• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আপোনাৰ facebook প্ৰ’ফাইল কোনোবাই খুচুৰিছে নেকি? জানিবলৈ পালন কৰক এই নিয়ম…

আপোনাৰ facebook প্ৰ’ফাইল কোনোবাই খুচুৰিছে নেকি? জানিবলৈ পালন কৰক এই নিয়ম…

5 years ago
পাকিস্তানত হাহাকাৰ! দুৰ্বল হৈ পৰিছে অৰ্থনীতি

পাকিস্তানত হাহাকাৰ! দুৰ্বল হৈ পৰিছে অৰ্থনীতি

12 minutes ago
হালধীয়া হৈছে নেকি আপোনাৰ দাঁত? ধুনীয়া হাঁহিৰ বাবে লওক দাঁতৰ যতন

হালধীয়া হৈছে নেকি আপোনাৰ দাঁত? ধুনীয়া হাঁহিৰ বাবে লওক দাঁতৰ যতন

33 minutes ago
খাদ্যত অত্যাধিক নিমখ ব্যৱহাৰ কৰে নেকি? বিপদত পৰিব পাৰে আপুনি!

খাদ্যত অত্যাধিক নিমখ ব্যৱহাৰ কৰে নেকি? বিপদত পৰিব পাৰে আপুনি!

1 hour ago
পুৰণি কাপোৰেৰে ঘৰ মচে নেকি? ভুগিব ডাঙৰ সমস্যাত!

পুৰণি কাপোৰেৰে ঘৰ মচে নেকি? ভুগিব ডাঙৰ সমস্যাত!

2 hours ago
কাইলৈ ঘোষণা হ’ব বিধানসভা নিৰ্বাচনৰ ফলাফল, কাৰ হাতত জনতাই তুলি দিব শাসনৰ বাঘজৰী?

কাইলৈ ঘোষণা হ’ব বিধানসভা নিৰ্বাচনৰ ফলাফল, কাৰ হাতত জনতাই তুলি দিব শাসনৰ বাঘজৰী?

3 hours ago
বুধ আৰু শনিৰ মিলন, ২২ মে’ৰ পৰা সলনি এই ৫টা ৰাশিৰ ভাগ্য!

বুধ আৰু শনিৰ মিলন, ২২ মে’ৰ পৰা সলনি এই ৫টা ৰাশিৰ ভাগ্য!

4 hours ago
কেতিয়া বাঢ়িব দৰমহা আৰু পেঞ্চন? অষ্টম দৰমহা আয়োগৰ সম্পূৰ্ণ হিচাপ জানি লওক

8th Pay Commission ৰ নতুন আপডেট, আৰম্ভ দৰমহা, পদোন্নতি আৰু পেঞ্চনৰ পৰিবৰ্তনৰ ওপৰত আলোচনা

5 hours ago
আপোনাৰ শিশুৱে বাৰে বাৰে মূৰত আঘাত পাইছে নেকি? বিপদৰ পূৰ্বে হওক সাৱধান!

আপোনাৰ শিশুৱে বাৰে বাৰে মূৰত আঘাত পাইছে নেকি? বিপদৰ পূৰ্বে হওক সাৱধান!

5 hours ago
আপোনাৰ সংগীৰ প্ৰিয় ফুলৰ পৰা জানক প্ৰেমৰ গভীৰতা!

আপোনাৰ সংগীৰ প্ৰিয় ফুলৰ পৰা জানক প্ৰেমৰ গভীৰতা!

6 hours ago
পুৱাই আহিছে দুঃখবৰ! ভয়ংকৰ অগ্নিকাণ্ডত নিহত ৯ জন লোক

পুৱাই আহিছে দুঃখবৰ! ভয়ংকৰ অগ্নিকাণ্ডত নিহত ৯ জন লোক

7 hours ago
বেংক কৰ্মচাৰীসকলৰ বাবে ভাল খবৰ, DA বৃদ্ধিয়ে কৰিব সহায়

বেংক কৰ্মচাৰীসকলৰ বাবে ভাল খবৰ, DA বৃদ্ধিয়ে কৰিব সহায়

18 hours ago
নিশা কাপোৰ ধুই নামাতিব দৰিদ্ৰতা, শেষ হ’ব জীৱন!

নিশা কাপোৰ ধুই নামাতিব দৰিদ্ৰতা, শেষ হ’ব জীৱন!

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, May 3, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home প্ৰযুক্তি

