চৰকাৰৰ ফালৰ পৰা প্ৰকাশ তৃতীয়-চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ পাঠ্যক্ৰম
আজি ৰাজ্যৰ প্ৰতিখন বাতৰি কাকতে কাকতে প্ৰকাশ পালে ৰাজ্যত অনুষ্ঠিত হব লগা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ লিখিত পৰীক্ষাৰ সূচী। প্ৰকাশ পোৱা অনুসৰি দুয়োটা পৰীক্ষাতে থাকিব নিগেটিব মাৰ্কিং। প্ৰতিটো ভুল উত্তৰ বাবে কাটিব ০.২৫ নম্বৰ। লগতে দুয়োটা পৰীক্ষাতে প্ৰশ্ন কাকত অসমীয়া, ইংৰাজী, বঙালী, বড়ো আৰু হিন্দী ভাষাত উপলব্ধ হব।
প্ৰকাশ পোৱা অনুসৰি তৃতীয় বৰ্গৰ পৰীক্ষা বাবে –
ডিগ্ৰী লেভেল-
Social Studies 30 question 1 mrks
General Knowledge 35 question 1 Marks
Logical Reasoning and mental ability 20 question 1 marks
General mathematics 30 question 1 Marks
General English 10 question 1 Marks
Reading Comprehension and english language 25 question 2 marks
Total Question 150, Total Marks 175, Total Time 3 Hours
হায়াৰচেকেণ্ডেৰী লেভেল-
Social Studies 30 question 1 mrks
General Knowledge 3০ question 1 Marks
Logical Reasoning and mental ability 20 Question 1 marks
General mathematics 35 Marks 1 Marks
General English 35 1 Marks
Total Question 150, Total Marks 150, Total Time 3 Hour
মেট্ৰিক লেভেল-(ড্ৰাইভাৰ)-
Social Studies 20 question 1 mrks
General Knowledge 3০ question 1 Marks
Logical Reasoning and mental ability 20 Question 1 marks
General mathematics 30 Marks 1 Marks
General English 30 1 Marks
Road Transport 20 Question 1 Marks
Total Question 150, Total Marks 150, Total Time 3 Hour
চতুৰ্থ বৰ্গৰ বাবে –
হায়াৰচেণ্ডেৰী, মেট্ৰিক আৰু আই টি আই উত্তীৰ্ণৰ বাবে বেলেগ বেলেগ প্ৰশ্ন ।
পাছে কেউটাতে আহিব লগা একে প্ৰশ্নবোৰ- English, Social Studies, Mathematics, General Knowledge আৰু Logical Reasoning and mental ability.
প্ৰত্যোকটো প্ৰশ্নৰ বিপৰীতে ১ নম্বৰকৈ থাকিব। ইয়াতো ভুলৰ বাবে তাকিব নিগেটিভ নম্বৰ। এটা ভুল উত্তৰৰ বাব ০.২৫ নম্বৰ হেৰুৱাব লাগিব।
এই চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ সময় ২ ঘণ্টা ৩০ মিনিট। মুঠ নম্বৰ ১৩৫।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















