• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মদ্যপান কৰি ড্ৰাইভিং : আৰক্ষীক দুৰ্ব্যৱহাৰ কৰি গ্ৰেপ্তাৰ হ’ল জনপ্ৰিয় অভিনেত্ৰী

মদ্যপান কৰি ড্ৰাইভিং : আৰক্ষীক দুৰ্ব্যৱহাৰ কৰি গ্ৰেপ্তাৰ হ’ল জনপ্ৰিয় অভিনেত্ৰী

4 years ago
শিৱ যোগৰ সুফল পাব ৫ৰাশিয়ে, বৃহস্পতিবাৰে হাতলৈ আহিব বহুদিনৰ পাবলগীয়া ধন

শিৱ যোগৰ সুফল পাব ৫ৰাশিয়ে, বৃহস্পতিবাৰে হাতলৈ আহিব বহুদিনৰ পাবলগীয়া ধন

23 minutes ago
লেবাননত ইজৰায়েলি আক্ৰমণ, আকৌ বন্ধ হৰমুজ প্ৰণালী, কি কৈছে আমেৰিকাই?

লেবাননত ইজৰায়েলি আক্ৰমণ, আকৌ বন্ধ হৰমুজ প্ৰণালী, কি কৈছে আমেৰিকাই?

43 minutes ago
ভোট দিবলৈ কি কি নথি লগত নিব? ঘৰতে থৈ যাওক আপোনাৰ মোবাইল, ভোট দিবলৈ যোৱাৰ পূৰ্বেই জানি থওক সবিশেষ

ভোট দিবলৈ কি কি নথি লগত নিব? ঘৰতে থৈ যাওক আপোনাৰ মোবাইল, ভোট দিবলৈ যোৱাৰ পূৰ্বেই জানি থওক সবিশেষ

1 hour ago
আজি EVMত বন্দী হ’ব ৭২২ গৰাকী প্ৰাৰ্থীৰ ভাগ্য, ৰাজ্যৰ ২,৫০,৫৪,৪৬৩ গৰাকী ভোটাৰে কৰিব ভোটদান

আজি EVMত বন্দী হ’ব ৭২২ গৰাকী প্ৰাৰ্থীৰ ভাগ্য, ৰাজ্যৰ ২,৫০,৫৪,৪৬৩ গৰাকী ভোটাৰে কৰিব ভোটদান

2 hours ago
তৰমুজ খোৱাৰ পূৰ্বে সাৱধান! নহ’লে ভয়ংকৰ পৰিণাম ভুগিব আপুনি!

তৰমুজ খোৱাৰ পূৰ্বে সাৱধান! নহ’লে ভয়ংকৰ পৰিণাম ভুগিব আপুনি!

9 hours ago
ঘৰৰ পৰা বাহিৰলৈ যোৱাৰ পূৰ্বে নেপেলাব এইবোৰ বস্তু, দুৰ্ভাগ্যই আগুৰি ধৰিব!

ঘৰৰ পৰা বাহিৰলৈ যোৱাৰ পূৰ্বে নেপেলাব এইবোৰ বস্তু, দুৰ্ভাগ্যই আগুৰি ধৰিব!

9 hours ago
ঘৰৰ এটি কোণে আপোনাক কৰিব মালামাল, মাথোঁ অনুসৰণ কৰক এই নিয়ম

ঘৰৰ এটি কোণে আপোনাক কৰিব মালামাল, মাথোঁ অনুসৰণ কৰক এই নিয়ম

10 hours ago
মুখৰ অত্যাধিক দুৰ্গন্ধ… কোনো ভয়ংকৰ ৰোগৰ ইংগিত নেকি?

মুখৰ অত্যাধিক দুৰ্গন্ধ… কোনো ভয়ংকৰ ৰোগৰ ইংগিত নেকি?

10 hours ago
সপ্তাহৰ কোনটো বাৰে চুলি ধোৱা উচিত? নকৰিব ভুল!

সপ্তাহৰ কোনটো বাৰে চুলি ধোৱা উচিত? নকৰিব ভুল!

11 hours ago
আধুনিক ৰাজনীতিৰ ৰজা কোন? কোনে কেনেদৰে চলালে ডিজিটেল যুদ্ধ, কাৰ নেৰেটিভ সফল কাৰ বিফল?

আধুনিক ৰাজনীতিৰ ৰজা কোন? কোনে কেনেদৰে চলালে ডিজিটেল যুদ্ধ, কাৰ নেৰেটিভ সফল কাৰ বিফল?

12 hours ago
বেংকত ওলাইছে চাকৰি, ক’ত, কেনেকৈ আবেদন কৰিব জানক…

বেংকত ওলাইছে চাকৰি, ক’ত, কেনেকৈ আবেদন কৰিব জানক…

14 hours ago
ডাকঘৰৰ আঁচনিয়ে কৰিব আৰ্থিকভাৱে সৱল! ৩০০ টকাৰ সঞ্চয় কৰি জমা কৰক ১৫ লাখ টকা!

ডাকঘৰৰ আঁচনিয়ে কৰিব আৰ্থিকভাৱে সৱল! ৩০০ টকাৰ সঞ্চয় কৰি জমা কৰক ১৫ লাখ টকা!

