• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কংগ্ৰেছত মোক্ষম আঘাত

কংগ্ৰেছত মোক্ষম আঘাত

5 years ago
NPS-ৰ ডাঙৰ আপডেট, আপোনাৰ বাবে কি কি পৰিৱৰ্তন হ’ব?

NPS-ৰ ডাঙৰ আপডেট, আপোনাৰ বাবে কি কি পৰিৱৰ্তন হ’ব?

50 minutes ago
দেখাত বিলাহীত দৰে, কিন্তু এই ফলে টিউমাৰ পৰা কৰ্কটৰ সম্ভাৱনা কৰে হ্ৰাস!

দেখাত বিলাহীত দৰে, কিন্তু এই ফলে টিউমাৰ পৰা কৰ্কটৰ সম্ভাৱনা কৰে হ্ৰাস!

1 hour ago
সুকন্যা সমৃদ্ধি যোজনাত প্ৰতিমাহে কৰক ৫০০ টকা জমা, মেচিউৰিটিৰ সময়ত কিমান টকা পাব জানি লওক

সুকন্যা সমৃদ্ধি যোজনাত প্ৰতিমাহে কৰক ৫০০ টকা জমা, মেচিউৰিটিৰ সময়ত কিমান টকা পাব জানি লওক

2 hours ago
সোণৰ মূল্য হ্ৰাস নে বৃদ্ধি? কেন্দ্ৰলৈ বিশ্ব গোল্ড কাউন্সিলৰ বিশেষ অনুৰোধ!

সোণৰ মূল্য হ্ৰাস নে বৃদ্ধি? কেন্দ্ৰলৈ বিশ্ব গোল্ড কাউন্সিলৰ বিশেষ অনুৰোধ!

2 hours ago
একাধিক নাৰীৰ সংগ, ৩০৮ বাৰ প্ৰেম, তিনিবাৰ বিবাহ! ঐশ্বৰ্যক লগ পোৱাৰ পূৰ্বে এইজন অভিনেতাই পাইছিল ভাবুকি

একাধিক নাৰীৰ সংগ, ৩০৮ বাৰ প্ৰেম, তিনিবাৰ বিবাহ! ঐশ্বৰ্যক লগ পোৱাৰ পূৰ্বে এইজন অভিনেতাই পাইছিল ভাবুকি

3 hours ago
কোনগৰাকী বিজেপিৰ নেতা ৰাহুল গান্ধীৰ প্ৰিয়? Gen-Zৰে হোৱা বাৰ্তালাপত ৰাহুল গান্ধীৰ অকপট স্বীকাৰোক্তি

কোনগৰাকী বিজেপিৰ নেতা ৰাহুল গান্ধীৰ প্ৰিয়? Gen-Zৰে হোৱা বাৰ্তালাপত ৰাহুল গান্ধীৰ অকপট স্বীকাৰোক্তি

3 hours ago
LPG চিলিণ্ডাৰৰ ডাঙৰ আপডেট, ১৬ আগষ্টৰ পূৰ্বে কৰক এই কাম!

LPG চিলিণ্ডাৰৰ ডাঙৰ আপডেট, ১৬ আগষ্টৰ পূৰ্বে কৰক এই কাম!

4 hours ago
কোন অভিনেত্ৰীৰ সৈতে ৬৩ বছৰ বয়সতো আছে গোবিন্দাৰ সম্পৰ্ক? পত্নী সুনীতাৰ বিস্ফোৰণ

কোন অভিনেত্ৰীৰ সৈতে ৬৩ বছৰ বয়সতো আছে গোবিন্দাৰ সম্পৰ্ক? পত্নী সুনীতাৰ বিস্ফোৰণ

5 hours ago
যন্ত্ৰণাত চটফটাইছে চনু নিগমে! হঠাৎ কি হ’ল কণ্ঠশিল্পীগৰাকীৰ?

যন্ত্ৰণাত চটফটাইছে চনু নিগমে! হঠাৎ কি হ’ল কণ্ঠশিল্পীগৰাকীৰ?

5 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

৯ আগষ্টত ৪ ৰাশিৰ জাতক-জাতিকাৰ ঘূৰিব ভাগ্যৰ চকৰি!

