• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
হত্যাকাৰী আফতাবকো কৰা হ’ল পলিগ্ৰাফ টেষ্ট, কিন্তু কেনেকৈ কৰা হয় এই টেষ্ট? পলিগ্ৰাফ টেষ্টত প্ৰকৃত তথ্য ধৰা পৰেনে?

হত্যাকাৰী আফতাবকো কৰা হ’ল পলিগ্ৰাফ টেষ্ট, কিন্তু কেনেকৈ কৰা হয় এই টেষ্ট? পলিগ্ৰাফ টেষ্টত প্ৰকৃত তথ্য ধৰা পৰেনে?

3 years ago
শাহুৱেক-শহুৰেকৰ ভৰণপোষণৰ দায়িত্ব ল’বলৈ বাধ্য কৰাব নোৱাৰিব বোৱাৰীয়েকক, ৰায় আদালতৰ

শাহুৱেক-শহুৰেকৰ ভৰণপোষণৰ দায়িত্ব ল’বলৈ বাধ্য কৰাব নোৱাৰিব বোৱাৰীয়েকক, ৰায় আদালতৰ

6 hours ago
SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব?

SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব?

7 hours ago
দেশৰ কোন বিমানবন্দৰত সস্তাত পোৱা যায় কফি, চিঙৰা? মাত্ৰ ১০ টকাত বিমান বন্দৰত চাহ খালে ৰাঘৱ চাড্ডাই

দেশৰ কোন বিমানবন্দৰত সস্তাত পোৱা যায় কফি, চিঙৰা? মাত্ৰ ১০ টকাত বিমান বন্দৰত চাহ খালে ৰাঘৱ চাড্ডাই

7 hours ago
মঙ্গলবাৰে পাব হনুমানৰ কৃপা, বজৰংবলীৰ প্ৰিয় ৪ৰাশিৰ কাহানিও বিপদ নহয়

মঙ্গলবাৰে পাব হনুমানৰ কৃপা, বজৰংবলীৰ প্ৰিয় ৪ৰাশিৰ কাহানিও বিপদ নহয়

8 hours ago
প্ৰাক্তন পত্নীক ৪ কোটিৰ বাহন উপহাৰ দিয়াৰ পাছত প্ৰেমিকাকো ১ কোটি ৭০ লাখৰ বাহন দিলে হাৰ্দিকে

প্ৰাক্তন পত্নীক ৪ কোটিৰ বাহন উপহাৰ দিয়াৰ পাছত প্ৰেমিকাকো ১ কোটি ৭০ লাখৰ বাহন দিলে হাৰ্দিকে

8 hours ago
মাত্ৰ ৫০০০ কৈ বিনিয়োগ কৰিলেই পাব ৩,৫৬,৮৩০ টকা৷ পোষ্ট অফিচৰ এই আশ্চৰ্যজনক স্কিম সম্পৰ্কে জানি থওক

মাত্ৰ ৫০০০ কৈ বিনিয়োগ কৰিলেই পাব ৩,৫৬,৮৩০ টকা৷ পোষ্ট অফিচৰ এই আশ্চৰ্যজনক স্কিম সম্পৰ্কে জানি থওক

9 hours ago
১ এপ্ৰিলত নক্ষত্ৰ সলনি কৰিব বুধে, ৪ ৰাশিৰ অৰ্থলাভৰ পূৰ্ণ সম্ভাৱনা

১ এপ্ৰিলত নক্ষত্ৰ সলনি কৰিব বুধে, ৪ ৰাশিৰ অৰ্থলাভৰ পূৰ্ণ সম্ভাৱনা

9 hours ago
পেট্ৰল পাম্প, ৰেছনৰ দোকানতো কেৰোচিন পাব জনতাই, নিৰ্দেশনা কেন্দ্ৰৰ

পেট্ৰল পাম্প, ৰেছনৰ দোকানতো কেৰোচিন পাব জনতাই, নিৰ্দেশনা কেন্দ্ৰৰ

9 hours ago
সদ্যোজাত সন্তানক লৈ ঘৰত আছে পত্নী, প্ৰেমিকাক ঘৰলৈ মাতি জীৱন শেষ কৰিলে নেভি অফিচাৰ প্ৰেমিকে, ফ্ৰিজত উদ্ধাৰ দেহ

