• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘ফটকা ফুটালে নিৰাময় হয় ৰোগ’ বিজেপি MLAৰ আজৱ মন্তব্যত তীব্ৰ চৰ্চা

‘ফটকা ফুটালে নিৰাময় হয় ৰোগ’ বিজেপি MLAৰ আজৱ মন্তব্যত তীব্ৰ চৰ্চা

1 minute ago
ৰাজ্যত দীপাৱলীৰ দিনাই গুলীচালনাৰ ঘটনা

ৰাজ্যত দীপাৱলীৰ দিনাই গুলীচালনাৰ ঘটনা

58 minutes ago
ঢাকাত চীনা নাগৰিকৰ বিতৰ্কিত লাইভষ্ট্ৰিমিং!

ঢাকাত চীনা নাগৰিকৰ বিতৰ্কিত লাইভষ্ট্ৰিমিং!

1 hour ago
বেলুন ফুলাই থকা অৱস্থাত ১০ বছৰীয়া কন্যাৰ কৰুণ মৃ*ত্যু

বেলুন ফুলাই থকা অৱস্থাত ১০ বছৰীয়া কন্যাৰ কৰুণ মৃ*ত্যু

2 hours ago
ৰাজ্যত পুনৰ লাভ জেহাদ, ইনষ্টাগ্ৰামত প্ৰেমৰ জাল

ৰাজ্যত পুনৰ লাভ জেহাদ, ইনষ্টাগ্ৰামত প্ৰেমৰ জাল

3 hours ago
মৰ্মান্তিক! মাতৃৰ কোলাতে শেষ হৈ গ’ল দুমহীয়া শিশু, সমগ্ৰ দেশতে ৪০ জনৰ মৃ*ত্যু

মৰ্মান্তিক! মাতৃৰ কোলাতে শেষ হৈ গ’ল দুমহীয়া শিশু, সমগ্ৰ দেশতে ৪০ জনৰ মৃ*ত্যু

3 hours ago
‘ৰাজ্যৰ সংখ্যালঘু অঞ্চলত হ’ব উন্নয়নৰ ধুমুহা’

‘ৰাজ্যৰ সংখ্যালঘু অঞ্চলত হ’ব উন্নয়নৰ ধুমুহা’

3 hours ago
এই ৭ ৰাশিৰ উজলিব ভাগ্য

এই ৭ ৰাশিৰ উজলিব ভাগ্য

3 hours ago
দাম বাঢ়িব নেকি নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ?

দাম বাঢ়িব নেকি নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ?

4 hours ago
মুখৰ দুৰ্গন্ধ আৰু দাঁতৰ আলু ফুলা? পাকঘৰৰ এই সৰু সামগ্ৰীয়ে দূৰ কৰিব আপোনাৰ সমস্যা

দাঁতৰ বিষ কষ্ট দিছে? তেন্তে এই ঘৰুৱা পদ্ধতিৰে পাব আপুনি সকাহ

6 hours ago
মহ খেদিবলৈ জ্বলাইছিল ধূপ, কিন্তু শেষ হৈ গ’ল জীৱন!

মহ খেদিবলৈ জ্বলাইছিল ধূপ, কিন্তু শেষ হৈ গ’ল জীৱন!

6 hours ago
সোণে আচৰিত কৰিব আপোনাক, আজি ১ গ্ৰাম সোণৰ শেহতীয়া মূল্য জানক

এই সপ্তাহত সোণ-ৰূপৰ দামে কৰিব আচৰিত! কি ক’লে বিশেষজ্ঞই?

6 hours ago
মাহেকীয়াৰ পূৰ্বে অধিক বগা স্ৰাৱ? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

মাহেকীয়াৰ পূৰ্বে অধিক বগা স্ৰাৱ? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

6 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, November 9, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

‘ফটকা ফুটালে নিৰাময় হয় ৰোগ’ বিজেপি MLAৰ আজৱ মন্তব্যত তীব্ৰ চৰ্চা

বিজেপি MLAৰ আজৱ মন্তব্যত তীব্ৰ চৰ্চা

editor by editor
November 9, 2026
in বিবিধ, ভাৰত, লেখা
0
‘ফটকা ফুটালে নিৰাময় হয় ৰোগ’ বিজেপি MLAৰ আজৱ মন্তব্যত তীব্ৰ চৰ্চা
0
SHARES
1
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দীপাৱলীৰ পিছত দেশৰ বিভিন্ন প্ৰান্তত বায়ু প্ৰদূষণ বৃদ্ধি পোৱাক লৈ উদ্বেগ প্ৰকাশ কৰিছে সাধাৰণ ৰাইজে। বিশেষকৈ ফটকাৰ ধোঁৱা আৰু ইয়াৰ ক্ষতিকাৰক প্ৰভাৱক লৈ স্বাস্থ্য বিশেষজ্ঞসকলে সতৰ্কবাণী দিছে। এনে সময়তে পশ্চিমবংগৰ বিজেপিৰ MLA পাপিয়া অধিকাৰীৰ এক মন্তব্যই সৃষ্টি কৰিছে তীব্ৰ বিতৰ্কৰ।

