• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ডায়েবেটিছ নিয়ন্ত্ৰণ আৰু ওজন কমাবলৈ, নিয়মীয়াকৈ লৈ আছে নেকি এইবিধ ঔষধ?

ডায়েবেটিছ নিয়ন্ত্ৰণ আৰু ওজন কমাবলৈ, নিয়মীয়াকৈ লৈ আছে নেকি এইবিধ ঔষধ?

2 hours ago
অবিশ্বাস্য, অকল্পনীয়! ইনষ্টাগ্ৰামৰ প্ৰেমৰ বাবেই ৩ সন্তানৰ প্ৰাণ কাঢ়িলে মাতৃয়ে

অবিশ্বাস্য, অকল্পনীয়! ইনষ্টাগ্ৰামৰ প্ৰেমৰ বাবেই ৩ সন্তানৰ প্ৰাণ কাঢ়িলে মাতৃয়ে

14 minutes ago
এলিয়েনৰ আগমন, তৃতীয় বিশ্বযুদ্ধ নে AIৰ ৰাজত্ব?

এলিয়েনৰ আগমন, তৃতীয় বিশ্বযুদ্ধ নে AIৰ ৰাজত্ব?

45 minutes ago
শীঘ্ৰেই ছ’চিয়েল মিডিয়া ব্যৱহাৰত নতুন নিয়ম

শীঘ্ৰেই ছ’চিয়েল মিডিয়া ব্যৱহাৰত নতুন নিয়ম

1 hour ago
পুনৰ বন বিভাগৰ বুলড’জাৰৰ গৰ্জন

পুনৰ বন বিভাগৰ বুলড’জাৰৰ গৰ্জন

3 hours ago
ভগ্নীক হ*ত্যা কৰি নিজকো শেষ কৰিলে আৰক্ষী কনিষ্টবলে

ভগ্নীক হ*ত্যা কৰি নিজকো শেষ কৰিলে আৰক্ষী কনিষ্টবলে

4 hours ago
যি iphoneৰ বাবে সমগ্ৰ বিশ্ব উন্মাদ…

যি iphoneৰ বাবে সমগ্ৰ বিশ্ব উন্মাদ…

4 hours ago
আজি কোন ৰাশিৰ উজলিব ভাগ্য, কোন ৰাশিয়ে হ’ব লাগিব সাৱধান?

আজি কোন ৰাশিৰ উজলিব ভাগ্য, কোন ৰাশিয়ে হ’ব লাগিব সাৱধান?

5 hours ago
মেঘালয়ত বিজেপিৰ শক্তিবৃদ্ধি! UDPৰ ৮ বিধায়কৰ বিজেপিত যোগ

মেঘালয়ত বিজেপিৰ শক্তিবৃদ্ধি! UDPৰ ৮ বিধায়কৰ বিজেপিত যোগ

6 hours ago
পূজা চলি থকাৰ মাজতে পত্নী-পুৰোহিতসহ ৩ জনক হ*ত্যা

পূজা চলি থকাৰ মাজতে পত্নী-পুৰোহিতসহ ৩ জনক হ*ত্যা

20 hours ago
কাইলৈ কন্যা, তুলাসহ কেইবাটাও ৰাশিৰ বাবে শুভ দিন

কাইলৈ কন্যা, তুলাসহ কেইবাটাও ৰাশিৰ বাবে শুভ দিন

20 hours ago
আদালতৰ সকাহ! ৪ অক্টোবৰত মুকলি আকাশৰ তললৈ আহিব শ্বাৰ্জিল

আদালতৰ সকাহ! ৪ অক্টোবৰত মুকলি আকাশৰ তললৈ আহিব শ্বাৰ্জিল

21 hours ago
অভিষেক-আয়াৰক আউট কৰা চাৰ্লি হিঞ্জেৰ কাহিনী

অভিষেক-আয়াৰক আউট কৰা চাৰ্লি হিঞ্জেৰ কাহিনী

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 23, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ডায়েবেটিছ নিয়ন্ত্ৰণ আৰু ওজন কমাবলৈ, নিয়মীয়াকৈ লৈ আছে নেকি এইবিধ ঔষধ?

এতিয়াই হওঁক সাৱধান! হ'ব পাৰে দৃষ্টিশক্তি হ্ৰাস

editor by editor
September 23, 2026
in জীৱনশৈলী, লেখা, স্বাস্থ্য
0
ডায়েবেটিছ নিয়ন্ত্ৰণ আৰু ওজন কমাবলৈ, নিয়মীয়াকৈ লৈ আছে নেকি এইবিধ ঔষধ?
0
SHARES
92
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ডায়েবেটিছ নিয়ন্ত্ৰণ আৰু ওজন কমোৱাৰ বাবে ব্যৱহৃত Ozempicসহ GLP-1 শ্ৰেণীৰ ঔষধক লৈ শেহতীয়াকৈ চকুৰ দৃষ্টিশক্তিৰ ওপৰত সম্ভাব্য প্ৰভাৱক লৈ আলোচনা আৰম্ভ হৈছে। Al Jazeeraৰ শেহতীয়া এক প্ৰতিবেদনত এই ঔষধসমূহৰ সৈতে NAION (Non-Arteritic Anterior Ischaemic Optic Neuropathy) নামৰ এক অতি বিৰল চকুৰ সমস্যাৰ সম্ভাব্য সম্পৰ্কৰ কথা উল্লেখ কৰা হৈছে।

কি এই NAION?

