• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অবিশ্বাস্য, কিন্তু সত্য- ৪২৭ ৰানৰ লক্ষ্য লৈ খেলপথাৰত নামি ২ ৰানতে অল আউট

অবিশ্বাস্য, কিন্তু সত্য- ৪২৭ ৰানৰ লক্ষ্য লৈ খেলপথাৰত নামি ২ ৰানতে অল আউট

10 months ago
কাইলৈৰ ৰাশিফলঃ সৰ্বাৰ্থ সিদ্ধি যোগৰ সৈতে থাকিব অমৃত সিদ্ধি যোগ, সুফল পাব এই ৫ৰাশিয়ে

কাইলৈৰ ৰাশিফলঃ সৰ্বাৰ্থ সিদ্ধি যোগৰ সৈতে থাকিব অমৃত সিদ্ধি যোগ, সুফল পাব এই ৫ৰাশিয়ে

21 minutes ago
চিকিৎসকেই ১৬ সন্তানৰ পিতৃ, চিকিৎসকৰ বিৰুদ্ধে আৰক্ষীৰ কাষ চাপিছে ১৬ মহিলা, কেনেকৈ চিকিৎসক পিতৃ হ’ল ১৬ সন্তানৰ?

চিকিৎসকেই ১৬ সন্তানৰ পিতৃ, চিকিৎসকৰ বিৰুদ্ধে আৰক্ষীৰ কাষ চাপিছে ১৬ মহিলা, কেনেকৈ চিকিৎসক পিতৃ হ’ল ১৬ সন্তানৰ?

50 minutes ago
প্ৰত্যাশা, আকৌ এই বাটেৰেই বিধায়ক হৈ আহিম…! ধোদৰ আলিত বহি অসমবাসীক প্ৰণাম জনাই কি প্ৰত্যাশা জনালে ৰূপজ্যোতি কূৰ্মী অৰ্থাৎ ধনুকাইয়ে?

প্ৰত্যাশা, আকৌ এই বাটেৰেই বিধায়ক হৈ আহিম…! ধোদৰ আলিত বহি অসমবাসীক প্ৰণাম জনাই কি প্ৰত্যাশা জনালে ৰূপজ্যোতি কূৰ্মী অৰ্থাৎ ধনুকাইয়ে?

2 hours ago
৪লাখ ৫০ হাজাৰ টকা আত্মসাৎ, পাৰ্টী অফিচত সোমাই বিজেপি নেতাক চ**ৰিয়ালে মহিলাই, ক’ত এই ঘটনা?

৪লাখ ৫০ হাজাৰ টকা আত্মসাৎ, পাৰ্টী অফিচত সোমাই বিজেপি নেতাক চ**ৰিয়ালে মহিলাই, ক’ত এই ঘটনা?

2 hours ago
আৰম্ভ হৈছে চ’ত নৱৰাত্ৰি, তিনিটাকৈ শুভ যোগ আৰু দেৱী দুৰ্গাৰ আশীৰ্বাদত উজলি উঠিব এই ৪ৰাশিৰ জাতক-জাতিকা

আৰম্ভ হৈছে চ’ত নৱৰাত্ৰি, তিনিটাকৈ শুভ যোগ আৰু দেৱী দুৰ্গাৰ আশীৰ্বাদত উজলি উঠিব এই ৪ৰাশিৰ জাতক-জাতিকা

2 hours ago
উদিত হ’ব শনি, শনিৰ কৃপাত অৰ্থসুখ লাভ কৰিব এই ৫ৰাশিৰ জাতকে, প্ৰেম জীৱনতো সুখ আহিব কোন কোন ৰাশিৰ?

উদিত হ’ব শনি, শনিৰ কৃপাত অৰ্থসুখ লাভ কৰিব এই ৫ৰাশিৰ জাতকে, প্ৰেম জীৱনতো সুখ আহিব কোন কোন ৰাশিৰ?

3 hours ago
ৰীল বনাই হওক লাখপতি, ফেচবুকে কৰিব আপোনাক সহায়!

ৰীল বনাই হওক লাখপতি, ফেচবুকে কৰিব আপোনাক সহায়!

4 hours ago
দশম-দ্বাদশ উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?

দশম-দ্বাদশ উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?

5 hours ago
বিজেপিৰ প্ৰাৰ্থী তালিকা ঘোষণা, কাৰ কাৰ স্বপ্ন ভংগ দিছপুৰ যোৱাৰ?

বিজেপিৰ প্ৰাৰ্থী তালিকা ঘোষণা, কাৰ কাৰ স্বপ্ন ভংগ দিছপুৰ যোৱাৰ?

6 hours ago
কিয় ছৌদি আৰৱত ঈদৰ চন্দ্ৰ দেখাৰ এদিন পিছতে ভাৰতত ঈদ পালন হয়?

কিয় ছৌদি আৰৱত ঈদৰ চন্দ্ৰ দেখাৰ এদিন পিছতে ভাৰতত ঈদ পালন হয়?

