• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আজিৰে পৰা উপলব্ধ হ’ব 3rd grade এডমিট কাৰ্ড, কিদৰে লাভ কৰিব এডমিট, পঢ়ক সবিশেষ

আজিৰে পৰা উপলব্ধ হ’ব 3rd grade এডমিট কাৰ্ড, কিদৰে লাভ কৰিব এডমিট, পঢ়ক সবিশেষ

10 months ago
অনুৰাগীলৈ সুখবৰ, অতি শীঘ্ৰেই খেলপথাৰত দেখা পাব ৰোহিত-বিৰাটক, নতুন চিৰিজৰ ঘোষণা

অনুৰাগীলৈ সুখবৰ, অতি শীঘ্ৰেই খেলপথাৰত দেখা পাব ৰোহিত-বিৰাটক, নতুন চিৰিজৰ ঘোষণা

4 hours ago
শুক্ৰৰ মৃগশিৰা নক্ষত্ৰত প্ৰৱেশে কেৰিয়াৰ শিখৰলৈ তুলিব ৫ ৰাশিৰ লোকৰ

শুক্ৰৰ মৃগশিৰা নক্ষত্ৰত প্ৰৱেশে কেৰিয়াৰ শিখৰলৈ তুলিব ৫ ৰাশিৰ লোকৰ

5 hours ago
একাউণ্টত এতিয়াৰ পৰা শূণ্য বেলেঞ্চ ৰাখিলেও চিন্তাৰ কাৰণ নাই, SBIৰ লগতে ৬ টা বেংকে উঠাই ল’লে পূৰ্বৰ নিয়ম

একাউণ্টত এতিয়াৰ পৰা শূণ্য বেলেঞ্চ ৰাখিলেও চিন্তাৰ কাৰণ নাই, SBIৰ লগতে ৬ টা বেংকে উঠাই ল’লে পূৰ্বৰ নিয়ম

6 hours ago
নিজ বাসগৃহতেই মৃত অৱস্থাত উদ্ধাৰ অভিনেত্ৰী, ২ সপ্তাহ ধৰি পৰি আছিল তেনেদৰেই

নিজ বাসগৃহতেই মৃত অৱস্থাত উদ্ধাৰ অভিনেত্ৰী, ২ সপ্তাহ ধৰি পৰি আছিল তেনেদৰেই

7 hours ago
ভাইৰেল পোষ্ট, ব্ৰিটেইনৰ মুঠ জন্মগত বিসংগতিৰ ৩৩ শতাংশই পাকিস্তানী, কাৰণ…

ভাইৰেল পোষ্ট, ব্ৰিটেইনৰ মুঠ জন্মগত বিসংগতিৰ ৩৩ শতাংশই পাকিস্তানী, কাৰণ…

8 hours ago
বৃহস্পতি – শুক্ৰ এক হৈ গজলক্ষ্মী ৰাজযোগ গঠন, ৪ ৰাশিৰ শিখৰত উঠিব ভাগ্য

বৃহস্পতি – শুক্ৰ এক হৈ গজলক্ষ্মী ৰাজযোগ গঠন, ৪ ৰাশিৰ শিখৰত উঠিব ভাগ্য

9 hours ago
মোদীৰ গৃহৰাজ্যত অঘটন, ৪ দশক পুৰণি দলং ভাঙি ৯ জন নিহত

মোদীৰ গৃহৰাজ্যত অঘটন, ৪ দশক পুৰণি দলং ভাঙি ৯ জন নিহত

10 hours ago
অৱশেষত আৰক্ষীৰ জালত মছজিদত গাহৰি মাংস পেলোৱা, প্ৰেমত বিফল হোৱা বাবে কৰিছিল তেনে

অৱশেষত আৰক্ষীৰ জালত মছজিদত গাহৰি মাংস পেলোৱা, প্ৰেমত বিফল হোৱা বাবে কৰিছিল তেনে

11 hours ago
কন্যাৰ নামত প্ৰতিদিনে মাথো ১২১ টকা জমা কৰক, বিবাহৰ সময়ত লাভ কৰক ২৭ লাখ টকা

কন্যাৰ নামত প্ৰতিদিনে মাথো ১২১ টকা জমা কৰক, বিবাহৰ সময়ত লাভ কৰক ২৭ লাখ টকা

1 day ago
জুলাই মাহত ডাঙৰ বিপদত পৰিব পাৰে ৪ ৰাশিৰ লোক, সন্মুখীন হ’ব প্ৰত্যাহ্বানৰ

জুলাই মাহত ডাঙৰ বিপদত পৰিব পাৰে ৪ ৰাশিৰ লোক, সন্মুখীন হ’ব প্ৰত্যাহ্বানৰ

1 day ago
এইবাৰ আন এখন চৰকাৰৰ চমক,  প্ৰতিটো পৰিয়াললৈ ১০ লাখ টকাৰ স্বাস্থ্য বীমা

এইবাৰ আন এখন চৰকাৰৰ চমক, প্ৰতিটো পৰিয়াললৈ ১০ লাখ টকাৰ স্বাস্থ্য বীমা

1 day ago
লৰ্ডছৰ ভাৰত-ইংলেণ্ডৰ তৃতীয় টেষ্ট মেচত দেখা পোৱা যাব পাৰে বিৰাটক, পোৱা গৈছে ইংগিত

লৰ্ডছৰ ভাৰত-ইংলেণ্ডৰ তৃতীয় টেষ্ট মেচত দেখা পোৱা যাব পাৰে বিৰাটক, পোৱা গৈছে ইংগিত

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, July 10, 2025
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