NAION হৈছে চকুৰ দৃষ্টিস্নায়ু (optic nerve)লৈ ৰক্তপ্ৰবাহ কমি যোৱা এক অৱস্থা। ইয়াৰ ফলত হঠাতে, এটা চকুৰ দৃষ্টিশক্তি কমি যাব পাৰে। অৱশ্যে এই সমস্যা অতি বিৰল। European Medicines Agency (EMA)ৰ পৰ্যালোচনাত semaglutide-ৰ সৈতে NAIONৰ সম্ভাব্য সম্পৰ্ক পোৱা গৈছে যদিও ইয়াক দুৰ্লভ পাৰ্শ্বপ্ৰতিক্ৰিয়া হিচাপে গণ্য কৰা হৈছে। অৰ্থাৎ ১০,০০০জনৰ ভিতৰত এজনৰ ক্ষেত্ৰত এনে সমস্যা দেখা দিব পাৰে, চিন্তনীয় কথাটো হৈছে সেই দুৰ্ভাগ্যজনক ব্যক্তিজন কোন হ’ব পাৰে তাৰ কোনো নিশ্চয়তা নাই। আনহাতে, কিছুমান অধ্যয়নত আশংকা সামান্য বৃদ্ধি পোৱাৰ ইংগিত পোৱা গৈছে যদিও বৃহৎ ক্লিনিকেল পৰীক্ষণৰ তথ্যৰ কিছুমান বিশ্লেষণত NAIONৰ বৃদ্ধি স্পষ্ট হোৱা নাই। সেয়ে বিষয়টো লৈ গৱেষণা এতিয়াও চলি আছে।

ভাৰততো Ozempic উপলব্ধ নেকি?

ভাৰততো semaglutide-ভিত্তিক ঔষধ উপলব্ধ। Ozempic, Wegovy আৰু Rybelsusৰ দৰে ব্ৰেণ্ডৰ লগতে ভাৰতত স্থানীয়ভাৱে উৎপাদিত বা অনুমোদিত semaglutide formulation-ও বজাৰত প্ৰচলন হৈ আছে। Ozempic মূলত type-2 diabetes নিয়ন্ত্ৰণৰ বাবে ব্যৱহাৰ কৰা হয়, আনহাতে “Wegovy মূলত মেদবহুলতা (শৰীৰত অতিৰিক্ত চৰ্বি জমা হোৱা) কমোৱা আৰু ওজন নিয়ন্ত্ৰণত ৰখাৰ বাবে ব্যৱহাৰ কৰা হয়। দুয়োটাৰে মূল সক্ৰিয় উপাদান হৈছে semaglutide।

কেতিয়া সাৱধান হ’ব?

এই ধৰণৰ ঔষধ ব্যৱহাৰ কৰি থকা অৱস্থাত যদি হঠাতে এটা চকুৰ দৃষ্টি কমি যায় বা দৃষ্টি অস্পষ্ট হৈ পৰে, তেন্তে পলম নকৰি চিকিৎসকৰ পৰামৰ্শ লোৱাটো জৰুৰী। অৱশ্যে কেৱল এই প্ৰতিবেদন পঢ়ি নিজে নিজে Ozempic বা আন GLP-1 ঔষধ বন্ধ কৰাটো উচিত নহয়। চিকিৎসকৰ পৰামৰ্শ অনুসৰিহে ঔষধৰ dose সলনি বা বন্ধ কৰিব লাগে।

Ozempicৰ সৈতে দৃষ্টিশক্তি হেৰুৱাব পৰা এক অতি বিৰল চকুৰ সমস্যাৰ সম্ভাব্য সম্পৰ্ক পোৱা গৈছে। কিন্তু এই আশংকা অতি কম আৰু ইয়াক লৈ গৱেষণা অব্যাহত আছে। ভাৰততো semaglutide-ভিত্তিক ঔষধ উপলব্ধ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24medicine
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অবিশ্বাস্য, অকল্পনীয়! ইনষ্টাগ্ৰামৰ প্ৰেমৰ বাবেই ৩ সন্তানৰ প্ৰাণ কাঢ়িলে মাতৃয়ে
অপৰাধ

অবিশ্বাস্য, অকল্পনীয়! ইনষ্টাগ্ৰামৰ প্ৰেমৰ বাবেই ৩ সন্তানৰ প্ৰাণ কাঢ়িলে মাতৃয়ে

September 23, 2026
এলিয়েনৰ আগমন, তৃতীয় বিশ্বযুদ্ধ নে AIৰ ৰাজত্ব?
জীৱনশৈলী

এলিয়েনৰ আগমন, তৃতীয় বিশ্বযুদ্ধ নে AIৰ ৰাজত্ব?

September 23, 2026
শীঘ্ৰেই ছ’চিয়েল মিডিয়া ব্যৱহাৰত নতুন নিয়ম
প্ৰযুক্তি

শীঘ্ৰেই ছ’চিয়েল মিডিয়া ব্যৱহাৰত নতুন নিয়ম

September 23, 2026
পুনৰ বন বিভাগৰ বুলড’জাৰৰ গৰ্জন
অসম

পুনৰ বন বিভাগৰ বুলড’জাৰৰ গৰ্জন

September 23, 2026
Next Post
শীঘ্ৰেই ছ’চিয়েল মিডিয়া ব্যৱহাৰত নতুন নিয়ম

শীঘ্ৰেই ছ'চিয়েল মিডিয়া ব্যৱহাৰত নতুন নিয়ম

এলিয়েনৰ আগমন, তৃতীয় বিশ্বযুদ্ধ নে AIৰ ৰাজত্ব?

এলিয়েনৰ আগমন, তৃতীয় বিশ্বযুদ্ধ নে AIৰ ৰাজত্ব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.