• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
AIৰ ‘’৮০ৰ’ ট্ৰেণ্ড ব্যৱহাৰ কৰি বিপদত মহিলা

AIৰ ‘’৮০ৰ’ ট্ৰেণ্ড ব্যৱহাৰ কৰি বিপদত মহিলা

19 seconds ago
কাইলৈ প্ৰধানমন্ত্ৰী মোদীৰ জন্মদিন

কাইলৈ প্ৰধানমন্ত্ৰী মোদীৰ জন্মদিন

38 minutes ago
দেশত অনলাইন জুৱাৰ ভয়ংকৰ জাল, ১০ লাখ কোটি টকাৰ বজাৰ স্পৰ্শ

দেশত অনলাইন জুৱাৰ ভয়ংকৰ জাল, ১০ লাখ কোটি টকাৰ বজাৰ স্পৰ্শ

56 minutes ago
কৰীণা-ছৈঈফৰ মাজত সংঘাত! সংঘাতৰ মাজত আহিছে কৰিশ্মাৰো নাম

কৰীণা-ছৈঈফৰ মাজত সংঘাত! সংঘাতৰ মাজত আহিছে কৰিশ্মাৰো নাম

1 hour ago
ভাৰত-পাকিস্তানৰ নৌসেনাৰ জাহাজৰ সংঘৰ্ষ

ভাৰত-পাকিস্তানৰ নৌসেনাৰ জাহাজৰ সংঘৰ্ষ

1 hour ago
চৰকাৰী-বেচৰকাৰী কৰ্মচাৰীৰ বাবে সুখবৰ

চৰকাৰী-বেচৰকাৰী কৰ্মচাৰীৰ বাবে সুখবৰ

2 hours ago
নিৰ্বাচনৰ পূৰ্বেই আজমলৰ লাগিল নেকি শনি? কোনে চুৰি কৰিলে বদৰুদ্দিন আজমলৰ মোবাইল?

নিৰ্বাচনৰ পূৰ্বেই আজমলৰ লাগিল নেকি শনি? কোনে চুৰি কৰিলে বদৰুদ্দিন আজমলৰ মোবাইল?

3 hours ago
১৭ ছেপ্টেম্বৰ নে ১৮ ছেপ্টেম্বৰ? বিশ্বকৰ্মা পূজা কেতিয়া পালন কৰিব জানক

১৭ ছেপ্টেম্বৰ নে ১৮ ছেপ্টেম্বৰ? বিশ্বকৰ্মা পূজা কেতিয়া পালন কৰিব জানক

4 hours ago
ৰেচন কাৰ্ড হিতাধিকাৰীলৈ ডাঙৰ নিৰ্দেশ, কাইলৈ সন্ধিয়া ঘৰত প্ৰজ্বলন কৰক চাকি!

ৰেচন কাৰ্ড হিতাধিকাৰীলৈ ডাঙৰ নিৰ্দেশ, কাইলৈ সন্ধিয়া ঘৰত প্ৰজ্বলন কৰক চাকি!

4 hours ago
২০০ সন্ত্ৰাসবাদী, এক লাখ মুছলমানক কাৰাবন্দী… বিশ্ব কঁপাই তোলা মক্কাৰ সেই ভয়ংকৰ কাণ্ড

২০০ সন্ত্ৰাসবাদী, এক লাখ মুছলমানক কাৰাবন্দী… বিশ্ব কঁপাই তোলা মক্কাৰ সেই ভয়ংকৰ কাণ্ড

5 hours ago
ছালৰ পৰা হজম শক্তিলৈ… কোন বয়সৰ লোকে ডালিম বেছিকৈ খোৱা উচিত?

ছালৰ পৰা হজম শক্তিলৈ… কোন বয়সৰ লোকে ডালিম বেছিকৈ খোৱা উচিত?

5 hours ago
শৰত আহে, ফুলে কঁহুৱা… কিন্তু এই কঁহুৱাক ইংৰাজীত কি কয় জানেনে?

