• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
লাভা হৈ ছিটিকিছে সোণ, ক’ত আছে এই স্বৰ্ণ লাভা?

লাভা হৈ ছিটিকিছে সোণ, ক’ত আছে এই স্বৰ্ণ লাভা?

2 years ago
আপোনাৰ ওঁঠ ক’লা পৰিছে নেকি? হ’ব পাৰে কোনো ৰোগৰ সংকেত!

আপোনাৰ ওঁঠ ক’লা পৰিছে নেকি? হ’ব পাৰে কোনো ৰোগৰ সংকেত!

10 minutes ago
চৰকাৰে দিব বিনামূলীয়া সোণৰ আঙুঠি! কোন কোন হ’ব যোগ্য?

চৰকাৰে দিব বিনামূলীয়া সোণৰ আঙুঠি! কোন কোন হ’ব যোগ্য?

58 minutes ago
Daily Horoscope: গ্ৰহই সলাব গতি, উদয় হ’ব ভাগ্য! আজি কেনেকুৱা যাব আপোনাৰ দিনটো?

আগন্তুক মাহত ভাগ্যৰ দ্বাৰ খুলিব আপোনাৰ! জানক চাকৰি, ব্যৱসায়, ধন, প্ৰেম আৰু স্বাস্থ্যৰ খতিয়ান

1 hour ago
মূত্ৰনলীৰ সংক্ৰমণ আৰু ইউৰিক এচিড দূৰ কৰে এইবিধ খাদ্যই, গুণ জানি হ’ব আচৰিত

মূত্ৰনলীৰ সংক্ৰমণ আৰু ইউৰিক এচিড দূৰ কৰে এইবিধ খাদ্যই, গুণ জানি হ’ব আচৰিত

2 hours ago
বেংকৰ নহয় কোনো ধৰ্মঘট, শেষ মুহূৰ্তত নিশা  ৯:৩০ বজাত কি আলোচনা হ’ল?

বেংকৰ নহয় কোনো ধৰ্মঘট, শেষ মুহূৰ্তত নিশা ৯:৩০ বজাত কি আলোচনা হ’ল?

2 hours ago
আঙুলিত অৰ্ধচন্দ্ৰৰ চিন? কোনো মাৰাত্মক ৰোগৰ লক্ষণ নেকি জানক

৫ ৰাশি পাব পাৰে সুখবৰ, জানক আপোনাৰ দিনটো কেনেকুৱা যাব

4 hours ago
একেৰাহে বন্ধ থাকিব বেংক! জানক UPI, ATM আৰু নেট বেংকিং চলি থাকিবনে?

একেৰাহে বন্ধ থাকিব বেংক! জানক UPI, ATM আৰু নেট বেংকিং চলি থাকিবনে?

12 hours ago
মুকলি আকাশৰ তলত CJPৰ প্ৰতিবাদকাৰী, প্ৰায় ১২ঘণ্টাৰ অন্তত কৰি দিলে মুকলি

মুকলি আকাশৰ তলত CJPৰ প্ৰতিবাদকাৰী, প্ৰায় ১২ঘণ্টাৰ অন্তত কৰি দিলে মুকলি

13 hours ago
SIP vs Stocks: SIP নে Stocks, ধন বিনিয়োগ কৰিলে আপুনি ক’ত অধিক লাভ পাব?

SIP vs Stocks: SIP নে Stocks, ধন বিনিয়োগ কৰিলে আপুনি ক’ত অধিক লাভ পাব?

13 hours ago
১ অক্টোবৰৰ পৰা সলনি হ’ব মৃত্যুৰ প্ৰমাণ পত্ৰৰ নিয়ম, ভুল কৰিলে নাপাব!

১ অক্টোবৰৰ পৰা সলনি হ’ব মৃত্যুৰ প্ৰমাণ পত্ৰৰ নিয়ম, ভুল কৰিলে নাপাব!

