• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পুৱা ৪.৪৫ বজাত নিজৰ ঘৰতেই গুলিবিদ্ধ গোবিন্দা, আই চি ইউত ভৰ্তি

পুৱা ৪.৪৫ বজাত নিজৰ ঘৰতেই গুলিবিদ্ধ গোবিন্দা, আই চি ইউত ভৰ্তি

2 years ago
Pension & DA: ১০০০ টকাৰ সলনি ৭৫০০ টকাৰ পেঞ্চন, মৌলিক দৰমহাত  DA যোগ হ’ব নেকি?

Pension & DA: ১০০০ টকাৰ সলনি ৭৫০০ টকাৰ পেঞ্চন, মৌলিক দৰমহাত DA যোগ হ’ব নেকি?

25 minutes ago
বাথটাবত নায়ক-নায়িকাৰ অন্তৰংগ মুহূৰ্ত, মূৰ ঘূৰালে দৰ্শকৰ!

বাথটাবত নায়ক-নায়িকাৰ অন্তৰংগ মুহূৰ্ত, মূৰ ঘূৰালে দৰ্শকৰ!

54 minutes ago
পত্নী গৰ্ভৱতী আৰু অভিনেতা অন্য নাৰীৰ সৈতে! পোহৰলৈ আহিছে প্ৰকৃত কাহিনী

পত্নী গৰ্ভৱতী আৰু অভিনেতা অন্য নাৰীৰ সৈতে! পোহৰলৈ আহিছে প্ৰকৃত কাহিনী

1 hour ago
খজুৱতি, ফোঁহা আৰু শৰীৰ ৰঙা পৰা… বাৰিষাত এই সমস্যাই দিয়ে বিপদৰ ইংগিত!

খজুৱতি, ফোঁহা আৰু শৰীৰ ৰঙা পৰা… বাৰিষাত এই সমস্যাই দিয়ে বিপদৰ ইংগিত!

2 hours ago
ডিঙিত মাছৰ কাঁইট লাগিলে নকৰিব আওকাণ, বিপদত পৰাৰ পূৰ্বে হওক সাৱধান!

ডিঙিত মাছৰ কাঁইট লাগিলে নকৰিব আওকাণ, বিপদত পৰাৰ পূৰ্বে হওক সাৱধান!

3 hours ago
উজনিত ভয়ংকৰ হৈছে বান পৰিস্থিতি, বৃদ্ধি পাইছে মৃতকৰ সংখ্যা!

উজনিত ভয়ংকৰ হৈছে বান পৰিস্থিতি, বৃদ্ধি পাইছে মৃতকৰ সংখ্যা!

3 hours ago
Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!

কৰ্কট ৰাশিৰ লগতে এই ৫ ৰাশিৰ লোক হওক সাৱধান, এটা ভুলে মাতিব ডাঙৰ বিপদৰ!

4 hours ago
২২ জুলাইৰ দিনটো কেনে যাব আপোনাৰ? জানক কাৰ কাৰ উদয় হ’ব ভাগ্য

২২ জুলাইৰ দিনটো কেনে যাব আপোনাৰ? জানক কাৰ কাৰ উদয় হ’ব ভাগ্য

5 hours ago
এটাও গ’ল বা এছিষ্ট নকৰাকৈয়ে কিয় গোল্ডেন বলৰ সন্মান লাভ কৰিলে ৰড্ৰিয়ে?

এটাও গ’ল বা এছিষ্ট নকৰাকৈয়ে কিয় গোল্ডেন বলৰ সন্মান লাভ কৰিলে ৰড্ৰিয়ে?

13 hours ago
২২ জুলাইত কি ৰঙৰ পোচাক পৰিধান কৰিলে আপুনি শুভ ফল পাব?

২২ জুলাইত কি ৰঙৰ পোচাক পৰিধান কৰিলে আপুনি শুভ ফল পাব?

14 hours ago
দুৰ্ঘটনাগ্ৰস্ত হৈ হাত ভাঙিলে বলীউডৰ এইগৰাকী প্ৰতিষ্ঠিত অভিনেতাৰ

দুৰ্ঘটনাগ্ৰস্ত হৈ হাত ভাঙিলে বলীউডৰ এইগৰাকী প্ৰতিষ্ঠিত অভিনেতাৰ

14 hours ago
সঁচাই ডায়বেটিছৰ বাবে উপকাৰী নেকি জাম, নে ই কেৱল এক প্ৰচলিত ধাৰণাহে?

সঁচাই ডায়বেটিছৰ বাবে উপকাৰী নেকি জাম, নে ই কেৱল এক প্ৰচলিত ধাৰণাহে?

