• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শোচনীয় কোভিড পৰিস্থিতিঃ দেশৰ ২০ ৰাজ্যত লকডাউন, সান্ধ্য আইন

শোচনীয় কোভিড পৰিস্থিতিঃ দেশৰ ২০ ৰাজ্যত লকডাউন, সান্ধ্য আইন

5 years ago
এইবাৰ ধৰ্মেন্দ্ৰ প্ৰধানৰ বিৰুদ্ধে এইগৰাকী বিজেপি সাংসদৰ কন্যাৰ পোষ্ট

এইবাৰ ধৰ্মেন্দ্ৰ প্ৰধানৰ বিৰুদ্ধে এইগৰাকী বিজেপি সাংসদৰ কন্যাৰ পোষ্ট

41 minutes ago
হোৰাহোৰে কমিল সোণ-ৰূপৰ মূল্য! আজি কিমান হ্ৰাস পালে জানো আহক

হোৰাহোৰে কমিল সোণ-ৰূপৰ মূল্য! আজি কিমান হ্ৰাস পালে জানো আহক

3 hours ago
Post Office Changes: ১ আগষ্টৰ পৰা সলনি হ’ব ডাকঘৰৰ বহু নিয়ম

Post Office Changes: ১ আগষ্টৰ পৰা সলনি হ’ব ডাকঘৰৰ বহু নিয়ম

3 hours ago
প্ৰধানমন্ত্ৰী মোদীৰ পোষ্ট ব্লক কৰি Meta-ই বিচাৰিলে ক্ষমা, ক’লে- ভুলতে হ’ল!

প্ৰধানমন্ত্ৰী মোদীৰ পোষ্ট ব্লক কৰি Meta-ই বিচাৰিলে ক্ষমা, ক’লে- ভুলতে হ’ল!

4 hours ago
৪ ঘণ্টাতে পাব চিলিণ্ডাৰ, ইণ্ডিয়ান অইলে আৰম্ভ কৰিছে নতুন চাৰ্ভিচ

৪ ঘণ্টাতে পাব চিলিণ্ডাৰ, ইণ্ডিয়ান অইলে আৰম্ভ কৰিছে নতুন চাৰ্ভিচ

5 hours ago
মন্ত্ৰীৰ পাৰ্টিত যুৱতী বিচাৰি ৮০০০০ টকাৰ প্ৰলোভন! Asomlive24 ৰ কেমেৰাত বিস্ফোৰক মন্তব্য মডেলৰ

মন্ত্ৰীৰ পাৰ্টিত যুৱতী বিচাৰি ৮০০০০ টকাৰ প্ৰলোভন! Asomlive24 ৰ কেমেৰাত বিস্ফোৰক মন্তব্য মডেলৰ

5 hours ago
জীৱনৰ পৰা আঁতৰিব বিপদ, মাত্ৰ মঙলবাৰে এইদৰে কৰক হনুমানৰ পূজা

মঙলবাৰে হনুমান মন্দিৰেলৈ গৈ জপ কৰক এইকেইটা মন্ত্ৰ, দূৰ হ’ব সকলো বিপদ!

6 hours ago
ভয়ংকৰ দুৰ্ঘটনা, ‘অমৰনাথ যাত্ৰা’ৰ তীৰ্থযাত্ৰী কঢ়িওৱা এখন বাছ পৰে দ খাৱৈত

ভয়ংকৰ দুৰ্ঘটনা, ‘অমৰনাথ যাত্ৰা’ৰ তীৰ্থযাত্ৰী কঢ়িওৱা এখন বাছ পৰে দ খাৱৈত

7 hours ago
বেংকত ওলাইছে চাকৰি, অন্তিম তাৰিখৰ পূৰ্বে কৰক আবেদন

IBPS ত চাকৰি কৰাৰ সুযোগ, শীঘ্ৰে কৰক আবেদন

8 hours ago
বলীউডৰ পৰা ডুৰাণ্ড কাপলৈ… পেছাদাৰী ফুটবলাৰ হিচাপে আত্মপ্ৰকাশ কৰিবলৈ সাজু টাইগাৰ শ্ৰফ

বলীউডৰ পৰা ডুৰাণ্ড কাপলৈ… পেছাদাৰী ফুটবলাৰ হিচাপে আত্মপ্ৰকাশ কৰিবলৈ সাজু টাইগাৰ শ্ৰফ

9 hours ago
হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়: হাতলৈ আহিব ধন, হ’ব উন্নতি…

সপোনত হনুমানক দেখাটো কিহৰ সংকেত? জানি লওক

9 hours ago
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!