কলকাতাৰ টালিগঞ্জ বিধানসভা সমষ্টিৰ MLA পাপিয়া অধিকাৰীয়ে ফটকা ফুটালে বহু ৰোগ নিৰাময় হয় বুলি দাবী কৰিছে। কালী পূজাৰ এক অনুষ্ঠান উদ্বোধন কৰাৰ সময়ত তেওঁ কৰা এই মন্তব্যৰ ভিডিঅ’ ইতিমধ্যে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। তেওঁৰ এই বক্তব্যক লৈ বিভিন্নজনে প্ৰশ্ন উত্থাপন কৰাৰ লগতে ঠাট্টা-মস্কৰাও কৰিছে।

নিজৰ সমষ্টিত কালী পূজাৰ অনুষ্ঠান উদ্বোধন কৰিবলৈ গৈ পাপিয়া অধিকাৰীয়ে কয় যে ফটকা ফুটালে বহু ৰোগ নিৰাময় কৰাত সহায় কৰে। তেওঁ লগতে উল্লেখ কৰে যে মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়েও ফটকা ফুটোৱাৰ কথা কৈছে। বিধায়কগৰাকীয়ে কয়, “ফটকা অবিহনে কালী পূজা কেনেকৈ সম্পূৰ্ণ হ’ব? আমি ফটকা জ্বলাম, কিন্তু আৰক্ষীৰ নিৰ্দেশনাও মানি চলিম।”

অৱশ্যে ফটকা জ্বলালে ৰোগ নিৰাময় হয় বুলি কৰা এই দাবীৰ কোনো বৈজ্ঞানিক ভিত্তি নাই। স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে, ফটকাৰ পৰা নিৰ্গত ধোঁৱা আৰু বিষাক্ত পদাৰ্থই মানুহৰ স্বাস্থ্যৰ ওপৰত বিৰূপ প্ৰভাৱ পেলায়। বিশেষকৈ হাঁপানী, শ্বাস-প্ৰশ্বাসজনিত সমস্যা আৰু হৃদৰোগত আক্ৰান্ত লোকৰ বাবে ফটকাৰ ধোঁৱা অধিক বিপজ্জনক হ’ব পাৰে।

দীপাৱলীৰ পিছত কলকাতাত বায়ু আৰু শব্দ প্ৰদূষণ বৃদ্ধি পোৱাক লৈ উদ্বেগ প্ৰকাশ কৰা হৈছে। কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডৰ তথ্য অনুসৰি, দীপাৱলীৰ দিনা কলকাতাৰ গড় বায়ুৰ গুণগত মান সূচক (AQI) ৩০১ ৰেকৰ্ড কৰা হৈছিল। এই পৰিমাণ ‘অতি চিন্তাজনক’ শ্ৰেণীৰ অন্তৰ্গত। এনে পৰিস্থিতিত ফটকা জ্বলালে ৰোগ নিৰাময় হয় বুলি বিধায়কগৰাকীয়ে কৰা দাবীয়ে নতুন বিতৰ্কৰ সূচনা কৰিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ৰাজ্যত দীপাৱলীৰ দিনাই গুলীচালনাৰ ঘটনা
অপৰাধ

ৰাজ্যত দীপাৱলীৰ দিনাই গুলীচালনাৰ ঘটনা

November 9, 2026
ঢাকাত চীনা নাগৰিকৰ বিতৰ্কিত লাইভষ্ট্ৰিমিং!
বিশ্ব

ঢাকাত চীনা নাগৰিকৰ বিতৰ্কিত লাইভষ্ট্ৰিমিং!

November 9, 2026
বেলুন ফুলাই থকা অৱস্থাত ১০ বছৰীয়া কন্যাৰ কৰুণ মৃ*ত্যু
ভাৰত

বেলুন ফুলাই থকা অৱস্থাত ১০ বছৰীয়া কন্যাৰ কৰুণ মৃ*ত্যু

November 9, 2026
ৰাজ্যত পুনৰ লাভ জেহাদ, ইনষ্টাগ্ৰামত প্ৰেমৰ জাল
অসম

ৰাজ্যত পুনৰ লাভ জেহাদ, ইনষ্টাগ্ৰামত প্ৰেমৰ জাল

November 9, 2026

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.