেনদেন থাকিলে আগতীয়াকৈয়ে কৰি থওক, এই সময়ত নহ’ব লেনদেন

October 10, 2025
ATM ‘PIN’ নম্বৰ কি ৰাখিছে? এই সংখ্যাসমূহ PIN নম্বৰ হিচাপে ভুলতো ব্যৱহাৰ নকৰিব, যিকোনো মুহূৰ্ততে খালি হ’ব পাৰে একাউণ্ট
জীৱনশৈলী

ATM ‘PIN’ নম্বৰ কি ৰাখিছে? এই সংখ্যাসমূহ PIN নম্বৰ হিচাপে ভুলতো ব্যৱহাৰ নকৰিব, যিকোনো মুহূৰ্ততে খালি হ’ব পাৰে একাউণ্ট

September 17, 2025
Next Post
আৰু মাত্ৰ ৪৮ মাহ, বিজেপিয়ে বাংলাদেশী খেদিব!

আৰু মাত্ৰ ৪৮ মাহ, বিজেপিয়ে বাংলাদেশী খেদিব!

মাইক্ৰ’ ফাইনেন্সৰ লোন মাফ!

মাইক্ৰ’ ফাইনেন্সৰ লোন মাফ!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.