আজি কাৰ কাৰ খোল খাব ভাগ্যৰ দুৱাৰ? জানক দৈনিক ৰাশিফল

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, July 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ক'ভিড-১৯

শোচনীয় কোভিড পৰিস্থিতিঃ দেশৰ ২০ ৰাজ্যত লকডাউন, সান্ধ্য আইন

editor by editor
April 21, 2021
in অসম, উত্তৰ-পূব, ক'ভিড-১৯, গুৱাহাটী, ভাৰত
0
শোচনীয় কোভিড পৰিস্থিতিঃ দেশৰ ২০ ৰাজ্যত লকডাউন, সান্ধ্য আইন
0
SHARES
226
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ ক্ৰমাৎ অধিক ভয়াৱহ হৈ পৰিছে দেশৰ কোভিড পৰিস্থিতি। প্ৰতিদিনে দেশৰ আক্ৰান্তৰ সংখ্যাই গঢ়িছে নতুন ৰেকৰ্ড। বিগত ২৪ ঘণ্টাত ভাৰতত নতুনকৈ কোভিডত আক্ৰান্ত হৈছে ২ লাখ ৫৯ হাজাৰ লোক। সমান্তৰালকৈ দেশৰ প্ৰতিটো প্ৰান্তত দ্ৰুত গতিত চলি আছে প্ৰতিষেধক প্ৰদান অভিযান। তাৰ মাজতো অভাৱনীয়ভাৱে বৃদ্ধি হোৱা সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি দেশৰ বিভিন্ন স্থানত জাৰি কৰা হৈছে কঠোৰ কেভিড বিধিৰ লগতে লকডাউন আৰু সান্ধ্য আইন। অসমকে ধৰি ভাৰতৰ ২০টা স্থানত অব্যাহত আছে সান্ধ্য আইন।

অসমঃ ২০ এপ্ৰিলৰ পৰা ৩০ এপ্ৰিললৈ অসমত ঘোষণা কৰা হৈছে সান্ধ্য আইন। ৰাজ্যৰ কঠিন কোভিড পৰিস্থিতিৰ বাবে নতুন sop জাৰি কৰিছে ৰাজ্য চৰকাৰে।

মহাৰাষ্ট্ৰঃ অধিক শোচনীয় হৈ পৰিছে মহাৰাষ্ট্ৰৰ কোভিড পৰিস্থিতি। দেশৰ ভিতৰত সৰ্বাধিক আক্ৰান্ত হৈছে মহাৰাষ্ট্ৰত। নিশা ৮ বজাৰ পৰা পুৱা ৭ বজালৈ জাৰি কৰা হৈছে সান্ধ্য আইন।

দিল্লীঃ ৰাজধানী দিল্লীত জাৰি আছে সম্পূৰ্ণ লকডাউন। জৰুৰী সেৱাৰ বাবে বন্ধ আছে সকলো। ২৬ এপ্ৰিলৰ পুৱা ৫ বজা পৰ্যন্ত ঘোষণা কৰা হৈছে লকডাউন।

উত্তৰ প্ৰদেশঃ কোভিড সংক্ৰমণ বৃদ্ধিৰ বাবে সাপ্তাহিক লকডাউন ঘোষণা কৰা হৈছে উত্তৰ প্ৰদেশত। শুকুৰবাৰে নিশা ৮ বজাৰ পৰা সোমবাৰে পুৱা ৭ বজালৈকে ক’ৰোনা কাৰ্ফিউৰ নিৰ্দেশনা জাৰি কৰা হৈছে।

গুজৰাটঃ গুজৰাটত জাৰি আছে সান্ধ্য আইন। স্কুল-কলেজ, শ্বপিং মল, ছবিগৃহ সকলোবোৰ বন্ধ আছে ৰাজ্যখনত।

বিহাৰঃ বিহাৰত ১৪৪ ধাৰা জাৰি কৰিছে প্ৰশাসনে। নিশা ৯ বজাৰ পৰা পুৱা ৭ বজালৈ সান্ধ্য আইন জাৰি।

উত্তৰাখণ্ডঃ উত্তৰাখণ্ডত সান্ধ্য আইনৰ লগতে প্ৰশাসনে জাৰি কৰিছে সাপ্তাহিক লকডাউন।

ৰাজস্থানঃ ১৫ মে’ পৰ্যন্ত ৰাজস্থানত লকডাউন ঘোষণা। ৰাজ্যখনত কেৱল জৰুৰী সেৱা উপলব্ধ।

পঞ্জাৱঃ পঞ্জাৱতো ৩০ এপ্ৰিল পৰ্যন্ত সান্ধ্য আইন ঘোষণা কৰিচে প্ৰশাসনে।

পুডুচেৰীঃ ক’ৰোনাৰ বৰ্ধিত সংক্ৰমণৰ বাবে পুডুচেৰীত ২৩ এপ্ৰিলৰ পৰা ২৬ এপ্ৰিললৈ সম্পূৰ্ণ লকডাউন ঘোষণা কৰিছে।