সদ্যোজাত সন্তানক লৈ ঘৰত আছে পত্নী, প্ৰেমিকাক ঘৰলৈ মাতি জীৱন শেষ কৰিলে নেভি অফিচাৰ প্ৰেমিকে, ফ্ৰিজত উদ্ধাৰ দেহ

10 hours ago
ঘনে ঘনে নখ কামুৰি থকাৰ অভ্যাস আছে? ভয়ংকৰ বিপদ হ’ব পাৰে, শৰীৰত হ’ব পাৰে এই ৰোগ

ঘনে ঘনে নখ কামুৰি থকাৰ অভ্যাস আছে? ভয়ংকৰ বিপদ হ’ব পাৰে, শৰীৰত হ’ব পাৰে এই ৰোগ

10 hours ago
২৮ দিন নহয়, ১২ মাহত ১৩ টা ৰিচাৰ্চ আৰু নালাগিব! কেতিয়া আৰম্ভ হ’ব ৩০ দিনৰ ৰিচাৰ্জ প্লেন?

২৮ দিন নহয়, ১২ মাহত ১৩ টা ৰিচাৰ্চ আৰু নালাগিব! কেতিয়া আৰম্ভ হ’ব ৩০ দিনৰ ৰিচাৰ্জ প্লেন?

11 hours ago
কঠোৰ হৈছে গৃহবিভাগ, প্ৰায় ৮৪ হাজাৰ হোৱাটছএপ একাউণ্ট বন্ধ কৰিলে কেন্দ্ৰই, তালিকাত আছে মোবাইল নম্বৰো, কিন্তু অপৰাধ কি?

কঠোৰ হৈছে গৃহবিভাগ, প্ৰায় ৮৪ হাজাৰ হোৱাটছএপ একাউণ্ট বন্ধ কৰিলে কেন্দ্ৰই, তালিকাত আছে মোবাইল নম্বৰো, কিন্তু অপৰাধ কি?

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, March 31, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

হত্যাকাৰী আফতাবকো কৰা হ’ল পলিগ্ৰাফ টেষ্ট, কিন্তু কেনেকৈ কৰা হয় এই টেষ্ট? পলিগ্ৰাফ টেষ্টত প্ৰকৃত তথ্য ধৰা পৰেনে?

editor by editor
November 28, 2022
in অপৰাধ, জীৱনশৈলী
0
হত্যাকাৰী আফতাবকো কৰা হ’ল পলিগ্ৰাফ টেষ্ট, কিন্তু কেনেকৈ কৰা হয় এই টেষ্ট? পলিগ্ৰাফ টেষ্টত প্ৰকৃত তথ্য ধৰা পৰেনে?
0
SHARES
421
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ শ্ৰদ্ধা হত্যাকাণ্ডৰ তথ্য পোহৰলৈ অহাৰ কেইবাটাও দিন পাৰ হৈ গৈছে। এই হত্যাক লৈ বিভিন্ন ৰহস্যৰ কথাও চৰ্চা হৈছে। এই ৰহস্যৰ ওৰ পেলাবলৈকে শেহতীয়াভাৱে শ্ৰদ্ধাৰ হত্যাকাৰী প্ৰেমিক আফাতাবক কৰা হৈছিল পলিগ্ৰাফ টেষ্ট। একোজন হত্যাকাৰীক নাৰকো টেষ্ট বা পলিগ্ৰাফ টেষ্ট কৰাৰ নিৰ্দেশ আদালতে দিয়েই। শ্ৰদ্ধা হত্যাকাৰী আফতাবৰো পলিগ্ৰাফ টেষ্ট কৰিছে আৰক্ষীৰ বিশেষ তদন্তকাৰী সংস্থাই। কিন্তু এই নাৰ্কো টেষ্ট বা পলিগ্ৰাফ টেষ্ট কেনেকৈ কৰে?

