• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
CBSE ৰ দশম শ্ৰেণীৰ পৰীক্ষা বাতিল, স্থগিত দ্বাদশ শ্ৰেণীৰ পৰীক্ষা

CBSE ৰ দশম শ্ৰেণীৰ পৰীক্ষা বাতিল, স্থগিত দ্বাদশ শ্ৰেণীৰ পৰীক্ষা

6 years ago
ডাকঘৰৰ আচৰিত আঁচনি, ৫ বছৰত অকল ৩ লাখ টকা সুত পাব!

ডাকঘৰৰ আচৰিত আঁচনি, ৫ বছৰত অকল ৩ লাখ টকা সুত পাব!

40 minutes ago
বন্ধ হ’ব নেকি Spicejet ? DGCA ৰ জাননীৰ পিছত অনিশ্চয়তা

বন্ধ হ’ব নেকি Spicejet ? DGCA ৰ জাননীৰ পিছত অনিশ্চয়তা

1 hour ago
‘এটা কিয়, বেছিকৈ সন্তান জন্ম দিয়ক!’ কিয় এইদৰে ক’লে কেৰ’লাইন লিভিটে?

‘এটা কিয়, বেছিকৈ সন্তান জন্ম দিয়ক!’ কিয় এইদৰে ক’লে কেৰ’লাইন লিভিটে?

2 hours ago
বিবাহিত ৰোহিত শ্বেট্টীৰ সৈতে অভিনেত্ৰীৰ প্ৰেমৰ গুঞ্জন, তাৰ পিছত…

বিবাহিত ৰোহিত শ্বেট্টীৰ সৈতে অভিনেত্ৰীৰ প্ৰেমৰ গুঞ্জন, তাৰ পিছত…

3 hours ago
ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ

২২ নৱেম্বৰত ভাল খবৰ পাব ৩ ৰাশিৰ লোকে, হ’ব জয়জয় ময়ময়!

3 hours ago
আজি সৌভাগ্যৰ আগমণ ঘটিব আপোনাৰ জীৱনত, জানক দৈনিক ৰাশিফল

কাইলৈ কোন কোন ৰাশিৰ ভাগ্য উজলিব, কোন কোন হ’ব সাৱধান?

4 hours ago
Early Menstruation: মাত্ৰ ৬ বছৰত ঋতুস্ৰাৱ! ভাৰতত কিয় অকাল যৌৱনপ্ৰাপ্তি বৃদ্ধি হৈছে?

Early Menstruation: মাত্ৰ ৬ বছৰত ঋতুস্ৰাৱ! ভাৰতত কিয় অকাল যৌৱনপ্ৰাপ্তি বৃদ্ধি হৈছে?

4 hours ago
ৰে’লৱেৰ নতুন নিয়ম, প্ৰভাৱ পৰিব আপোনাৰ পকেটত!

ৰে’লৰ টিকট বুকিঙৰ নিয়ম সলনি! আহিছে ডাঙৰ পৰিৱৰ্তন

6 hours ago
ভাৰতৰ প্ৰশংসাত পঞ্চমুখ ট্ৰাম্প, ক’লে- ‘ভাৰতলৈ চাই শিকক!’

ভাৰতৰ প্ৰশংসাত পঞ্চমুখ ট্ৰাম্প, ক’লে- ‘ভাৰতলৈ চাই শিকক!’

7 hours ago
জ্বলিছে বাংলাদেশ, জগৰীয়া হ’ল ভাৰত!

জ্বলিছে বাংলাদেশ, জগৰীয়া হ’ল ভাৰত!

7 hours ago
সোণে দেখুৱাইছে চমক! শীঘ্ৰে আহিব নেকি ১ লাখ টকাৰ তলত?

সোণে দেখুৱাইছে চমক! শীঘ্ৰে আহিব নেকি ১ লাখ টকাৰ তলত?

8 hours ago
খণ্ড-বিখণ্ড হ’ব নেকি পাকিস্তান?

খণ্ড-বিখণ্ড হ’ব নেকি পাকিস্তান?