শৰত আহে, ফুলে কঁহুৱা… কিন্তু এই কঁহুৱাক ইংৰাজীত কি কয় জানেনে?

6 hours ago
আপোনাৰ ফোনৰ ক’ভাৰ হালধীয়া হৈছে নেকি? ঘৰুৱা সহজ পদ্ধতিৰে কৰক নতুনৰ দৰে

আপোনাৰ ফোনৰ ক’ভাৰ হালধীয়া হৈছে নেকি? ঘৰুৱা সহজ পদ্ধতিৰে কৰক নতুনৰ দৰে

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home প্ৰযুক্তি

AIৰ ‘’৮০ৰ’ ট্ৰেণ্ড ব্যৱহাৰ কৰি বিপদত মহিলা

১৯৮১ত চুৰিকাণ্ডত লিপ্ত মহিলাক চিনাক্ত কৰিলে AI-এ

editor by editor
September 16, 2026
in অপৰাধ, প্ৰযুক্তি, ভাৰত
0
AIৰ ‘’৮০ৰ’ ট্ৰেণ্ড ব্যৱহাৰ কৰি বিপদত মহিলা
0
SHARES
1
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সামাজিক মাধ্যমত এতিয়া জনপ্ৰিয় হৈ পৰা ‘80s AI Trend’-এ কেৱল মানুহক পুৰণি দশকৰ ৰূপত দেখুওৱাই নহয়, বৰং ৪৫ বছৰৰ পুৰণি এটা চুৰিৰ ঘটনাও পোহৰলৈ অনাত সহায় কৰিছে। মধ্যপ্ৰদেশৰ উজ্জয়িনীত প্ৰায় ৪৫ বছৰ পূৰ্বে এখন গহণাৰ দোকানৰ পৰা সোণৰ হাৰ চুৰি কৰি পলাই যোৱা এগৰাকী মহিলাক এই AI ট্ৰেণ্ডৰ জৰিয়তে চিনাক্ত কৰাৰ ঘটনা পোহৰলৈ আহিছে।

তথ্য অনুসৰি, ঘটনাটো উজ্জয়িনীৰ এখন সৰু গহণাৰ দোকানত সংঘটিত হৈছিল। প্ৰায় ৪৫ বছৰ পূৰ্বে এগৰাকী যুৱতী গহণাৰ দোকানখনলৈ গৈছিল। সোণৰ হাৰ চোৱাৰ অজুহাতত দোকানত কিছু সময় থকাৰ পাছত সুযোগ বুজি তেওঁ এডাল সোণৰ হাৰ লৈ পলায়ন কৰে। সেই সময়ত আৰক্ষীয়ে মহিলাগৰাকীক বিচাৰি অভিযান চলাইছিল যদিও তেওঁৰ কোনো সন্ধান উলিয়াব পৰা নাছিল। পিছত মহিলাগৰাকীয়ে নিজৰ পৰিচয় সলনি কৰি আন ঠাইত সাধাৰণ জীৱন কটাবলৈ আৰম্ভ কৰা বুলি প্ৰতিবেদনত প্ৰকাশ পাইছে। সময়ৰ লগে লগে ঘটনাটো এটা পুৰণি, অমীমাংসিত গোচৰত পৰিণত হৈছিল।

শেহতীয়াকৈ সামাজিক মাধ্যমত নতুন এটা AI ট্ৰেণ্ড ব্যাপকভাৱে জনপ্ৰিয় হৈ পৰিছে। এই ট্ৰেণ্ডত বৰ্তমানৰ ফটো AI টুলত দি ব্যক্তিগৰাকীক ১৯৮০ৰ দশকৰ মানুহৰ দৰে দেখুওৱা হয়। পুৰণি সময়ৰ সাজ-পোছাক, চুলি, পটভূমি, পুৰণি কেমেৰাৰ দৰে ৰং আৰু অন্যান্য বৈশিষ্ট্য যোগ কৰি ফটোখনক সেই সময়ৰ ফটোৰ ৰূপ দিয়া হয়। অভিনেতা-অভিনেত্ৰীৰ পৰা সাধাৰণ ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীলৈ বহুতে এই ট্ৰেণ্ডত অংশ লৈছে।