6 hours ago
‘ছাৰ মাত্ৰ FIR খন চাই ল’ব!’ অসমৰ বানপীড়িতক সহায়ৰ পিছত সামাজিক মাধ্যমত চৰ্চা সময় ৰাইনাৰ

‘ছাৰ মাত্ৰ FIR খন চাই ল’ব!’ অসমৰ বানপীড়িতক সহায়ৰ পিছত সামাজিক মাধ্যমত চৰ্চা সময় ৰাইনাৰ

7 hours ago
দীৰ্ঘ জীৱন বিচাৰেনে? ৰাতিৰ আহাৰত সন্নিৱিষ্ট কৰক এইবোৰ খাদ্য

দীৰ্ঘ জীৱন বিচাৰেনে? ৰাতিৰ আহাৰত সন্নিৱিষ্ট কৰক এইবোৰ খাদ্য

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, August 9, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

কংগ্ৰেছত মোক্ষম আঘাত

প্ৰণৱ মুখার্জীৰ পুত্ৰই যোগ দিলে TMCত

editor by editor
July 5, 2021
in অসম, উত্তৰ-পূব, গুৱাহাটী, ভাৰত, ৰাজনীতি
0
কংগ্ৰেছত মোক্ষম আঘাত
0
SHARES
72
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ কংগ্ৰেছত পুনৰ এক মোক্ষম আঘাত। প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখার্জীৰ পুত্ৰ তথা কংগ্ৰেছ নেতা অভিজিৎ মুখার্জীয়ে আজি যোগদান কৰিলে তৃণমূল কংগ্ৰেছত। কলকাতাৰ তৃণমূল কংগ্ৰেছ ভৱনত আয়োজিত এক অনুষ্ঠানত দলটোৰ প্ৰাথমিক সদস্যপদ গ্ৰহণ কৰে অভিজিৎ মুখার্জীয়ে। এই যোগদান কার্যসূচীত উপস্থিত থাকে tmcৰ নেতা সুদীপ বংগোপাধ্যয় আৰু আৰু পার্থ চেটার্জী। উল্লেখযোগ্য যে জুন মাহৰ ৯ তাৰিখে অভিজিৎ মুখার্জীয়ে tmcৰ শীর্ষৰ নেতৃত্বৰ লগত এক বৈঠকত ভাগ লওঁতে অনেকে অনুমান কৰিছিল এই খবৰ। সেই বৈঠকত উপস্থিত আছিল tmcৰ নেতা খলিলুৰ ৰহমান, আবু তাহেৰ, ইমানী বিশ্বাস আদি। বংগৰ নির্বাচনত কংগ্ৰেছৰ পৰাজয়ৰ পাছত খোদ প্ৰণৱ মুখার্জীৰ পুত্ৰই tmcত যোগদান কৰা ঘটনাই নিশ্চিতভাৱে আঘাত হানিব কংগ্ৰেছ দলক।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: abhijit mukharjeeasom live 24assam live 24axom live 24indian national congresspranab mukharjeetmc
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কোনগৰাকী বিজেপিৰ নেতা ৰাহুল গান্ধীৰ প্ৰিয়? Gen-Zৰে হোৱা বাৰ্তালাপত ৰাহুল গান্ধীৰ অকপট স্বীকাৰোক্তি
ভাৰত

কোনগৰাকী বিজেপিৰ নেতা ৰাহুল গান্ধীৰ প্ৰিয়? Gen-Zৰে হোৱা বাৰ্তালাপত ৰাহুল গান্ধীৰ অকপট স্বীকাৰোক্তি

August 9, 2026
পদত্যাগৰ পিছত Gen-Zক লৈ প্ৰথমবাৰৰ বাবে ধৰ্মেন্দ্ৰ প্ৰধানৰ প্ৰতিক্ৰিয়া
ৰাজনীতি

পদত্যাগৰ পিছত Gen-Zক লৈ প্ৰথমবাৰৰ বাবে ধৰ্মেন্দ্ৰ প্ৰধানৰ প্ৰতিক্ৰিয়া

August 9, 2026
কিয়ৰা আদৱানীৰ ইণ্টিমেচী দৃশ্যক লৈ এইজন অভিনেতাৰ মন্তব্য
বিনোদন

কিয়ৰা আদৱানীৰ ইণ্টিমেচী দৃশ্যক লৈ এইজন অভিনেতাৰ মন্তব্য

August 9, 2026
বিতৰ্কিত মন্তব্যৰ বাবে নহয়, এইবাৰ এইটো কাৰণত চৰ্চাৰ শীৰ্ষত সময় ৰাইনা
বিনোদন

বিতৰ্কিত মন্তব্যৰ বাবে নহয়, এইবাৰ এইটো কাৰণত চৰ্চাৰ শীৰ্ষত সময় ৰাইনা

August 9, 2026
Next Post
‘ভাৰত-পাকিস্তান’ৰ দৰে নহয়, ‘আমিৰ-কিৰণ’ৰ দৰে বিজেপি-শিৱসেনাৰ সম্পর্ক

‘ভাৰত-পাকিস্তান’ৰ দৰে নহয়, ‘আমিৰ-কিৰণ’ৰ দৰে বিজেপি-শিৱসেনাৰ সম্পর্ক

মাজুলীত শিল্পীসকলৰ দুৰৱস্থা

মাজুলীত শিল্পীসকলৰ দুৰৱস্থা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.