6 hours ago
LPG চিলিণ্ডাৰৰ তলত কিয় সৰু সৰু ফুটা থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

LPG চিলিণ্ডাৰৰ তলত কিয় সৰু সৰু ফুটা থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

7 hours ago
কিয় জগন্নাথ মন্দিৰৰ ছাঁ নপৰে? জানক অলৌকিক ৰহস্য

কিয় জগন্নাথ মন্দিৰৰ ছাঁ নপৰে? জানক অলৌকিক ৰহস্য

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, March 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

অবিশ্বাস্য, কিন্তু সত্য- ৪২৭ ৰানৰ লক্ষ্য লৈ খেলপথাৰত নামি ২ ৰানতে অল আউট

editor by editor
May 27, 2025
in ক্ৰীড়া, বিবিধ, বিশ্ব
0
অবিশ্বাস্য, কিন্তু সত্য- ৪২৭ ৰানৰ লক্ষ্য লৈ খেলপথাৰত নামি ২ ৰানতে অল আউট
0
SHARES
4.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অবিশ্বাস্য, কিন্তু সত্য- ৪২৭ ৰানৰ লক্ষ্য লৈ খেলপথাৰত নামি ২ ৰানতে অল আউট

কেতিয়াবা ক্ৰিকেট খেলপথাৰত এনে অলৌকিকতা দেখা যায়, যি সহজে বিশ্বাস কৰাটো টান হৈ পৰে। যাৰ বাবেই ক্ৰিকেটক ‘অনিশ্চয়তাৰ খেল’ বুলি কোৱা হয়। তেনেই এক ঘটনা ঘটিছে ব্ৰিটেইনত।

ব্ৰিটেইনৰ ক্লাব ক্ৰিকেটৰ এখন খেলত এটা দলে বিৰোধী দলক বান্ধি দিয়ে ৪২৭ ৰানৰ লক্ষ্য। এই বিশাল লক্ষ্য পাৰ উদ্দেশ্যে খেলপথাৰত নামি কিন্তু দলে দেখুৱালে একেবাৰে বিপৰীত এখন ছবি, যাৰ বাবে এতিয়া সমগ্ৰ বিশ্বজুৰি চৰ্চিত হৈছে খেলখন।

কাৰণ দলটোৱে ৪২৭ ৰানৰ লক্ষ্য লৈ খেলপথাৰত নামি মাথো ২ ৰান কৰিয়ে অল আউট হয়। যি একেবাৰে লজ্জাজনত খেল হিচাপে পৰিগণিত হয়। ক্ৰিকেট খেলপথাৰত এনে ঘটনা খুব কমেইহে দেখা যায়।

আচলতে ব্ৰিটেইনত খেলা মিডলছেক্স কাউন্টি ক্ৰিকেট লীগত মিডলছেক্স লীগৰ খেলখন নৰ্থ লণ্ডন ক্লাব আৰু ৰিচমণ্ড ক্ৰিকেট ক্লাবৰ মাজত অনুষ্ঠিত হৈছিল। মিডলছেক্স কাউন্টি ক্ৰিকেট লীগৰ তৃতীয় স্তৰৰ ডিভিজন একৰ এখন খেলত নৰ্থ লণ্ডন চিচি (নৰ্থ লণ্ডন চিচি ৩য় একাদশ) আৰু ৰিচমণ্ড চিচি (ৰিচমণ্ড চিচি ৪ৰ্থ একাদশ), মিডেক্সৰ মাজত অনুষ্ঠিত হৈছিল।

য’ত নৰ্থ লণ্ডন চিচি দলে প্ৰথমে বেটিং কৰি ৪৫ অভাৰত ৬ টা উইকেটত ৪২৬ ৰান সংগ্ৰহ কৰে। কিন্তু ৪২৭ ৰানৰ লক্ষ্য খেদি ৰিচমণ্ড চিচিৰ দলটোৱে ২ ৰানত অল আউট হয়।

ৰিচমণ্ড চিচি দলৰ ৮ জন বেটছমেন ০ ৰানত আউট হয়। ৰিচমণ্ড চিচিৰ ইনিংছ মাত্ৰ ৩৪টা বলতে শেষ হৈ যায়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Britain CricketcricketCricket World
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

প্ৰত্যাশা, আকৌ এই বাটেৰেই বিধায়ক হৈ আহিম…! ধোদৰ আলিত বহি অসমবাসীক প্ৰণাম জনাই কি প্ৰত্যাশা জনালে ৰূপজ্যোতি কূৰ্মী অৰ্থাৎ ধনুকাইয়ে?
জীৱনশৈলী

প্ৰত্যাশা, আকৌ এই বাটেৰেই বিধায়ক হৈ আহিম…! ধোদৰ আলিত বহি অসমবাসীক প্ৰণাম জনাই কি প্ৰত্যাশা জনালে ৰূপজ্যোতি কূৰ্মী অৰ্থাৎ ধনুকাইয়ে?

March 19, 2026
ৰীল বনাই হওক লাখপতি, ফেচবুকে কৰিব আপোনাক সহায়!
প্ৰযুক্তি

ৰীল বনাই হওক লাখপতি, ফেচবুকে কৰিব আপোনাক সহায়!

March 19, 2026
দশম-দ্বাদশ উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?
নিয়োগ

দশম-দ্বাদশ উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?

March 19, 2026
LPG চিলিণ্ডাৰৰ তলত কিয় সৰু সৰু ফুটা থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ
প্ৰযুক্তি

LPG চিলিণ্ডাৰৰ তলত কিয় সৰু সৰু ফুটা থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

March 19, 2026
Next Post
জানেনে নখৰ পৰা জানিব পাৰি লিভাৰৰ সুস্থতাৰ বিষয়ে, পাছে কিদৰে ?

জানেনে নখৰ পৰা জানিব পাৰি লিভাৰৰ সুস্থতাৰ বিষয়ে, পাছে কিদৰে ?

অপাৰেচন সিন্দূৰৰ নতুন ভিডিঅ’ সমুখলৈ, বি এছ এফে ধ্বংস কৰে পাকিস্তানৰ ৭২টা পোষ্ট

অপাৰেচন সিন্দূৰৰ নতুন ভিডিঅ' সমুখলৈ, বি এছ এফে ধ্বংস কৰে পাকিস্তানৰ ৭২টা পোষ্ট

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.