• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পুনৰ লাভ জেহাদৰ বলি এগৰাকী যুৱতী! গুজৰাটৰ ফ্লেটত চ*ৰম পন্থা

পুনৰ লাভ জেহাদৰ বলি এগৰাকী যুৱতী! গুজৰাটৰ ফ্লেটত চ*ৰম পন্থা

3 months ago
একেৰাহে বন্ধ থাকিব বেংক! জানক UPI, ATM আৰু নেট বেংকিং চলি থাকিবনে?

একেৰাহে বন্ধ থাকিব বেংক! জানক UPI, ATM আৰু নেট বেংকিং চলি থাকিবনে?

2 hours ago
মুকলি আকাশৰ তলত CJPৰ প্ৰতিবাদকাৰী, প্ৰায় ১২ঘণ্টাৰ অন্তত কৰি দিলে মুকলি

মুকলি আকাশৰ তলত CJPৰ প্ৰতিবাদকাৰী, প্ৰায় ১২ঘণ্টাৰ অন্তত কৰি দিলে মুকলি

2 hours ago
SIP vs Stocks: SIP নে Stocks, ধন বিনিয়োগ কৰিলে আপুনি ক’ত অধিক লাভ পাব?

SIP vs Stocks: SIP নে Stocks, ধন বিনিয়োগ কৰিলে আপুনি ক’ত অধিক লাভ পাব?

3 hours ago
১ অক্টোবৰৰ পৰা সলনি হ’ব মৃত্যুৰ প্ৰমাণ পত্ৰৰ নিয়ম, ভুল কৰিলে নাপাব!

১ অক্টোবৰৰ পৰা সলনি হ’ব মৃত্যুৰ প্ৰমাণ পত্ৰৰ নিয়ম, ভুল কৰিলে নাপাব!

3 hours ago
ছয় আৰু ছয়… বিৰাট কোহলীয়ে দেখুৱালে যাদু, ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে প্ৰথমখন এদিনীয়াত শতক অৰ্জন

ছয় আৰু ছয়… বিৰাট কোহলীয়ে দেখুৱালে যাদু, ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে প্ৰথমখন এদিনীয়াত শতক অৰ্জন

4 hours ago
বাৰে বাৰে মুখত ঘাঁ হৈ থাকে নেকি? হ’ব পাৰে এইসমূহ ৰোগৰ সংকেত…

বাৰে বাৰে মুখত ঘাঁ হৈ থাকে নেকি? হ’ব পাৰে এইসমূহ ৰোগৰ সংকেত…

4 hours ago
অন্তৰংগ দৃশ্যৰ সময়ত নিজকে ৰখাব নোৱাৰিলে অভিনেতাই! তাৰ পিছত…

অন্তৰংগ দৃশ্যৰ সময়ত নিজকে ৰখাব নোৱাৰিলে অভিনেতাই! তাৰ পিছত…

5 hours ago
‘হত শৈশৱ’

‘হত শৈশৱ’

6 hours ago
দ্য  ইনভিজিবল  মেন

দ্য ইনভিজিবল মেন

7 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

ভাগ্যই দেখুৱাব যাদু! কাইলৈ ৩ ৰাশিয়ে পাব ভাল খবৰ

8 hours ago
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!

২৮ ছেপ্তেম্বৰত বহুতৰে সলনি হ’ব জীৱন, কেৰিয়াৰ, ধন-সম্পত্তি আৰু প্ৰেমৰ সকলো কথা জানক

8 hours ago
বিশ্বৰ ক’ত ক’ত সাধাৰণ লোকৰ বাবে বিৱাহ বিচ্ছেদ প্ৰায় অসম্ভৱ?

বিশ্বৰ ক’ত ক’ত সাধাৰণ লোকৰ বাবে বিৱাহ বিচ্ছেদ প্ৰায় অসম্ভৱ?

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, September 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

পুনৰ লাভ জেহাদৰ বলি এগৰাকী যুৱতী! গুজৰাটৰ ফ্লেটত চ*ৰম পন্থা

আছলাম নামৰ এজন যুৱকৰ বিৰুদ্ধে হত্যাৰ অভিযোগ

editor by editor
June 27, 2026
in অপৰাধ, ভাৰত, লেখা
0
পুনৰ লাভ জেহাদৰ বলি এগৰাকী যুৱতী! গুজৰাটৰ ফ্লেটত চ*ৰম পন্থা
0
SHARES
49
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
গুজৰাটৰ ৰাজকোটত এগৰাকী যুৱতীৰ মৃ*ত্যুক কেন্দ্ৰ কৰি দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ঘটনাৰ বিৱৰণী মতে বিগত ২২ জুনত ৰাজকোটৰ গণ্ডল চকডীৰ এটা ভাৰাঘৰত উদ্ধাৰ হয় এগৰাকী যুৱতীৰ মৃ*তদেহ। আৰক্ষীৰ প্ৰাথমিক তদন্তত যুৱতীগৰাকীয়ে চ*ৰম পন্থা লোৱা বুলি সন্দেহ কৰা হৈছে যদিও ভুক্তভোগী যুৱতীগৰাকী শোষণ, গৃহ হিংসা, মানসিক নিৰ্যাতনৰ বলি হোৱাৰ উপৰিও এয়া পৰিকল্পিত হ*ত্যা বুলি অভিযোগ উত্থাপন কৰিছে যুৱতীগৰাকীৰ পিতৃ-মাতৃয়ে। ঘটনাৰ পূৰ্বে ভুক্তভোগী যুৱতীগৰাকীয়ে ছ’চিয়েল মিডিয়াত “Papa, I have lost the battle of life” বুলি লিখি যোৱা পোষ্টটো সম্প্ৰতি ব্যাপকভাৱে ভাইৰেল হৈছে।

