• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বেলুন ফুলাই থকা অৱস্থাত ১০ বছৰীয়া কন্যাৰ কৰুণ মৃ*ত্যু

বেলুন ফুলাই থকা অৱস্থাত ১০ বছৰীয়া কন্যাৰ কৰুণ মৃ*ত্যু

29 minutes ago
ঢাকাত চীনা নাগৰিকৰ বিতৰ্কিত লাইভষ্ট্ৰিমিং!

ঢাকাত চীনা নাগৰিকৰ বিতৰ্কিত লাইভষ্ট্ৰিমিং!

2 minutes ago
ৰাজ্যত পুনৰ লাভ জেহাদ, ইনষ্টাগ্ৰামত প্ৰেমৰ জাল

ৰাজ্যত পুনৰ লাভ জেহাদ, ইনষ্টাগ্ৰামত প্ৰেমৰ জাল

1 hour ago
মৰ্মান্তিক! মাতৃৰ কোলাতে শেষ হৈ গ’ল দুমহীয়া শিশু, সমগ্ৰ দেশতে ৪০ জনৰ মৃ*ত্যু

মৰ্মান্তিক! মাতৃৰ কোলাতে শেষ হৈ গ’ল দুমহীয়া শিশু, সমগ্ৰ দেশতে ৪০ জনৰ মৃ*ত্যু

2 hours ago
‘ৰাজ্যৰ সংখ্যালঘু অঞ্চলত হ’ব উন্নয়নৰ ধুমুহা’

‘ৰাজ্যৰ সংখ্যালঘু অঞ্চলত হ’ব উন্নয়নৰ ধুমুহা’

2 hours ago
এই ৭ ৰাশিৰ উজলিব ভাগ্য

এই ৭ ৰাশিৰ উজলিব ভাগ্য

2 hours ago
দাম বাঢ়িব নেকি নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ?

দাম বাঢ়িব নেকি নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ?

2 hours ago
মুখৰ দুৰ্গন্ধ আৰু দাঁতৰ আলু ফুলা? পাকঘৰৰ এই সৰু সামগ্ৰীয়ে দূৰ কৰিব আপোনাৰ সমস্যা

দাঁতৰ বিষ কষ্ট দিছে? তেন্তে এই ঘৰুৱা পদ্ধতিৰে পাব আপুনি সকাহ

4 hours ago
মহ খেদিবলৈ জ্বলাইছিল ধূপ, কিন্তু শেষ হৈ গ’ল জীৱন!

মহ খেদিবলৈ জ্বলাইছিল ধূপ, কিন্তু শেষ হৈ গ’ল জীৱন!

4 hours ago
সোণে আচৰিত কৰিব আপোনাক, আজি ১ গ্ৰাম সোণৰ শেহতীয়া মূল্য জানক

এই সপ্তাহত সোণ-ৰূপৰ দামে কৰিব আচৰিত! কি ক’লে বিশেষজ্ঞই?

5 hours ago
মাহেকীয়াৰ পূৰ্বে অধিক বগা স্ৰাৱ? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

মাহেকীয়াৰ পূৰ্বে অধিক বগা স্ৰাৱ? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

5 hours ago
সময়তকৈ দুঘণ্টা পূৰ্বে ৰাওনা ৰে’ল, আদালতে দিলে ১৫৬২০ টকাৰ ক্ষতিপূৰণ

সময়তকৈ দুঘণ্টা পূৰ্বে ৰাওনা ৰে’ল, আদালতে দিলে ১৫৬২০ টকাৰ ক্ষতিপূৰণ

6 hours ago
SBI ত ওলাইছে চাকৰি, শীঘ্ৰে অন্তিম তাৰিখৰ পূৰ্বে কৰক আবেদন

SBI ত ওলাইছে চাকৰি, শীঘ্ৰে অন্তিম তাৰিখৰ পূৰ্বে কৰক আবেদন

6 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, November 9, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

বেলুন ফুলাই থকা অৱস্থাত ১০ বছৰীয়া কন্যাৰ কৰুণ মৃ*ত্যু

শিশুক বেলুন ফুলাবলৈ দিওতে সাৱধান

editor by editor
November 9, 2026
in বিবিধ, ভাৰত, লেখা
0
বেলুন ফুলাই থকা অৱস্থাত ১০ বছৰীয়া কন্যাৰ কৰুণ মৃ*ত্যু
0
SHARES
48
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দীপাৱলীৰ আনন্দৰ মাজতে এক মৰ্মান্তিক ঘটনাই সকলোকে শোকস্তব্ধ কৰি তুলিছে। বেলুন ফুলাই থকা অৱস্থাতে এটি ১০ বছৰীয়া কন্যাৰ ডিঙিত বেলুনটো লাগি মৃত্যু হোৱা ঘটনাই সকলোকে শোকাহত কৰি তুলিছে। আন শিশুৰ সৈতে আনন্দেৰে খেলি থকাৰ সময়তে এই দুৰ্ঘটনা সংঘটিত হয়। বেলুনটো ডিঙিত আবদ্ধ হৈ পৰাৰ ফলত নন্দিনী নামৰ ভুক্তভোগী কন্যাটিৰ উশাহ-নিশাহ লোৱাত অসুবিধা হয় আৰু ক্ৰমাৎ অৱস্থা সংকটজনক হৈ পৰে। এই ঘটনা সংঘটিত হৈছে উত্তৰপ্ৰদেশত।