Polygraph Test- কেনেকৈ কৰে?

দিল্লীৰ ফৰেনছিক লেবৰটৰীৰ বিশেষজ্ঞই প্ৰকাশ কৰা মতে একোজন অপৰাধীৰ নাৰ্কো টেষ্ট (Narco Test) কৰাৰ আগত শাৰীৰিক আৰু মানসিক স্থিতাৱস্থাৰ পৰীক্ষা কৰি লোৱা হয়। সেয়ে নাৰ্কো টেষ্ট কৰাৰ আগতে পলিগ্ৰাফ টেষ্ট কৰি লোৱা হয়। এই পৰীক্ষাত অভিযুক্তৰ হৃদস্পন্দন, ব্লাড প্ৰেছাৰ, মানসিক চাপ বহন কৰিব পৰা ক্ষমতা আদি জোখা হয়। যদি অপৰাধীয়ে কোনো প্ৰশ্নৰ সঠিক উত্তৰ নিদিয়ে বা মিছাকৈ দিয়ে তেন্তে সহজেই ধৰা পেলোৱাৰ উপায় থাকে এই পলিগ্ৰাফ টেষ্টত। কাৰ্ডিঅ’ কাফ, স্পৰ্শকাতৰ বৈদ্যুতিক কিছু তাঁৰ অভিযুক্তৰ শৰীৰত লগাই দিয়া হয়। এনেদৰে তাঁৰ সংযোগ কৰি থলে ব্যক্তিগৰাকীৰ ব্লাড প্ৰেছাৰ, পালছ আদি দেখুওৱাই থাকে। অভিযুক্তই সত্য কৈছেনে সেয়াও এটা মেচিনত ওলায় থাকে। তাতেই নম্বৰ অনুযায়ী ভুল আৰু শুদ্ধৰ মাত্ৰা ওলায় থাকে।

কেতিয়া প্ৰথম আৰম্ভ হৈছিল পলিগ্ৰাফ টেষ্ট?

৯০ৰ দশকত পোনতে আৰম্ভ হৈছিল পলিগ্ৰাফ টেষ্ট। ইটালিত প্ৰথম এই টেষ্ট আৰম্ভ হৈছিল। ইটালীৰ এজন অপৰাধ দমন শাখাৰ বিশেষজ্ঞক এই টেষ্ট পোনতে কৰা হৈছিল। এজন অভিযুক্তৰ শাৰীৰিক অৱস্থাৰ পৰিমাপ ল’ব পৰাটো সম্ভৱনে সেই পৰীক্ষাই কৰা হৈছিল। ইটালীৰ পিছত মাৰ্কিন যুক্তৰাজ্যতো মনোবিদ আৰু অপৰাধ দমন বিভাগেও এই টেষ্ট আৰম্ভ কৰে। তেতিয়াই এই কথা প্ৰমাণ হৈছিল যে ঠাণ্ডা মগজুৰ একোজন হত্যাকাৰীয়ে পলিগ্ৰাফ টেষ্টৰ সময়ত প্ৰায়েই উত্তীৰ্ণই হয়। বিশেষজ্ঞই প্ৰকাশ কৰা অনুযায়ী পলিগ্ৰাফ টেষ্ট আৰু নাৰ্কো টেষ্ট একে নহয়। পলিগ্ৰাফ টেষ্টত ১০০ শতাংশই সফল হোৱাৰ সম্ভাৱনা থাকে। কোনো অভিযুক্তৰ ওপৰত থাৰ্ড ডিৰ্গী দিয়া আদি নৃশংস উপায় অৱলম্বন কৰাতকৈ পলিগ্ৰাফ টেষ্টেই উপযুক্ত বুলি বিশেষজ্ঞই প্ৰকাশ কৰিছে।

