• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
গুচি, এডিডাছৰ ১.২৭ লাখ ছাতিয়েও বৰষুণক বাধা দিব নোৱাৰে! সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি

গুচি, এডিডাছৰ ১.২৭ লাখ ছাতিয়েও বৰষুণক বাধা দিব নোৱাৰে! সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি

4 years ago
ভাগ্যৰ উদয় হ’ব বহু ৰাশিৰ, মংগলে কৰিব বুধত প্ৰৱেশ!

ভাগ্যৰ উদয় হ’ব বহু ৰাশিৰ, মংগলে কৰিব বুধত প্ৰৱেশ!

5 minutes ago
পৰিৱৰ্তিত বতৰত AC ব্যৱহাৰ কৰাটো কিমান বিপদজনক?

পৰিৱৰ্তিত বতৰত AC ব্যৱহাৰ কৰাটো কিমান বিপদজনক?

27 minutes ago
নিৰ্বাচনৰ বতৰতে চোৰৰ তাণ্ডৱ, বিজেপি নেত্ৰী অংকিতা দত্তৰ বাসগৃহত চলালে চাফাই অভিযান

নিৰ্বাচনৰ বতৰতে চোৰৰ তাণ্ডৱ, বিজেপি নেত্ৰী অংকিতা দত্তৰ বাসগৃহত চলালে চাফাই অভিযান

1 hour ago
সৰু যুৱকহে পছন্দ মলাইকাৰ! বিয়া পাতিব নেকি ১৯ বছৰ সৰু হীৰা ব্যৱসায়ীৰ সৈতে?

সৰু যুৱকহে পছন্দ মলাইকাৰ! বিয়া পাতিব নেকি ১৯ বছৰ সৰু হীৰা ব্যৱসায়ীৰ সৈতে?

2 hours ago
উথালিয়া(লিম্বুছা) জুবিনগাৰ্গি’,  প্ৰকৃতি ভালপোৱা জুবিনৰ নামেৰে এক নতুন প্ৰজাতিৰ পখিলাৰ নামকৰণ

উথালিয়া(লিম্বুছা) জুবিনগাৰ্গি’, প্ৰকৃতি ভালপোৱা জুবিনৰ নামেৰে এক নতুন প্ৰজাতিৰ পখিলাৰ নামকৰণ

4 hours ago
SBIৰ পৰা ৪০ লাখ টকাৰ গৃহঋণ পাবলৈ দৰমহা কিমান হ’ব লাগিব? কিমান EMI দিব লাগিব?

SBIৰ পৰা ৪০ লাখ টকাৰ গৃহঋণ পাবলৈ দৰমহা কিমান হ’ব লাগিব? কিমান EMI দিব লাগিব?

4 hours ago
ATMৰ পৰা জালনোট ওলালে কি কৰিব? সলনি কৰাৰ উপায় জানেনে?

ATMৰ পৰা জালনোট ওলালে কি কৰিব? সলনি কৰাৰ উপায় জানেনে?

5 hours ago
২২০০ টকাৰ মাহিলী বিনিয়োগত অতিৰিক্ত ২৫০০০ টকা সুদ, কেনেকৈ বিনিয়োগ কৰিব? জানি থওক এই চৰকাৰী প্ৰকল্পৰ সবিশেষ

২২০০ টকাৰ মাহিলী বিনিয়োগত অতিৰিক্ত ২৫০০০ টকা সুদ, কেনেকৈ বিনিয়োগ কৰিব? জানি থওক এই চৰকাৰী প্ৰকল্পৰ সবিশেষ

5 hours ago
এই বিষয়ক লৈ মানুহৰ কৌতুহল বেছি! লজ্জাবোধৰ বাবেই গুগলক সোধে এই ১০ টা প্ৰশ্ন

এই বিষয়ক লৈ মানুহৰ কৌতুহল বেছি! লজ্জাবোধৰ বাবেই গুগলক সোধে এই ১০ টা প্ৰশ্ন

6 hours ago
পুৱাই উঠি চাহ-কফি, ফলৰ ৰস খায়? পুৱাতেই এইকেইবিধ পানীয় সেৱন নকৰিবই অন্যথা…

পুৱাই উঠি চাহ-কফি, ফলৰ ৰস খায়? পুৱাতেই এইকেইবিধ পানীয় সেৱন নকৰিবই অন্যথা…

6 hours ago
বিহাৰৰ এক প্ৰাইভেট মেডিকেলৰ নাৰ্চৰ ইউনিফৰ্ম দেখি হতবাক দেশবাসী, সঁচাকৈয়ে এয়া নাৰ্চৰ ইউনিফৰ্ম নে?