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, April 9, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

মদ্যপান কৰি ড্ৰাইভিং : আৰক্ষীক দুৰ্ব্যৱহাৰ কৰি গ্ৰেপ্তাৰ হ’ল জনপ্ৰিয় অভিনেত্ৰী

editor by editor
February 18, 2022
in অপৰাধ, ভাৰত
0
মদ্যপান কৰি ড্ৰাইভিং : আৰক্ষীক দুৰ্ব্যৱহাৰ কৰি গ্ৰেপ্তাৰ হ’ল জনপ্ৰিয় অভিনেত্ৰী
0
SHARES
220
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মদ্যপান কৰি গাড়ী চলায় আৰক্ষীক দুৰ্ব্যৱহাৰ কৰি গ্ৰেপ্তাৰ হৈছে দক্ষিণৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী কাব্যা থাপাৰ৷

শুকুৰবাৰে মুম্বাউই মহানগৰীৰ জুহুত ৰখায় থোৱা এখন বাহনত অভিনেত্ৰী গৰাকীয়ে মদ্যপান কৰি চলায় যোৱা বাহনখনে খুন্দা মাৰে৷

ইয়াৰ পিছতে নিচাসক্ত অৱস্থাত থকা অভিনেত্ৰী গৰাকীয়ে কৰ্তব্যৰত আৰক্ষীক দুৰ্ব্যৱহাৰ কৰাৰ লগতে হতাহতিটো লিপ্ত হয়৷ আৰু আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি অভিনেত্ৰী কাব্য থাপাৰক আদালতত হাজিৰ কৰোৱায়৷

আৰক্ষীয়ে প্ৰকাশ কৰা মতে আদালতে ২৬ বছৰীয়া দক্ষিণৰ অভিনেত্ৰী গৰাকীক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে৷

আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি অভিনেত্ৰী গৰাকীয়ে মদ্যপান কৰি সুৰামত্ত অৱস্থাত নিজৰ এছ ইউ ভি বিলাসী বাহনখক নিয়ন্ত্ৰণহীন অৱস্থাত চলায় গৈছিল৷  এই অৱস্থাত প্ৰত্যক্ষ কৰাৰ পিছতে কোনো লোকে আৰক্ষীৰ নিয়ন্ত্ৰণ কক্ষলৈ ফোন কৰি খবৰ দিয়ে আৰু আৰক্ষীয়ে অভিনেত্ৰীগৰাকীক পিছ লয়৷

নিয়ন্ত্ৰণহীন অৱস্থাত গাড়ী চলায় অভিনেত্ৰী কাব্যাই পথত ৰখাই থোৱা এখন বাহনত খুন্দা মাৰে৷ বাহনত খুন্দা মৰাৰ লগে লগে কাব্যক আৰক্ষীয়ে আটক কৰে যদিও তেওঁ আৰক্ষীক দুৰ্ব্যৱহাৰ কৰাৰ লগতে হতাহতিটো লিপ্ত হয়৷

ইয়াৰ পিছতে গ্ৰেপ্তাৰ কৰি আৰক্ষীয়ে আদালতত হজিৰ কৰোৱায় আৰু আদালতে কাব্য থাপাক জে’ল হাজোতলৈ প্ৰেৰণ কৰে৷ ইফালে ঘনটাটোক মুম্বাই আৰক্ষীয়ে গুৰুত্ব প্ৰদান কৰি তদন্ত আৰম্ভ কৰিছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assaam live 24axom live 24axom live 24 digitalkavya thapar
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজি EVMত বন্দী হ’ব ৭২২ গৰাকী প্ৰাৰ্থীৰ ভাগ্য, ৰাজ্যৰ ২,৫০,৫৪,৪৬৩ গৰাকী ভোটাৰে কৰিব ভোটদান
অসম

আজি EVMত বন্দী হ’ব ৭২২ গৰাকী প্ৰাৰ্থীৰ ভাগ্য, ৰাজ্যৰ ২,৫০,৫৪,৪৬৩ গৰাকী ভোটাৰে কৰিব ভোটদান

April 9, 2026
স্বয়ং শ্ৰীকৃষ্ণক সপোনত দেখিছে? ইয়াৰ অৰ্থ কি? কি কৈছে স্বপ্নশাস্ত্ৰই?
জীৱনশৈলী

স্বয়ং শ্ৰীকৃষ্ণক সপোনত দেখিছে? ইয়াৰ অৰ্থ কি? কি কৈছে স্বপ্নশাস্ত্ৰই?

April 8, 2026
তামৰ পাত্ৰত পানী খাই? কেতিয়া মাৰাত্মক হ’ব পাৰে? কি ৰোগত তামৰ পাত্ৰত পানী নাখাব?
খাদ্য

তামৰ পাত্ৰত পানী খাই? কেতিয়া মাৰাত্মক হ’ব পাৰে? কি ৰোগত তামৰ পাত্ৰত পানী নাখাব?

April 8, 2026
শনিৰ ৰত্ন নীলম আশীৰ্বাদ ৪ৰাশিৰ জীৱনত, ধাৰণ কৰিলেই দেখিব মেজিক
জীৱনশৈলী

শনিৰ ৰত্ন নীলম আশীৰ্বাদ ৪ৰাশিৰ জীৱনত, ধাৰণ কৰিলেই দেখিব মেজিক

April 8, 2026
Next Post
‘এটোপ দুটোপ কৰি ডাৱৰৰ…’  জমা কৰি থোৱা খুচৰা পইচাৰে স্কুটি ক্ৰয় অসমৰ যুৱকৰ

‘এটোপ দুটোপ কৰি ডাৱৰৰ...’ জমা কৰি থোৱা খুচৰা পইচাৰে স্কুটি ক্ৰয় অসমৰ যুৱকৰ

অন্ত পৰা নাই কোভিড মহামাৰীৰ! বিশ্বজুৰি প্ৰতিসপ্তাহে ৭০ হাজাৰ কোভিড ৰোগীৰ মৃত্যু

অন্ত পৰা নাই কোভিড মহামাৰীৰ! বিশ্বজুৰি প্ৰতিসপ্তাহে ৭০ হাজাৰ কোভিড ৰোগীৰ মৃত্যু

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.