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, July 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

পুৱা ৪.৪৫ বজাত নিজৰ ঘৰতেই গুলিবিদ্ধ গোবিন্দা, আই চি ইউত ভৰ্তি

editor by editor
October 1, 2024
in চিনেমা, বিনোদন, বিবিধ, ভাৰত
0
পুৱা ৪.৪৫ বজাত নিজৰ ঘৰতেই গুলিবিদ্ধ গোবিন্দা, আই চি ইউত ভৰ্তি
0
SHARES
2.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পুৱা ৪.৪৫ বজাত নিজৰ ঘৰতেই গুলিবিদ্ধ গোবিন্দা, আই চি ইউত ভৰ্তি

ভাৰতীয় ছবি জগতৰ অন্যতম অভিনেতা গোবিন্দা আজি পুৱা নিজৰ ঘৰতেই গুলিবিদ্ধ। পুৱা ৪.৪৫ বজাত ভৰিত গুলি লাগে আভিনেতাগৰাকীৰ। লগে লগে হাস্পতাললৈ নিয়া হয় গোবিন্দাক। বৰ্তমানে আই চি ইউত ভৰ্তি।

আজি ১ অক্টোবৰ তাৰিখ মঙলবাৰে পুৱা সংঘটিত হৈছে এই ঘটনা। চিকিৎসকে জনোৱামতে বৰ্তমানে সংকটমুক্ত অভিনেতাগৰাকী। তথাপি চিকিৎসকৰ তত্বাৱধানত ৰখা হৈছে গোবিন্দাক।

ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি ৰিভলভাৰ চাফা কৰি থাকোঁতে গুলী লাগিল গোবিন্দাৰ। পুৱা ৪.৪৫ বজাত কলিকতালৈ বুলি এক কামৰ বাবে যাবলৈ সাজু হৈ আছিল গোবিন্দ। গোবিন্দই বাহিৰলৈ ওলোৱাৰ আগতে নিজৰ অনুজ্ঞাপত্ৰ থকা ৰিভলভাৰটো চাফা কৰি আছিল।

কিন্তু ভুলতে ৰিভলভাৰটো হাতৰ পৰা পৰি যায় আৰু গুলীৰে লোড গৈ থকা ৰিভলভাৰটোৰ পৰা গুলী ফুটি গোবিন্দাৰ ভৰিত লাগে। বৰ্তমান গোবিন্দা আন্ধেৰীৰ কৃতি কেয়াৰ হাস্পতালত ভৰ্তি হৈ আছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Bollywoodbollywood actorGovindaIndian ActormumbaiShoot
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Pension & DA: ১০০০ টকাৰ সলনি ৭৫০০ টকাৰ পেঞ্চন, মৌলিক দৰমহাত  DA যোগ হ’ব নেকি?
বাণিজ্য

Pension & DA: ১০০০ টকাৰ সলনি ৭৫০০ টকাৰ পেঞ্চন, মৌলিক দৰমহাত DA যোগ হ’ব নেকি?

July 22, 2026
বাথটাবত নায়ক-নায়িকাৰ অন্তৰংগ মুহূৰ্ত, মূৰ ঘূৰালে দৰ্শকৰ!
বিনোদন

বাথটাবত নায়ক-নায়িকাৰ অন্তৰংগ মুহূৰ্ত, মূৰ ঘূৰালে দৰ্শকৰ!

July 22, 2026
পত্নী গৰ্ভৱতী আৰু অভিনেতা অন্য নাৰীৰ সৈতে! পোহৰলৈ আহিছে প্ৰকৃত কাহিনী
বিনোদন

পত্নী গৰ্ভৱতী আৰু অভিনেতা অন্য নাৰীৰ সৈতে! পোহৰলৈ আহিছে প্ৰকৃত কাহিনী

July 22, 2026
খজুৱতি, ফোঁহা আৰু শৰীৰ ৰঙা পৰা… বাৰিষাত এই সমস্যাই দিয়ে বিপদৰ ইংগিত!
জীৱনশৈলী

খজুৱতি, ফোঁহা আৰু শৰীৰ ৰঙা পৰা… বাৰিষাত এই সমস্যাই দিয়ে বিপদৰ ইংগিত!

July 22, 2026
Next Post
ভাৰতৰ সবাতোকৈ দীৰ্ঘদিনীয়া উদ্ধাৰ অভিযান, ৫৬ বছৰৰ মূৰকত উদ্ধাৰ ৪ জোৱানৰ দেহ

ভাৰতৰ সবাতোকৈ দীৰ্ঘদিনীয়া উদ্ধাৰ অভিযান, ৫৬ বছৰৰ মূৰকত উদ্ধাৰ ৪ জোৱানৰ দেহ

মংগল-বুধ গ্ৰহই মিলি উজলাব ৫ ৰাশিৰ লোকৰ ভাগ্য, ধন-সম্পত্তি বৃদ্ধি পাব

মংগল-বুধ গ্ৰহই মিলি উজলাব ৫ ৰাশিৰ লোকৰ ভাগ্য, ধন-সম্পত্তি বৃদ্ধি পাব

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.