আজিৰে পৰা উপলব্ধ হ’ব 3rd grade এডমিট কাৰ্ড, কিদৰে লাভ কৰিব এডমিট, পঢ়ক সবিশেষ

editor by editor
September 2, 2024
in অসম, উত্তৰ-পূব, গুৱাহাটী
0
আজিৰে পৰা উপলব্ধ হ’ব 3rd grade এডমিট কাৰ্ড, কিদৰে লাভ কৰিব এডমিট, পঢ়ক সবিশেষ
0
SHARES
241
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আজিৰে পৰা উপলব্ধ হ’ব 3rd grade এডমিট কাৰ্ড, কিদৰে লাভ কৰিব এডমিট, পঢ়ক সবিশেষ

আজি ২ ছেপ্টেম্বৰ সোমবাৰৰ পৰা উপলব্ধ হ’ব ৰাজ্যৰ তৃতীয় বিভাগৰ পৰীক্ষাৰ এডমিট কাৰ্ড। অনলাইন যোগে লাভ কৰিব এই এডমিট। ইয়াৰ বাবে অসম চৰকাৰৰ দুটাকৈ অফিচিয়েল চাইট ব্যৱহাৰ কৰিব পাৰিব পৰীক্ষাৰ্থী সকলে।

১৫ ছেপ্টেম্বৰৰ পৰা অনুষ্ঠিত হ’ব লগা অসম চৰকাৰৰ তৃতীয় বিভাগৰ পৰীক্ষাৰ বাবে পৰীক্ষাৰ্থী সকলে আজিৰে পৰা ডাউনলোড কৰিব পাৰিব পৰীক্ষাৰ প্ৰৱেশ পত্ৰ তথা এডমিট কাৰ্ড সমূহ। ইয়াৰ বাবে অসম চৰকাৰৰ www.assam.gov.in আৰু অসম শিক্ষা বিভাগৰ www.site.sebaonline.orgত গৈ লগ ইন কৰি এডমিট পাব পাৰিব।

দিনৰ ১১ বজাৰ পৰা পাব এডমিট কাৰ্ড। আজিৰ পৰা কেৱল তৃতীয় বিভাগৰ পৰা এডমিট কাৰ্ডহে উপলব্ধ হব, চতুৰ্থ বিভাগৰ পৰীক্ষাৰ এডমিট কাৰ্ড এতিয়া লাভ নকৰে। সেই বিষয়ে কোনো তথ্যও সদৰি কৰা হোৱা নাই চৰকাৰৰ ফালৰ পৰা।

উল্লেখ্য যে, চলিত মাহৰে ১৫ ছেপ্টেম্বৰৰ পৰা তৃতীয় বিভাগৰ পৰীক্ষা আৰম্ভ হব। ১৫ ছেপ্টেম্বৰ, আৰু ২৯ ছেপ্টেম্বৰৰ দুয়োবেলা তৃতীয় বিভাগৰ পৰীক্ষা আৰু ২৭ অক্টোবৰৰ দুয়োবেলা চতুৰ্থ বিভাগৰ পৰীক্ষা অনুষ্ঠিত হ’ব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assamassam governmentassam govt job
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অৱশেষত আৰক্ষীৰ জালত মছজিদত গাহৰি মাংস পেলোৱা, প্ৰেমত বিফল হোৱা বাবে কৰিছিল তেনে
অসম

অৱশেষত আৰক্ষীৰ জালত মছজিদত গাহৰি মাংস পেলোৱা, প্ৰেমত বিফল হোৱা বাবে কৰিছিল তেনে

July 9, 2025
ধুবুৰীত ভয়ংকৰ দুৰ্ঘটনা, দ’ খাৱৈত ট্ৰাক বাগৰি প্ৰাণ হেৰুৱালে ৪জনে
অসম

ধুবুৰীত ভয়ংকৰ দুৰ্ঘটনা, দ’ খাৱৈত ট্ৰাক বাগৰি প্ৰাণ হেৰুৱালে ৪জনে

July 8, 2025
গুণগুণৰ পৰিয়ালে ঘূৰাই দিলে প্ৰশাসনে দিয়া কঠিয়া, কঠিয়া ঘূৰাই দিয়াৰ পাছতেই কোনে দিছে গুণগুণৰ পৰিয়ালক ভাবুকি?
অসম

গুণগুণৰ পৰিয়ালে ঘূৰাই দিলে প্ৰশাসনে দিয়া কঠিয়া, কঠিয়া ঘূৰাই দিয়াৰ পাছতেই কোনে দিছে গুণগুণৰ পৰিয়ালক ভাবুকি?

July 5, 2025
ফেছবুকত গুণগুণে দিয়া ভিডিঅ’ৰ পাছতেই সেও মানিলে প্ৰশাসনে, গুণগুণৰ পৰিয়ালক কঠিয়া যোগান ধৰিবলৈ বাধ্য হ’ল প্ৰশাসন
অসম

ফেছবুকত গুণগুণে দিয়া ভিডিঅ’ৰ পাছতেই সেও মানিলে প্ৰশাসনে, গুণগুণৰ পৰিয়ালক কঠিয়া যোগান ধৰিবলৈ বাধ্য হ’ল প্ৰশাসন

July 4, 2025
Next Post
অঘটন, ৰাজপথতে আততায়ীৰ আক্ৰমণত নিহত NCPৰ নেতা

অঘটন, ৰাজপথতে আততায়ীৰ আক্ৰমণত নিহত NCPৰ নেতা

ভয়ংকৰ ভৱিষ্যতৰ আগজাননী, ৮২.২ ডিগ্ৰীলৈ বৃদ্ধি তাপমাত্ৰা

ভয়ংকৰ ভৱিষ্যতৰ আগজাননী, ৮২.২ ডিগ্ৰীলৈ বৃদ্ধি তাপমাত্ৰা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.