14 hours ago
ছয় আৰু ছয়… বিৰাট কোহলীয়ে দেখুৱালে যাদু, ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে প্ৰথমখন এদিনীয়াত শতক অৰ্জন

ছয় আৰু ছয়… বিৰাট কোহলীয়ে দেখুৱালে যাদু, ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে প্ৰথমখন এদিনীয়াত শতক অৰ্জন

14 hours ago
বাৰে বাৰে মুখত ঘাঁ হৈ থাকে নেকি? হ’ব পাৰে এইসমূহ ৰোগৰ সংকেত…

বাৰে বাৰে মুখত ঘাঁ হৈ থাকে নেকি? হ’ব পাৰে এইসমূহ ৰোগৰ সংকেত…

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, September 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

লাভা হৈ ছিটিকিছে সোণ, ক’ত আছে এই স্বৰ্ণ লাভা?

লাভা হৈ ছিটিকিছে সোণ, ক’ত আছে এই স্বৰ্ণ লাভা?

editor by editor
April 27, 2024
in জীৱনশৈলী, বিবিধ, বিশ্ব, লেখা
0
লাভা হৈ ছিটিকিছে সোণ, ক’ত আছে এই স্বৰ্ণ লাভা?
0
SHARES
8.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ পৃথিৱীৰ এটা কোণত দৈনিক সোণৰ বৰষুণ। এয়া সপোন নহয় বাস্তৱয বৰফে ঢকা এলেকাৰ মাজত আগ্নেয়গিৰি। লাভা আকাৰে ওলাই আছে সোণ। এটুকুৰা দুটুকুৰা নহয় দৈনিক প্ৰায় ৮০গ্ৰামকৈ সোণ ওলাই এই আগ্নেয়গিৰিৰ পৰা। যাৰ দাম ভাৰতীয় মুদ্ৰাত প্ৰায় ৫লাখৰো অধিক।

নিউয়ৰ্ক টাইমছৰ প্ৰতিবেদন অনুসৰি মাউণ্ট এৰিবাছৰ পৰা দৈনিক এনেকৈ ছিটিকি ওলাইছে সোণ। এই দাবী বিজ্ঞানীয়ে কৰিছে। পৃথিৱীৰ অন্যতম সক্ৰিয় আগ্নেয়গিৰিটোৰ পৰা দৈনিক লাভা আকাৰে ওলাই আছে সোণ।

এণ্টাৰ্কটিকাত আছে এই আগ্নেয়গিৰি। পৃথিৱীৰ দক্ষিণ প্ৰান্তত আছে এই আগ্নেয়গিৰি। ৰিপৰ্ট অনুসৰি এই এৰিবাথ আগ্নেয়গিৰিৰ পৰা গেছ, শিল বাষ্পৰ সৈতে ছিটিকি পৰে সোণ। এৰিবাছৰ পৰা ৯৯৯ কিঃমিঃ দূৰত্ব পৰ্যন্ত বিয়পি পৰিছে লাভা। লাভা পৰীক্ষা কৰিয়েই বিজ্ঞানীয়ে দিছে এই তথ্য। সোণ ওলোৱাৰ তথ্য পালেও এতিয়ালৈকে সেই সোণৰ কাষ চাপিব পৰা নাই কোনো ব্যক্তি।

প্ৰায় হাজাৰ কিঃমিঃ দূৰত্বত ৰৈ বিজ্ঞানীয়ে পৰ্যবেক্ষণ কৰিছে এই লাভা। কিন্তু কিয় সেই আগ্নেয়গিৰিৰ কাষ চাপিব পৰা নাই বিজ্ঞানী? বিজ্ঞানীৰ একাংশই প্ৰকাশ কৰা মতে তাপমাত্ৰাৰ বাবেই ইয়াৰ কাষ চাপিব নোৱাৰি। এৰিবাছ আগ্নেয়গিৰি যত আছে তাৰ তাপমাত্ৰা প্ৰায় সময়তে মাইনাছ ৫০ ডিগ্ৰী ছেলচিয়াছৰ তলত থাতে। যাৰ বাবে এই স্থানত মানুহ যোৱা নিৰাপদ নহয়।

