শিলাদিত্য দেৱৰ টিকট ঘেচেক্। শিলাদিত্য ‘কিকড আউট’। শিলাদিত্যৰ সিৰৰ পৰা মুহূৰ্ততে বিজেপি ওলাই দৌৰ মাৰিলে। হোজাইত বিজেপিয়ে প্ৰাৰ্থিত্ব নিদিলে শিলাদিত্য দেৱক।