ঝাৰখণ্ডঃ ঝাৰখণ্ডত ২২ এপ্ৰিলৰ পৰা ২৯ এপ্ৰিললৈ এসপ্তাহৰ লকডাউন ঘোষণা। ‘স্বাস্থ্য সুৰক্ষা সপ্তাহ’ পালনৰ আহ্বান ঝাৰখণ্ড প্ৰশাসনৰ।

তেলেংগনাঃ নিশা ৯ বজাৰ পৰা পুৱা ৫ বজালৈ তেলেংগনাত সান্ধ্য আইন ঘোষণা। ১ মে’ পৰ্যন্ত অব্যাহত থাকিব সান্ধ্য আইন।

কেৰালাঃ ২০ এপ্ৰিলৰ পৰা কেৰালাত সান্ধ্য আইন ঘোষণা কৰিছে প্ৰশাসনে। বৰ্হিৰাজ্যৰ পৰা অহা প্ৰতিগৰাকী ব্যক্তিৰ বাবে rtpcr পৰীক্ষণ বাধ্যতামূলক কৰিছে প্ৰশাসনে।

তামিলনাডুঃ তামিলনাডু প্ৰশাসনে নিশা ১০ বজাৰ পৰা পুৱা ৪ বজালৈ সান্ধ্য আইন জাৰি কৰিছে ৰাজ্যখনত।

জম্মু-কাশ্মীৰঃ জম্মু-কাশ্মীৰত কঠোৰ কোভিড প্ৰট’কল জাৰি কৰিছে প্ৰশাসনে। ৰাজ্যৰ সকলো শিক্ষানুষ্ঠান বন্ধৰ নিৰ্দেশ।

মণিপুৰঃ মণিপুৰত সন্ধিয়া ৭ বজাৰ পৰা পুৱা ৫ বজালৈ সান্ধ্য আইন জাৰি।

হিমাচল প্ৰদেশঃ হিমাচল প্ৰদেশত সাপ্তাহিক লকডাউন ঘোষণা। ৰাতি ৮ বজাৰ পৰা পুৱা ৫ বজালৈ সান্ধ্য আইন জাৰি।

কৰ্ণাটকঃ ২১ এপ্ৰিলৰ পৰা ৪ মে’ পৰ্যন্ত সাপ্তাহিক লকডাউন জাৰি কৰ্ণাটকত।

ওড়িশাঃ ওড়িশাৰ ৪খন জিলাত RED ZONE ঘোষণা। সান্ধ্য আইনৰ লগতে সাপ্তাহিক লকডাউন ঘোষণা ৰাজ্যখনত।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24covid 19
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এইবাৰ ধৰ্মেন্দ্ৰ প্ৰধানৰ বিৰুদ্ধে এইগৰাকী বিজেপি সাংসদৰ কন্যাৰ পোষ্ট
ৰাজনীতি

এইবাৰ ধৰ্মেন্দ্ৰ প্ৰধানৰ বিৰুদ্ধে এইগৰাকী বিজেপি সাংসদৰ কন্যাৰ পোষ্ট

July 28, 2026
প্ৰধানমন্ত্ৰী মোদীৰ পোষ্ট ব্লক কৰি Meta-ই বিচাৰিলে ক্ষমা, ক’লে- ভুলতে হ’ল!
ভাৰত

প্ৰধানমন্ত্ৰী মোদীৰ পোষ্ট ব্লক কৰি Meta-ই বিচাৰিলে ক্ষমা, ক’লে- ভুলতে হ’ল!

July 28, 2026
ভয়ংকৰ দুৰ্ঘটনা, ‘অমৰনাথ যাত্ৰা’ৰ তীৰ্থযাত্ৰী কঢ়িওৱা এখন বাছ পৰে দ খাৱৈত
ভাৰত

ভয়ংকৰ দুৰ্ঘটনা, ‘অমৰনাথ যাত্ৰা’ৰ তীৰ্থযাত্ৰী কঢ়িওৱা এখন বাছ পৰে দ খাৱৈত

July 28, 2026
দীঘলীয়া অনশনৰ পিছত কিয় কেৱল নাৰিকলৰ পানী বা ফলৰ ৰস দিয়া হয়?
জীৱনশৈলী

দীঘলীয়া অনশনৰ পিছত কিয় কেৱল নাৰিকলৰ পানী বা ফলৰ ৰস দিয়া হয়?

July 27, 2026
Next Post
অক্সিজেন টেংক লীক হৈ মহাৰাষ্ট্ৰত ১১ জনৰ মৃত্যু

অক্সিজেন টেংক লীক হৈ মহাৰাষ্ট্ৰত ১১ জনৰ মৃত্যু

বিশ্বৰ প্ৰথমখন ক’ৰোনা মুক্ত দেশ ইজৰাইল

বিশ্বৰ প্ৰথমখন ক’ৰোনা মুক্ত দেশ ইজৰাইল

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.