এই স্থানত ঠাণ্ডাৰ বাবেই মানুহৰ মৃত্যু পৰ্যন্ত হ’ব পাৰে। ৰস সাগৰৰ মাজত ৰস দ্বীপ। সেই ৰস দ্বীপতেই আছে মাউণ্ট এৰিবাছ। ১৮৪১ চনত কেপ্টেইন ছাৰ জেমছ ক্লাৰ্ক ৰসে এই দ্বীপ আৱিষ্কাৰ কৰিছিল। তেওঁৰ নামেৰেই এই দ্বীপ নামকৰণ কৰা হৈছে। এণ্টাৰ্কটিকাত প্ৰায় ১৩৮ টা আগ্নেয়গিৰি আছে। তাৰ মাজৰেই ৯টা আগ্নেয়গিৰি সক্ৰিয়। তাৰ মাজতেই উচ্চতম হৈছে মাউণ্ট এৰিবাছ। ইয়াৰ উচ্চতা প্ৰায় ৩৭৯৪ মিটাৰ অৰ্থাৎ ১২,৪৪৮ ফুট।নাছাৰ পৃথিৱী পৰ্যবেক্ষণকাৰী উপগ্ৰহে জনোৱা অনুসৰি, পাতল ভূত্বকৰ ওপৰত আছে মাউণ্ট এৰিবাছ আগ্নেয়গিৰি।

বিজ্ঞানীয়ে ধাৰণা কৰা অনুসৰি এই আগ্নেয়গিৰিৰ দৰে আগ্নেয়গিৰি বহু বিৰল। ভিতৰত জ্বলন্ত লাভা অন্যহাতে আগ্নেয়গিৰিৰ চৌপাশ বৰফেৰে ঢকা। ইয়াৰ তাপমাত্ৰা ইমানেই কম যে অভিযানকাৰীয়ে ইয়াৰ কাষ চাপিবলৈ সাহস নকৰে। বিজ্ঞানীয়েও এই স্থানলৈ যাবলৈ সাহস নকৰে। এই ভৌগোলিক অৱস্থানৰ কাৰণে মাউণ্ট এৰিবাছক লৈ গৱেষণাত সমস্যাই দেখা দিছে। এই স্থানত সোণৰ সন্ধান পালেও সেই স্থানত উপস্থিত হৈ সোণ উদ্ধাৰ কৰা সহজ নহয়।

মাউণ্ট এৰিবাছ আগ্নেয়গিৰিৰ ওপৰত নজৰ ৰখাৰ বাবে তৈয়াৰ কৰা হৈছে মাউণ্ট এৰিবাছ ভলকানো অৱজাৰভেটৰি। এণ্টৰ্কটিকাত পৰ্যবেক্ষণ চলাবলৈকে আছে মেকমাৰ্ডো নামেৰে এক ষ্টেচন। সেই ষ্টেচন পৰিচালনা কৰে আমেৰিকাই। তাৰ পৰাই নজৰ ৰখা হৈছে এৰিবাছৰ ওপৰত। এই মাউণ্ট এৰিবাছৰ ওপৰতেই এবাৰ ভাঙি পৰিছিল এখন বিমান। প্ৰাণ হেৰুৱাইছিল ২৫৭জনে। ১৯৭৯ চনৰ ২৮ নৱেম্বৰত সংঘটিত হৈছিল সেই ঘটনা। এয়াৰ নিউজিলেণ্ডৰ বিমান আছিল সেই বিমান। নিউজিলেণ্ডৰ একলেণ্ডৰ পৰা এন্টাৰ্কটিকাৰ বিভিন্ন স্থান পৰিভ্ৰমি আকৌ একলেণ্ডলৈ উভটি অহাৰ সময়তে এই ঘটনা। ১১ঘণ্টীয়া যাত্ৰা পথতেই সেই বিপত্তি। দুপৰীয়া ১ বজাত এই বিমান ভাঙি পৰে।