পৰিয়ালৰ লোকে ততাতৈয়াকৈ কন্যাটিক বিলছিৰ এখন ব্যক্তিগত চিকিৎসালয়লৈ লৈ যায়। কিন্তু চিকিৎসকে পৰীক্ষা কৰাৰ পিছত নন্দিনীক মৃত বুলি ঘোষণা কৰে। দীপাৱলী উদযাপন কৰিবলৈ ঘৰলৈ অহা শিশুটিয়ে এনেদৰে আকস্মিকভাৱে প্ৰাণ হেৰুওৱাত পৰিয়ালটোত শোকৰ ছাঁ পৰিছে। আনহাতে, ঘটনাটোৰ বিষয়ে এতিয়ালৈকে আৰক্ষীক আনুষ্ঠানিকভাৱে অৱগত কৰা নাই ভুক্তভোগীৰ পৰিয়ালে।

উত্তৰ প্ৰদেশৰ বদৌনৰ বিলছি থানা এলেকাৰ গড়ৌলি গাঁৱত সংঘটিত হৈছে এই শোকাৱহ ঘটনা। জানিব পৰা মতে, পৰিয়ালটোক পোহপাল দিবলৈ ভুক্তভোগী কন্যাটিৰ পিতৃ ভুৱনেশে দিল্লীৰ দাদ্ৰীত শ্ৰমিক হিচাপে কাম কৰে। তেওঁলোকৰ ১০ বছৰীয়া কন্যা নন্দিনী তিনিটি সন্তানৰ ভিতৰত আটাইতকৈ সৰু আছিল। নন্দিনী দিল্লীৰ দাদ্ৰীৰ এখন বিদ্যালয়ৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰী আছিল।

গাঁওবাসীয়ে জানিবলৈ দিয়া মতে, সোমবাৰে পুৱা নন্দিনীয়ে আন শিশুৰ সৈতে ঘৰৰ বাহিৰত খেলি আছিল। সেই সময়ত শিশুসকলে বেলুন উৰুৱাই আনন্দ কৰি আছিল। নন্দিনীয়েও এটা বেলুন ফুলাবলৈ চেষ্টা কৰিছিল। কিন্তু হঠাৎ বেলুনটো তাইৰ ডিঙিত আবদ্ধ হৈ পৰে। ইয়াৰ ফলত নন্দিনীৰ উশাহ-নিশাহ লোৱাত অসুবিধা হয়। কিছু সময়ৰ ভিতৰতে কন্যাটিৰ মৃত্যু ঘটে।

আনহাতে, এই ঘটনাৰ বিষয়ে এতিয়ালৈকে আৰক্ষীক কোনো তথ্য দিয়া হোৱা নাই। আৰক্ষীয়েও ঘটনাটোৰ সন্দৰ্ভত কোনো আনুষ্ঠানিক খবৰ লাভ কৰা নাই বুলি জানিবলৈ দিছে। আৰক্ষীৰ মতে, ঘটনাৰ বিষয়ে তথ্য লাভ কৰাৰ পিছত তদন্ত আৰম্ভ কৰা হ’ব আৰু নিয়ম অনুসৰি প্ৰয়োজনীয় আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ঢাকাত চীনা নাগৰিকৰ বিতৰ্কিত লাইভষ্ট্ৰিমিং!
বিশ্ব

ঢাকাত চীনা নাগৰিকৰ বিতৰ্কিত লাইভষ্ট্ৰিমিং!

November 9, 2026
ৰাজ্যত পুনৰ লাভ জেহাদ, ইনষ্টাগ্ৰামত প্ৰেমৰ জাল
অসম

ৰাজ্যত পুনৰ লাভ জেহাদ, ইনষ্টাগ্ৰামত প্ৰেমৰ জাল

November 9, 2026
মৰ্মান্তিক! মাতৃৰ কোলাতে শেষ হৈ গ’ল দুমহীয়া শিশু, সমগ্ৰ দেশতে ৪০ জনৰ মৃ*ত্যু
ভাৰত

মৰ্মান্তিক! মাতৃৰ কোলাতে শেষ হৈ গ’ল দুমহীয়া শিশু, সমগ্ৰ দেশতে ৪০ জনৰ মৃ*ত্যু

November 9, 2026
‘ৰাজ্যৰ সংখ্যালঘু অঞ্চলত হ’ব উন্নয়নৰ ধুমুহা’
অসম

‘ৰাজ্যৰ সংখ্যালঘু অঞ্চলত হ’ব উন্নয়নৰ ধুমুহা’

November 9, 2026
Next Post
ঢাকাত চীনা নাগৰিকৰ বিতৰ্কিত লাইভষ্ট্ৰিমিং!

ঢাকাত চীনা নাগৰিকৰ বিতৰ্কিত লাইভষ্ট্ৰিমিং!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.