বিহাৰৰ এক প্ৰাইভেট মেডিকেলৰ নাৰ্চৰ ইউনিফৰ্ম দেখি হতবাক দেশবাসী, সঁচাকৈয়ে এয়া নাৰ্চৰ ইউনিফৰ্ম নে?

7 hours ago
‘হট বেডিং’, বিছনাৰ এটা কাষ ভাড়া দিয়েই লাখপতি এগৰাকী যুৱতী, ক’ত কেনেকৈ কোনে আৰম্ভ কৰিছে ‘হট বেডিং’?

‘হট বেডিং’, বিছনাৰ এটা কাষ ভাড়া দিয়েই লাখপতি এগৰাকী যুৱতী, ক’ত কেনেকৈ কোনে আৰম্ভ কৰিছে ‘হট বেডিং’?

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, March 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

গুচি, এডিডাছৰ ১.২৭ লাখ ছাতিয়েও বৰষুণক বাধা দিব নোৱাৰে! সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি

editor by editor
May 19, 2022
in বাণিজ্য, বিবিধ, বিশ্ব
0
গুচি, এডিডাছৰ ১.২৭ লাখ ছাতিয়েও বৰষুণক বাধা দিব নোৱাৰে! সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি
0
SHARES
104
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিলাসী ব্ৰেণ্ড গুচি আৰু স্প’ৰ্টছৱেৰ প্ৰতিষ্ঠান এডিডাছৰ লাখ টকীয়া ছাতিয়েও বৰষুণক বাধা দিয়াত ব্যৰ্থ হোৱা বুলি এছিয়াৰ এখন দেশত তীব্ৰ চৰ্চা চলিছে৷ এই দেশখন হৈছে এছিয়াৰ বৃহত্তম দেশ চীন৷ বিষয়টোৱে চীনৰ সংবাদ মাধ্যমতো শিৰোনাম দখল কৰিছে৷

চৰ্চিত ছাতিৰ মূল্য হৈছে ভাৰতীয় মূল্যত প্ৰায় ১.২৭ লাখ টকা৷ ১.২৭ লাখ টকাৰ মূল্যৰ ছাতিয়ে বৰষুণক বাধা দিয়াত ব্যৰ্থ হোৱা বুলি সামাজিক মাধ্যমত এটা পোষ্ট শ্বেয়াৰ হৈছে৷

পোষ্টটোত লিখা হৈছে ‘‘১১,১০০ ইউৰো ছাতিটো ৱাটাৰপ্ৰুফ নহয়৷’’ গুচি, এডিডাছক হেজষ্টেগ কৰি দিয়া পোষ্টটোৱে প্ৰায় ১৪ কোটি লোকে প্ৰত্যক্ষ কৰা বুলি কোৱা হৈছে৷ ইয়াৰ পিছতে দেশখনত গুচি আৰু এডিডাছৰ ছাতিৰ বিৰুদ্ধে জনমত গঢ়ি উঠা দেখা গৈছে৷

লগতে পঢ়ক ৰক্ষকেই ভক্ষক! কিশোৰীক দলৱদ্ধ ধৰ্ষণ বন্ধুসহ আৰক্ষী কনিষ্টবলৰ

ইফালে এই সংস্কৰণ ছাতিৰ সন্দৰ্ভত বিজনেছ টুডে.ইন নামৰ প’ৰ্টেলত এখন প্ৰতিবেদন প্ৰকাশ পাইছে৷ প্ৰতিবেদনখনত কোৱা হৈছে যে চীনত গুচি আৰু এডিডাছে ১৬৪৪ৰ পৰা ১১,১০০ মাৰ্কিন ডলাৰ মূল্যৰ বিলাসী ছাতি বিক্ৰী কৰি আহিছে৷ কিন্তু পৰিতাপৰ কথাটো হৈছে যে এই বিলাসী ছাতিসমূহে বৰষুণক বাধা দিয়াত ব্যৰ্থ হৈছে আৰু এইবোৰ ৱাটাৰপ্ৰুফ নহয়৷

ইয়াৰ পিছতে গুচিয়ে স্পষ্টিকৰণ দিছে৷ প্ৰতিষ্ঠানটোৱে স্পষ্টীকৰণত কয় যে এই ছাতিসমূহ বৰষুণৰ পৰা ৰক্ষা কৰিবলৈ ৱাটাৰপ্ৰুফ নহয়, এইসমূহক সূৰ্যৰ ৰশ্মি অৰ্থাৎ ৰ’দ প্ৰতিৰোধী হিচাপেহে প্ৰস্তু কৰা হৈছে৷

ইফালে এডিডাছৰ প্ৰতিক্ৰিয়া বিচাৰি প্ৰতিষ্ঠানটোৰ সৈতে যোগাযোগৰ চেষ্টা কৰা হৈছিল যদিও কোনো সুফল পোৱা নাই৷ প্ৰতিবেদনখনত প্ৰকাশ পোৱা মতে এডিডাছৰ সৈতে যোগাযোগ কৰিবলৈ এতিয়াও সক্ষম হোৱা নাই পৰ্টেলখনে৷

লগতে পঢ়ক শ্ৰীলংকাৰ পিছতে পাল পাকিস্তানৰ! ইয়াৰ পিছত পাল কোন কোন ৰাষ্ট্ৰৰ?