উল্লেখ্য যে, একোজন অভিযুক্তৰ ক্ষেত্ৰত পলিগ্ৰাফ টেষ্টৰ ৰিজাল্টেই শেষ তথ্যপ্ৰমাণ নহয়। এই ক্ষেত্ৰত উদাহৰণ হিচাপে যদি আফতাব পুনুৱালাক ধৰা হয় তেন্তে আফতাবে এই পৰীক্ষাত যদি মিছা তথ্য দি বাছি যাব এনে নহয়। হত্যা কৰা অস্ত্ৰ, শ্ৰদ্ধাৰ শৰীৰৰ টুকুৰা আদিয়ে একোটা প্ৰমাণ এই হত্যাৰ। তেনেক্ষেত্ৰত পলিগ্ৰাফ টেষ্টৰ প্ৰমাণতকৈ এইসমূহক হে প্ৰকৃত প্ৰমাণ হিচাপে ধৰা হয়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শাহুৱেক-শহুৰেকৰ ভৰণপোষণৰ দায়িত্ব ল’বলৈ বাধ্য কৰাব নোৱাৰিব বোৱাৰীয়েকক, ৰায় আদালতৰ
জীৱনশৈলী

শাহুৱেক-শহুৰেকৰ ভৰণপোষণৰ দায়িত্ব ল’বলৈ বাধ্য কৰাব নোৱাৰিব বোৱাৰীয়েকক, ৰায় আদালতৰ

March 30, 2026
দেশৰ কোন বিমানবন্দৰত সস্তাত পোৱা যায় কফি, চিঙৰা? মাত্ৰ ১০ টকাত বিমান বন্দৰত চাহ খালে ৰাঘৱ চাড্ডাই
জীৱনশৈলী

দেশৰ কোন বিমানবন্দৰত সস্তাত পোৱা যায় কফি, চিঙৰা? মাত্ৰ ১০ টকাত বিমান বন্দৰত চাহ খালে ৰাঘৱ চাড্ডাই

March 30, 2026
মঙ্গলবাৰে পাব হনুমানৰ কৃপা, বজৰংবলীৰ প্ৰিয় ৪ৰাশিৰ কাহানিও বিপদ নহয়
জীৱনশৈলী

মঙ্গলবাৰে পাব হনুমানৰ কৃপা, বজৰংবলীৰ প্ৰিয় ৪ৰাশিৰ কাহানিও বিপদ নহয়

March 30, 2026
প্ৰাক্তন পত্নীক ৪ কোটিৰ বাহন উপহাৰ দিয়াৰ পাছত প্ৰেমিকাকো ১ কোটি ৭০ লাখৰ বাহন দিলে হাৰ্দিকে
জীৱনশৈলী

প্ৰাক্তন পত্নীক ৪ কোটিৰ বাহন উপহাৰ দিয়াৰ পাছত প্ৰেমিকাকো ১ কোটি ৭০ লাখৰ বাহন দিলে হাৰ্দিকে

March 30, 2026
Next Post
নাহৰৰ দেশত এয়া কি ঘটিছে! ৰেগিঙৰ বলি হৈ ICU-ত ভৰ্তি আনন্দ শৰ্মা, ৰেগিঙৰ মূল অভিযুক্ত ৰাহুল ছেত্ৰী প্ৰকৃততে কোন?

নাহৰৰ দেশত এয়া কি ঘটিছে! ৰেগিঙৰ বলি হৈ ICU-ত ভৰ্তি আনন্দ শৰ্মা, ৰেগিঙৰ মূল অভিযুক্ত ৰাহুল ছেত্ৰী প্ৰকৃততে কোন?

৬ টা বলত ৭ টা ছিক্স! বিজয় হাজাৰে ট্ৰফীত ৰুতুৰাজ গায়কোৱাডৰ দুৰ্দান্ত খেল

৬ টা বলত ৭ টা ছিক্স! বিজয় হাজাৰে ট্ৰফীত ৰুতুৰাজ গায়কোৱাডৰ দুৰ্দান্ত খেল

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.