প্ৰতিবেদন অনুসৰি, বহু বছৰৰ পাছত এতিয়া বৃদ্ধা হোৱা সেই মহিলাগৰাকীয়েও এই ভাইৰেল ট্ৰেণ্ডত অংশ লৈছিল। তেওঁ নিজৰ এখন ফটো AIৰ সহায়ত ১৯৮০ৰ দশকৰ ৰূপত সজাই সামাজিক মাধ্যমত প্ৰকাশ কৰে। পৰৱৰ্তী সময়ত মহিলাগৰাকীৰ বাবে এই ফটোখনেই সমস্যাৰ কাৰণ হৈ পৰে। মহিলাগৰাকীৰ AI-ৰে তৈয়াৰ কৰা ফটোখন উজ্জয়িনীৰ সেই গহণাৰ দোকানৰ মালিকৰ চকুত পৰে। প্ৰায় ৪৫ বছৰ পুৰণি ঘটনা হ’লেও দোকানৰ মালিকে চুৰিৰ সময়ত দেখা যুৱতীগৰাকীৰ মুখৰ সৈতে AI ফটোখনৰ সাদৃশ্য লক্ষ্য কৰে বুলি প্ৰতিবেদনত কোৱা হৈছে।

ফটোখন দেখি সন্দেহ হোৱাত দোকানৰ মালিকে আৰক্ষীক বিষয়টো জনায়। ইয়াৰ পিছত আৰক্ষীয়ে সামাজিক মাধ্যমৰ প্ৰফাইল আৰু মহিলাগৰাকীৰ পৰিচয়ৰ বিষয়ে তদন্ত আৰম্ভ কৰে। আৰক্ষীৰ জেৰাৰ সময়ত মহিলাগৰাকীয়ে বহু বছৰ পূৰ্বে সংঘটিত সেই সোণৰ হাৰ চুৰিৰ কথা স্বীকাৰ কৰে। এটা সাধাৰণ বিনোদনমূলক AI ট্ৰেণ্ডত অংশ লোৱাৰ ফলতেই বহু বছৰ ধৰি গোপন হৈ থকা তেওঁৰ পুৰণি পৰিচয়ৰ সৈতে জড়িত এটা সূত্র পুনৰ মানুহৰ চকুত পৰে। তাৰ পিছত সেই সূত্রৰ ভিত্তিত আৰক্ষীৰ তদন্ত আগবাঢ়ে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: AIasom live24
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কাইলৈ প্ৰধানমন্ত্ৰী মোদীৰ জন্মদিন
ভাৰত

কাইলৈ প্ৰধানমন্ত্ৰী মোদীৰ জন্মদিন

September 16, 2026
দেশত অনলাইন জুৱাৰ ভয়ংকৰ জাল, ১০ লাখ কোটি টকাৰ বজাৰ স্পৰ্শ
অপৰাধ

দেশত অনলাইন জুৱাৰ ভয়ংকৰ জাল, ১০ লাখ কোটি টকাৰ বজাৰ স্পৰ্শ

September 16, 2026
কৰীণা-ছৈঈফৰ মাজত সংঘাত! সংঘাতৰ মাজত আহিছে কৰিশ্মাৰো নাম
বিনোদন

কৰীণা-ছৈঈফৰ মাজত সংঘাত! সংঘাতৰ মাজত আহিছে কৰিশ্মাৰো নাম

September 16, 2026
ভাৰত-পাকিস্তানৰ নৌসেনাৰ জাহাজৰ সংঘৰ্ষ
ভাৰত

ভাৰত-পাকিস্তানৰ নৌসেনাৰ জাহাজৰ সংঘৰ্ষ

September 16, 2026

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.