পাছলৈ উদ্ধাৰকাৰী দলে যাত্ৰীৰ কেমেৰা সেই স্থানৰ পৰা উদ্ধাৰ কৰে। কিন্তু জীৱিত অৱস্থাত এজনো লোকক উদ্ধাৰ কৰিব নোৱাৰিলে। সেই স্থানৰ পৰা উদ্ধাৰ কৰা কেমেৰাত আছিল আগ্নেয়গিৰিৰ অসংখ্য ছবি। এই ছবিতেই উদ্ধাৰ হৈছিল সোণৰ লাভা। চৌদিশে চিটিকি পৰি আছিল সোণ। সেই ছবি দেখিয়েই বিজ্ঞানীয়ে জনাইছিল যে সেই লাভাত সোণ আছে। অৱশ্যে সেই সোণ কেতিয়াবা উদ্ধাৰ কৰিব পৰা যাবনে সেই সম্পৰ্কে কোনো স্পষ্ট মন্তব্য দাঙি ধৰা নাই বিজ্ঞানীয়ে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আপোনাৰ ওঁঠ ক’লা পৰিছে নেকি? হ’ব পাৰে কোনো ৰোগৰ সংকেত!
জীৱনশৈলী

আপোনাৰ ওঁঠ ক’লা পৰিছে নেকি? হ’ব পাৰে কোনো ৰোগৰ সংকেত!

September 28, 2026
চৰকাৰে দিব বিনামূলীয়া সোণৰ আঙুঠি! কোন কোন হ’ব যোগ্য?
বাণিজ্য

চৰকাৰে দিব বিনামূলীয়া সোণৰ আঙুঠি! কোন কোন হ’ব যোগ্য?

September 28, 2026
Daily Horoscope: গ্ৰহই সলাব গতি, উদয় হ’ব ভাগ্য! আজি কেনেকুৱা যাব আপোনাৰ দিনটো?
জীৱনশৈলী

আগন্তুক মাহত ভাগ্যৰ দ্বাৰ খুলিব আপোনাৰ! জানক চাকৰি, ব্যৱসায়, ধন, প্ৰেম আৰু স্বাস্থ্যৰ খতিয়ান

September 28, 2026
মূত্ৰনলীৰ সংক্ৰমণ আৰু ইউৰিক এচিড দূৰ কৰে এইবিধ খাদ্যই, গুণ জানি হ’ব আচৰিত
জীৱনশৈলী

মূত্ৰনলীৰ সংক্ৰমণ আৰু ইউৰিক এচিড দূৰ কৰে এইবিধ খাদ্যই, গুণ জানি হ’ব আচৰিত

September 28, 2026
Next Post
পাঁচ দিনৰ পাছতেই অস্ত যাব বৃহস্পতি! নতুন চাকৰি, ধন লাভৰ প্ৰৱল যোগ ৩ৰাশিৰ ভাগ্যত

পাঁচ দিনৰ পাছতেই অস্ত যাব বৃহস্পতি! নতুন চাকৰি, ধন লাভৰ প্ৰৱল যোগ ৩ৰাশিৰ ভাগ্যত

অসমলৈ বোৱাৰী হৈ অহাৰ সপোন পূৰণ নহ’ল! শান্তনুৱে এইকেইটা কাৰণতেই বিচ্ছেদ ল’লে শ্ৰুতিৰ পৰা…

অসমলৈ বোৱাৰী হৈ অহাৰ সপোন পূৰণ নহ’ল! শান্তনুৱে এইকেইটা কাৰণতেই বিচ্ছেদ ল’লে শ্ৰুতিৰ পৰা…

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.