মুছলমান যুৱকৰ সৈতে লিভ-ইনত আছিল যুৱতীগৰাকী

উল্লেখ্য যে গুজৰাটৰ জুনাগঢ়ৰ বাসিন্দা আছলাম হুছেইন ছামাৰ নামৰ এজন যুৱকৰ সৈতে ২০২৫ৰ অক্টোবৰৰ পৰা লিভ-ইনত আছিল ভুক্তভোগী যুৱতীগৰাকী। অভিযোগ অনুসৰি পূৰ্বে বিবাহিত আছলামে গোপনে ৰাখিছিল এই কথা। যুৱতীগৰাকীৰ পিতৃ-মাতৃয়ে অভিযোগ কৰা অনুসৰি আছলামে নিয়মীয়াকৈ যুৱতীগৰাকীক মাৰপিট কৰিছিল। যুৱতীগৰাকীৰ শৰীৰত আঘাত আৰু নখৰ আঁচোৰৰ চিন পোৱা গৈছে বুলি দাবী কৰিছে পিতৃ-মাতৃয়ে। ইয়াৰ উপৰিও যুৱতীগৰাকীৰ বহু মূল্যৱান গহনা তেওঁৰ সন্মতি অবিহনে বন্ধকতো থোৱাৰ অভিযোগ উত্থাপিত হৈছে আছলামৰ বিৰুদ্ধে। যুৱতীগৰাকীক বলপূৰ্বক গ*ৰ্ভপাত কৰোৱাৰো গুৰুতৰ অভিযোগ উত্থাপিত হৈছে আছলামৰ বিৰুদ্ধে। ৰহস্যজনকভাৱে যুৱতীগৰাকীৰ মৃত্যুৰ পিছৰে পৰা নিৰুদ্দিষ্ট হৈ আছে আছলাম আৰু সম্প্ৰতি মোবাইল ফোনো বন্ধ আছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

ৰাজনৈতিক পৰিচয়

উল্লেখ্য যে ২০২৫ চনত জেতপুৰ-নৱাগঢ় পৌৰ নিগম নিৰ্বাচনত আম আদমি পাৰ্টীৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিছিল নন্দিনী নামৰ যুৱতীগৰাকীয়ে। ৰাজনৈতিক আৰু সামাজিকভাৱে সক্ৰিয় যুৱতীয়েই যদি লাভ জেহাদৰ বলি হয় তেনেহলে সাধাৰণ যুৱতীসকলৰ ক্ষেত্ৰত কি হ’ব পাৰে বুলিও ইতিমধ্যে চৰ্চা চলিছে। এই ঘটনা পোহৰলৈ অহাৰ পিছতে ৰাষ্ট্ৰীয় মহিলা আয়োগে ঘটনা সন্দৰ্ভত  তাৎক্ষণিক তদন্তৰ ব্যৱস্থা কৰি অভিযুক্ত গ্ৰেপ্তাৰৰ নিৰ্দেশ দিয়াৰ লগতে ৭ দিনৰ ভিতৰত বিস্তৃত প্ৰতিবেদন দাখিলৰ নিৰ্দেশ দিয়ে
এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24CRIME
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

একেৰাহে বন্ধ থাকিব বেংক! জানক UPI, ATM আৰু নেট বেংকিং চলি থাকিবনে?
বাণিজ্য

একেৰাহে বন্ধ থাকিব বেংক! জানক UPI, ATM আৰু নেট বেংকিং চলি থাকিবনে?

September 27, 2026
মুকলি আকাশৰ তলত CJPৰ প্ৰতিবাদকাৰী, প্ৰায় ১২ঘণ্টাৰ অন্তত কৰি দিলে মুকলি
অসম

মুকলি আকাশৰ তলত CJPৰ প্ৰতিবাদকাৰী, প্ৰায় ১২ঘণ্টাৰ অন্তত কৰি দিলে মুকলি

September 27, 2026
SIP vs Stocks: SIP নে Stocks, ধন বিনিয়োগ কৰিলে আপুনি ক’ত অধিক লাভ পাব?
বাণিজ্য

SIP vs Stocks: SIP নে Stocks, ধন বিনিয়োগ কৰিলে আপুনি ক’ত অধিক লাভ পাব?

September 27, 2026
১ অক্টোবৰৰ পৰা সলনি হ’ব মৃত্যুৰ প্ৰমাণ পত্ৰৰ নিয়ম, ভুল কৰিলে নাপাব!
বাণিজ্য

১ অক্টোবৰৰ পৰা সলনি হ’ব মৃত্যুৰ প্ৰমাণ পত্ৰৰ নিয়ম, ভুল কৰিলে নাপাব!

September 27, 2026
Next Post
Salman Khan: গেলাক্সি এৰিব বিচাৰিছে চলমানে! হঠাৎ কিয় এনে সিদ্ধান্ত ল’লে ভাইজানে?

Salman Khan: গেলাক্সি এৰিব বিচাৰিছে চলমানে! হঠাৎ কিয় এনে সিদ্ধান্ত ল’লে ভাইজানে?

চৰ্দিত নাক বন্ধ? ঘৰুৱা সহজ উপায়েৰে কৰক ঠিক

চৰ্দিত নাক বন্ধ? ঘৰুৱা সহজ উপায়েৰে কৰক ঠিক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.