আপোনাৰ facebook প্ৰ’ফাইল কোনোবাই খুচুৰিছে নেকি? জানিবলৈ পালন কৰক এই নিয়ম…

editor by editor
February 25, 2021
in প্ৰযুক্তি
0
আপোনাৰ facebook প্ৰ’ফাইল কোনোবাই খুচুৰিছে নেকি? জানিবলৈ পালন কৰক এই নিয়ম…
0
SHARES
18.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ বর্তমান সকলোতকৈ জনপ্ৰিয় সামাজিক মাধ্যমৰ ভিতৰত ফে’চবুক হৈছে অন্যতম। বিশ্বত ফে’চবুক ব্যৱহাৰকাৰীৰ সংখ্যা দিনক দিনে বৃদ্ধি পাই গৈ আছে। ইয়াত ব্যৱহাৰকাৰীয়ে বেছিভাগ সময় নিজৰ অনলাইন বন্ধু তথা অন্যান্য ক্ৰিয়াকলাপৰ সৈতে ব্যয় কৰে। কিন্তু কিছুমান এনেকুৱা লোক আছে যে আপোনাৰ প্ৰ’ফাইল খুচুৰি থাকে। কিন্তু আপোনাৰ ফে’চবুক প্ৰফাই কোনে খুচুৰিছে, সেই কথা জানিবলৈ ফে’চবুকত কোনো প্ৰত্যক্ষ সুবিধা নাই যদিও এক বিশেষ প্ৰক্ৰিয়াৰে জানিব পাৰি। সেয়েহে শেহতীয়াভাৱে আপোনাৰ ফেচবুক প্ৰ’ফাইল কোনে খুচুৰিছে জানিবলৈ এইকেইটা সহজ নিয়ম পালন কৰক। প্ৰথমতে আপুনি আপোনাৰ ফে’চবুক ম’বাইলৰ পৰিৱর্তে ডেস্কটপ বা লেপটপত লগিং কৰক। তাৰ পাছত আপোনাৰ টাইমলাইনলৈ যাওক। তাৰ পাছত আপোনাৰ কী-বোর্ডত Ctrl+U টিপক। টিপাৰ পিছতে আপোনাৰ টাইমলাইনত বহু আখৰ দেখিবলৈ পাব। এতিয়া Ctrl+F টিপক। টিপাৰ পিছতে সোঁফালে ওপৰত এটা সৰু বক্স দেখা পাব। এতিয়া তাত আপুনি BUDDY_ID বুলি টাইপ কৰি ENTER টিপক। ইয়াৰ লগে লগে আপুনি দেখিবলৈ পাব বহুত BUDDY_ID. আইডিবোৰৰ ওপৰত হালধীয়া ৰং এটি থাকিব। আৰু BUDDY_ID বোৰৰ কাষত দেখিবলৈ পাব ১৫টা সংখ্যাৰ এটি নম্বৰ। এই নম্বৰবোৰ হৈছে শেহতীয়াভাৱে আপোনাৰ প্ৰ’ফাইল খুচুৰা লোকৰ আইডি নম্বৰ। এতিয়া তাৰে যিকোনো এটা BUDDY_ID নম্বৰ (কেৱল নম্বৰটোহে)  COPY কৰক। তাৰ পিছত New Tab এটা লৈ তাত facebook.com/আপুনি copy কৰা নম্বৰটো Paste কৰক আৰু Enter মাৰক। এতিয়া যিজন লোকৰ ফে’চবুক প্ৰ’ফাইল খোল খাই সেইজনেই আপোনাৰ প্ৰ’ফাইল খুচুৰা মানুহ। এতিয়া অন্য এটা BUDDY_ID COPY কৰি পুনৰ একে নিয়মেৰে Paste কৰক। এনেদেৰে যিমান BUDDY_ID নম্বৰ দেখিবলৈ পাব, সেইবোৰেই হৈছে শেহতীয়াভাৱে আপোনাৰ প্ৰ’ফাইল খুচুৰা লোক।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24facebookfacebook profile view
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এটা ভুলে শেষ কৰিব আপোনাৰ Gmail ID, Jio-Airtel ব্যৱহাৰকাৰীসকলে ভুলতো নকৰিব এই কাম!
প্ৰযুক্তি

এটা ভুলে শেষ কৰিব আপোনাৰ Gmail ID, Jio-Airtel ব্যৱহাৰকাৰীসকলে ভুলতো নকৰিব এই কাম!

April 25, 2026
ৰে’লৰ ডবাত থকা ৫টা অংকৰ নম্বৰৰ অৰ্থ কি? বুদ্ধিমান লোকে জানিব সঠিক উত্তৰ
প্ৰযুক্তি

ৰে’লৰ ডবাত থকা ৫টা অংকৰ নম্বৰৰ অৰ্থ কি? বুদ্ধিমান লোকে জানিব সঠিক উত্তৰ

April 22, 2026
জন টাৰ্নাছ কোন? টিম কুকে নিজেই দায়িত্ব এৰি জন টাৰ্নাছৰ কান্ধত কিয় তুলি দিলে এপলৰ দায়িত্ব?
জীৱনশৈলী

জন টাৰ্নাছ কোন? টিম কুকে নিজেই দায়িত্ব এৰি জন টাৰ্নাছৰ কান্ধত কিয় তুলি দিলে এপলৰ দায়িত্ব?

April 21, 2026
নেইল কাটাৰৰ পিছৰ অংশত কিয় ফুটা থাকে? ৯৯% লোকে নাযানে সঠিক উত্তৰ
জীৱনশৈলী

নেইল কাটাৰৰ পিছৰ অংশত কিয় ফুটা থাকে? ৯৯% লোকে নাযানে সঠিক উত্তৰ

April 21, 2026
Next Post
আৰু মাত্ৰ ৪৮ মাহ, বিজেপিয়ে বাংলাদেশী খেদিব!

আৰু মাত্ৰ ৪৮ মাহ, বিজেপিয়ে বাংলাদেশী খেদিব!

মাইক্ৰ’ ফাইনেন্সৰ লোন মাফ!

মাইক্ৰ’ ফাইনেন্সৰ লোন মাফ!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.