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, November 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

CBSE ৰ দশম শ্ৰেণীৰ পৰীক্ষা বাতিল, স্থগিত দ্বাদশ শ্ৰেণীৰ পৰীক্ষা

editor by editor
April 14, 2021
in অসম, উত্তৰ-পূব, গুৱাহাটী, ভাৰত
0
CBSE ৰ দশম শ্ৰেণীৰ পৰীক্ষা বাতিল, স্থগিত দ্বাদশ শ্ৰেণীৰ পৰীক্ষা
0
SHARES
131
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ দেশৰ ভয়াৱহ কোভিড পৰিস্থিতিৰ বাবে বাতিল কৰা হ’ল CBSEৰ দশম শ্ৰেণীৰ পৰীক্ষা। স্থগিত ৰখা হৈছে দ্বাদশ শ্ৰেণীৰ পৰীক্ষা। ১৪ এপ্ৰিলত প্রধানমন্ত্রীৰ সৈতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ৰমেশ পোখৰিয়ালৰ বৈঠকৰ পাছত গ্ৰহণ কৰা হয় এই সিদ্ধান্ত। দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ সময়সূচীৰ ক্ষেত্ৰত ১ জুনত পুনৰ আলোচনাত মিলিত হ’ব শিক্ষা মন্ত্ৰালয়। দেশৰ শেহতীয়া পৰিস্থিতিৰ পৰ্যালোচনা কৰাৰ পাছতহে পৰৱৰ্তী সিদ্ধান্ত গ্ৰহণ কৰিব। শিক্ষাৰ্থীয়ে পৰীক্ষা বাতিলৰ বাবে কৰা আৱেদনৰ ভিত্তিত  শিক্ষা মন্ত্ৰালয় আৰু CBSE কৰ্তৃপক্ষ পূৰ্বেও আলোচনাত মিলিত হৈছিল। আলোচনা মৰ্মে, প্ৰয়োজন সাপেক্ষে ৰাজ্যিক শিক্ষাব’ৰ্ডৰ পৰীক্ষা স্থগিত ৰখাৰো সিদ্ধান্ত গ্ৰহণ কৰে কৰ্তৃপক্ষই। দশম শ্ৰেণীৰ শিক্ষাৰ্থীৰ ক্ষেত্ৰত ব’ৰ্ডৰ ‘objective criterion’ ৰ ভিত্তিত ফলাফল প্ৰস্তুত কৰা হ’ব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24CBSE board exam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নিৰ্দোষী হৈও ৪২ বছৰে আছিল কাৰাগাৰত, ব্ৰজপালৰ কাহিনীত হতবাক হ’ব আপুনিও
ভাৰত

নিৰ্দোষী হৈও ৪২ বছৰে আছিল কাৰাগাৰত, ব্ৰজপালৰ কাহিনীত হতবাক হ’ব আপুনিও

November 21, 2026
পুনৰ ডাবল মাৰ্ডাৰ! পৃথক-পৃথক স্থানত পিতৃ-কন্যাৰ মৃ*তদেহ
অপৰাধ

পুনৰ ডাবল মাৰ্ডাৰ! পৃথক-পৃথক স্থানত পিতৃ-কন্যাৰ মৃ*তদেহ

November 21, 2026
অসমত কাৰ সাহসত আত্মপ্ৰকাশ ইছলামিক সংগঠন হিজবুত তাহৰীৰ?
অসম

অসমত কাৰ সাহসত আত্মপ্ৰকাশ ইছলামিক সংগঠন হিজবুত তাহৰীৰ?

November 21, 2026
ৰে’ল ষ্টেচনৰ চাইনবৰ্ডত কিয় থাকে উচ্চতাৰ তথ্য?
ভাৰত

ৰে’ল ষ্টেচনৰ চাইনবৰ্ডত কিয় থাকে উচ্চতাৰ তথ্য?

November 21, 2026
Next Post
তিহাৰ জে’লত ক’ৰোনাঃ আক্ৰান্ত ৬৮ কয়দীসহ ১২ জে’ল কৰ্মচাৰী

তিহাৰ জে’লত ক’ৰোনাঃ আক্ৰান্ত ৬৮ কয়দীসহ ১২ জে’ল কৰ্মচাৰী

ৰঙালী বিহুৰ ওলগ জনালে মাৰ্কিন ৰাষ্ট্ৰপতি জ’ বাইডেনে

ৰঙালী বিহুৰ ওলগ জনালে মাৰ্কিন ৰাষ্ট্ৰপতি জ’ বাইডেনে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.