উল্লেখ্য যে চীনত পশ্চিমীয়া দেশৰ প্ৰতিষ্ঠানসমূহৰ বিৰুদ্ধে এক শীতল ব্যৱসায়িক যুদ্ধ চলি আছে৷ বিশেষকৈ বিগত বৰ্ষত ৰাষ্ট্ৰপতি জিনপিঙে ‘সাধাৰণ সমৃদ্ধি’ৰ অভিযানেৰে দেশখনৰ প্ৰতিষ্ঠানসমূহে উৎপাদন তথা প্ৰস্তুত কৰা সামগ্ৰী ব্যৱহাৰ কৰিবলৈ দেশৰ জনসাধাৰণক আহ্বান কৰিছিল৷

এই অভিযানৰ মূল উদ্দেশ্য হৈছে যে পশ্চিমীয়া দেশসমূহৰ বিলাসী ব্ৰেণ্ডসমূহৰ আগ্ৰাসন ৰোধ কৰি দেশীয় প্ৰতিষ্ঠানসমূহক অগ্ৰাধিকাৰ দিয়া৷ ঠিক তেনে সময়তে পশ্চিমীয়া বিলাসী ব্ৰেণ্ড গুচি আৰু এডিডাছৰ ছাতিৰ বিৰুদ্ধে চীনৰ সংবাদ মাধ্যম আৰু সামাজিক মাধ্যমে সোচ্চাৰ হোৱাত পশ্চিমীয়া প্ৰতিষ্ঠানসমূহৰ ব্যৱসায়িকভাৱে ক্ষতিৰ সন্মুখীন হ’ব বুলি ধাৰণা কৰা হৈছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: 4 children deadasom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamGucci
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভাগ্যৰ উদয় হ’ব বহু ৰাশিৰ, মংগলে কৰিব বুধত প্ৰৱেশ!
জীৱনশৈলী

ভাগ্যৰ উদয় হ’ব বহু ৰাশিৰ, মংগলে কৰিব বুধত প্ৰৱেশ!

March 27, 2026
পৰিৱৰ্তিত বতৰত AC ব্যৱহাৰ কৰাটো কিমান বিপদজনক?
জীৱনশৈলী

পৰিৱৰ্তিত বতৰত AC ব্যৱহাৰ কৰাটো কিমান বিপদজনক?

March 27, 2026
নিৰ্বাচনৰ বতৰতে চোৰৰ তাণ্ডৱ, বিজেপি নেত্ৰী অংকিতা দত্তৰ বাসগৃহত চলালে চাফাই অভিযান
অসম

নিৰ্বাচনৰ বতৰতে চোৰৰ তাণ্ডৱ, বিজেপি নেত্ৰী অংকিতা দত্তৰ বাসগৃহত চলালে চাফাই অভিযান

March 27, 2026
SBIৰ পৰা ৪০ লাখ টকাৰ গৃহঋণ পাবলৈ দৰমহা কিমান হ’ব লাগিব? কিমান EMI দিব লাগিব?
জীৱনশৈলী

SBIৰ পৰা ৪০ লাখ টকাৰ গৃহঋণ পাবলৈ দৰমহা কিমান হ’ব লাগিব? কিমান EMI দিব লাগিব?

March 27, 2026
Next Post
চকু আছিল পঞ্জাৱ মুখ্যমন্ত্ৰীৰ গাদীত, ঠিকনা হ’লগৈ জে’লৰ অন্ধকাৰ কুঠৰী

চকু আছিল পঞ্জাৱ মুখ্যমন্ত্ৰীৰ গাদীত, ঠিকনা হ’লগৈ জে’লৰ অন্ধকাৰ কুঠৰী

পৰ্ণ ছবিৰ পিছত পুনৰ বেআইনী কামকাজ! আকৌ সংকটত শিল্পাৰ স্বামী ৰাজ কুন্দ্ৰা

পৰ্ণ ছবিৰ পিছত পুনৰ বেআইনী কামকাজ! আকৌ সংকটত শিল্পাৰ স্বামী ৰাজ কুন্দ্ৰা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.